Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
মানুহ সুখী হ'বলৈ অট্টালিকা নালাগে। আপোন ঘৰখনতেই সুখ বিচাৰি পোৱা যায়। সদায় সুখত থাকা তুমি।
মানুহ সূখী হবলৈ ঘৰ নেলাগে কিন্তু গাড়ী লাগে নে কি 😂😂😂
তথাপি কিন্তু সকলোৱে পকা ঘৰ বিচাৰে । দুটকা ইনকাম কৰিলেই মানুহে পকা ঘৰ সাজে ৷
সুন্দৰ এখন ঘৰ , গাৱঁলীয়া পৰিবেশৰ মাজত সদায় থাকো ভাল লাগে গাঁৱৰ জীৱন। কছু প্ৰিয় মোৰ❤
আপোনাৰ সহজ সৰলতাবোৰ দেখা পাই সঁচাই মনটো ভাল লাগি গল ।। ঘৰ খন পকাই হওঁক বা কেঁচাই হওঁক, নিজৰ ঘৰখন সদাই নিজৰ।। আপুনি আগবাঢ়ি যাওঁক, বহুত কৰিবলগীয়া আছে ।। ❤
ঘৰখন তেনেকুৱা এ নহযক কিয় ঘৰৰ মানুহবোৰৰ মাজত মৰম আৰু মিল থকাটোহে আচল কথা আৰু আপুনাৰ ঘৰখন চাবা চিজিল সেইবাবে বৰ ভাল লাগিছে ❤❤❤❤❤
কেঁচা ঘৰ যদিওঁ বা য়ে ইমান ধুনীয়াকৈ বস্তু বাহিনী সজাই থৈছে বহুত ভাল লাগিছে..সুন্দৰ গাৱৰ পৰিৱেশ
😂😂gari kinib kot pale ghr tuhe kesa 😂
@@bikashhazarika4791turnu ki poka ghortu ase 3:46 r😂😂
ইমান পৰিপাটী, চাফ-চিকুণ ঘৰখন। মন ভৰি গ'ল❤
চোতালত লাখ টকীয়া বাহন পৰি আছে, তথাপিও ঘৰ খন Traditional ।😌 বহুত ধুনীয়া লাগিছে ঘৰ খন😊❤️
Aikhon nijor ghor nhoi , kiyo Mane aibur.
❤❤❤
গাাওঁৰ সুন্দৰ পৰিবেশ দেখি বহুত ভাল লাগিল । সদাই এনেদৰে সুখী হৈ থকা তাৰে কামনা কৰো চুম্পি 🙏🙏 বহুত মৰম যাছিলো কাশ্মীৰ পৰা । 🎉🎉
সঁচাকৈয়ে অতি ভাল লগা পৰিবেশ । এজন গাঁৱলীয়া হিচাপে এনে পৰিবেশ ভাল পাওঁ ও গৌৰৱ অনুভব কৰো । শান্তিৰ পৰিবেশ ।
Share subscribe comment NJS academy channel
তোমালোকৰ গাঁও খন বহুত ধুনীয়া । তোমাৰ ঘৰতো সুন্দৰকৈ সজাই ৰাখিছা।
ভাল লাগে এনেকুৱা পৰিবেশ বিলাক ! শান্তি লাগে গাওঁৰ কেঁচা ঘৰ ,ডাঙৰ চোতাল, লগতে গঁড়াল, ভৰাল, শাকনি, ফুলনী এডৰা দেখি ! উস ৰাম কি যে---- মজা---- বাহিৰৰ পাকঘৰৰ চৌকা , মজাই বেলেগ...!
Right ❤❤
এইবোৰ কথা এনেয়ে ক’বলৈহে ভাল । কিন্তু কোনেও কেচা ঘৰত থাকিব নিবিচাৰে ৷
Dhunia baa
Apunar normal life ajihe dekhisu.. ki khundor aru ki dhuniya poribekh.. Nohole tu Beharbari t dekha jen bohut bhoyanok buli bhabisilu.
