Это видео недоступно.
Сожалеем об этом.

DON'T WAIT FOR PERFECT JOB. START YOUR OWN.

Поделиться
HTML-код
  • Опубликовано: 19 авг 2024

Комментарии • 692

  • @DeepDas-xv4kw
    @DeepDas-xv4kw 3 года назад +246

    আপোনাৰ দৰে মানুহ হেজাৰ জন্ম হক দাদা। 🥰🥰🥰🥰

  • @cricketvideos1804
    @cricketvideos1804 3 года назад +170

    He is my best friend.. We are very proud of him.

  • @shopun.gmail.com777
    @shopun.gmail.com777 3 года назад +36

    বিদ্যু্ৎ দা আমাৰ বাবে সদায় আদৰ্শ।মই বিদ্যুৎ দা'ৰ এজন ভায়েক।
    আৰু দীপক দা আপোনাকো অশেষ ধন্যবাদ জনালোঁ।এনে আৰু বহুজন বিদ্যুৎ আছে আমি চিনাকী কৰাই দিব লাগিব।

    • @smilewithrisha6061
      @smilewithrisha6061 2 года назад

      Mur dada oo nijar tumar ghar kt

    • @renuboro6011
      @renuboro6011 Год назад

      Namaskar, mor chhowali jani bar ahaongkari tai kako namate. Bayakh 28 bashar civil enginiyariong. Bartaman g. P karrato. Bar khangal. Nijor mate shole ata upay diyak

  • @kamalnath2643
    @kamalnath2643 3 года назад +123

    সচাকৈ আপোনাৰ পৰা শিকিবলগীয়া আছে অসমীয়া সমাজ খনে।

  • @biswajitbarman6868
    @biswajitbarman6868 3 года назад +69

    Sir.. আপোনাৰ সকলো কথা কলিজাত সোমাই যাই।। আপুনি সদায় এনেকৈ আগুৱাই যাওক 🙏

    • @Vardasvlog
      @Vardasvlog 3 года назад +2

      ruclips.net/channel/UCL00kAGqmKJ9IIrBhHGKAEQ

    • @riasislam6725
      @riasislam6725 3 года назад +1

      Dada apunar ghor kot

  • @farnashbegum1414
    @farnashbegum1414 3 года назад +91

    ❤❤❤❤আপোনাৰ কথা শুনি মোৰ জীৱনটো সলনি কৰি পেলাইছো ছাৰ। মই ১বছৰ আগতে মানসিক ভাবে ভোগি আছিলো। আজি কালি আপোনাৰ কথা নুশুনিলে ভাল নলগা হল।

  • @prafulladas7224
    @prafulladas7224 3 года назад +30

    দীপক চাৰ আপুনি মোৰ মনৰ কথা কৈছে । মই এম এ কৰা নাই বি এ সম্পূৰ্ণ কৰিছোঁ মই ও চাকৰি পৰিবৰ্তে দেউতাৰ সৰু পান দোকান খন চলাই আছোঁ আৰু এই কাম টো কৰি বহুত সুখী

    • @gitikabarman9839
      @gitikabarman9839 3 года назад +2

      Kori thoka dada apuni .xoru Kam kori mnuh hobo lge .

    • @prafulladas7224
      @prafulladas7224 3 года назад +1

      Ki kori thoka mane buja ni vonti moi

    • @gitikabarman9839
      @gitikabarman9839 3 года назад +2

      Apuni jito Kam kri ase dokan diya.

    • @prafulladas7224
      @prafulladas7224 3 года назад +1

      Oh anekoi val lage freedom ase kamot

    • @jibannath184
      @jibannath184 2 года назад

      Dada val khotha moiu aipunar nisina

  • @monoswinisarmah356
    @monoswinisarmah356 3 года назад +47

    আপোনাৰ কথাখিনিয়ে হৃদয় চুই গ'ল।

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 Год назад +1

    আপোনাৰ কথাখিনিয়ে প্ৰেৰণা যোগাই । অশেষ ধন্যবাদ থাকিল দাদা।

  • @anupamagohain9295
    @anupamagohain9295 2 года назад +3

    kuch to log kohenge logoko kam hi rohe 😊this line thnq sir

  • @vijaykumardev1345
    @vijaykumardev1345 3 года назад +3

    আমাৰ দীপক দাৰ কথা কোৱাৰ যিটো শৈলী সেইটো সদায় ভাল লাগে ৷দীপক দা ৱাৰ্ণিং টপিকৰ মুখ্য মানুহজন হয় ৷খুউব ভাল পাওঁ দেই দীপক দা আপোনাক ৷

