দলৰ নেতৃত্বৰ বিৰুদ্ধে পুনৰ সৰৱ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মা

Поделиться
HTML-код
  • Опубликовано: 4 май 2024
  • বঙাইগাঁৱৰ ফণীভূষণৰ ঘৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বোন্দাপৰ দিও প্ৰাৰ্থীজনৰ সাক্ষাত্‍ নাপালে নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই। বিজেপিৰে এক শক্তিশালী প্ৰক্ৰিয়াৰ বাবেই ফণীভূষণ চৌধুৰীক সাক্ষাত্‍ পোৱা নাই বুলি দাবী অশোক শৰ্মাৰ। লগতে দলৰ নেতৃত্বৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল প্ৰাক্তন বিজেপি বিধায়কজন।_______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Комментарии • 36

  • @mau28178
    @mau28178 Месяц назад +13

    Congress zindabaad

  • @LuisKachuwa
    @LuisKachuwa Месяц назад +10

    Congress ❤❤❤🎉🎉✋✋💪💪

  • @DipakDas781
    @DipakDas781 Месяц назад +11

    বৰ বেয়া কথা হ'ল ।

    • @bkp9774
      @bkp9774 Месяц назад +2

      ভালেই হল, ভালেই হল ~~~ জীয়েক বোলে পলাই গ'ল । গাঁৱৰ ডেকা কেইটা বাছি গ'ল ।😊😊😊 ভালেই হল বাছি গল 😊😊😊

  • @pgoswami5378
    @pgoswami5378 Месяц назад +8

    পোনপতীয়াভাবে বিজেপিক টিকটটো দিলে বৰপেটাত জিকাটো
    সহজ হলহেঁতেন বুলি ৰাইজে ভাবিবলৈ লৈছে।মিত্ৰদল এজিপিক
    সমষ্টিটো এৰি দিয়াত যথেষ্ট প্ৰতিদ্বন্দিতাৰ সন্মুখীন হব লগা হৈছে।চিপিএম ৰ প্ৰাৰ্থী গৰাকীয়ে
    যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
    কংগ্ৰেছেও অৱশেষত ভালেই প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সক্ষম
    হব বুলি ৰাইজৰ মাজত আলোচনা
    হৈ আছে। মুঠতে তিনিকোণীয়া প্ৰতিদ্বন্দিতা হলেও চিপিএমৰ প্ৰাৰ্থী
    গৰাকীৰ সম্ভাৱনাই অধিক বুলি ৰাইজে ভাবিবলৈ লৈছে।

  • @medinitalukdar4873
    @medinitalukdar4873 Месяц назад +1

    কংগ্ৰেছ জিন্দাবাদ... কংগ্ৰেছ জিকিবই।

  • @gh12138.
    @gh12138. Месяц назад +2

    Right kotha koise

  • @MagneticShock-me5kk
    @MagneticShock-me5kk Месяц назад +3

    এটা কথা মনত আছে যে কংগ্ৰেছে ও বহুতো হিতাধীকাৰী সৃষ্টি কৰিছিল তথাপিও ২০১৪ চনত জিকিব নোৱাৰিলে।অকল lower আৰু upper মানুহ খিনিক লৈ অংক কৰিলে অংক ভুল হ'ব। বৰ্তমান সময়ত middle মানুহ বোৰ মৰি আছে। সেই মানুহ খিনিয়ে বিজেপিক ভোট নিদিয়ে।