এনেকুৱা ঘৰ দেখিলে আমি অসমীয়া বুলি গৌৰব কৰিব পাৰোঁ...ডাঙৰ দামী ঘৰ বোৰ দেখাত হে ভাল শুৱনি হব লগা একো নাই..নাই তাত মৰম আছে, না তাত আদৰ আছে...বাঁহৰ কেঁচা ঘৰ খনত যিমান আদৰ সন্মান পোৱা যায় ৩০ লাখ টকীয়া ঘৰত পোৱা নাযায়।।।😊
Kiyo najai he
6:52
😮😮😮😮
Right ❤❤❤
Dhonia লগত ধুনীয়া ছোৱালীৰ গান বনাই দিলে ৰি মজা 👍🔥🔥🔥
গাওলীয়া পৰিবেশ সঁচাই মনোমোহা ❤
এক শান্তিৰ পৰিবেশ। স্বৰ্গীয় সুখ।
Bohut dhunia ghor, bohut systematic, bohut bhal lagise
বহুত ভাল লাগিল ৷ঘৰ অট্টালিকা নালাগে মনতোহে ডাঙৰ হ’ব লাগে ৷❤❤
ইমান ধুনীয়া ঘৰ আৰু প্ৰাকৃতিক সৌন্দৰ্য্য অতি ধুনীয়া ।
বৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত তোমালোকৰ গাওঁ খন ঘৰতো বৰ ভাল লাগিল কেঁচা যদিও ❤❤
গাঁৱৰ পৰিৱেশ ই ধুনীয়া l ডাঙৰ এখন চোতালৰ সৈতে ভৰাল গোহালি, গৰাল, এখন ধুনীয়া ফুলনি থকা যিকোনো ঘৰৰ পৰিৱেশ ই বেলেগ l বাইলুং ৰ ঘৰ খনত তেনে পৰিৱেশ ই আছে l ভাল্ লাগিল l
Kesa ghor is best, Kesa ghorote Khati Axomiya feel tu ahe😊😊😊😊😊😊😊😊😊
বহুত ধুনীয়া আপোনাৰ ঘৰৰ পৰিবেশ। পকী ঘৰত কৈ সুন্দৰ আৰু পৰিস্কাৰ।
সকলোৱে কৈছে...মইও কওঁ সঁচাকৈ বৰ মনোমোহা পৰিবেশ এটা..সুন্দৰ ঘৰ এখন ❤
ধুনীয়া পৰিৱেশ, বাকী গাহৰিটো বৰ মজা বনাইছে😋
বহুত সুন্দৰ পৰিবেশ 🙏। এই পৰিবেশতেই অধিক শান্তি 👍
একদম মইনামতী ঘৰটো দেখি খুবেই ভাল লাগিল একেবাৰে সুখৰ ঘৰখন দেই আৰু নিজেও সাধাৰন সেইকাৰনে এনেকুৱাহে বেছি ভাল পাও.
আপোনাৰ ঘৰখন চাই ভাল লাগিল বহুত neat and clean
সুন্দৰ প্ৰাকৃতিক গাৱলীয়া পৰিবেশ
বহুত সুন্দৰ পৰিবেশ 🙏। এই পৰিবশতেই অধিক শান্তি
Moza bai tks y❤.
