Ojaantric II Assamese Podcast ft. BHASKAR OPSWEL II Udayan Duarah II Ep.35
HTML-код
- Опубликовано: 14 окт 2024
- Follow us on instagram.....
/ oasis_talukdar
/ udayanudy
/ bhaskaropswel
Bhaskar Opswel's RUclips channel....
/ @bhaskaropswel
Ojaantric II Assamese Podcast ft.BHASKAR OPSWEL II Udayan Duarah II Ep.35
#ojaantric
#assamesepodcast
#bhaskaropswel
Thank you so much for all the love and support guys.
And please don't forget to subscribe his channel.🙂
majuli pora upld hoise neki💝😌
Gourav raj k matok na please please ❤️❤️❤️
Gaurav raj next
Gaurav raj next
Gaurav raj next
First of all Thank you - Thank you so much for inviting me and Congratulations for 100k Subs...!
Much much ❤️
#UDY_Da
#Oasis_Da
Thank you so much.
And keep growing brother.🤘
Tumi dur gaan tu hunkale dibo Bhaskar da
Tumi dur........
Tumi দুৰ...moi definitely sameii
Tumi dur gaan tu definitely viral hb. Vl vibes ata ahise👍👍👍
Best of luck
৪-৫ টা মান খণ্ডত ভাস্কৰ দাক আনিবলৈ অনুৰোধ কৰিছিলোঁ
আজি হঠাতে দাদাক দেখি বহুত ভাল লাগিল
আগবাঢ়ি যাওঁক অযান্ত্ৰিক ❤️🥺
Moi o 😀😀
@@NLV703 💖💕
I felt like Bhaskar was the most comfortable guest in the history of the show.
Ekdom right
প্ৰতি
উদয়ন দা আৰু Oasis দা..
অনাবিল মৰম। আমি জানো অসমীয়া সংস্কৃতিৰ পথাৰত একান্ত আৰু নিঃস্বাৰ্থ ভাবে সাধনা কৰা প্ৰতিভাবোৰক হে ইয়াত দেখো। অসমৰ সাংস্কৃতিক ক্ষেত্ৰত বহু প্ৰতিভা আছে...যিয়ে অসমীয়া সাংস্কৃতিক বহুত দিছে.. বিনিময়ত বহুত কম সন্মান আৰু প্ৰচাৰ পায়।
প্ৰচাৰবিমুখ তেনেকুৱা তিনিজন ব্যক্তি অন্যতম...
১.ইবচন লাল বৰুৱা
২.হিমাংশু প্ৰসাদ দাস
আৰু ৩.মৃত্যুঞ্জয় কাকতি
সোনকালে তিনিওজনক অযান্ত্রিকত দেখা পাম বুলি আশা থাকিল❤️
Mrityunjay Kakatik matibo lage 🤩
wow 😍..মোৰ কামৰ শলাগ লোৱাৰ বাবে UDY da আৰু OASIS Da ক বহুত বহুত ধন্যবাদ৷ And Thanks to Bhaskar 😊 Keep shining..
Congrats, aru val val gan likhi jaok
We love you man ❤️❤️❤️❤️
Para Jodi huwana r poetry version tu u borhiya asil 🙂
শুভেচ্ছা জনাইছো। আৰু ধুনীয়া গান লিখি যাওঁক।🙏❣️
*_A G U W A I J U W A B R O_*
অসম চৰকাৰৰ অনুৰোধ আৰু ভকত গাঁও দলং খন অতি সোনকালে নতুন কৈ নিৰ্মাণ কৰিব লাগে আৰু 🤗
#Biggloveojaantic and #Opswel ❤️
মিঠা মাতৰ লৰা জন। । ইমানেই ভাল লাগে নহয় কি কম । । 😍😍😍 ।।। বহুত মৰম ভাস্কৰ ❤️❤️ অযান্ত্ৰিক 🙏🙏
Thnk U Ojantric.. ❤️❤️
In the time of sanidhya and shankuraj,bhaskr opswel is a gem❤️ i repeat he is a gem✌️
Dada bohut bhall lagile aru apunk lukr aii channel 2 joldi 1c hoi take kamna koru jai aii axom ..... Lov from Indu Asian ....
