বানপানীৰ নামত বিহাৰলৈ ১১,৫০০কোটি টকা কিন্তু অসমক কেৱল আশ্বাস মোদী চৰকাৰৰ

Поделиться
HTML-код
  • Опубликовано: 6 сен 2024

Комментарии • 268

  • @umeshkuli849
    @umeshkuli849 Месяц назад +48

    BJP ক ভোট দিয়া ভকত সকল, হাত চাপৰি বজাই থাক। সমস্যা সমাধান হব। BJP বিদায়।

  • @Fffygg56
    @Fffygg56 Месяц назад +35

    অসমৰ HBS এ বিচাৰিলে HBS ৰ গাদি যাব আৰু বিহাৰক নিদিলে মোদীৰ গাদী যাব। HBS এ হিন্দু মূচলমানক ভাগ, ভাগ কৰি জনতাক ব্যস্ত ৰাখক।

  • @user-hu3qy9si2o
    @user-hu3qy9si2o Месяц назад +61

    বিজেপি অসমৰ মানুহে বাই বাই দিব হ'ল।

  • @user-um3bm9ry8y
    @user-um3bm9ry8y Месяц назад +31

    12 MP ৰ বিনিময়ত ইমান টকা। আমাৰ 11 MP ৰ বিনিময়ত দিলে হাতী কণি।

    • @funnyshots461
      @funnyshots461 Месяц назад +1

      ১৪ সংসদ তাত ঘোৰৰ ঘা কাটি আছে।

    • @DurgeshwarDeka
      @DurgeshwarDeka Месяц назад

      ​kotha kobo pora ajon he ase.bakibur mukhot pitha khumai lo kotha kbo nuare😂😂😂

  • @bhupenmedhi9998
    @bhupenmedhi9998 Месяц назад +16

    অসমৰ মানুহে সাধু শুনি বৰ ভাল পাই । সেইবাবে সাধু কৈ কৈ গুছি যায় ।

  • @amritrajbongshi2437
    @amritrajbongshi2437 Месяц назад +14

    অসমক, দিলেও, কাম, নাই, হিমন্ত, ৰিনিকি, সম্পতি, পাহাৰ, হব

  • @manjubarman1855
    @manjubarman1855 Месяц назад +29

    আকৌ এবাৰ মোদী চৰকাৰ গালেই হ'ল।

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r Месяц назад +27

    অসমৰ মূখ্যমন্ত্ৰীয়ে অসমত বানপানী হোৱা নাই বৰষুণ হে হৈছে বুলি কেন্দ্ৰচৰকাৰক জনাইছিল।

  • @SanjayBorahkumar
    @SanjayBorahkumar Месяц назад +20

    26 চনত শিক্ষা লাভ কৰিব

  • @jitubarman6162
    @jitubarman6162 Месяц назад +8

    নিদিয়াটোৱেই ভাল হৈছে কাৰণ দিয়া হ’লে সেইটকাবোৰ ঘৈণীয়েক কাৰোবাৰ ভায়েক হ’তে লুটি লৈ গ’ল হেতেন ৷ ক‘ভিডৰ নামত অহা টকাবোৰ লুটি নিয়াৰ দৰে ৷ ৰাইজ মনত আছেনে PPE কিটৰকথা ৷

  • @pulakjn9090
    @pulakjn9090 Месяц назад +11

    অসমৰ অন্ধ ভক্ত সকলে কি ক'ব এতিয়া

  • @UtpalGogoi-il2vd
    @UtpalGogoi-il2vd Месяц назад +9

    দিল্লীয়ে অসমক কেবল প্ৰতাৰণা কৰি আহিছে
    তাৰবাদে একো নাই |

  • @pabanpermey8121
    @pabanpermey8121 Месяц назад +8

    আশ্বাসতেই সীমাবদ্ধ হৈ ললীপপ খাই থমকী ৰব লগা হল আমাৰ প্ৰতাপী মূখ্যমন্ত্ৰী হিমু মামা।ইয়াতকৈ অসমত পাবলগা একোৱেই নাই।লাজ লাগিছে।

  • @DilipChaudhury-qi9ge
    @DilipChaudhury-qi9ge Месяц назад +15

    অন্ধ ভক্ত গোঁ মুত্ৰ খোৱা অন্ধ ভক্ত সকল টুপী পিন্ধোৱা হল

  • @pranjal1393
    @pranjal1393 Месяц назад +9

    অমিত শ্বাহে কৈয়েই দিলে, অসমত বানপানী নাই হোৱা, বানপানীৰ দৰে কিবা এটা হৈছে, আমাৰ জনাই হয়ভৰ দিলে। গতিকে কিয় দিব?

