Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কৃষ্ণ কৃষ্ণ হে'পৰম্পদ শ্ৰীগুৰুদেৱৰ শ্ৰীচৰণত চিৰকৃতজ্ঞতাৰে কৃতাঞ্জলী নিৱেদন কৰিছোঁ আপোনাৰ দেৱকণ্ঠ আমাৰ হৃদয়ত গুঞ্জৰিত হৈ থাকিবলৈ কৃপা মাগিছোঁ ঈশ্বৰ' নাৰায়ণ মাধৱ 🙏 🙏 🙏 🙏
কৃষ্ণ কৃষ্ণ ৰাম ৰাম। শ্ৰীহৰি গোপাল গোৱিন্দ মাধৱ মাধৱ মাধৱ
Kouty kouty dandavat pranam aru namaskar 🙏🏻
||শৰণ || মই দুৰাচাৰ কেৱল তোমাৰ ... অপৰাধী নাৰায়ণ | ক্ষমিয়োক হৰি লৈয়ো দাস কৰি পশিলো হেৰা শৰণ || হে কৃষ্ণ স্বামী তযু পাৱে আমি কেৱল শৰণ চাওঁ | কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেসে প্ৰভু এৰাওঁ || হে যদুপতি মইু মূঢ়মতি নাজানো সেৱা তোমাৰ | কেৱল তোমাৰ চৰণ পংকজে শৰণ কৰিলো সাৰ || পুৰুষ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী | তযু পাদ-পদ্ম মকৰন্দ আশে শৰণ পশিলো আমি || প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন - জন তাৰণ | তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ||
আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰে কামনা কৰিলো নেদেখা জনৰ ওচৰত🙏🙏🙏
প্ৰভু আপুনি সঁচাকৈয়ে বৈকুণ্ঠ নমাই আনিব পাৰে ধৰালৈ, অমিয়া কণ্ঠেৰে। আপোনাকো ভক্তগণে নামৰ যোগেদি বৈকুণ্ঠলৈ পঠিয়ালে। নিজ কৰ্মেৰেই আপুনি ভকতিৰ নিজৰা বোৱাই গ'ল, যাবৰ পৰত। সুখেৰে থাকক বৈকুণ্ঠত।🙏🙏🙏
Ba....eman sundar kantha
মন মগজু চুই যোৱা কণ্ঠ। কাণত বহুপৰলৈ গুঞ্জৰিত হৈ থাকে এই ধ্বনি।
💥🕉️JaySriRam🕉️💥🌸GOOD🌸BAP🌸
ঈশ্বৰে আপোনাক মঙ্গলে ৰাখক ,সুদীৰ্ঘ জীৱন লভক এয়ে প্ৰাৰ্থনা।
আপোনি বৈকুণ্ঠত স্থান পাওক। আপোনাৰ বিদায় বেলাত তাকেই কামনা কৰিলো।
Allah apunk val korok..mor duwa🤲
ভক্তি অৰ্ঘ্যত আনন্দ লভিলো।
Dhoinyobad
আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকে ঈশ্বৰৰ ওচৰত প্ৰাথনা জনাইছোঁ 🙏🙏
চিৰ নমস্য 🙏🙏
কৃষ্ণ 🙏🙏🙏
ৰাম গোপাল
Pranam
হে, প্ৰভু আপুনি বৈকুণ্ঠৰ পৰা আমি সৱক কৃপা কৰক।
কৃষ্ণ হৰি ৰাম নাৰায়ণ🙏🙏🙏🙏
Dhonyobat dada anakuwa vedio bor diyar babea
ধন্যবাদ । আমাৰ vedio বোৰ চোৱাৰ বাবে।
Jote ase xantit thakok🙏🙏🙏🙏🙏🙏
Krishnai Nomoh
Krishna Ram Narayan
কৃষ্ণ
আপোনাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ
Lost of the decade ...... Apunar atmai jonmo mrityur chakra r pora ulai porom atmar logot bilin hoi siro hanti luv korok ... Aai parthona ..
Thanks
Krishna kripa
Pronam ,Aapunar matsar sodai kanot baji thakibo.
🙏🙏🙏
Anakuwa aru vedio thakilea dibosun
Hobo dia next vediot di asu ...
