সাংসদ গৌৰৱৰ গগৈৰ আক্ৰমণত থৰকাছুটি এৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
HTML-код
- Опубликовано: 5 сен 2024
- 📌 যাচী কীলহে খালে প্ৰধানমন্ত্ৰী মোদীয়ে!
📌 সাংসদ গৌৰৱৰ গগৈৰ আক্ৰমণত
📌 থৰকাছুটি এৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
📌 গৌৰৱ গগৈয়ে দিয়া চুঙা চাই সোপাত
📌 সংসদত ভাষণৰ মূল বিষয়ে যতি পৰিল
#PMModi #GauravGogoi
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
Thank you Gaurav gogoi ji
বঢ়িয়া নিউজ দিছে দেই
Gohurab gogoi zindabat
অসমৰ ভৱিষ্যৎ জীৱনৰ এজন সচেতন সংসদ
জয় শ্ৰী ৰাম বুলি কলেই দেশৰ উন্নতি হ'ব, শিক্ষা স্বাস্থ্য অৰ্থ এইবোৰ নহলেও হব
Gotekhini thik soliace kintu Rakesh pal hote A.P.S.C scam koribole bat bisari nupua hoise
Fokotiya kotha koi luv nai toomi nijehh buji lowa
তেনেকৈ নকবা মামা আৰু অন্ধ ভক্ত সকলে বেয়া পাব।
মামাক আমি চিনি পায় গৈ চু, কিয়া হিন্দী কেইটা হাই, কীতনা আটচা ফুলেন ইংৰাজী স্পিক্তা হায় 😊😊😊 ।
নৰেন্দ্ৰ মোদীৰ ভৰি চুই থকা যেনে হে লাগে । আৰু কিছুমান বহুৱালি, যেনে, কোনোবা মিয়া পোৱালি কিছুমানক হেলিকপ্টাৰত উঠাই চে, নাচনিৰ ওচৰলৈ মঞ্চৰ পৰা জঁপিয়াই দিছে, এগাল মাণ গাভৰু আনি বিহু নচাই মডিক আমোদ দিয়াইছে, ঘিনিছ বুকুত নাম উজ্বলিছে,😊😊গোৱাহাতীৰ পৰা মিয়া ছফা, আৰু বহুত,
অসম বাখিয়ে ভাল ধেমেলীয়া মূখ্য মন্ত্ৰী এটা পাইছে । ক্ষমতা পাই বলিয়া হৈছে,আঙুৰ লতা নিছিনা।
❤
Good News
Very good
গৌৰব গগৈৰ দৰে সৰব আৰু বাগ্মীতা সম্পন্ন ব্যক্তিক যি সমষ্টিতে প্ৰাৰ্থিত্ব নিদিয়ক কিয়, সেই সমষ্টি বাসীয়েই ভোট দি জয়যুক্ত কৰিব লাগে।
Tente kiyo akol Nagaot pathita bisarise.......? Lakhimpurat kheliboloi pathiai diya sai lou.
অসমৰ গৌৰৱ গগৈ অসমৰ গৌৰৱ, অসমৰ কোন জন সাংসদ আছে গৌৰবৰ দৰে সাহসী।
নৰেন মুদৈয়ে ইংৰাজী জানে, অসমিয়া জানে, সি বঙালিও কব নেজানে 😅😅😅 কেইটামান বাক্য পাঠ কৰিয়ে চলি আহিছে। Ex* ভাই ও ভণিও, কান খোল কৰ চুনিও, ~~~😊😊
Right
@@bkp9774কৰবাত এখন meeting ত এজন মন্ত্ৰী তেওঁ Wife r সৈতে বহি আছিল,তেওঁ সন্মোধন কৰিছিল Mr And Mrs টো মিছেছ নহয় আকৌ তেওঁ কৈছিল এমআৰএছ,,,,,এইয়া ই ভাৰতৰ প্ৰধান মন্ত্ৰী😅
সংসদত গৈ কথা নোসোধা, মনে মনে বহি থকা MP বোৰক ৰাইজে এইবাৰ বয়কট কৰক
একমত
Aburak bidaidik
Good news
Nice
Very good reply by Gogoi.
Future leader ,very good.👍👍👍🙏🙏🙏
গৌৰৱ গগৈ লৈ অশেষ ধন্যবাদ কংগ্ৰেছ জিন্দা বাদ ।
🎉BJP. zindabad
I❤ Akhil Gogoi ,Luin Gogoi,Garab Gogoi ❤
@@jayantasonowal1753 বিজেপি আৰু আৰ.এছ.এছ মূৰ্দাবাদ ।
নামতহে গৌৰৱ 😂😂😂
Soku mudi thoka Modi bhakt.