  • @hujiatubinikram7775
    @hujiatubinikram7775 3 года назад +3

    দাদা আপোনাৰ কথাবোৰ শুনিলে শুনি থাকিবৰে মন যায়।এনেকৈয়ে আপুনি আমাক সদায় উৎসাহ উদ্দীপনা দি থাকিব বুলি আশা কৰিলো।🙏🙏🙏🙏🙏🙏

  • @mostofaahmed1206
    @mostofaahmed1206 3 года назад +8

    আপোনাৰ ভিডিও বোৰ চাই মোৰ জীৱনটু সলনি হয় গল দাদা😚।
    মই আগতে বহুত মন বেয়া কৰি আছিলোঁ ।
    আপোনাৰ ভিডিও চোৱাৰ পৰা মই হাঁহিবলৈ শিকিছোঁ।
    বহুত ভাল পাওঁ দাদা আপোনাক।💗

  • @assamchannel7963
    @assamchannel7963 3 года назад +5

    Dada Tmmmmm mojja lage Apunr program bilak.. love u so much

  • @rajibbaruah8580
    @rajibbaruah8580 3 года назад +4

    বহুত সাহস পালো ঐ দীপক দা,আপোনাৰ কথাবোৰে আমাৰ দৰে উঠি অহা এচাম যুৱ প্ৰজন্মক আগুৱাই যোৱাত বহুত সহায় কৰিছে❤️❤️❤️

  • @haripriyabhuyan948
    @haripriyabhuyan948 3 года назад +4

    ছাৰ আপোনাৰ পৰা বহুত শিকিবলৈ আছে। আপোনাৰ দৰে শ শ কোটি মানুহ জন্ম হওক।

  • @anantamoranvloge7255
    @anantamoranvloge7255 3 года назад +10

    দাদা ভাল লাগে আপোনাৰ প্ৰতিটো অনুষ্ঠান চাও আৰু জীৱনৰ বহুত শিক্ষা আৰু প্ৰেৰণা যোগাই।।

  • @newgamer1053
    @newgamer1053 Год назад +1

    অতি সুন্দৰ চাৰ, শুনি ভাল লাগিল।

  • @premanandadeka8469
    @premanandadeka8469 3 года назад +3

    বহুত বহুত প্ৰেৰণাদায়ক কাহিনী। কাহিনীটো শুনি বহুত ভাল লাগিল দাদা। আপুনি সদায় ধন্যবাদৰ পাত্ৰ।

  • @bhaskarborah1802
    @bhaskarborah1802 3 года назад +3

    দীপক দা আপোনাৰ মাতখাৰ কিবা এটা মোৰ মৰম লগা 💗মোৰ এটাই আশা আছে আপোনাক কেতিয়াবা সন্মুখৰ পৰা লগ পোৱা যদি কেতিয়াবা লগ পাও সঁচাই মোৰ এটা ডাঙৰ সপোন পূৰ হব💗

  • @bidyutsaikiachannel1682
    @bidyutsaikiachannel1682 3 года назад +30

    My name is also Bidyut...struggle kri asu...I want to do myself unique and for my society..

  • @douranganursery6486
    @douranganursery6486 2 года назад +1

    দাদা , আপোনাৰ কথাখিনিয়ে হৃদয় চুই গ'ল । ২০১৮ চনত ডিগ্ৰী সম্পূৰ্ণ কৰি মোৰ সৰুৰে নিচা নাৰ্চাৰী, গছ - গছনি ভাল পোৱা ক পেচালৈ ৰূপান্তৰ কৰোঁ । মঙলদৈ চহৰৰ পদ -পথৰ দাঁতিত আৰম্ভ কৰোঁ নাৰ্চাৰী ব্যৱসায় । আজি মোৰ এটা পৰিচয় আছে ।

    • @DipakMotivator
      @DipakMotivator  2 года назад +1

      Jaam ketiyaba brother. Sah khuwabo lagibo ...stay blessed..

