Aasolote tumi hasai telent,, tomar kotha bilak khub val lage.. Tumi je kowa "AASOLOTE" ai habdato khub val lage. Tomar kothat ahangkar vab nai, aito tomar ek no telent.. God blease you....
Dritiraj da tumar kotha.... Tumar smile..... Tumar behaviour.... Tumar gan mur bohut prio.... Mur name moromi..... Dritiraj da.... I want to be like you..... God bless you.... 😊😊😊
2mi xoxa talent o bht vl lgise 2mr kthat kiba 1ta ase 2mk ke moi bht senior 2mr ktha xuni bht inspire hyse o.vogbne 2mk vale rakhok ma deutak jiman vl pau tar xoman 2mk vl paisu vl hok 2mr jibn bro.i love you so much
Dititaz tumar kotha bilag bht val lage .....aru an afale buri2k olpo val nlge tar ji he gopos Diya kotha.....2mi aguwai jowa dititaz mor akha thakil.....aro moti ji kore Kori thakok
I m simply mesmerized with his humility wisdom brilliance and multitalented facet which reflects his best upbringing by his parents ....you are undoubtedly an inspiration for many and an asset to d society....Heartiest Congratulations beta....and all the very best for all your future endeavors.....keep glowing ....keep shining....May Almighty bless you alwayz
সাধনা দেৱী আৰু ধৃতিৰাজৰ মাজত বহুত পাৰ্থক্য আছে❤️,
ধৃতিৰাজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
সাধনা ই Guinness World record bhangile
সাধনাৰ ক হব atya
100% agree
আকাশ পাতাল পাথক্য আছে। ভগবানে কোশলে ৰাখক ধৃতি।
@@Tympass07-rc7vt um thik koisa.❤️
ধৃতিৰাজ, তোমাৰ হাঁহি, তোমাৰ কথা, তোমাৰ গান- এই সকলোবোৰ মোৰ প্ৰিয়....আগুৱাই যোৱা তুমি...বহুত মৰম তোমালৈ😌😍
Line নামাৰিলে হল আৰু🤣
OI ᗰOᒍᗩ
Hi
ধৃতিৰাজ তোমাৰ গান শুনি মই পাগল হৈ গৈছো। পঢ়া শুনাৰ লগত স্ংগীতো জীয়াই ৰাখিছা।মানুহে কৰিব খুজিলে সকলো কৰিব পাৰি, তুমি তাৰে প্ৰমাণ।
2mk dekhile eta maramiyal hru eta mnle ahe.....2mi aguwai jua
ᗩ ᗰOᒍᗩ
❤
ল'ৰাজনৰ কণ্ঠতো বহুত ধুনীয়া । সঁচা অৰ্থত প্ৰতিভাশালী ল'ৰা এইজন । এদিন অসমবাসীয়ে এই ল'ৰাজনক উচ্চ স্থানত নিশ্চয় দেখিব ।
এনেকুৱা প্ৰতিভা থকা লৰা আমাৰ দেশত ভৱিষ্যত , ভগৱানে আৰু আগবঢ়াই নিয়ক আগলৈ।।
2 Jubin
ধৃতিৰাজৰ পিতৃ-মাতৃ লৈ মোৰ মৰম আৰু শুভেচ্ছা দিলো। মই ভাবো আপোনালোক সফল ব্যক্তি।বাবাটোক আকৌ যত্ন কৰক সি তাতে আগুৱাই যায়।
Naba kalita দা , আপোনাক প্ৰণাম আৰু আপোনাৰ লৰালৈ salute . বহুত শুভেচ্ছা থাকিল অনাবিল আনন্দ পালোঁ আপোনাৰ লৰাৰ প্রগতি দেখি আৰু আপোনালোকৰ দায়িত্ব বোধ দেখি . প্ৰণাম
ভাইটি তুমি গাৰ নোম ঠিয় কৰাই দিলা হে। 😊❤️ পঢ়াৰ সমান্তৰালকৈ তুমি সংগীততো বহুত ভাল। ভগৱানে তোমাক কুশলে ৰাখক। ❤️
Right 🔥
right 👍
Hosa 🔥🔥
Right
Xosake😌
তুমি সচাই সুন্দৰ সুৰ অধিকাৰি। জুবিন দাই শুনিলে বহুত ভাল পাব, শুনি থাকিব মন যায়।
সুন্দৰ গাইছে ধৃতিৰাজে সকলো পিনৰ পৰাই আছে তেওঁৰ কৃতিত্ব কথা বতৰা ভাই ভনীৰ মৰম তথা উপলব্ধি সকলো ভাই ভনীৰ বাবে অনুকৰণ কৰিব লগা তেওঁ লোকৰ পিতৃ মাতৃক মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ
দৰং জিলাৰ গৌৰব ধৃতিৰাজ বাস্তৱ কলিতা। ভাইটি তুমি এনেদৰে আগবাঢ়ি যোৱা।
ধৃতিৰাজৰ কথাত হৃদয় চুই যায় । ২ জনকে বহুত শুভেচ্ছা জনালোঁ । উজনী অসমৰ মৰম লগা ভন্টী চেৰি গোঁহাইকও এই মঞ্চত দেখা হ'লে সুখী হ'লো হেতেন ।
ইমান সৰলমনা কোমল অন্তৰৰ লৰাজন।বহুত ভাল লাগিছে ধৃতি বেটা তোমাক।ভগৱানে তোমাক আৰু সফলতাৰ মুখ দেখুৱাওক ।তেওঁৰ পিতৃ-মাতৃ কিমান যে ভাগ্যৱান...