    • @amritrajbongshi2437
      @amritrajbongshi2437 Месяц назад +1

      অমিত, শ্বাহ, এটা, কুকুৰ, হয়

  • @abdulhekim5770
    @abdulhekim5770 Месяц назад +22

    টকা নিদিলে কি হ'ব , আশ্বাস টো দিছে। অসমলৈ আহিলে আমাৰ গামোচা দিঙিত লৈ অসমীয়াত এশাৰী ভাষণ দিয়ে ।আমি অসমীয়া সকলে হিয়া ভৰ্তি সমভাসন জনাও। তাৰ পিছত আমাক আশ্বাস বাদে আন কি দিব লাগে।,,

    • @nekibuzzaman5195
      @nekibuzzaman5195 Месяц назад

      Zen kokor ten tangon.Modi
      Assamia amak amolya maram kore.Himantao
      Assam premi C.M.Anak aro ki lagise.

  • @anantabhuyan6643
    @anantabhuyan6643 Месяц назад +8

    আমি সুবিধাবাদী মানুহ আমাক আচনি দিব নহয় আৰুআমি ভোট দিম এনেকৈ আকৌ চৰকাৰ গঠন কৰিব ৷ মই আপোনাৰ Channel দ্বাৰা অসমৰ সাংসদ সকলক প্ৰশ্ন কৰিব খোজিছো আপোনালোকে সংসদত কওক বানপানীৰ সমস্যাবোৰ ৷ বানপানীত কষ্ট পাই থকা মানুহসকলৰ কাৰনে সকলোৱে মিলি কওকচোন এবাৰ

  • @rakashdas9087
    @rakashdas9087 Месяц назад +9

    কতি ধোৱা মানুহক কি দিব

  • @sacindradeka8192
    @sacindradeka8192 Месяц назад +4

    অসমক লাওপানী দিব আকৌ।

  • @procky3867
    @procky3867 Месяц назад +2

    অসমৰ মানুহে এইবাৰ মামাক বিদায় দেবো

  • @rtamuli8511
    @rtamuli8511 Месяц назад +5

    অসমৰ মনমগজো মুদীয়ে কেতিয়াবাই জোখমাখ কৰিগম পালে যে অসমক আবেগ খোৱাই দিলেই হৈযায়

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 Месяц назад +6

    আকৌ এবাৰ মোদী চৰকাৰ,মামা।

  • @Atulchandi96
    @Atulchandi96 Месяц назад +1

    100%yes

  • @jitendrarabha4660
    @jitendrarabha4660 Месяц назад +3

    ভগৱানক ধন্যবাদ জনালো,কাৰণ বিহাৰতহে বানপানী হয়,সেইমতে চৰকাৰে সহায় কৰিছে,আৰু আমাৰ অসমত বানপানী নহয় বাবে চৰকাৰে মৰম কৰা নাই৷প্ৰণাম ভগৱান তোমালৈ,সেৱা জনালো ঈশ্বৰ তোমালৈ৷
    গাদী গ’লে যাওক মুখ্যমন্ত্ৰীৰ,অসমৰ বানপানীৰ সমস্যাৰ বাবে মুখ্যমন্ত্ৰীয়ে চিঞৰিব লাগে৷মুখ্যমন্ত্ৰীয়ে ক’ব লাগে যে অসমৰ বানপানীৰ সমস্যাৰ সমাধানৰ বাবে বিশেষ সাহায্য নিদিলে শাসকীয় দল ত্যাগ কৰিম বুলি৷

  • @PremlalKachari-xt1ky
    @PremlalKachari-xt1ky Месяц назад +7

    অন্ধ ভত্ত গোঁ মুত্ৰ খোৱা অন্ধ ভত্ত সকল টুপী পিন্ধোৱা হ'ল মজা।

  • @pardipsakia7085
    @pardipsakia7085 Месяц назад +4

    অসমে এইবাৰ পৰিচয় দিব। ৰাইজে পাতিবও জানে ভাঙিবও জানে

  • @bipulborah2193
    @bipulborah2193 Месяц назад +3

    নিতীচৰ বাবে মোদী চৰকাৰ টিকি আছে। চৰকাৰ ভঙাৰ ভয়ত ১১,৫০০'০০ কৌটি টকা দিলে। আমাৰ অসমৰ অধীনায়কক দিলে মাথো ডাঙৰ এটা ZERO.অসমত বানপানী হোৱাৰ কঠা কোৱা নাচিল নেকি ?

