Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Bohut val lagil ❤❤❤ love from naharkatiya ❤❤❤
❤❤❤❤
ভাল কৰিলে অসম কংগ্ৰেছে ,সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিলে, মই ব্যক্তিগত ভাৱে শলাগ লৈছো । মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে ভাবিব কোনে নো কোৱা অ অসমীয়া, ভাবিব কোনে নো কোৱা । তেওঁৰ গানত কৈ গৈছে মই বা আমি অসমীয়া বুলি বুকুত হাত থৈ কোৱা এজনো অসমীয়া নাপালে । সেয়েহে কব সুজু ককাই কোৱা দৰে মই আহোম মই চুতিয়া মই কাৰ্বি মই মিছিং মই কছাৰী মই কোঁচ কলিতা কৈৱত্য ,ৰাভা ,বড়ো ,আদিবাসী চিনাকি নিদি সকলো আমি অসমীয়া বুলি বুকুত হাত থৈ কোৱা কথা ককায়ে কৈ গল । বেলেগে বেলেগে চিনাকি নিদি সকলো আমি অসমীয়া বুলি অসমত একটা এনাজৰীৰে বান্ধ খাই অসমখন আগবঢ়াই নিবলৈ গানৰ জৰিয়তে আমাক জনাইছে । ককাই অমৰ হওঁক ।জয় আই অসম ।
সুন্দৰ মন্তব্য আগবঢ়াইছে।
Nice video sharing ❤❤