GOOᗪ
তোমাৰ আত্মাত সৰস্বতীৰ বাস আছে ধৃতিৰাজ.কুশলে ৰাখক দুয়োকে আৰু আগুৱাই যোৱা দুয়ো.
সঁচাকৈয়ে,ধৃতিমান তুমি অনন্য। ঈশ্বৰে তোমাক অসমৰ গৌৰৱ কৰি তোলক।
Telent সদাই তেলেন্তেই পঢ়া শুনাই হওঁক নতুবা সংগীতে ই হওঁক, কেৱল লাগে অদম্য স্পৃহা,সঁচাই প্ৰতিভাবান লৰা ধিতিৰাজ।👍👍
তোমাৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিছো ভাইটি❤❤🎉🎉
সকলোকেইটা শ্ৰেস্ঠ ভাল গুনেই আছে তোমাৰ গাত ধৃতিৰাজ ৷ভগৱানে তোমাক সকলোতে সহায় কৰি আগবঢ়াই নিয়ে যেন ৷ভগৱানে সকলোকে এই গুনবোৰ নিদিয়ে ৷পিতৃমাতৃও নিশ্চয় অতি ভাল ব্যক্তি ৷
ইমান ধুনিয়া কণ্ঠ। ইমান ধুনিয়া কথা ।তুমি কথা কলে শুনি থাকিবৰ মন যায়।
Aasolote tumi hasai telent,, tomar kotha bilak khub val lage.. Tumi je kowa "AASOLOTE" ai habdato khub val lage. Tomar kothat ahangkar vab nai, aito tomar ek no telent.. God blease you....
#𝐴𝑠𝑜𝑙𝑜𝑡𝑒#
Asolote
Really
Aasolote 💓
সঁচাকৈ😊
দুয়ো মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা আৰু সাধনা দেৱীলৈ অলেখ অযুত হিয়া ভৰা শুভেচ্ছা আৰু আশীৰ্বাদ জনালো।🙏🙏🙏🙏
ধৃতিৰাজ তুমি বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। আগুৱাই যোৱা তুমি। বহুত মৰম আৰু শুভ কামনা 👍
মনত পৰিছে বা সজীৱ হৈ আছে মা দেউতাই বিভিন্ন অনুষ্ঠানে অনুষ্ঠিত কৰা গীতৰ প্ৰতিযোগিতা আৰু প্ৰতিভা সন্ধান পৰীক্ষা সমুহত তোমালোকক লৈ যোৱাৰ কথা । সকলোতে তুমি প্ৰথম হৈছিলা আৰু আজিও প্ৰথমেই হ'লা , আশা কৰিছো ভগৱানে তোমাক সহায় কৰক আগলৈ প্ৰথমেই হৈ থাকিবা ।
Ai gan to jdio moi agt emn koi huna nasilu...aji keidin manor pora ai gan to tumar voice t hunibo loisu ,ru mor khubei priyo hoi porise dhitiraj🤗❤️
সঁচাকৈ বৰ ভাল কণ্ঠ, তুমি ধৃতিমান পঢ়াত যিমান ভাল । গীত তাত কে বেছি ভাল গোৱা। তোমাৰ বাবে মোৰ আন্তৰিক অভিনন্দন।
@@NEBOY7 you too
@@NEBOY7 টোৰ কি হল
@@NEBOY7 পুলিচ
@@arifhussainhazarika851 কিবা কৈছে নেকি দাদা?
মৰম লগা লৰা জন, Talent ৰ কথা কোৱাৰ যোগ্যতা আমাৰ নাই..