My ears : listening carefully
My one hand : scrolling comments ( minimize screen )
My face : a little cute smile 😁
Oh god, what a busy person I am !😌😌
ক্লান্ত সময় নাভাগৰাকৈ শুনি আছিলো Finally Bhaskar Opswel মৰমৰ অযান্ত্রিকত 😍😍। প্ৰিয় অযান্ত্রিক, মৰমৰ UD da and Oasis da কি কম আৰু সদায় ভালে থাকক কুশলে থাকক 💞💞
ক্লান্ত সময় গানটি যিমান শুনিলেও আমনি নালাগে। 🥰🥰🥰🥰
সপোন এটা আছে, অযান্ত্রিকৰ কোনোবা এটা খণ্ডত আপোনালোক দুইজনৰ সন্মুখত মই এনেকৈ বহিম। গান গাম❤️🌺
😂
Nodir dore..😍 awesome lyrics by priyanku daa.. and the song got justified by the beautiful voice of Bhaskar opswel..☺️
যান্ত্ৰিকতাৰে ভৰা পৃথিৱীৰখনৰ পৰা আহি......দুয়ো একো একোজন প্ৰতিষ্ঠিত ব্যক্তি হৈয়ো নিজৰ ব্যস্ততাৰে ভৰা জীৱনটোৰ পৰা অলপ সময় উলিয়াই ❤"অযান্ত্ৰিক"❤ ৰ দৰে এটি সুন্দৰ অনুষ্ঠান আমাক উপহাৰ দিছে অন্তৰৰ পৰা কৈছো বহুত বহুত ধন্যবাদ 🙏 লগতে এনেকৈ নতুন নতুন খণ্ড পাম বুলি আশা থাকিল | শেষত দুইজনলৈ পলম কৈ হ'লে ও বিহুৰ বহুত বহুত শুভকামনা জনালো.......Big 👍❤❤❤❤❤ OJAANTRIK FAMILY ❤❤❤
আযান্ত্রিকত আমাৰ লেবেল আছে। পুৰণা দৰ্শক। 1 মিলিয়নৰ পাৰ্টিত বগা চফা'ত বহিম গে।
Your channel is growing faster than corona virus🥺
😂😂
😂😂 true
R u jealous?? 😂😂
@@priancarobin2375 nah nah।। অতি কম সময়তে উন্নতি কৰা বাবে ভালহে লাগিছে😌।। মই নিজে এইটো চৌ আৰম্ভণিৰ পৰা চাই আহিছো😹
Bro
Funny af
xorotore ratipowa.....mrityunjoy kakotir gaan bhut dhuniya
আশাময় জীৱনৰ হতাশা নেওচি অযান্তিকে কঢ়িয়াই তিক্ত জীৱনৰ অতিক্ততাপূৰ্ণ গাথাঁ ৷ দি যায় বেদনা অতিক্ৰমী প্ৰেৰণা ৷৷❤️
বহুত অপেক্ষাৰ অন্তত ❤❤❤ অসমৰ উজ্বল নক্ষত্ৰ bhaskar opswel
অসমীয়া সংগীতজগত এতিয়া সুৰক্ষিত হাতত 💓
মানুহৰ আগত ojaantric ৰ কথা কৈ ভাল লগা হৈ আহিছে আজিকালি ।Bhaskar opswel ৰ নদীৰ দৰে 💚💙
মনৰ কথা & B O ৰ নদীৰ দৰে
অযান্ত্রিকলৈ তন্ময় শইকীয়াক এবাৰ মাতক। তাৰ বয়স মাত্ৰ ১৬ বছৰ। তাৰ কণ্ঠ বৰ্তমান নৱপ্ৰজন্মৰ এটি অতি চিনাকি কণ্ঠ। ৰাংঢালি,গাগৰী গানত সি নিজেই সুৰ কৰি ,নিজেই লিখি কণ্ঠদান কৰি বৰ্তমান সি এটি জনপ্ৰিয় নাম।
তাক এবাৰ অযান্ত্রিকলৈ মাতক চোন।ইমান সৰুতে কেনেকৈ ইমান ডাঙৰ ডাঙৰ কাম কৰিবলৈ অনুপ্ৰেৰণা পাইছে সেই বিষয়ে কথা পাতক।
আমাৰো ভাল লাগিব
Alakananda in his voice is Just wow🔥❤️
Please invite Bishnu Kharghoria Sir (only if his health is fine enough). Its always a pleasure listening to him. What an artiste he is!