গৌৰৱ গগৈৰ এক উজ্জ্বল ৰাজনৈতিক ভৱিষ্যত আছে
🤣🤣🤣
Gourav Gogoi ❤❤❤❤
অহা নিৰ্বাচনত ৰাইজে. মাননীয় গৌৰব গগৈ ৰ দৰে লোকক ভোট দিয়ক আৰু নিৰ্বাচিত কৰক l
বিধান বৰুৱা পদ্ম লোচন দাস, ৰামেশ্বৰ টেলী এনেকুৱা অকৰ্মণ্য মানু্হক ভোট দি লাভ নাই l
🙏🙏🙏👍👍👍
মুদী চুঙা চাই সোপা দিয়াৰ বাবে গৌৰৱ গগৈ ধন্যবাদ
Narendra Modi BJP Hatao
Gaurav gogoi well done👍
Gogoi good
সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া হৈছে বৰ্তমান সময়ত অসমৰ একমাত্ৰ বলিষ্ঠ কণ্ঠৰ অধিকাৰী হোৱাৰ লগতে অসমৰ একমাত্ৰ গৌৰৱ । গৌৰৱ গগৈৰ বাহিৰে যি দলৰে নহওক কিয় অসমৰ এজনো সাংসদে আজিলৈকে অসমৰ বিভিন্ন সমস্যাৰ বিষয়ে দিল্লীত এষাৰো মাত মাতি পোৱা নাই আৰু এইখন মোদীৰ বিজেপি চৰকাৰে কিবা এটা কোৱাৰ ভয়ত আজিলৈকে সংসদৰ মজিয়াত এষাৰো মাত মাতিবলৈ সাহস কৰা নাই কিন্তু অসমৰ একমাত্ৰ সাংসদ গৌৰৱ গগৈয়েহে অসমৰ সকলো সমস্যাক লৈ সংসদৰ মজিয়াত সকলোৰে আগত সদায় নিৰ্ভীক,নিৰপেক্ষ,সততা আৰু বলিষ্ঠ কণ্ঠৰে তেওঁ সদায় মাত মাতি আহিছে,সেইকাৰণে গৌৰৱ গগৈ দেৱক লৈ সঁচাকৈয়ে আমি সদায় গৌৰৱ অনুভৱ কৰো । মোদী,বিজেপি মূৰ্দাবাদ,সাংসদ গৌৰৱ গগৈ জিন্দাবাদ,ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ ।
গৌরব গগৈ অসমর গৌরব
Gourob gogoi r joy houk hokolute
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দুষ্ট প্ৰবৃত্তিৰ দাসত্ব স্বীকৃত হ'ল নিজেই এতিয়া অচিৰেই কুফল প্ৰাপ্ত হ ব।
❤
Good 👍
MP of 14 numbers in loksabha represented but most of MPs are silent in question hours,why peoples of assam vote them now time is ahead to realised.
Right question brother, 6:01
জয় গৌৰৱ।
Gaurav Gogoi Zindabad.
Every politicians should be a well educated person
Very good news ❤❤
I am proud of Gaorub Gogoi who is belong from Assam MP son of former chief minister of Assam Tarun Gogoi
BJP hatao desh bachao Modi hatao Bharat bachao
গগৈ ডাঙৰীয়া ধন্যবাদ ।চুঙা চাই সোপা দি দিলে ।
আনুষ্ঠিক শিক্ষাৰ প্ৰয়োজন
Gaurav gogoi good leader of Assam
❤❤❤❤❤❤
Good news 👍
Very good ledar gaurv gogoi next Cm of Assam
মোদী হাটাও দেশ বচাঁওক। 😅😅😅
Gourob Gogoi jindabad
Gourav gogoi zindabad congress party zindabad
Goodnews
Gourob Gogoi amar akhomot gourob
Modi should learn from Gogoi
What 😂
Gourav gogoi bharatar bhabichyat
এটা চাহ দোকানী ভাৰতৰ প্ৰধান মন্ত্ৰী ভাবিলে লাজ লাগে ।
মাননীয় বলেন দাস ডাঙৰীয়া কথা টো এনেকুৱা কোনো এক সময়ে এজন লোকে দূৰ যাত্ৰা কৰোঁতে লগত কেইটামান ৰুটি লৈ গৈ থাকোঁতে হঠাতে কৰবাৰ পৰা এটা কুকুৰ তেওঁক পিচাকৰেআৰু মাজে মাজে বাটৰুৱাৰ সন্মূখত গৈ কান্দে।বাটৰুৱা জিৰণি ল'বলৈ এঠাইত বহতে কুকুৰ টো বেছি কৈ কান্দিবলৈ ধৰাত বাটৰুৱায়ো কুকুৰৰ ভৰিত ধৰি কান্দিব ধৰিলে তাকে দেখি আন এজন বাটৰুৱাই কুকুৰৰ। আন এক ভৰিত ধৰি কান্দিবলৈ ধৰিলে এনেকৈ কুকুৰৰ চাৰিটা ভৰিত ধৰি যেতিয়া চাৰিজনক কন্দা দেখা পাই যিমান মানুহ আহে কুকুৰৰ ভৰিত ধৰি কন্দা মানুহৰ ভৰিত ধৰি কান্দিবলৈ আৰম্ভ কৰে। এনে কৈয়ে দেশৰ মানুহ কুকুৰৰ ভৰিত ধৰি কন্দা যেতিয়া জ্ঞানী এজনে দেখা পাই সোধ পোছ কৰোঁতে এজনে আনজনৰ খন্দা চাই কান্দি থকা বুলি কয়। অৱশেষে বাটৰুৱাক সোধোতে গোটেই আচল কথাটো ওলাইছিল জ্ঞানী জানে বাটৰুৱা জনক ক'লে কুকুৰ কান্দে ৰুটিৰ বাবে কুকুৰক ৰুটি দিলে ৰুটি খাই গুচি গ'ল হেঁতেন।
🙏👍👌👍👌✔️
Good
Gaurav Gogoi jindabad
One should see what he or she does and a good man or woman must follow what is practical and acceptable for all. Criticising others is simply the symbol of weakness of preacher or preachers.