আগুৱাই যোৱা, নিজৰ সৰলতা খিনি সদায় লগত ৰাখিবা
খুব সুন্দৰ ভাইটি... আমাৰ সমাজ খনক বৰ্তমান তোমাৰ দৰে মানসিকতা, প্ৰতিভাসম্পন্ন আৰু সুস্থ চিন্তাধাৰাৰ ব্যক্তিত্বৰ খুবেই প্ৰয়োজন l
তুমি ভগৱানৰ এটি সুন্দৰ উপহাৰ। মঙ্গল হওঁক তোমাৰ।
ভাষা নাই
বহুত মৰম লগা তুমি ধৃতিৰাজ । আৰু আগবাঢ়ি যোৱা
ধৃতিৰাজ কথা বোৰ ইমান মৰম লগা তুমি আগুৱাই যোৱা,তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ.
ধৃতিৰাজ তোমালৈ মোৰ এটি অনুৰোধ যে,তুমি বহু উচ্চ শিক্ষা গ্ৰহণ কৰা। ভগৱানে তোমাৰ ওপৰত অশেষ কৃপা বৰিষণ কৰক কিন্তু তুমি সংগীতৰ চৰ্চা টো একেবাৰে এৰি নিদিবা।দেখিবা এদিন তুমিও জুৱিনদাৰ দৰে বহুতৰে অন্তৰ জয় কৰিবলৈ সক্ষম হবা তোমাৰ পৰা আমি শিক্ষা আৰু সংস্কৃতি দুয়োটাই আশা কৰো। তোমাৰ অন্তৰত এটি খাটী অসমীয়া ৰ ভাৱ-ধাৰা লুকাই আছে।যিটো তোমাৰ গুণৰ বাবে তোমাৰ সংগীত ত পশ্চিমীয়া সুৰৰ প্ৰয়োভৰ অলপ হ'লেও কম হব বুলি আশা কৰিলোঁ। তোমাৰ সকলোতে মঙ্গল হ ওক। তাকেই কামনা কৰিলোঁ।
অমায়িক যাক কয় ধৃতিৰাজ । বহুত মৰম চেনেহ আৰি আশিস 💐💐💐💐
Tumi baru xosake telented 👍🙏😉😘
ধৃতি তুমি আৰু আগুৱাই যোৱা আমাৰ শুভ কামনা সদায় তোমাৰ লগত, ভগৱানৰ ওচৰত এটাই প্ৰাথৰ্না তোমাৰ দৰে আৰু ধৃতি জন্ম হওক এইখন অসমত। তোমাৰ মা দেউতাৰ দৰে সকলো সন্তানৰ মাক দেউতাক সফল হওক।
ধৃতিৰাজ তুমি আগুৱাই যোৱা ভগৱানে তোমাৰ ভাল কৰক ❤️
ধৃতিৰাজ সচাঁকৈ তুমি বহু আগৰণোৱা।প্ৰকৃততে এখন মাৰ্কচিটেই যে কেতিয়াও মেধাৰ পৰিচয় নিদিয়ে ,সেয়া তুমাৰ কথাৰ পৰা উপলব্ধি কৰিব পাৰিলো।☺️
কি অপূৰ্ব কণ্ঠ তোমাৰ❤️
বহুত বেছি প্ৰতিভাসম্পন্ন ল'ৰা ধৃতিৰাজ।আগুৱাই যোৱা তুমি।🥰🥰🥰🥰🥰🥰
দাদা তুমি আৰু আগুৱাই যোৱা
ভগৱানে তোমাক সহায় কৰক ।💕🌼🙏
সচাই ধৃতি তুমি অসমৰ সকলো ৰাইজৰ অন্তৰত ঠাই লৈছা।।।তুমি সচাই ভগৱানৰ এক অৱদান।।তোমাক ভগৱানে সহায় কৰক।।ভৱিষ্যতেওঁ যে তুমি সকলোৰে অন্তৰত এনেদৰে সজীৱ হৈ থকা।।
উফ্ ধৃতিৰাজ ভাইটি তোমাৰ কণ্ঠই সঁচাকৈ মন মুহিলে। তুমি সকলোতে পাৰ্গত,, আগুৱাই যোৱা শুভকামনা থাকিল তোমালৈ।
তোমাৰ ব্যক্তিত্বৰ প্রতিটো গুনেই হৃদয় চুই যায় ধৃতিৰাজ। তোমাৰ গানতো এক যাদু আছে।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। তোমালৈ বহুত বহুত মৰম ভাইটি ।😍
ধৃতিৰাজ, পঢ়াৰ লগতে গানৰো সমানে চৰ্চা কৰিছা বৰ ভাল লাগিল |লগতে তোমাৰ পিতৃ -মাতৃলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ |আশা কৰিছোঁ তোমাৰ ভবিষ্যত উজ্জল হওঁক |
ধৃতিৰাজ তুমি সঁচাই আমাৰ সকলোৰে মৰমৰ এটি উজ্জ্বল নক্ষত্ৰ । বহুদূৰলৈ আগোৱাই যোৱা বাবা নতুন প্ৰজন্মক বাট দেখুৱাই ।