  • @DeepDas-xv4kw
    @DeepDas-xv4kw 3 года назад +32

    দাদা আপোনি আমাৰ দুখিয়াৰ বাবে। জুবিন দা আমাৰ দুখিয়াৰ বাবে। 🥰🥰🥰🥰

  • @ankubaruah6401
    @ankubaruah6401 3 года назад +7

    মোৰ অৱস্থা ও বিদ্যুৎৰ দৰে, সকলোৱে অকল চাকৰি চাকৰি মই নিজে কৰিছোঁ কিন্তু ঘৰ বা সমাজৰ ঋণাত্মক কথা, আপোনাৰ দৰে মানুহ সমাজত লাগে।

  • @arupdutta9260
    @arupdutta9260 3 года назад +2

    ছাৰ আপোনাৰ কথা শুনি এনেকোৱা লাগিছে যে জীৱনত বেছি সা-সম্পত্তিৰ আধিকাৰী হৱ নোৱাৰিলেও কিৱা এটা কৰি হলেও জীৱনটো সুখেৰে পাৰ কৰিৱ পাৰিম

  • @jadumonigowala3376
    @jadumonigowala3376 3 года назад +3

    দাদা আপোনাৰ কথাত মন জয় পৰি জায় ইমান সুন্দৰ কে বুজাই দিয়ে আপোনি মহান ❤❤🙏🙏

  • @lakhipatar6362
    @lakhipatar6362 Год назад +1

    দীপক শমাৰ্ৰ লৈ মই আন্তৰিক অভিন্দন জনাইছোঁ৷

  • @manujkrnath499
    @manujkrnath499 3 года назад +2

    দাদা আপোনাৰ কথা বোৰে অন্তৰ স্পৰ্শ কৰি‌ যায়। আপোনাৰ দৰে ব্যক্তিৰ খুবেই প্ৰয়োজন অসমৰ উন্নয়নৰ স্বাৰ্থত।

  • @jonmonimahanta1520
    @jonmonimahanta1520 2 года назад +2

    বিদূৎ জ্যোতি কলিতা দেৱক মোৰ মনৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ।সদায় জীৱনৰ বাটত সুখী হৈ আগবাঢ়ি যাওক🙏

  • @jyotidevrabha9190
    @jyotidevrabha9190 3 года назад +2

    Nice dada bhut val hoise 😎🔥🔥❤️❤️❤️❤️❤️

  • @biswajitboruah4076
    @biswajitboruah4076 3 года назад +4

    ভাল লাগিল আপোনাৰ কথাবোৰ শুনি.... love from Tingkhong❣️❣️❣️❣️

  • @dpsdhemajiprankstar6969
    @dpsdhemajiprankstar6969 3 года назад +3

    আপোনাৰ কথাবোৰ শুনিলে শুনিয়েই থাকিব মন যায় দাদা💌এনেকৈয়ে উৎসাহ সাহস দি থাকক দাদা

  • @bishalpatar3197
    @bishalpatar3197 3 года назад +1

    Bht vl lgil Dada anekwa motivational video xdai di Jai jen❤️❤️❤️

  • @rkalita8176
    @rkalita8176 3 года назад +3

    Nomoskar 🙏Dada... Apunar kotha bure bohut utshah diye muk... Dhanyawad dada# may god bless you with good health 🙏🥰

  • @rakeshborah614
    @rakeshborah614 3 года назад +10

    আপোনাৰ কথাই অন্তৰ চুই যায় ❤️

  • @mustafawashim87
    @mustafawashim87 3 года назад +3

    Lot of motivation from dipak Sharma sir 🥰🥰 manuh r kotha huni luv nai, vhal manuh nai aji Kali...

  • @chandragowala1432
    @chandragowala1432 3 года назад +4

    Thank you sir...Amar tingkhong colleget ahi amak inspire Kora babe. Moi apunar speech saboloi 3 ta classt pathdan Kori suti loi goisilu. Apunak suwar durbar hepah asil aru puron korilu.