মাটিৰ ঘৰ যদিও বৰ ধুনীয়া,, ইমান সুন্দৰ পৰিপাটিকৈ সজাই ৰাখিছা,,বৰ ভাল লাগিছে,,
বহুত ধুনীয়া লাগিছে সৰু কালটো মনত পৰি গ'ল। বহুত বহুত ধুনীয়া
বহুত ধুনীয়া পৰিবেশ, সোনকালে বিদুৰভাই চাবলৈ ৰৈ আছো |
বিউটি বা তোমাক এদিন দেখিছিলো । কিন্তু তোমাক মতিবলেই নাপালোঁ । সোমাই গলা গে। মন টো বহুত বেয়া লাগিলে ।
তোমাৰ ঘৰখন বৰ ধুনিয়া দেই
বা আপোনাৰ ঘৰ খন বহুত ধুনীয়া আৰু ইমান চাফ-চিকুন কৈ ৰাখিছে । আৰু ফুলনি বাগিছা খন বহুত ধুনীয়া লাগিছে বা । এনে ও গাওঁলীয়া পৰিৱেশ বোৰ ভালেই লগে🥰 !! .....Love from chhaygaon❤.....
Please বিউটি বা আপোনাক আকৌ বেহাৰবাৰীত দেখা পোৱা আশা আছে ❤❤❤❤
বহুত দিনৰ পাছত দেখিলো ❤ ভাল লাগিল video to , বেহাৰ বাৰিলৈ সোনকালেই আহা.. তোমালোকক বহুত miss কৰিছো❤❤
আপোনাৰ পৰিৱেশৰ সুবিধাবোৰ মোৰ আটাইতকৈ ভাল লাগে।😊
ভাল লাগিল সুন্দৰ পৰিবেশ ।বেহৰ বাৰী আউট পষ্ট সদায় চাও তোমাৰ অভিনয় বিৰাট ভাল লাগে ।❤️❤️
এনেকুৱা ঘৰ বোৰৰ চুকে কোণে যেন নিভাজ মৰম চেনেহ বোৰ থুপ খাই থাকে।বৰ ভাল লাগিল 🎉❤
ভাল লাগিল চাই।ভালে থাকা চুমকি। তোমাৰ অভিনয়, নৃত্য সব ভাল পাওঁ।
এখন সুখৰ ঘৰ বা। ইয়াতেই সুখবোৰ আছে। সদায় ভালে থাকক।
Your papa is hero 👌তেওঁক ভগৱানে কোখলে ৰাখক 🙏
Apunar Ghor khon dekhi hanti lagi gol.. really 😊 apuni aguai jauk. God bless you 🙏😊
বা মই বাৰু বহুত সৰু তথাপিও মই ভাবো যে যিটো সুখ আমি গাঁৱৰ ঘৰত পাওঁ সেইটো সুখ কোনো অট্টালিকাই দিব নোৱাৰে ❤ আৰু সুখ টো মেইন যদি তুমি এনেকৈ থাকিও সুখত আছা তেন্তে অট্টালিকাৰ কি প্ৰয়োজন কোৱা 😊 যদি তোমাৰ তাত অট্টালিকা আছে সুখ নাই তেতিয়া কি হব কোৱা। Love from darrang magaldoi lakshmipur ❤ সদায় এনেকৈয়ে সুখী হোৱা বা ভগৱানে তোমাক সদায় যেন সুখত ৰাখে
Hoi 🫶🏻
গাহৰি মেইন 😅❤
Apunak ekebare nijor ba dore lage ❤
Abar usoror pora log pua
❤@@ChumkiBora
এনেকুৱা এখন ঘৰত বহু ত সুখ থাকে,,,আমাৰ বাবে,,,❤❤
তোমাৰ ঘৰৰ পৰিবেশ বৰ ধুনীয়া।
কেচা হলেও বৰ ধুনীয়া । বৰ পৰিপাটিকৈ ৰাখিছা । দেখি বৰ ভাল লাগিল । তোমালৈ শুভকমনা থাকিল।
বহুত ধুনীয়া ঘৰৰ পৰিৱেশ ।ভাল লাগিল ।
ভাল লাগিছে। গাঁওখন বৰ ধুনিয়া।
অ বিউটি তোমাৰ অভিনয় বৰ ভাল লাগে তোমাক লগ পাবলে বৰ মন আছে