My inspiration ❤️ধৃতিৰাজ বাস্তৱ কলিতা
ভগৱানে তোমাক ভালে ৰাখক দেই।
দৰং গৌৰৱ তুমি
This guy really awesome...all toppers aren't like him ..no attitude and no overconfidence❤️
Dritiraj da tumar kotha.... Tumar smile..... Tumar behaviour.... Tumar gan mur bohut prio.... Mur name moromi..... Dritiraj da.... I want to be like you..... God bless you.... 😊😊😊
2mi xoxa talent o bht vl lgise 2mr kthat kiba 1ta ase 2mk ke moi bht senior 2mr ktha xuni bht inspire hyse o.vogbne 2mk vale rakhok ma deutak jiman vl pau tar xoman 2mk vl paisu vl hok 2mr jibn bro.i love you so much
Dritiraj ভাইটি তুমি অসমৰ এটুকুৰা সোণ tumr কণ্ঠ অতি সুন্দৰ
ভগৱানে তোমাৰ নিচিনা লৰা সকলোৰে ঘৰত জন্ম দিয়ে যেন লগতে উজ্জ্বল ভবিষ্যত কামনা কৰিলো 🌻
Dititaz tumar kotha bilag bht val lage .....aru an afale buri2k olpo val nlge tar ji he gopos Diya kotha.....2mi aguwai jowa dititaz mor akha thakil.....aro moti ji kore Kori thakok
ধৃতিৰাজ তুমি সঁচাই প্ৰতিভাবান । তোমালৈ বহুত মৰম আৰু আৰ্শীবাদ থাকিল । ভৱিষ্যৎ উজ্বল হওঁক তোমাৰ ।
তোমাৰ অমায়িকতাই তোমাৰ অলংকাৰ । কেঁচা সোণ তুমি । আৰু জিলিকি উঠা যেন ।
Congratulations for great success D.B. Kalita. I wish you for great success in your life in future.
অতি সুন্দৰ কণ্ঠ লৰা জনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ😮❤❤❤❤
ভগৱানে যাক দিয়ে সকলো দিয়ে।
,❤️❤️
মিছা কথা নকও যে তেও পৰাত ভাল বুলি গানো ভাল বুলি কিন্ত সচাকে কৈছু বহুত ভাল গান গায় আগলৈ ভাল ভাল গান শুনিব পাৰিম বুলি আক্ষা থাকিল 😍😍😍
ধৃতিৰাজ তোমালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।তোমাৰ কণ্ঠ অতি সুন্দৰ।
আকৌ এবাৰ তোমাক মনৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো ধৃতিৰাজ
বহুত বহুত ধুনীয়া গাইছে অনন্য প্ৰাতিভা আছে তেওৰ আগবাঢ়ি যোৱা এয়ে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ
Really unbelievable talent. Speechless. Just outstanding. No words to praise you. Brilliant student and Brilliant singer. God bless you.
তুমি আমাৰ গোটেই ভাৰতৰ গৌৰৱ ভাইটি। তুমি আৰু আগুৱাই যোৱা। সকলোৱে আৰু আশা কৰে তোমাৰ পৰা
ধৃতি, তুমি সচায়ে ভৱিষ্যত অসমৰ বাবে, মানৱ সমাজৰ বাবে pure diamond । God bless u moina।।
He is very gentle, talented & mature.
All the best young man 👍
ধৃতিৰাজ আগবাঢ়ি যোৱা তুমি...পঢ়াৰ লগতে ইমান ধুনীয়াকৈ গানো গাইছা....