Aiiio eai horu horu lora kita etukura etukura Hira dei ki melodious .God bless you all the diamonds of Assam aru UD aru Oasis bohut dhonyabad.
Sini nopoa face dekhi nasao buli skip maribo loislo..hathat nam tu dekhi aare bhaskar opswel dkhn🤩..nasai nowarilo..big fan of his songs💖
Muru tenekuai hoisil👍
Klanto homoi... Wao... My favorite😍😍😍
Ojaantric show. Sai bht val lage 🥰🥰
তুমি দূৰ 🔥🔥হবই. ... অধিক আগ্ৰহেৰে বাট চাই... Bhaskar Opswel pure Gem of assam.....
আটাইতকৈ ভালপোৱা যুৱ সংগীত শিল্পী জন❤️💙
Bhaskar Opswel
Sannidhya bhuyan
Sankuraj Knowr..............
Aihkolu Assamese music Industry or naykhyatra buli kow😍❤️❤️👍
Long live OJaantriC production ❤️
Kuldeep kot gol
@@parashjyotiboruah1066 Tawlok hoisa rap singer 😍❤️
Tawor dore rap singer ru ase ..... Kin2 hkolure name mention kora2 possible nhoii❤️
Hoi neki
বহুত ভাল লাগিল, ভাস্কৰে ইমান বিন্দাছ থাকে। আগুৱাই যোৱা
4barr pasot aji video2 sai complete korilu, bhaskar opswell bht besi priyo.teur kontho bohut xukiya, tupal,klanta xomoy,nodir dore ei tintita all time favorite.now tumi dur2 xuni xompurno gaan2 ketia xunibo paujen lgise. Teur ganor lyrics,music,voice ki kom.....mrityunjoy kakati r nixa nixa aru xorotore ratipuwa, xubaxhi eikeita bohut val lage.Klanta xomoi xunile monor oboxadbur akou ebar jukiyai sau..bhaskar r gaanbr only voice lyrics music karonei val lageje tene.the best part in bhaskar's song is the humming that he uses in his song..i can't compare this with others. Kiba eta bohut proxanti thake.& lastly thnx to ojaantric..bhaskarr notun porisoy eta amar agot dile.bohu kotha janilu.comment digholiya nokoru ru...100k cross kora karone akou congratulations.bhaskarr songt agor porai like comment share koru so ojaantric r presence aji nidu aru😊anyways lots of love to ojaantric family...go ahead...oasis da❤ & UD❤da...