ধুনীয়া ঘৰআটোমটোকাৰি কৰি সকলো সুবিধা কৰি লৈছে। ভাল লাগিল।
বিউতি বা তুমাৰ ঘৰখন ইমান ধুনীয়া ❤❤❤❤❤❤❤❤
বহুত ধুনীয়া আৰু পৰিপাটি ঘৰ।
Bohut xundor ghor . Aru ba tumi behabarit aha bakoli
Vonti tumar eikhon gaon ne resort !!! Eman e well maintained... Mur birate goi kine sabole mon goise ... Its beautiful 🥰🥰 Love from Guwahati 😇
বিউটি, বহুত ধুনীয়া লাগিল❤️❤️❤️❤️❤️❤️❤️👌
তোমাৰ ঘৰখন দেখা পাই মনটো ভৰি গৈছে।ইমান সুন্দৰকৈ ৰাখিছা।ধন্যবাদ জনালো।ভাল video বনাইছা❤
Val lagil aapunar video 2 sai. Attalika nhleo bhut hundrkoi rakhise ghar2 aru foolni barikhon.Gaon r pribekh tenekuwai,bhut hundr,ata nijan niribili pribekh.. Kasu tarkari bnua dekhi khabloihe mon goise, Ba. 😋🌹👌
সুন্দৰ পৰিৱেশ আৰু লগতে আপোনাৰ ঘৰটো আৰু সুন্দৰ।
বহু ধুনীয়া ফুল আছে ঘৰটো পাকা নহলে বহুত ধুনীয়াকে থৈছা। বহুত ধুনীয়া ❤baa❤❤❤❤
এনেকুৱা পৰিবেশ বৰ ভাল লাগে। তোমাৰ অভিনয় চাই ভাল লাগে❤
ভাল লাগে আপোনাৰ video বোৰ চাই
সপোনৰ ঘৰত উপস্হিত হোৱা যেন লাগিছে আৰু ইয়াৰ পৰিবেশ সচাকৈ সুন্দৰ ।
গাহৰি মেইন সুন্দৰ 👌
গাওঁৰ ঘৰৰ পৰিবেশ বহুত ভাল পাওঁ। আপোনাৰ ঘৰৰ পৰিবেশ বহুত ভাল। 🙏
ধুনীয়া❤
আপুনি বহুতৰ বাবে প্ৰেৰণা বা । ধুনীয়া ধুনীয়া কামেৰে আৰু আগুৱাই যাওক ।
Love from gulaghat ❤ ba tmk bht val lage ❤ketiya ba log pua akha thakil ❤❤❤
Enekoi kiya koise ghor tu eman cute laghise.eman dhuniya koi phool kari rakhise bor morom laghise.
তোমাক বহুত ভাল লাগে
গোলাঘাট জনসাধাৰণ প্ৰায় সংখ্যক সহজ সৰল আৰু সুন্দৰ মানৰ অধিকাৰি......
Ba apunar video sai bohut val lage❤❤
এনেকুৱা ঘৰবোৰ দেখি বৰ ভাল লাগে ।বিউতিৰ ঘৰলৈ ফুল আনিবলৈহে যিম যিম লাগিছে ।❤
Baa bohut morom tumaloi ❤❤❤❤❤
গাাওঁৰ সুন্দৰ পৰিবেশ দেখি বহুত ভাল লাগিল ।
ভিডিঅটো চাই ভাল লাগিল। সুন্দৰ ঘৰখন আৰু গাৱলীয়া নিভাজ পৰিৱেশটোৱে অধিক সুন্দৰ কৰিছে।
Ba room tu bohut dhuniyake hojaise❤❤❤❤
অতি সুন্দৰ । ইমান যে শান্তিৰ পৰিবেশ। ফুলনি আৰু পাচলি খেতি কিছু ধুনীয়া। ❤❤❤
Lot's Of Love bailung dsoti ❤️❤️❤️
সুন্দৰ পৰিবেশ দেখিবলৈ খুউব ধুনীয়া লাগিছে বাইদেউ ❤️
Hundor fuloni bari...