I m simply mesmerized with his humility wisdom brilliance and multitalented facet which reflects his best upbringing by his parents ....you are undoubtedly an inspiration for many and an asset to d society....Heartiest Congratulations beta....and all the very best for all your future endeavors.....keep glowing ....keep shining....May Almighty bless you alwayz
অতি সুন্দৰ কন্ঠ। তোমাৰ কথাবোৰে সকলোৰে অন্তৰ চুই গৈছে। পঢ়া-শুনাৰ লগতে গানৰ ক্ষেত্ৰতো আগুৱাই যোৱা তাৰে কামনা কৰিলো
Vaiti sosai 2mi vagaban ar abadan ...eman dhunia sur...vagabanai sodai 2mak valai rakha Jan....parud of you vaiti.👌👌👌👍👍👍👍
Bhohut val lagil 🥰🥰🥰 👌👌👌👌👌👌
Dhitriraj r dore lora 🙏🏾🙏🏾🙏🏾aru tar family 🙏🏾🙏🏾🙏🏾 emn dhuniya bhal calcur diya babe 🙏🏾🙏🏾🙏🏾🙏🏾
তোমালোকৰ দুইজনলৈ মৰম চেনেহ শুভেচ্ছা জনালোঁ। আগবাঢ়ি যোৱা।
তোমাক লৈ সঁচাই গৌৰম্বিত অসমবাসী । ঈশ্বৰে তোমাক কুশলে ৰাখক । এইয়ে মোৰ কামনা আৰু শুভেচ্ছা থাকিল ।
সচাকৈয়ে অসমৰ এক প্ৰতিভাসম্পন্ন সম্পদ তুমি।তোমাৰ প্ৰতিটো সপোন বাস্তৱত ৰূপায়িত হওক নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏❤️❤️
কি কম ভাষাৰ নাই ইমানেই ভাল লাগিল । আগবাঢ়ি যোৱাৰ ভগৱানে আশিষ লৈ।
Multi talented boy , god bless him 🕉️
Wow mon vori juwa voice mitha khuriya tumar kontho Mon pran vore gol Aguwai juwa tumi anakoi
দাদা তোমাৰ এই result a আমাক যথেষ্ঠ প্ৰেৰণা যোগাইছে। বহুত বহুত শুভেচ্ছা থাকিল তোমালৈ। আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ তুমি আমাক বহুত জ্ঞান দিয়াৰ লগতে বুদ্ধি ও দিলা ।
সাধনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো । Nitu moniye Kola Boka কৰা যেন লাগিছে ।
আগুৱাই যোৱা মৰমৰ ভাইটী তোমালৈ শুভ কামনা সদায় থাকিব 🥰,তোমাৰ সাৱলীল কণ্ঠ ,সৰল কথা বতৰাত সঁচাকৈ আপ্লুত হঁলো,,সকলোৰে মন আকৰ্ষণ কৰিব পৰা তোমাৰ অনুভৱ কথা বোৰ,ভাল লাগিল বহুত ,শুভ কামনা সদায় থাকিব আগুৱাই যোৱা শেষত বহুত বহুত মৰম তোমালৈ🙏🥰
ᗩ ᗰOᒍᗩ
Bohut dhuniya gaise val lagil gantu huni poha hunar logote ganu bohut val gaise
God bless him , may he achieve heights of success, 🙌🤗
Bohut xundar dhritiraz aguai jua vogabane 2mk vale rakhak..
Dhriti tumi jj iman val gaan gua ami gomei pwa nasilu...tumi sesta kori jua ...sosai aguai jaba gaanr jogot khontu...!..pohar lgote.❤️🥰
আগুৱাই যোৱা ধৃতিৰাজ। ভগৱানে তোমাৰ মঙ্গল কৰক।
ধিত্ৰিৰাজ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো💞😍😘
ধৃতিৰাজ তুমি শিক্ষাৰ লগতে , সংগীত জগততো তুমি আগবঢ়া🙂💖
তোমাৰ আশা যে পূৰ্ণ হয়💖
ধৃতি তুমি আমাৰ গৌৰব।
তুমি অসমৰ মুল্যবান সম্পদ। সদাই আগবাঢ়ি যোৱা।
God gifted talent...god bless you dr🙏
Hosakoye driti raaz bohut tent tumi....tumar ujjol future kamona korilu😍😍
সঁচাকৈয়ে বহুত ভাল লাগিল। ধৃতিৰাজ ভাইটি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ💕
Tumar kothabur eman morom loga huni thakibor mon jai. Best or luck. God bless you.
ইমান সুন্দৰ কণ্ঠ
Iman amayik lorajon...jibont aguwai juwa dhritiman....
He is All-rounder... Allah bless you brother ❤️
Study+song=Dhritiraj Bastav kalita👌👌👌excellent👍
Gant2 kom nohoy dei Dritiraj..god bless you.
Bhut xundr gaisa Dada..xuni le xuni thkib MN jai...💯💯💯♥️♥️♥️🥰✨
Dhitiraz is most talented boy.. Wish u a bright future...
সঁচাই বহুত ধুনীয়া তোমাৰ সকলো কথা, কণ্ঠ,, ভগৱানে তোমাক কুশলে ৰাখক সদায়