1
MA passed kori BA passed kora p m
Gourav gogoi zindabad
👍👍👍👍👍👍👍👍👍👍👍
Very. Nice. Video
Congress Zindabad Only
nice.
Moi kintu Modi jir u vokto nohoi dei...development india dekhiboloi puwa ajon bortomanor lora....jitu 2000 to 2015 loike dekhiboloi besi nhoi aku besi ye dekha nasilu...
Dada mojja
Jasi kil nakhay .khuji kil khay .
Nai modi ji bahut oversmart 😂 kaakuke kerep nakare🤣🤣he is all right no confused 😮
Gourav Gogoi ,a prospective excellent political leader
Vote for 🤚(kune kune hator sobi...like eta kori dibo)
গৌরবগগৈ অসমর ধুরব তরা কঙগেছ্ যিনদাবাদ
Future c m gagoi.
Therefore every politician should be well educated .
B J P Go Back
We are Northeast people proud with great GG.Best always good better best.
ধন্যবাদ থাকিল গৌৰৱ গগৈ ডাঙৰীয়ালৈ।
Do not compare gaurav with modi. People will laugh.
জনসাধাৰণক বিপথে পৰিচালিত কৰা মাধ্যম।
Gourob gogoi is a genius m.p. go ahead
Gourav gogoi best politica leader in assam
BJP Jindabad Modi ji Jindabad
Miya party jindabad
হিন্দু বঙালী পাৰ্টি বালজেপি মূৰ্দাবাদ ।
Aitu ki channel oh Bangladeshi News Channel nki 😊😂😅😮
তই নিজেই বাংলাদেশী নেকি পোৱালী ?😊
Modiji best best .best .
Gourav good zindabad congress zindabad
Next cm
Report North East now...😂😂😂😂😂😂😂😂 ...o ai bor beleg hur dile ai jonai....
Proud moment for the young juba neta lucky for Assam in general and india in particular for his oratorial and fluency in speaking English and Hindi has a bright future and command for the responsibility given by the Congress party as seen in parliamentary debate after Hem Barua
Chinese products were actually good 🙈🙉🙊
ই নিজকে জ্ঞানী বোলি ভাবে।
misha
আমি দেখোন এনেকুৱা দেখাই নাই 😂😂😂😂
কাৰণ তহঁতি গোবৰ ভক্ত যে সেইকাৰণে একো দেখা নাপাও নেকি ?
@@alokdutta5907 এইটো আমাৰ নিজৰ বাছনী হয় তোৰ কোনো অকাদ নাই কাৰোবাক আঙুলি তোৱাবলৈ 😂
কোনো ডাঙৰ কথা নহয় ?হলেও বিশ্বৰ নেতা ।
Very good G, Gogoi.
ই অসমীয়া জানে, হিন্দী জানে, ইংলিছ জানে, বঙালী জানে, ই একোৱে নেজানে, গৰু এটা, জুবিনৰ লগত থাকিলেই জুবিন গাৰ্গ হব নোৱাৰে 😊😊😊
Rijiju the ultimate clown face 😂😂😂😂😂
😮😮😮😮😮😮
Congress partyr lidai kiyo.. Joi Sri Ram... Kobo nukhuje.. Buji pua nai
Bohu bolki ! Unnecessary kotha Koi thake
Missolia PM Of India Don't believe Him
Pradhan mantry r sharam nai
মদীৰ সন্তান থাকিলেহে পৰিয়া কন্দ হব ৰাজনীতি
সুবক্তাই ইংৰাজী ক'ব নোৱাৰে ।
ফতা ঢোল বজোৱা চৰকাৰে সদায় ফতা ঢোলেই বজোৱাকাম।