অট্টালিকা নালাগে। খাব জানিলে চাউলেই চিৰা আৰু বহিব জানিলে মাটিয়েই পীৰা। ঘৰখন চাই বহুত ভাল লাগিল। মনৰ মাজত আৰ্ট নাথাকিলে মাটিৰ ঘৰখন ইমান ধুনীয়া নহলহেতেন। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পষ্টৰ বাইলুং অৰ চৰিত্ৰ উজলাই ৰখা অভিনেত্ৰী গৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা এই প্ৰথম দেখা পালো নিজৰ ঘৰখনৰ সৈতে videoৰ মাধ্যমেৰে। বহুত বহুত ভাল লাগিছে অভিনেত্ৰী গৰাকীক চাবলৈ পাই। আগলৈ আৰু নতুন নতুন video ৰ সৈতে দেখা পাম বুলি বাট চাই ৰলো।
সুন্দৰ পৰিবেশ ❤
Xundar gaonliya poribexh.....mon sui gol❤
বৰ সুন্দৰ পৰিবেশ ❤
সুন্দৰ পৰিবেশ
কেঁচা ঘৰ হ'লেও ঘৰখন দেখি বৰ ভাল লাগিল। ইমান চাফাআৰু আটোমটোকাৰিকৈ সজা।
Bailung dosti.....khaboloi jaam......
😊🎉😂😢😮😅❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
This is the real Palace.. It is more beautiful than a cemented building...
Beautiful sharing 👍❤❤❤
সুন্দৰ পৰিবেশ ভাল লাগিল
Bohut dhuniya
অতি সুন্দৰ,,,, বাইদেউ
Baa apunar ghr golaghat Kun thait
বা তোমাৰ লগতে তোমাৰ ঘৰ খন আৰু পৰেশটোও অতি মনোমোহা , ভাল লাগিল ।❤️ from Golaghat.
Baa apuni kio beharbari outpost tat ovinoy nokora
বৰ ধুনীয়া আটোমটোকাৰীকৈ ৰখ এখন ঘৰ। চাই ভাল লাগিল।
Tumar video sau,coment koru like koru .kintu tumi ketiyau reply nokora.jidina reply kora whatsap facebook sobote status logam .😢
Logai diya ❤️
@@officialsumkikachari aji tumi muk reply korisa? Thanks thanks thanks thanks
Mur gaont ahisila Thakurkuchi
মানুহ সুখী হ'বলৈ অট্টালিকা নালাগে। আপোন ঘৰখনতেই সুখ বিচাৰি পোৱা যায়। সদায় সুখত থাকা তুমি।
মানুহ সূখী হবলৈ ঘৰ নেলাগে কিন্তু গাড়ী লাগে নে কি 😂😂😂
তথাপি কিন্তু সকলোৱে পকা ঘৰ বিচাৰে । দুটকা ইনকাম কৰিলেই মানুহে পকা ঘৰ সাজে ৷
সুন্দৰ এখন ঘৰ , গাৱঁলীয়া পৰিবেশৰ মাজত সদায় থাকো ভাল লাগে গাঁৱৰ জীৱন। কছু প্ৰিয় মোৰ❤
আপোনাৰ সহজ সৰলতাবোৰ দেখা পাই সঁচাই মনটো ভাল লাগি গল ।। ঘৰ খন পকাই হওঁক বা কেঁচাই হওঁক, নিজৰ ঘৰখন সদাই নিজৰ।। আপুনি আগবাঢ়ি যাওঁক, বহুত কৰিবলগীয়া আছে ।। ❤
ঘৰখন তেনেকুৱা এ নহযক কিয় ঘৰৰ মানুহবোৰৰ মাজত মৰম আৰু মিল থকাটোহে আচল কথা আৰু আপুনাৰ ঘৰখন চাবা চিজিল সেইবাবে বৰ ভাল লাগিছে ❤❤❤❤❤
কেঁচা ঘৰ যদিওঁ বা য়ে ইমান ধুনীয়াকৈ বস্তু বাহিনী সজাই থৈছে বহুত ভাল লাগিছে..সুন্দৰ গাৱৰ পৰিৱেশ
😂😂gari kinib kot pale ghr tuhe kesa 😂
@@bikashhazarika4791turnu ki poka ghortu ase 3:46 r😂😂
ইমান পৰিপাটী, চাফ-চিকুণ ঘৰখন। মন ভৰি গ'ল❤
চোতালত লাখ টকীয়া বাহন পৰি আছে, তথাপিও ঘৰ খন Traditional ।😌 বহুত ধুনীয়া লাগিছে ঘৰ খন😊❤️
Aikhon nijor ghor nhoi , kiyo Mane aibur.