তিনিৱো জনেই মোৰ প্ৰিয়। আপোনালোকৰ এই মানে আমাৰ এই শ্ব' টো চাবলৈ মই বহুতকে কৈছো। যেতিয়া মোৰ চিনাকী মানুহে আহ একেলগে অযান্ত্রিক চাও বুলি কয় মন ভৰি যায়। আগুৱাই যাওক, সকলো সময়তে চাম বুলি কথা দিব নোৱাৰোঁ কাৰণ জীৱন নামৰ চিনেমা খনত অভিনয় কৰোতে কৰোতে কেতিয়াবাহে সময় পাও। ❤❤
One of my favourite singer
Bhaskar opswel ❤️
ক্লান্ত সময় ❣️ উন্মুক্ত বতাহ ❣️ ৰুগ্ন হৃদয় ❣️ ৰাঙলী আকাশ ❣️🔥🔥🔥🔥....চাই ভাল লাগিল ojantrik...❣️❣️
আজিৰ খণ্ড টোত প্ৰথম অংশ অলপ বেছি গান গান হল যেন লাগিল।লগতে অলপ বেছি অপ্ৰাসংগিক কথা কিছুমান সোমোৱা নিচিনা লাগিল।আগৰ নিচিনা কিবা ভাল ভাল নালাগিল।
যিকি নহওক,আপোনালোকলৈ বহুত মৰম মোৰ ফালৰ পৰা।
সন্মুখত কিতাপ মেলি এই show টো চাই আছোঁ। ইমান ভাল লাগিছে।
ছাইকেল লৈ প্ৰেমিকা ঘৰৰ আগেদি গৈ তাইক নেদেখি সিহঁতৰ ঘৰৰ ফফৰা কুকুৰটো ও দেখিলে ও মনটো ভাল লাগে । । ৯০ দশক ।
ঘৰৰ গেট খন দেখিও ভাল লাগে দিয়া 😂😂😂
@@smritymahi1926 ভঙা জেৰুৱা খনো দেখি ভাল লাগে ।
একো নেদেখিলেও ভাল লাগে দিয়া।যিহেতু সিহতৰ ঘৰ আগৰ যে
পদূলি মূখেদি পাৰ হৈ যোৱা টোৱেই মনত এটা বেলেগ ভাল লাগিছিল❤️
বাপেকক দেখিলে এনেকুৱা লাগে কেলা এইটোৱেই এদিন মোৰ শহুৰ হব
ক্লান্ত সময়ে গাৰ নোম শিয়ৰাই দিছে ....🌼🌼🔥🔥🔥❤️❤️❤️
বহুত ভাল লাগিলে আৰু ৯০ দশকৰ যিবিলাক কথা কলে সচাকৈ ভাবিলেই কিবা-কিবি লাগে Lots of memories. .. Keep blessings grow up❤️
এই যে ভাস্কৰ গান বোৰ সচাঁকৈয়ে আগৰ স্মৃতি বিচাৰি পাইছো। আৰু চাইকেল মাৰি পুৰনা প্ৰেমিক চাবলৈ যোয়া স্মৃতি বোৰ মনত ভাহিঁ আহিছে ইউ দা মনত পেলাই দিলে।
One of my close friends recommended me to listen to Bhaskar’s songs, wow amazing voice and we have some real singing talents in Assam, also a big thumbs up to this show, thanks to Udi for wonderful hosting of this show
May Bhitalee ba's departed soul rest in peace💔
R.I.P. Ma'am 🙏
ভাবিছিলো Bhaskar দাই প্ৰগেমত গান গাব আৰু এপাক নাচিম বুলি. . কিন্তু নাপালো,,,, 😪😪
কিন্তু ojaantric r জড়িয়তে যে আজি এই আশা পূৰ হল.....😘😘😘😘😘
ভাষ্কৰ দাদাক মাতিব কৈ কৈ আজি হঠাৎ দেখাপাই বহুত ভাল লাগিছে ।ভাষ্কৰ দা কণ্ঠত একশক্তিশালী যাদু আছে।মোৰ ভাল লগা এজন প্ৰিয় গায়ক।
"Tumi dur " gaan 2 sage 100 times besi xunilu , such a melody , what a vibe 🌸🌸
Wait kari asu gaan tur babe 😊
"তুমি দূৰ" absolutely heart touching.. And last line with the tune 🔥🔥
ভাল লগা ব্যক্তিজন মৰমৰ অযান্ত্ৰিকত😍💗। UDAY দা আৰু OASIS দা লৈ বহুত মৰম❤️। ভাস্কৰ দাক অনা বাবে এতিয়ালৈকে 4k subscriber বাঢ়িল দেই😊।
He has such a soothing voice.He added his soul to the song 'Tumi dur'...and for 'Ojaantric' I would say , you guys are going great...keep growing👍
😍😍❤Oasis The voice Talukdar
হিমাংশু তালুকদাৰৰ কথাৰে আৰু ভাস্কৰ অপচৱেলৰ ৰ কন্ঠত আহিব লগা 'বষষা' গীতটিলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছো❤️🙏
Moiu Hoi, duyu khon noi , Ake log huwa gaon khn r xuwali... Morigaon ,bhokotgaon ...r... Val lagil dada bohut.. 🙏🙏 aguwai jaok aru tare Kamon...
