মোদীৰ জনসভালৈ মহিলাক ক'লা বস্তু নিয়াত বাধা নিৰাপত্তাৰক্ষীৰ
HTML-код
- Опубликовано: 15 сен 2024
- ▶️ আমাক ছাতি লাগে ছাতি, বটলো পোৱা নাই। ৪৫০ টকা দামৰ মোৰ ছাতি কি হ'ল? প্ৰধানমন্ত্ৰীৰ জনসভালৈ ক'লা বস্তু নিয়াত বাধা নিৰাপত্তাৰক্ষীৰ। জনসভাৰ পিছত নিজৰ বস্তু নাপাই ক্ষোভ মহিলাৰ।
হব অৰুণোদয় টকাৰে কিনি লব।ভাল লাগিল News টো চাই।
PM MODI অসম আহিছে বুলি যিমান টকা চৰকাৰে খৰছ কৰিলে, তাতকৈ সেইবিলাক টকা জনসাধাৰণৰ উন্নয়নৰ বাবে তথা দেশৰ উন্নয়নৰ বাবে খৰছ কৰা উচিত আছিল বুলি মই ভাবো। ইমান গাড়ী MODI অহাৰ বাবে reserved কৰি সাধাৰণ জনগণৰ অসুবিধাৰ সৃষ্টি কৰাৰ লগতে বহু টকাৰ অপব্যৱহাৰ কৰিছে। সেয়েহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ কৰিছো যে আগলৈ টকাৰ অপব্যৱহাৰ লগতে জনসাধাৰণৰ মাজত অসুবিধাৰ সৃষ্টি নকৰে যেন। চৰকাৰে ভাল কাম কৰিলে জনসাধাৰণ নিজে ঘৰৰ পৰা উলাই যাব প্ৰিয় নেতা জনৰ কাষলৈ। তেতিয়া এনেদৰে চৰকাৰে টকা অপব্যৱহাৰ কৰাৰ প্ৰয়োজন নহয়।
যদিহে কিবা ভুল কথা দাঙি ধৰিলো তেনেহলে ক্ষমা কৰিব।
(ধন্যবাদেৰে
দেবজীত বৰা।।)
Nice
@@ankurborah9150 yaa. Thankyou
সুন্দৰ অনুভৱ ! কিন্তু তেতিয়াহলে ৰাজনৈতিক নেতাসকলৰ একো মুনাফা নাথাকিব !
dhuniya ktha koisai .
Ekdom Hsa katha koise Apuni 👍👍
আৰু অলপ যাবি এয়া কম হল মইতো খাবলে নেপাই মৰি গলেও নাজাও।
ভালেই হৈছে
চাতিৰ বেগৰ দাম ভৰিব লাগিব নেৰিব ইহঁতক
😂😂😂😂😂 আৰু যাবি নে মোদী ক চাব,200 টকাৰ কাৰণে কেনে জালা পালি 😂😂😂😂😂
এই সভাৰ কাৰনে যিমান টকা খৰচ কৰিলে তাৰ বিনিময়ত গাঁৱৰ উন্নতি কাৰনে খৰছ কৰা হলে ৰাইজে বহুত বহুত ধন্যবাদ জনালে।
ভাল হৈছে বিজেপিৰ ললীপপ খাই কেনে পাইছে ? আৰু ভোট দিয়ক
A, Moja Aeya 2 Poriboton
মাছৰ তেলেৰে মাছ ভাজি যিতো দিনলৈ খাই থাকিব ।সেই দিনতোলৈকে ছাতি হেৰায়ে থাকিব।
কোনে আহিব কৈছিল
Moza , Mama zindabad
ভাল হৈচে আৰু জাৱ মিতিঙলৈ,,👌👌🤗
A mojja
Mojja hoise
বাপেৰ টো আহিছে চাগৈ যা তহঁতি।অসমত এইটোক পাত্তা দিছিলি তহঁতি।মোদী, সৰ্বা বৰলা।
A mojjja.....
আৰু চাব যাবি ।। ভাল হৈছে
মুদিয়ে কিনি দিব টেনসন নাই.😀😀😀 কলা , বগা ,বাৰেবৰণীয়া ছাতি....সেইকাৰনে বাইদেওহত এনেকা সভাত যাব নাপাই.....আজি গোটেইকেইটাই গিৰিয়েকৰ ৰামধুলাই খাব....😋😋😝
আই হত ভালেই হৈছে দে 😀😀😀
আইসকল গৈছিল কিয়?
200টকা লোভত 😄😄😄
ভাল হ'ল দে কাৰন মুদি আহিছে ন ঘৰত কাম নাই
Khub vallagel thank you very very very nice 👍
ইমান ভয় যদি জনসাধাৰণক কিয় আনিব লাগে
Val hoise
Aru Modi jindabad di
Very. Good news
মামাক ছাতি দিৱ কব লাগে ক
Balor burbhog publik tuke bjp sarkare pai tar bahere kako napai.baki keitaman karbi maiki bilakor kotha bilak huni vall lagise 😜.kene paise modik sai 😀😀😀😀😀.