  • @user-kn6xn9vk4e
    @user-kn6xn9vk4e Месяц назад +5

    আকৌ এবাৰ মোদী চৰকাৰ এ ম জ আ

  • @manashbangthai5199
    @manashbangthai5199 Месяц назад +5

    Gobackmodi

  • @RajibDas-lm5ln
    @RajibDas-lm5ln Месяц назад

    অসমৰ জনসাধাৰণে এই গুৰুত্বপূৰ্ণ কথাবোৰ অলপ গভীৰভাৱে হৃদয়ংগম কৰিব লাগে।আমাৰ অসমৰ ৰাজনীতিবিদসকলে তেওঁলোকৰ ব্যক্তিস্বাৰ্থতহে ৰাজনীতি কৰাটো ওলাই পৰিছে। আন ৰাজ্যত বানপানীৰ সময়ত তাৎক্ষণিকভাৱে কেন্দ্ৰীয় মন্ত্ৰী আহি পেকেজ দিযায়।কিন্তু, অসমৰ ক্ষেত্ৰত...........?????????????

  • @Hazarikasushil
    @Hazarikasushil Месяц назад +4

    ,অহাবাৰত 14 খন আসন দিব লাগিব

  • @AbdulRashid-rg9ih
    @AbdulRashid-rg9ih Месяц назад +3

    Good mama ❤

  • @padmapaninath
    @padmapaninath Месяц назад

    মোডী চৰকাৰৰ অসমমুখী চৰিত্ৰ ---- অসম বুলিলে ভাৰতৰ প্ৰামাণিক পৰিচয়ৰ প্ৰকট ৰূপ । কাৰণ অসম হৈছে ভাৰত উপনিবেশ । অপ্ৰিয় সত্য এয়া ।

  • @gunakantaburagohain9074
    @gunakantaburagohain9074 Месяц назад

    Hundor barta 👍👍👍. Bujai bujok aru bhabok.

  • @dharmakantamech8122
    @dharmakantamech8122 Месяц назад

    Har Har Nitish Hai Hai Himanta😢😢

  • @user-iw8kc9jq9e
    @user-iw8kc9jq9e Месяц назад +1

    গাদী যোৱাৰ ভয়ত বিহাৰক পেকেজ দিবই।পিছে অসমৰ মামাই হিন্দু-মুছলিম ৰাজনীতি কৰি এচাম লোকৰ মন জয় কৰি আছেনহয় এয়াই যথেষ্ট।

  • @harinarayandeori3813
    @harinarayandeori3813 Месяц назад +1

    হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ 11 MP য়ে নৰেন্দ্ৰ মোদীৰ ভৰিৰ পানী খাই থাক। তেতিয়া অসম উন্নতি হ'ব। লাজ নাইকীয়া চব।

  • @anusaikia2104
    @anusaikia2104 Месяц назад

    বঢ়িয়া কথা বজা ও তালি য়া।

  • @PranjalPurty-iu4bf
    @PranjalPurty-iu4bf Месяц назад +1

    NDA চৰকাৰক বিদায় দিয়ক , ভোটৰ লোভত হে সহায় কৰে

  • @rajibbormedhi8638
    @rajibbormedhi8638 Месяц назад

    চিন্তা নকৰিব,এইবাৰ ব্ৰহ্মপুত্ৰ নদী খন খিন কৰা হব আৰু গভীৰ কৰা হবৈ,

  • @MISING123
    @MISING123 Месяц назад

    দূৰ্ভাগ্য অসম !
    দূৰ্ভাগ্য মুখ্যমন্ত্ৰী !
    ব্যৰ্থ মূখ্যমন্ত্ৰীলৈ শুভেচ্ছা জনালোঁ !
    আশাকৰোঁ ভবিষ্যতেও এইয়া দেখিবলৈ পাৱ ।
    Go back BJP !