Commentটো অলপ দীঘলীয়া হ'ব 🙂
#Bhaskar_Opswel মোৰ অপ্ৰকাশিত অনুভৱ বোৰ সিঁচৰতি হৈ থকা এটা উৎস...
তেওঁৰ “পূৱালী” এলবামটো আৰু সেই এলবামৰে “পূৱালী” গীতটো মোৰ বহুত বেছি প্ৰিয় হয়, গীতটো যেতিয়া অকলশৰে হেডফ’ন লগাই শুনো সেই সময়কনত মই সম্পুৰ্ণ ৰূপে এখন বেলেগ দুনীয়াত গুচি যাওঁ-শব্দবোৰ উফফ💚 || এই নামটো মোৰ বাবে একদম বিশেষ, আৰু বিশেষ হৈ থাকিব💜 || বাকী আহিব লগীয়া “তুমি দূৰ” গীতটোও যে মোৰ বাবে বিশেষ হৈ ৰ'ব সেইয়া নিশ্চিত, শুভ কামনা থাকিল ||
বাকী #অযান্ত্ৰিকৰ পৰিয়াল 100k জনীয়া হ'বলৈ গৈ আছে, তাৰ বাবে আগতিয়াকৈয়ে আন্তৰিক শুভেচ্ছাৰ লগতে অভিনন্দন জ্ঞাপন কৰিলোঁ ❣️ মই এই চেনলটোৰ ভিডিঅ' আচুৰ্য দাৰ ‘Dergaon’ গীতটি releaseহোৱাৰে পৰা চাই আছোঁ গতিকে মই বহুত পুৰনা সদস্য/subscriber/viewer 😁 || Oasis Da(khura) & UD da(Borta)😜😝লৈ শুভ কামনা সদায় আছে, এদিন লগ হ'ম/কথা পাতিম খাটাং🤗
মই মাজুলীৰে হয়💜
Instragram & Facebook: #lakhya.prajil.psychaea
Bohut Kom voice ase ba anekua singers ase June recording Kori jitu Gaan uliyai n live too same gai..hei quality too bhaskaror tat ase ...keep shining brother..Baki ud da moja aru ronakkk jama detain hain aap😬
oasis da ❤️😌😌
Fvrt singer❤haidina comment korisilu tauk lage buli❣️
জুবিন দাক আনক এদিন আৰু congrats for 100k family তাৰ ভিতৰত মইও এজন হব পায় বহু সুখী 😊😊
আগুৱাই যাওক অযান্ত্রিক ...
সহজ, নিবিড়, নিভাঁজ, একক আৰু অনন্য ...ভাস্কৰ অপচোৱেল❤
উদয়ন দা আৰু অ'ৱেছিছ .. শুভেচ্ছা যাচিলোঁ ❤
"Nodir dore"was just awesome 🥰🥰🥰
Tumi door is became a masterpiece in our industry 🔥🔥🔥
100k 😍😍😍😍❤️. Congratulations in advanced
জীৱনৰ বহু আনন্দ পাই গলো দেই দাদা তোমালোক সঁচাকৈ বহু বহু সুখী হোৱা আৰু এনেদৰেই সকলোকে আনন্দ দি যোৱা ,,,,মই লাক্ষীমপুৰৰ পৰা মৰম যাছিলোঁ❤️
Emn dhunia BHASKAR opswel r hahi tu❤️❤️❤️
Ohh... 1 hour.. It's nice to see new faces here..