  • @nayanvlogs2228
    @nayanvlogs2228 3 года назад +3

    আপোনাৰ কথাবোৰ শুনি মনত বহুত শান্তনা পোৱা যায় ধন্যবাদ ছাৰ

    • @Vardasvlog
      @Vardasvlog 3 года назад

      ruclips.net/video/udblmKCFr4E/видео.html

  • @pramoddas2521
    @pramoddas2521 3 года назад +1

    Oh.. Bohut vl lagil, bohut inspired holo aponar kotha huni

  • @jhshort075
    @jhshort075 3 года назад +2

    Bhut dhuniya lagil video tu sai ❤️❤️❤️❤️ very great super hit voice and example 🔥🔥🔥🔥🔥

  • @surajgogoi1879
    @surajgogoi1879 3 года назад +32

    টিংখং কলেজৰ কোনে কোনে চাই আছা লাইক এটা কৰি দিয়া 👍❤️

  • @tejaswinichetri5188
    @tejaswinichetri5188 3 года назад +11

    Thank you sir for your inspirational words and that line 'kuch toh log kahenge logo ka kam hai kahna' are very meaningful and precious to me.

  • @ratnahajong8580
    @ratnahajong8580 Год назад

    ছাৰ আপোনার ভাষনত বহুত জ্ঞান লাভ করিব পাৰি ৷ ধন্যবাদ ছার

  • @shikhyajyotiphukan7969
    @shikhyajyotiphukan7969 3 года назад +1

    আপোনাৰ কথাবোৰ শুনি শুনিয়ে টোপনি যাওঁ মই। আৰু কি কম ভাষা নাই ছাৰ ।আপোনাক লগ পোৱাৰ মোৰ বহুত আশা আছে ছাৰ ।

  • @monmohanhazarika5614
    @monmohanhazarika5614 3 года назад +2

    Bohut hundor kotha koise. .......Thanks

  • @rashmihazarika8717
    @rashmihazarika8717 3 года назад +3

    Aapuni ki koi hei2 psr ktha..aapuni jiai nkuk.hklu kthai mur aantr sui jai..aapuni hdai aaguwai jauk.

  • @manojtalukdar6647
    @manojtalukdar6647 3 года назад +2

    আমাৰ মাজত বহুতো প্ৰতিভাধৰ যুৱক আছে কিন্ত্ত দুঃখৰ বিষয় এই প্ৰতিভাধৰ সকলক আমাৰ সমাজৰ এচাম তথা কথিত গুৰি ধোৰোতা মূধাফতা ব্যক্তিৰ কূ দৃস্টিত এই প্ৰতিভাধৰ সকল পাহৰণীৰ গৰ্ভত মৃত্যু যন্ত্ৰণাত চতফতাই থকা দেখিবলৈ পোৱা যায় 😭

  • @prarthanadutta9563
    @prarthanadutta9563 3 года назад +1

    Bhut val lagil.aponi protyek thailoi ahok

  • @jintigogoi3491
    @jintigogoi3491 3 года назад +9

    Love from Ting khong

  • @minturaj1130
    @minturaj1130 2 года назад +3

    Nice dada

  • @basanatakalita7241
    @basanatakalita7241 3 года назад +1

    সুন্দৰ দিপক দা, খুব সুন্দৰ কবলৈ ভাষা নাই

  • @Sub_Inspector
    @Sub_Inspector 3 года назад +3

    আপোনাৰ কথাই মোক সাহস দিয়ে, ধন্যবাদ চাৰ

  • @tonmoyeesarmah3049
    @tonmoyeesarmah3049 3 года назад +1

    আপোনাৰ কথাই মোৰ জীৱনত আগবাঢ়ি যোৱাত বহুত উৎসাহ দিছে। আপোনাৰ ভিডিঅ সমূহ চাই খুব ভাল লাগে আৰু বহু কথা শিকিব পাৰো।।তাৰ বাবে
    বহুত ধন্যবাদ।

  • @rkalita123
    @rkalita123 3 года назад +3

    Sir aponar kothabor bohut Val lage..

  • @pranjalkumarvlogs4441
    @pranjalkumarvlogs4441 3 года назад +1

    Dada apunar pora bohut hikibo logiya aseeeeeee❤❤❤monottttt borrrrrr hahokhhh paisuuuuu kothabur huniiiiiii...

