ব্যক্তিত্ব বিকাশৰ বৈজ্ঞানিক বিশ্লেষণ Dr D J Bhuyan AMC
HTML-код
- Опубликовано: 8 фев 2025
- যোৱা ২১ জুলাইত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণী অনুষ্ঠান ‘ৰুণ্-জুন্ নূপুৰে মাতে’ আৰু বৃহত্তৰ গৰুধৰীয়া মধুপুৰ অঞ্চলৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা ‘উছাহৰ ৰামধেনু’শীৰ্ষক অনুষ্ঠানত প্ৰদান কৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাৰ বক্তিতাটো।