Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অতি সুমধূৰ
খুব ভাল লাগিল।নাম নিজে ৰচনা কৰি পৰিবেশন কৰাটো সঁচাই প্ৰশংসনীয়।
এনে সুমধুৰ গীত আগেয়ে কেতিয়াও শুনা নাছিলো ।আই আপুনি গীতটি ক'ৰপৰা সংগ্ৰহ কৰিলে জনাবচোন ?
ধন্যবাদ জনালোঁ। গীতটি মই নিজে লিখিছোঁ। সৰুতে শুনা বুদ্ধদেৱৰ কথা বোৰ মনত কৰি লিখিছোঁ। কিবা হৈছে নে হোৱা নাই নাজানো আৰু।
গীতটিত সচাঁই নাৰায়নৰ মহিমা ফুটিছে আৰু সুৰ শুৱলা শুনিলো ।অতি সাদৰৰ গীত পালোঁ ।এনে সৃষ্টিৰ কাৰণে সচাঁই আপুনি ইশ্বৰৰ অনুগ্ৰহ আৰু মহাপ্ৰভুৰ কৃপাৰ পাত্ৰ এতেকে আমিও আপোনালৈ সেৱা জনালোঁ কৃষ্ণ ।
আপোনাক আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালোঁ। আশীৰ্বাদ কৰিব যাতে আগলৈ আৰু এনেকুৱা নাম ৰচনা কৰি পৰিৱেশন কৰিব পাৰো। 🙏🏻
@@sadhanasarma115 বিশ্ব ব্ৰহ্মাণ্ড ভেদি যোৱা সচৰাচৰ সকলোৱে নোগোৱা গোবিন্দৰ গুণ নাম আগলৈ নিশ্চয় সৃষ্টি কৰিব আৰু গাই যাব বুলি মনে ধৰিছে ,এতেকে মহাপ্ৰভুৱে নিশ্চয় কৃপা কৰিব হৃদয়ৰ আন্তৰিক সেৱা জনালোঁ ধন্যবাদ ।