  • @Darthvader000
    @Darthvader000 Месяц назад

    No Value of Eleven MP from Assam where as 12 MP got 11500 crs.

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Месяц назад +1

    লোকসভালৈ আৰু ৰাজ্য সভালৈ অসমৰ বিজেপিৰ এম পি কেইজন, দিল্লীত ঘোৰাৰ ঘা কাটি বলৈ গৈছে নেকি,ডৱল ইঞ্জিন , বঙ্গত কি ইঞ্জিন তেওঁ লোকে পালে২০২৬ অত ৰাজ্যৰ ভোট আহিব,ভোট জলকীয়া ও বান্দৰ কেকোৱা ৰাখিব ৰাইজে, বানপানী ও এবাল্টিকৈ ৰাখিব,ভোট বিচাৰি গলে গা ধুৱাই দিব, মাহীমাকৰ পুত্ৰ আমি

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe Месяц назад

    Good

  • @litysa4236
    @litysa4236 Месяц назад

    Val pratibedan prastut korajan dhainya 🎉🎉🎉

  • @birupdas2923
    @birupdas2923 Месяц назад

    মামাই কামনাই

  • @MRCRAZYBOY786
    @MRCRAZYBOY786 Месяц назад

    Very. Good. Is bar. 500. Per

  • @ChandanBarman-wf1xq
    @ChandanBarman-wf1xq Месяц назад

    কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমৰ বি জে পি চৰকাৰলৈ এটা টকাৰ নদী বনাই থৈছে । বাজেটত অসমৰ বাবে একো নধৰিলেও একো কথা নাই। তাৰো ওপৰি অসম চৰকাৰে ঋন লোৱাত তো একে বাৰে ভাল কাৰন অসমৰ মানুহৰ মুৰত ঋন লোৱাৰ অভিয়াস আছেই।

  • @dwijenkhanikar7582
    @dwijenkhanikar7582 Месяц назад +1

    অসম চৰকাৰে পদত্যাগ কৰিব লাগে।

  • @LakheswarBaruah
    @LakheswarBaruah Месяц назад

    Assam chief is a big jio from A N D government..

  • @biplovpegu1260
    @biplovpegu1260 Месяц назад +2

    BSNL Sim loi Port korar dore Axomr Sorkaru Port kribo hol.

  • @pgoswami5378
    @pgoswami5378 Месяц назад

    নিজৰেই মানুহ, আপোন মানুহ,নিদিলেই হব,বুজালেই বুজিব। বিহাৰে লেং মাৰিব পাৰে,তাৰ শংকাত ধন দিছে।নিদিলে যে নহয়,
    গুচি যাব পাৰে,ইণ্ডি এলায়েঞ্চে মাতি
    আছে যে। বানৰ বাবে দাবী কৰিলে আকৌ মহাজনে বেয়াই পায় নেকি!

  • @BhadraKantasaikia-f6i
    @BhadraKantasaikia-f6i Месяц назад +4

    Mama pump gol amar laj lagise

  • @ajaypawpaw9723
    @ajaypawpaw9723 Месяц назад

    🎉❤❤❤❤

  • @user-re5ut5tr2d
    @user-re5ut5tr2d Месяц назад +1

    Cm sare modorosarat aaru olop besi Kori halib lagisil

  • @rupeswarsaikia430
    @rupeswarsaikia430 Месяц назад +1

    Bye Bye হবই এইবাৰ Assam BJP

  • @user-om7te7tk2i
    @user-om7te7tk2i Месяц назад

    Assam c m go back 🎉

  • @anilhazarika9323
    @anilhazarika9323 Месяц назад +2

    11jon BJP assam r demand dibonoware minister kaijon nokou aru.

  • @ManabPegu-xq2sn
    @ManabPegu-xq2sn Месяц назад +2

    Go back bjp

  • @romondohutia3793
    @romondohutia3793 Месяц назад

    Cantal GST diyatu assamor pora Assam chorokare Kati dibo Lage.