  • @KumarDhirendraNarayanDev
    @KumarDhirendraNarayanDev Месяц назад +2

    Congress Zindabad আপোনাৰ ভোট তো কংগ্ৰেছৰ চিহ্নৰে মাৰি দিয়ক শৰ্মা

  • @dipankarkalita6515
    @dipankarkalita6515 Месяц назад +3

    Thik kotha koise

  • @axomiyaloraa.l
    @axomiyaloraa.l Месяц назад +1

    Barpetat foni kuno faktor a nhy

  • @TarunPayeng
    @TarunPayeng Месяц назад +2

    100% right

  • @narayandasnarayandas1300
    @narayandasnarayandas1300 Месяц назад +1

    Next. P m shukur. Aali hobo

  • @user-gu1kz9vi1m
    @user-gu1kz9vi1m Месяц назад

    অসমত আগতে কেইখন আসন আছিল আৰু এতিয়া কেইখন আছে। গতিকে এতিয়া আগতকৈ ভাল হৈছে নে বেয়া হৈছে।এইজন হৈছে BJP দলৰ মোস্ট এজন লুভি নেতা।কাৰণ এইজনক টিকট নিদিয়াৰ কাৰণে এনেকৈ কৈছে আৰু টিকট দিলে আজি ভাল বুলি কলহেতেন । এতিয়া ৰাইজে কোক এই জন লুভিযা নেতা হয নে নহয়।

  • @jintumili1955
    @jintumili1955 Месяц назад +2

    RAHUL GANDHI ❤❤❤❤❤❤❤

  • @Danirojasfc6
    @Danirojasfc6 Месяц назад +1

    Absolutely right sir 👏

  • @pabinsarma2989
    @pabinsarma2989 Месяц назад +1

    Good morning, sir

  • @user-zy2vp9is2w
    @user-zy2vp9is2w Месяц назад

    সেৰি ডাঙৰীয়া আপোনি নেজানেনিকি পূৰনী সোনৰ যে দাম নাই নতুন লাগিলে পিতলেই হওক দাম আছে। আপোনি বৰ বেছি উপৰ মাল নহয়।

  • @Mintunath1234
    @Mintunath1234 Месяц назад +1

    Khakaluya buja ushit kot vote dibo

  • @halimabegum9484
    @halimabegum9484 Месяц назад

    C.M yeme okole B.J.P solai ase Axomot .bakiborok namot bivag 1ta di montry bonai thoise .

  • @assam2006
    @assam2006 Месяц назад

    এতিয়া ষ্টেচনত চাহৰ দুকান দিয়ক P.M. হৈ যাব।

  • @Bnb717
    @Bnb717 Месяц назад

    😂😂😂❤❤❤

  • @Danirojasfc6
    @Danirojasfc6 Месяц назад

    #ভুল কৈ কৈছে ডাঙৰীয়াই....
    মাতিলে ভোজলৈ যাবা।
    নামাতিলেও ৰণলৈ যাবা।
    জয় আই অসম।

  • @monalishasaiki7842
    @monalishasaiki7842 Месяц назад

    Apuni congrest jug dibo lagichil apuni agate ai abhijug anibi lagisil

  • @budheswarsaikia3103
    @budheswarsaikia3103 Месяц назад

    Sadhutu bea hoise beta.

  • @kamal__22
    @kamal__22 Месяц назад

    Ashok sarmat koi jayanta malla bahut bhal ashok sarma ata garu asil

  • @prabinkakati5395
    @prabinkakati5395 Месяц назад +1

    পুৰণি পুৰণি বুলি কি আল বাল বকি আছা।গছ নোহোৱা দেশত এৰাই বদগছ হৈ আছিলিটো এসময়ত। পুৰণি বুলি তহতক সদায় ধূপ ধূনা দি আৰতী কৰি থাকিব লাগে নেকি। আৰু এটা হৈছে। ৰাজেন গোঁহাই মৃত্যুৰ আগ দিনা লৈ MP হৈ থাকিব লাগে । বাকী বোৰে ঘোঁৰাৰ ঘাহ কাতি থাকা।

    • @banjitchangmai4047
      @banjitchangmai4047 Месяц назад +3

      মাৰ মূৰটো

    • @mrinmoychakraborty8426
      @mrinmoychakraborty8426 Месяц назад

      Ketiyaba dolor xongothonor hoi kam kori paiso ne?? asolote toi puwa nai pale aibor kotha nokoli hoi

    • @mridulsarma3894
      @mridulsarma3894 Месяц назад

      😂😂😂😂😂​@@banjitchangmai4047

    • @mridulsarma3894
      @mridulsarma3894 Месяц назад

      😂😂😂😂😂😂

    • @prabinkakati5395
      @prabinkakati5395 Месяц назад

      @@banjitchangmai4047 কোন অ তই বালৰ ভাই