  • @pabitrahazarika9002
    @pabitrahazarika9002 3 года назад

    Aapunaar kothaa huni bohuut vl lge..God bless you..

  • @amanali5293
    @amanali5293 3 года назад +1

    ছাৰ আপোনাৰ উপদেশ মোৰ জীৱন লগত মিল আছে

  • @PSAspiringFilms
    @PSAspiringFilms 3 года назад +16

    I really appreciate your presentation style sir ❤️❤️🙏

  • @sanjaykishanofficial2440
    @sanjaykishanofficial2440 3 года назад

    ছাৰ সচাকৈ আপোনাৰ অকণমান কথাই আমাক নতুন নতুন চিন্তা ভাবনাৰ বাট দেখুৱাই দিছে।

  • @rabha6668
    @rabha6668 3 года назад +4

    Waaaaw so inspiring

  • @nityanandadeka2299
    @nityanandadeka2299 3 года назад +2

    সুন্দৰ দাদা👏👏👏

  • @pallabikalita4245
    @pallabikalita4245 3 года назад +1

    Thank youuuuuuu sir ...... Bor utsahhh diye aapunar ktha bilake . 🙏

  • @rajashreedutta748
    @rajashreedutta748 3 года назад +2

    Hukhi holu amar amontron rokhya kori amar majoloi ohar babe..apunar ktha bure amak bohu porimane uthkahito korile😊😍🤗🤗

  • @bikashdeka60
    @bikashdeka60 3 года назад +1

    Love u Baihata chariali ...laag paaba laagisil sir

  • @axomcabrider
    @axomcabrider 3 года назад +1

    Xosai bhut vl lagil apunar kotha xini 🙏

  • @b4you00
    @b4you00 3 года назад +4

    💯% right concept for encouraged our upgrowing people.....🙏🙏🙏🙏

  • @JayantaNeel
    @JayantaNeel 3 года назад +1

    Dada apunar kothakhinie bohut bohut perona jogale mok ... val lagil dhonnyabad apunak 🙏🙏🙏🙏🙏

  • @assamesecultural7494
    @assamesecultural7494 3 года назад +1

    আপোনাৰ দৰে এজন 1000 জন জন্ম হওক। ।love you

  • @RajibDas-im1kw
    @RajibDas-im1kw 3 года назад +3

    দাদা আপোনাক ধন্যবাদ জনাইছো আমাক এনেদৰে সদাই জ্ঞানৰ পোহৰ দি যাব

  • @bijoydeep8926
    @bijoydeep8926 3 года назад +3

    Tq sir for coming our Tingkhong college, bohut val lagil sir.

  • @DRISHTANTA
    @DRISHTANTA 3 года назад +2

    Nice video sir.

  • @AbdulKalam-dr7iz
    @AbdulKalam-dr7iz 3 года назад +2

    Bht bl lagil dada

  • @gitikadevi836
    @gitikadevi836 Месяц назад

    I inspireing you for motivational speeech dipak sarma ,sir

  • @jurikakati719
    @jurikakati719 Год назад +1

    দীপক দা মই কিন্তু চাকৰি কৰাতকৈ দোকান দিয়া বহুত বহুত বেছি ভাল পাও❤❤❤❤

  • @swapnabarman5637
    @swapnabarman5637 3 года назад +2

    Sir aapuni amar prerona😍

  • @ankurbhattacharyya3097
    @ankurbhattacharyya3097 3 года назад +2

    সুন্দৰ দাদা 🙂❤

  • @sangitabaishya8157
    @sangitabaishya8157 3 года назад +1

    হয় ছাৰ খুব ধুনীয়া কথা কৈছে বহুত সাহস পাইছো আপোনাৰ কথাবোৰৰ পৰা ।

  • @thepranjalsaikiavlog8283
    @thepranjalsaikiavlog8283 3 года назад +1

    কাশ্মীৰ অৰ পৰা চাই আছোঁ কিন্তু সঁচা কৈছোঁ আপোনাৰ সন্মুখ অট থকা নিচিনা লাগিছে বহুত ভাল লাগে আপোনাৰ এই কথা বোৰ

  • @akhildas7280
    @akhildas7280 3 года назад +3

    Sakri kra lra Bor beya thik ase Mani lolu.. kin2 hklo private Kam kra lra.. VL buli kune geranti dib.... Ki Kam krisa buli VL nhy.. manhikta kenekuwa tar heito he daor ktha......Jai Hind sir... Apunar ktha huni bhut VL Pao...