  • @jibonjyotidutta622
    @jibonjyotidutta622 Месяц назад +1

    বিজেপি হায় হায় | বিজেপি গ" বেক

  • @BhabanBharali
    @BhabanBharali Месяц назад +1

    মামায় আনিব নহয় বাট চাওক

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Месяц назад +1

    মামাই ব্ৰহ্মপত্ৰৰ সুৰঙ্গ পথৰ সপোন দেখুৱাছিল। স্বপ্ন ভংগ হল। অগপৰ অসমৰ বাবে একো সপোন নাই।

  • @AbdulmatinMiya112-ds2mh
    @AbdulmatinMiya112-ds2mh Месяц назад

    😊😊

  • @NiponSaikia-xt7wq
    @NiponSaikia-xt7wq Месяц назад

    Umer Mukh sohoki kaijone Aku unibo nuarile assamoloi

  • @MonjulaDevi-du4te
    @MonjulaDevi-du4te Месяц назад

    মোডীৰ অসম বুলি নহয় উত্তৰ পূবৰ কোনো ৰাজ্যৰ সমস্যাক লৈ দায়বদ্ধ নহয়। মোডীৰ উদ্দেশ্য মাত্ৰ এটাই, সেয়া হৈছে যিকোনো প্ৰকাৰে ক্ষমতাত থাকিব লাগে। তাৰ বাবে লাগিলে নীতিশ কুমাৰ, চন্দ্রবাবু নাইডুক যিকোনো প্ৰকাৰে সন্তুষ্ট কৰি হওক নাইবা সিহঁতৰ ভৰিয়ে হাতে ধৰি।
    দ্বিতীয়তে আমাৰ জনাৰ উদ্দেশ্য হৈছে মোডীৰ, শ্বাহক যিকোনো প্ৰকাৰে সন্তুষ্ট কৰি, সেয়া লাগিলে হিন্দু মুছলমানৰ ৰাজনীতি কৰিয়েই হওক বা মোডীৰ,শ্বাহৰ ভৰিত পৰিয়েই হওক বিভিন্ন কেলেঙ্কাৰিৰ পৰা বাছি থাকি নিজৰ চকী বচাই ঘৈণীয়েকৰ ব্যৱসায় বাণিজ্যৰ সাম্ৰাজ্য আৰু সম্পত্তি বৃদ্ধি কৰা। মৰাৰ পাছততো সুদা মুখখন যমৰ ঘৰত দেখুওৱাব নোৱাৰে । অসম আৰু অসমীয়া জহৰনামে যাওক তাত কি আহে যায়।

  • @NipalBarman-ho5ks
    @NipalBarman-ho5ks Месяц назад +1

    2026 B j p Asomor para Biday

  • @pradipsarma9199
    @pradipsarma9199 Месяц назад +1

    মোদী ডাঙৰীয়াই অসমৰ গামোচা খন ডিঙিত লয় দেখোন।

  • @officialajijul5519
    @officialajijul5519 Месяц назад

    😢

  • @premodharphukan1101
    @premodharphukan1101 Месяц назад

    No need central fund . Our assam govt. has enough fund to tackle flood situation .Isn't it ? Bihar is very poor state .so .they deserve central fund .we are very rich .why should we ask for help .?

  • @prasantarai3921
    @prasantarai3921 Месяц назад

    Assamat banok loi modi aro himantai assamiyak opahas karile,himantar tat napaba.

  • @MaoBourah
    @MaoBourah Месяц назад

    Very good Cm lakhpoti aasoni lage kha aasoni loi

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 Месяц назад +1

    চৰকাৰ বচোৱাৰ চৰকাৰ। কেৱলমাত্ৰ কেৱল বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক বিশেষ পেকেজ প্ৰদান কৰা বাজেট মাত্ৰ।

  • @pahishorts569
    @pahishorts569 Месяц назад

    Mama dynamic cm buli koi nhoy ha ha ha!!!

  • @romondohutia3793
    @romondohutia3793 Месяц назад

    Anchalik dolorpora 10jon MP pothalehe hobo jen lagise

  • @AbowFengte
    @AbowFengte Месяц назад

    2026 Himanta Bishwa Sharma aru BJP ukyat kori Biharor ban panit pelai thoi ahibo lage tetiya he Axomor banpani dekha pabo hojag houk Axom bahi raij

  • @user-fb7rl3ce6v
    @user-fb7rl3ce6v Месяц назад

    এয়াই Double Engine

  • @ALAKESHDAS1229
    @ALAKESHDAS1229 Месяц назад

    Aamar cm a loan lobo Jana nohoi loan lobo kio laga centralor sahajio.