❤❤❤
গাাওঁৰ সুন্দৰ পৰিবেশ দেখি বহুত ভাল লাগিল । সদাই এনেদৰে সুখী হৈ থকা তাৰে কামনা কৰো চুম্পি 🙏🙏 বহুত মৰম যাছিলো কাশ্মীৰ পৰা । 🎉🎉
সঁচাকৈয়ে অতি ভাল লগা পৰিবেশ । এজন গাঁৱলীয়া হিচাপে এনে পৰিবেশ ভাল পাওঁ ও গৌৰৱ অনুভব কৰো । শান্তিৰ পৰিবেশ ।
Share subscribe comment NJS academy channel
তোমালোকৰ গাঁও খন বহুত ধুনীয়া । তোমাৰ ঘৰতো সুন্দৰকৈ সজাই ৰাখিছা।
ভাল লাগে এনেকুৱা পৰিবেশ বিলাক ! শান্তি লাগে গাওঁৰ কেঁচা ঘৰ ,ডাঙৰ চোতাল, লগতে গঁড়াল, ভৰাল, শাকনি, ফুলনী এডৰা দেখি ! উস ৰাম কি যে---- মজা---- বাহিৰৰ পাকঘৰৰ চৌকা , মজাই বেলেগ...!
Right ❤❤
এইবোৰ কথা এনেয়ে ক’বলৈহে ভাল । কিন্তু কোনেও কেচা ঘৰত থাকিব নিবিচাৰে ৷
Dhunia baa
Apunar normal life ajihe dekhisu.. ki khundor aru ki dhuniya poribekh.. Nohole tu Beharbari t dekha jen bohut bhoyanok buli bhabisilu.
এনেকুৱা ঘৰ দেখিলে আমি অসমীয়া বুলি গৌৰব কৰিব পাৰোঁ...ডাঙৰ দামী ঘৰ বোৰ দেখাত হে ভাল শুৱনি হব লগা একো নাই..নাই তাত মৰম আছে, না তাত আদৰ আছে...বাঁহৰ কেঁচা ঘৰ খনত যিমান আদৰ সন্মান পোৱা যায় ৩০ লাখ টকীয়া ঘৰত পোৱা নাযায়।।।😊
Kiyo najai he
6:52
😮😮😮😮
Right ❤❤❤
Dhonia লগত ধুনীয়া ছোৱালীৰ গান বনাই দিলে ৰি মজা 👍🔥🔥🔥
গাওলীয়া পৰিবেশ সঁচাই মনোমোহা ❤
এক শান্তিৰ পৰিবেশ। স্বৰ্গীয় সুখ।
Bohut dhunia ghor, bohut systematic, bohut bhal lagise
বহুত ভাল লাগিল ৷ঘৰ অট্টালিকা নালাগে মনতোহে ডাঙৰ হ’ব লাগে ৷❤❤
ইমান ধুনীয়া ঘৰ আৰু প্ৰাকৃতিক সৌন্দৰ্য্য অতি ধুনীয়া ।
বৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত তোমালোকৰ গাওঁ খন ঘৰতো বৰ ভাল লাগিল কেঁচা যদিও ❤❤
গাঁৱৰ পৰিৱেশ ই ধুনীয়া l ডাঙৰ এখন চোতালৰ সৈতে ভৰাল গোহালি, গৰাল, এখন ধুনীয়া ফুলনি থকা যিকোনো ঘৰৰ পৰিৱেশ ই বেলেগ l বাইলুং ৰ ঘৰ খনত তেনে পৰিৱেশ ই আছে l ভাল্ লাগিল l
Kesa ghor is best, Kesa ghorote
Khati Axomiya feel tu ahe😊😊😊😊😊😊😊😊😊
বহুত ধুনীয়া আপোনাৰ ঘৰৰ পৰিবেশ। পকী ঘৰত কৈ সুন্দৰ আৰু পৰিস্কাৰ।
সকলোৱে কৈছে...মইও কওঁ সঁচাকৈ বৰ মনোমোহা পৰিবেশ এটা..সুন্দৰ ঘৰ এখন ❤
ধুনীয়া পৰিৱেশ, বাকী গাহৰিটো বৰ মজা বনাইছে😋
বহুত সুন্দৰ পৰিবেশ 🙏। এই পৰিবেশতেই অধিক শান্তি 👍
একদম মইনামতী ঘৰটো দেখি খুবেই ভাল লাগিল একেবাৰে সুখৰ ঘৰখন দেই আৰু নিজেও সাধাৰন সেইকাৰনে এনেকুৱাহে বেছি ভাল পাও.
আপোনাৰ ঘৰখন চাই ভাল লাগিল বহুত neat and clean
সুন্দৰ প্ৰাকৃতিক গাৱলীয়া পৰিবেশ
বহুত সুন্দৰ পৰিবেশ 🙏। এই পৰিবশতেই অধিক শান্তি
Moza bai tks y❤.
মাটিৰ ঘৰ যদিও বৰ ধুনীয়া,, ইমান সুন্দৰ পৰিপাটিকৈ সজাই ৰাখিছা,,বৰ ভাল লাগিছে,,
বহুত ধুনীয়া লাগিছে সৰু কালটো মনত পৰি গ'ল। বহুত বহুত ধুনীয়া
বহুত ধুনীয়া পৰিবেশ, সোনকালে বিদুৰভাই চাবলৈ ৰৈ আছো |
বিউটি বা তোমাক এদিন দেখিছিলো । কিন্তু তোমাক মতিবলেই নাপালোঁ । সোমাই গলা গে। মন টো বহুত বেয়া লাগিলে ।
তোমাৰ ঘৰখন বৰ ধুনিয়া দেই
বা আপোনাৰ ঘৰ খন বহুত ধুনীয়া আৰু ইমান চাফ-চিকুন কৈ ৰাখিছে । আৰু ফুলনি বাগিছা খন বহুত ধুনীয়া লাগিছে বা । এনে ও গাওঁলীয়া পৰিৱেশ বোৰ ভালেই লগে🥰 !! .....Love from chhaygaon❤.....