  • @chitraranjankumar3514
    @chitraranjankumar3514 3 года назад +1

    আপোনাৰ কথাখিনি য়ে হৃদয় চুই গল।দাদা

  • @sehnazhussain4431
    @sehnazhussain4431 3 года назад +5

    Graduation ekelge krisilu...bidyut r lgt..proud of him😊

  • @mitalimasti664
    @mitalimasti664 3 года назад +1

    Khub hundor apunar kotha.hidina goi pua deri hoisl aji hunisu vl lagil.

  • @statisticsforbeginners6841
    @statisticsforbeginners6841 3 года назад +5

    Inspirational speech. Very nice Sir👍🏻

  • @moiaxom5356
    @moiaxom5356 3 года назад +2

    Very.... good

  • @ritomboruah1143
    @ritomboruah1143 3 года назад +2

    Wawww dada.mjaaaaaa❤️

  • @abhijitboro4257
    @abhijitboro4257 3 года назад +1

    Dipak da apunak salut👍💪🤟👌🥰

  • @akhtarulhussain217
    @akhtarulhussain217 3 года назад +1

    ভাল লাগিল বহুতো...

  • @shortsserver
    @shortsserver 3 года назад +1

    Moi ajan tinkhong colleger student
    RUclipst amer colleger eaii vdeo pai vll lagil
    Thanks thanks

  • @debojittalukdar6626
    @debojittalukdar6626 3 года назад +1

    বহুত সুন্দৰ দাদা।ইতিবাচক চিন্তাৰে আমাৰ প্ৰজন্মই কৰ্মসংস্কৃতিক আকোঁৱালি লবই লাগিব।

  • @subratadasgupta5385
    @subratadasgupta5385 2 года назад

    সামাজিক চিন্তাধাৰাৰ পৰিবৰ্তন অতি আৱশ্যক, ধন্যবাদ।

  • @parashjyotirava3921
    @parashjyotirava3921 3 года назад +6

    Truly inspirational ❤️😊.
    Need more Videos 🙂

  • @dipudcreation7423
    @dipudcreation7423 3 года назад +1

    Moja sir aponar video sai bhut bhut val lage

  • @amirulhoqueamirulhoque8016
    @amirulhoqueamirulhoque8016 3 года назад +3

    Val lagil

  • @asirshing2212
    @asirshing2212 3 года назад +3

    দাদা,পূনৰ লগ পাই নথৈ আনন্দিত হ
    হৈছোঁ 🙏❤️

  • @sunilbaishya9308
    @sunilbaishya9308 2 года назад +2

    Dada apunar video bilak sai bohut bohut bohut val lage.apur video bilak sai kiba ata bisari pao.

  • @Pranjal_M_Baruah
    @Pranjal_M_Baruah 3 года назад +3

    আপোনাৰ দৰে মানুহ হেজাৰজনৰ জন্ম হওঁক😊 মই বহুবাৰ গৈছোঁ ভুৰুকা ত । চিনাকি বহুদিনৰ😊😊

  • @baishyagyandeep9060
    @baishyagyandeep9060 3 года назад +5

    Mojjjja

  • @faizurrahman8473
    @faizurrahman8473 3 года назад +1

    ভাষা বিছাৰি নাপাওঁ আপোনাক কি বুলি ধন্যবাদ দিম,,ছাৰ আপোনাৰ পৰা বহুত শিকিবলৈ আছে।

  • @sandeepchakraborty6852
    @sandeepchakraborty6852 3 года назад +1

    Really inspirational video 👍🏻👍🏻 Bohut val lagil.. Bidyut r nicina koi ami buro enekoi aguwai joa uchit🙂

  • @rubuldas1685
    @rubuldas1685 3 года назад +2

    🖤Dipak Da apuni ........mohan🖤