BHUT BRHIA .ANKE D THAKPI A VIDIO BAPA
এনে এজন সাত্তিকতাৰে ভৰা পুৰুষৰ সান্নিধ্য নাপালোঁ ! 😢তেৰাৰ আত্মাই বৈকুণ্ঠত বাস কৰক। ভগৱন্তৰ চৰণত এয়াই প্ৰাৰ্থনা ।
Param sukh paiso
কৃষ্ণ কৃষ্ণ হে'পৰম্পদ শ্ৰীগুৰুদেৱৰ শ্ৰীচৰণত চিৰকৃতজ্ঞতাৰে কৃতাঞ্জলী নিৱেদন কৰিছোঁ আপোনাৰ দেৱকণ্ঠ আমাৰ হৃদয়ত গুঞ্জৰিত হৈ থাকিবলৈ কৃপা মাগিছোঁ ঈশ্বৰ' নাৰায়ণ মাধৱ 🙏 🙏 🙏 🙏
কৃষ্ণ কৃষ্ণ ৰাম ৰাম। শ্ৰীহৰি গোপাল গোৱিন্দ মাধৱ মাধৱ মাধৱ
Kouty kouty dandavat pranam aru namaskar 🙏🏻
||শৰণ ||
মই দুৰাচাৰ কেৱল তোমাৰ
... অপৰাধী নাৰায়ণ |
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ ||
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱল শৰণ চাওঁ |
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এৰাওঁ ||
হে যদুপতি মইু মূঢ়মতি
নাজানো সেৱা তোমাৰ |
কেৱল তোমাৰ চৰণ পংকজে
শৰণ কৰিলো সাৰ ||
পুৰুষ উত্তম পৰম পুৰুষ
পৰম আনন্দ স্বামী |
তযু পাদ-পদ্ম মকৰন্দ আশে
শৰণ পশিলো আমি ||
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ
প্ৰপন্ন - জন তাৰণ |
তুমি প্ৰিয়তম পৰম দেৱতা
জানিয়া লৈলো শৰণ ||
আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰে কামনা কৰিলো নেদেখা জনৰ ওচৰত🙏🙏🙏
প্ৰভু আপুনি সঁচাকৈয়ে বৈকুণ্ঠ নমাই আনিব পাৰে ধৰালৈ, অমিয়া কণ্ঠেৰে। আপোনাকো ভক্তগণে নামৰ যোগেদি বৈকুণ্ঠলৈ পঠিয়ালে। নিজ কৰ্মেৰেই আপুনি ভকতিৰ নিজৰা বোৱাই গ'ল, যাবৰ পৰত। সুখেৰে থাকক বৈকুণ্ঠত।🙏🙏🙏
Ba....eman sundar kantha
মন মগজু চুই যোৱা কণ্ঠ। কাণত বহুপৰলৈ গুঞ্জৰিত হৈ থাকে এই ধ্বনি।
💥🕉️JaySriRam🕉️💥🌸GOOD🌸BAP🌸
ঈশ্বৰে আপোনাক মঙ্গলে ৰাখক ,সুদীৰ্ঘ জীৱন লভক এয়ে প্ৰাৰ্থনা।
আপোনি বৈকুণ্ঠত স্থান পাওক। আপোনাৰ বিদায় বেলাত তাকেই কামনা কৰিলো।
Allah apunk val korok..mor duwa🤲
ভক্তি অৰ্ঘ্যত আনন্দ লভিলো।
Dhoinyobad
আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকে ঈশ্বৰৰ ওচৰত প্ৰাথনা জনাইছোঁ 🙏🙏
চিৰ নমস্য 🙏🙏
কৃষ্ণ 🙏🙏🙏
ৰাম গোপাল
Pranam
হে, প্ৰভু আপুনি বৈকুণ্ঠৰ পৰা আমি সৱক কৃপা কৰক।
কৃষ্ণ হৰি ৰাম নাৰায়ণ🙏🙏🙏🙏
Dhonyobat dada anakuwa vedio bor diyar babea
ধন্যবাদ । আমাৰ vedio বোৰ চোৱাৰ বাবে।
Jote ase xantit thakok🙏🙏🙏🙏🙏🙏
Krishnai Nomoh
Krishna Ram Narayan
কৃষ্ণ
আপোনাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ
Lost of the decade ...... Apunar atmai jonmo mrityur chakra r pora ulai porom atmar logot bilin hoi siro hanti luv korok ... Aai parthona ..
Thanks
Krishna kripa
Pronam ,Aapunar matsar sodai kanot baji thakibo.
🙏🙏🙏
Anakuwa aru vedio thakilea dibosun
Hobo dia next vediot di asu ...
BHUT BRHIA .ANKE D THAKPI A VIDIO BAPA
এনে এজন সাত্তিকতাৰে ভৰা পুৰুষৰ সান্নিধ্য নাপালোঁ ! 😢
তেৰাৰ আত্মাই বৈকুণ্ঠত বাস কৰক।
ভগৱন্তৰ চৰণত এয়াই প্ৰাৰ্থনা ।
Param sukh paiso
কৃষ্ণ 🙏🙏🙏
🙏🙏🙏