Please বিউটি বা আপোনাক আকৌ বেহাৰবাৰীত দেখা পোৱা আশা আছে ❤❤❤❤
বহুত দিনৰ পাছত দেখিলো ❤ ভাল লাগিল video to , বেহাৰ বাৰিলৈ সোনকালেই আহা.. তোমালোকক বহুত miss কৰিছো❤❤
আপোনাৰ পৰিৱেশৰ সুবিধাবোৰ মোৰ আটাইতকৈ ভাল লাগে।😊
ভাল লাগিল সুন্দৰ পৰিবেশ ।বেহৰ বাৰী আউট পষ্ট সদায় চাও তোমাৰ অভিনয় বিৰাট ভাল লাগে ।❤️❤️
এনেকুৱা ঘৰ বোৰৰ চুকে কোণে যেন নিভাজ মৰম চেনেহ বোৰ থুপ খাই থাকে।
বৰ ভাল লাগিল 🎉❤
ভাল লাগিল চাই।ভালে থাকা চুমকি। তোমাৰ অভিনয়, নৃত্য সব ভাল পাওঁ।
এখন সুখৰ ঘৰ বা।
ইয়াতেই সুখবোৰ আছে। সদায় ভালে থাকক।
Your papa is hero 👌তেওঁক ভগৱানে কোখলে ৰাখক 🙏
Apunar Ghor khon dekhi hanti lagi gol.. really 😊 apuni aguai jauk. God bless you 🙏😊
বা মই বাৰু বহুত সৰু তথাপিও মই ভাবো যে যিটো সুখ আমি গাঁৱৰ ঘৰত পাওঁ সেইটো সুখ কোনো অট্টালিকাই দিব নোৱাৰে ❤ আৰু সুখ টো মেইন যদি তুমি এনেকৈ থাকিও সুখত আছা তেন্তে অট্টালিকাৰ কি প্ৰয়োজন কোৱা 😊 যদি তোমাৰ তাত অট্টালিকা আছে সুখ নাই তেতিয়া কি হব কোৱা। Love from darrang magaldoi lakshmipur ❤ সদায় এনেকৈয়ে সুখী হোৱা বা ভগৱানে তোমাক সদায় যেন সুখত ৰাখে
Hoi 🫶🏻
গাহৰি মেইন 😅❤
Apunak ekebare nijor ba dore lage ❤
Abar usoror pora log pua
❤@@ChumkiBora
এনেকুৱা এখন ঘৰত বহু ত সুখ থাকে,,,আমাৰ বাবে,,,❤❤
তোমাৰ ঘৰৰ পৰিবেশ বৰ ধুনীয়া।
কেচা হলেও বৰ ধুনীয়া । বৰ পৰিপাটিকৈ ৰাখিছা । দেখি বৰ ভাল লাগিল । তোমালৈ শুভকমনা থাকিল।
বহুত ধুনীয়া ঘৰৰ পৰিৱেশ ।ভাল লাগিল ।
ভাল লাগিছে। গাঁওখন বৰ ধুনিয়া।
অ বিউটি তোমাৰ অভিনয় বৰ ভাল লাগে তোমাক লগ পাবলে বৰ মন আছে
ধুনীয়া ঘৰ
আটোমটোকাৰি কৰি সকলো সুবিধা কৰি লৈছে। ভাল লাগিল।
বিউতি বা তুমাৰ ঘৰখন ইমান ধুনীয়া ❤❤❤❤❤❤❤❤
বহুত ধুনীয়া আৰু পৰিপাটি ঘৰ।
Bohut xundor ghor . Aru ba tumi behabarit aha bakoli
Vonti tumar eikhon gaon ne resort !!! Eman e well maintained... Mur birate goi kine sabole mon goise ... Its beautiful 🥰🥰 Love from Guwahati 😇
বিউটি, বহুত ধুনীয়া লাগিল❤️❤️❤️❤️❤️❤️❤️👌
তোমাৰ ঘৰখন দেখা পাই মনটো ভৰি গৈছে।ইমান সুন্দৰকৈ ৰাখিছা।ধন্যবাদ জনালো।ভাল video বনাইছা❤
Val lagil aapunar video 2 sai. Attalika nhleo bhut hundrkoi rakhise ghar2 aru foolni barikhon.Gaon r pribekh tenekuwai,bhut hundr,ata nijan niribili pribekh.. Kasu tarkari bnua dekhi khabloihe mon goise, Ba. 😋🌹👌
সুন্দৰ পৰিৱেশ আৰু লগতে আপোনাৰ ঘৰটো আৰু সুন্দৰ।
বহু ধুনীয়া ফুল আছে ঘৰটো পাকা নহলে বহুত ধুনীয়াকে থৈছা।
বহুত ধুনীয়া ❤baa❤❤❤❤