  • @jiyajiya6386
    @jiyajiya6386 Месяц назад

    Right Assam mor cm kam nai

  • @SyamantaSaikia
    @SyamantaSaikia Месяц назад

    Mojja ...nidiyai bhal ...akudal ene u napai bhuktabhugi luke

  • @mudoifeedcenter2024
    @mudoifeedcenter2024 Месяц назад

    বানপানী অসমত হোৱা নাই হিমন্ত মামাই কৈছিল,আকৌ কিহৰ পেকেজ দিব মোদী ককাই।

  • @jibanandachoudhury8859
    @jibanandachoudhury8859 Месяц назад

    ২০৫১ চনতো মনত ৰাখক হিমন্ত বিশ্ব শৰ্মাই বাকী মাৰো গুলি ।

  • @MrinalGoyari-sb6et
    @MrinalGoyari-sb6et Месяц назад +1

    অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অসমত বানপানী সদৃশ পৰিস্থতিহে হোৱা বুলি কেন্দ্ৰীয় চৰকাৰক জনোৱাৰ পাছত অসমক কিয় বান সাহাৰ্য দিব?

  • @MeghaliBaruah-lh8ni
    @MeghaliBaruah-lh8ni Месяц назад +1

    Bjpbyebye

  • @user-xg6hu8vr7f
    @user-xg6hu8vr7f Месяц назад

    আমাৰ এইকেইটাই অসমত মানুহবোৰক ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে। বহিৰাইজৰ মানুহকিতাৰ ৰঙাচকু দেখিমুটি যায়। পকৰত তেল মাৰ

  • @Infinity-z5i
    @Infinity-z5i Месяц назад

    আকৌ এবাৰ মোদী চৰকাৰ ❤,
    পইচা নিদিলে কি হল পাকিস্তানতটো surgical strike কৰিছে ।
    ধৰ্মৰ নামত ভূল নাযায় যেন অসম বাসী, সকলো মানুহৰে তেজৰ ৰং ৰঙা ।

  • @lakheswarborah3046
    @lakheswarborah3046 Месяц назад

    ঔ শ্বাহৰ চৰকাৰৰ ওচৰত অসমৰ কি গুৰুত্ব আছে ? মামা সৰ্বাক কোনে গুৰুত্ব দিয়ে ?? ১১ জন বিজেপি সাংসদ জিকাই অসমৰ কি লাভ হল ??? ভক্তগণে এই বিষয়ত কিবা ভাবিছে নে !!!

  • @khagenborgohain5600
    @khagenborgohain5600 Месяц назад

    দম নোহোৱা মুখ্যমন্ত্ৰী ! ! কিয় অসমে নাপায় উচ্চিত অনুদান ? !

  • @afzalhussain1693
    @afzalhussain1693 Месяц назад +1

    Bjp go back go back

  • @Bikash700-B
    @Bikash700-B Месяц назад

    Akou ebar BJP sorkar🙏

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f Месяц назад +1

    অসমৰ মানুহে আশ্বাসকে বিশ্বাস বুলি বুজি পাই ৷

  • @litysa4236
    @litysa4236 Месяц назад

    Sob hekh...
    Leng mstr kebol godir babe...nijor babe 😡😡😡

  • @desiNewsSm
    @desiNewsSm Месяц назад

    Gadi bachao budget, axomor manuhe bujiboi lagibo

  • @dbtalks365
    @dbtalks365 Месяц назад

    আস্বাস আৰু বিস্বাস
    এয়াই হল সৱকা সাথ সৱকা বিকাশ।

  • @mainulhaque1998
    @mainulhaque1998 Месяц назад

    Hindu musalman kori thakok aru zero khok CM sir,nake thakile he Laj pabo.

  • @Rupamdas-pw9rv
    @Rupamdas-pw9rv Месяц назад

    biharot banpani hoisa kintu axomot ki hoisa kunu dekha napai.aru amar cm silent . ako abar modi sarkar buli dance korok sir.Aru Amiu vote dim .thanks

  • @MakhanNeog-jq6wp
    @MakhanNeog-jq6wp Месяц назад

    B j p. Bey bey bey

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Месяц назад

    Assam CM Modi vyapari Sarkar go back BJP Sarkar kam nai go back

  • @user-ls9vc9hi8k
    @user-ls9vc9hi8k Месяц назад

    Jhumla

  • @darsanagogoi2231
    @darsanagogoi2231 Месяц назад

    Himanta o hunisane