"Klanto xomoy" is special and it's my favourite..
And 100k will complete within 24 hours
Mal tu ahi gol❤️❤️...bht din pa roi asilu...
Atiya main jnk lge zubeen da❤️❤️...
Much love and respect to Ojaantric for doing these podcasts ❤️
Bhaskar Opswel🌸
বহুত প্রিয়❤️❤️
Tq so mch both of you ... Bhaskar ok finally invite korile ...
Thank you so much for this beautiful show. Because of you,getting to know about so many young talents from my land which is otherwise not possible for people like us who lives overseas.
Sivasagar buli kowte UDY dai Oasis dar fale dia look tu vl lagil.❤️
QNA video বহুত ধুনীয়া হৈছে দেই , UD তোমাৰ চাকৰিতো যাব চাগে ( এনেই কৈছোঁ দেই ) 😃
100k hoi gol Oisis da ,Uayan da lgte ojantic team congress....
Best wishes thakil bhashkar dada.. Tumar klanta xomoy gaan tu huni hepah nopolai.. Aguwai juwa aru jibon t aru dhunia dhunia aagbohai diya..
my goodness that one of the sweetest voices I have heard in a while!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!
ভাস্কৰ 😍😍 বৰ মৰম লাগে অ ল'ৰাটি 😌😌
MOST AWAITED PODCAST🤩😍😍😍😍😍
Ki buli Kom brother koboleo othereo vakha heruwaise...... Ekdum jui 🔥🔥🔥 logai Disa aru... Awesome
❤❤❤wow .... biratei val lge dei..xkolo gan xuno tumar.
Stay safe UD, OT.... Long live Ojantric
22:25 Oasis Dai Jegat Dhre Ekdm😂💙
100k subscribers!
You guys made it!
Long way to go and thank you for 'Ojaantric'
Hdai sau prgm2.aji bht bsei vl lgil bht hahilu.. Vl lgil.... Udoy da usrt bhi thka dda jonk bht vl lge ❤❤
Hosa orthot ojaantric eta onusthanloi oha okritim lora tu😍.... Aru oasis dar hahie hunote huoga sorai😘😘
I don't know when waiting for the new episode of Ojaantric became my 'nisa,'.... Hoping for 100k soon... ❤️
❤😍অযান্ত্ৰিক সদায় ধুনীয়া❤
Most awaited guest ♥️♥️in ojantric
Ojaantric ৰ বিষয়ে মই আগতে জনা নাছিলোঁ।
Infact এইবোৰ চাই থাকিবলৈ ইমান সময়ো নাপাওঁ মই। কেইদিনমান আগতে বন্ধু এজনে Recommend কৰিলে, আজৰি সময়ত চালোঁ।
To be honest চাই ইমান ভাল লাগিছে, এতিয়া Ojaantric ৰ প্ৰথম Episode ৰ পৰা এটা এটা কৈ চোৱা আৰম্ভ কৰিছোঁ।
আগলৈ আৰু বেছি আগবাঢ়ি গৈ থাকক - শুভ কামনা থাকিল।
' tumi dur ' waw really speechless...
আমাৰ অযান্ত্রিক 100k হোৱাৰ দিশে ,, ৱাহ ভাললাগি গৈছে ..oasish da and udi da ❤️💙❤️
Oasis's Voice ❤️
49:41 next level ❤️
Bhaskar voice aru kotha xosai bor val lge aguwai jua aru❤️❤️...
পৰিস্থিতি যিয়ে নহওঁক UD দা মেহফিল বনাই দিব জনে অইই 🥰🔥🔥
Congratulations for 100k subscribers ❤️
His voice is so soothing 😍 one of my fav singer...
M watching dis after 1 year and.. yes it's refreshing my mind ❤️.. Bhaskar da.. alakananda
Nodir dore mur most fav hoi 🥰🥰🥰
I am big friend from ojantric.. All show s saisu, utpal das r ata interview hola vl hoi aru