জাহ আৰু BJP মেকিংকত কাম নাই
ভাল হৈছে মোডীক চাবলৈ গৈছিল...
ভাই ওঁ বেহনো ছাতি কা কেয় কাম হাই....আকৌ এবাৰ মোদী চৰকাৰ 🤣🤣🤣🤣
এ....😂😂😂😂।
অ..হাজিৰা কিমানকে ???
400. 300 দাম ছাতিৰ । মোদী কি জয়
Bhale hoise jai kio
Kola pent kinisilu mudi sab jam buli juwa hoi mur pent tu rokhale hoi😂😂😂😂😂😂😂🤣🤣🤣
Good
ছাতি আঁচনি মুকলি কৰক মামা জি ।
Right, Right,,, 😆😆😆🤣🤣🤣
Good val
মজা পাইছে বাপেক কে
মোডিয়ে কিনি দিব দে কিয় তেনচন লৈছী
ভালেই হৈছে । আৰু যাব মোডিক চাবলৈ
Moja moja🤣🤣
আৰু চা মোদীক
ছাতি, নিদিলে আপোনালোকো তাৰ পৰা নাহিব
আৰু যাবি অৰুণোদয় পাৱি।
aru..jaa..moja
মোৰ কলা জাঙীয়াটো তাত থৈ গৈছিলো বিচাৰি নাপালো ।
Ami pani botol loi homabo paiso 😍😍 tq sir eman je gorom lagisil aro pani kini bhot kam ot disell 😍😍💛💛💛💛
MOJA
Modi Modi...ha ha..
Aru daam bahibo ....jodihe eneke hova hoi
BJP Zindabad buli koi ghorot jauk baidewhot aaimatrisokol
vale hoise aru jabi
P m kini dib val paisu kam nai grt 200 tka mrib jabi
বহিয়া হৈছে
Mozr
এটিয়া গমপালী ২০০/টকা লৈ ,,,,,,,,,,.
Hajira val dib kijani, sati dam tu o Dio logote
Birat roh dise kintu 😁😁😁😁😁😁
Khub val...ki koribole goisili,
Saati main🔥🔥🔥
Sati 😁😁😁😁😁😁😁😄😄😄😀😀
Sati
ছাতি ছাতি ছাতি........
Modi go back
Bjp aru vote dibo
Aru jbi...paiso ata...
ছাতি বোৰ মোডী দদৌৱে লৈ গুচি গ'ল😂😂
Shame on himanta biswa Sharma. Hypocrite PM n CM. Pathetic party rules. No empathy towards people.
Sati nibo napai kola buli...suli u to kola tnehole suli khurai jbo jbo pahoril jn pau
Umbrella O umbrella 😀😀😀
Bhale hoise de... 😂🤣😹
😂😂😂 sati a sati
Sati
A sati
Satii 350 toka
Sati
Aa bisari puwa nai sati
Sati
Sati
Sati sati
Lobo নিদিয়ে
Sati
Kola bostu lobo napai 😂
Satiiii 😂😂😂😂😂😂😂
Ki ase eyate 😂😂
Aru BJP BJP kori ghuri thaka
ছাতি হেৰালেও কি হ'ল। কচু পাত লৈ চলি যাব। আকৌ এবাৰ......... চৰকাৰ
Mojja
Mama i dibo dia sinta koribo nalage dia
Aru pabo lage
Bohut val hol
🤘🤘🤘
Modi zindabad ❤️❤️❤️
Vagaban r darkhan hol hoisay aru..
Kiba ata Pam bule mohila bor jay pisot thok khay ,
ছাতী দান দিব পাৰিলে ভাল
আৰু যাবা
সব চুৰ কৰি নিলে BJP য়ে
Aru jabi modig saba morba
Aponalokal kiman darmoha dise
Ru mudi k sabo jabi, moja
Sati sati sati sati.... Val hosye....ha ha ha...
Lengta hosa modi saba jai .
🙏🙏🙏ha. Ha... 😁😁😁😁👏👏brhiya👏👌
Vagabank dakhisa hobo aru ...
অাৰু jabi হত
Nk tv ami heikrne nglu petrol imn daamm kune jabo hoi imn vir imn rod tatkoi ghrt thki live suai vl
লাচ লাগিচি মুৰ ! মুৰ জাংগিয়াখন কুলা আচে
metint aha moja pala ne
kio goisile baideu😁😁😁😁😁😜😜😜
Val nogolu kola t shirt ata kini thoisilu dibrugarh t mudi dangoriyak sam buli..
Ih Modir Karone Aaikhini Sacrifice Koribo Nuwara Na. Aata Sati Ha
Aako Aabar........
Krishna krishna
Ha ha ha..arunudoi paise nohoi kini lobo