হাইজেক কৰা মালবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

Поделиться
HTML-код
  • Опубликовано: 23 июн 2024
  • ▶️হাইজেক কৰা মালবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত। পুৱতি নিশা ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত চাঞ্চল্যকৰ ঘটনা। ট্ৰাকখন হাইজেক কৰি নিবলৈ লওঁতেই সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত চালক-হেণ্ডিমেনক এৰি পলায়ন অপহৰণকাৰীৰ। খাৰুপেটীয়াৰ পৰা আগৰতলালৈ ৰঙালাও লোড কৰি গৈ আছিল ট্ৰাকখন।

Комментарии •