আদিবাসীসকলৰ ভূমি অবৈধ্যভাবে দখল কৰা লোকসকলৰ পৰা অধ্যায় ১০ নিয়ম আদিবাসীসকলক ঘুৰাই দিয়াৰ ব্যাৱস্থাকৰা।

Поделиться
HTML-код
  • Опубликовано: 3 окт 2024
  • "#আমাৰ_মাটি"," #আমাৰ_অধিকাৰ" #সুৰক্ষিত_কৰাৰ_আমাৰ_নৈতিক_দায়িত্ব।
    আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা লক্ষীমপুৰ জিলা সমিতিৰ একত্ৰিতকৰণ গোট উদ্যানত নাওবৈচা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়।
    🔴" ভূমি আৰু ৰাজহ আইন ১৮৮৬" ৰ অর্ন্তগত "ট্রায়বেল বেল্ট আৰু ব্লক'ৰ অধ্যায় ১০ ব নিয়ম অনুযায়ী আদিবাসীসকলৰ ভূমি সুৰক্ষা প্রদান কৰা।
    🔴 'ট্রায়বেল বেল্ট আৰু ব্লক"ৰ অধ্যায় ১০ ৰ নিয়ম উলংঘা কৰি নাওবৈচা ৰাজহ চক্র বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত বসবাস কৰা আদিবাসীসকলৰ একচনীয়া/ম্যাদী পট্রা সমূহত অন্তর্ভুক্ত হোৱা বে-আইনী নামজাৰি নাকচ কৰা।
    🔴 নাওবৈচা ৰাজহ চক্র বিষয়া কাৰ্য্যালয়ৰ অন্তর্গত "ট্রায়বেল বেল্ট আৰু ব্লক" ৰাজহ গাওঁ সমূহত অধ্যায় ১০ ব নিয়ম উলংঘা কৰি আদিবাসীসকলৰ ভূমি অবৈধ্য ভাবে দখল কৰা লোক সকলৰ পৰা উল্লেখিত অধ্যায় ১০ ৰ নিয়ম অনুযায়ী আদিবাসীসকলক ঘুৰাই দিয়াৰ ব্যাৱস্থা কৰা। #aasaa #adivasi #our_rights #আমাৰ_অধিকাৰ #adivasiland #dibrugarh
    🔴 আদিবাসীসকল বসবাস কৰা চাহ বাগিচাৰ নামত থকা "চাহ ম্যাদী" শ্রণীটো কর্তন কৰি আদিবাসীসকলক সেই ভূমিৰ পট্রা প্রদান কৰা।
    🔴 মিচন বসুন্ধৰা ৩.০ ৰ জৰিয়তে চাহ বাগিচাৰ শ্রমিক সকলৰ আৱাস গৃহৰ লগতে সংলগ্ন থকা কিচান গার্ডেন ভূমিটো শ্রমিক সকলক সেই ভূমিৰ পট্ৰা প্ৰদান কৰা।
    সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)
    লখিমপুৰ জিলা সমিতি (একত্ৰিত কৰণ গোট)
    #aasaa #Adivasiland #adivasi #dibrugarh #news #আমাৰ_অধিকাৰ #

Комментарии • 4