Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
🙏🙏🙏🙏 কৃষ্ণ🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কি সুন্দৰ কন্ঠ।।মৎস্য কূৰ্ম্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম।বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তযু পাৱে কৰোহো প্ৰণাম।। 🙏🙏🙏কৃষ্ণ হৰি ৰাম ৰামজয় গুৰু শঙ্কৰ
Krishna Krishna 🙏🙏🙏
কৃষ্ণ কৃষ্ণ ❤❤❤❤❤
হে পৰম ব্ৰহ্ম ঈশ্বৰ প্ৰভূ ভগবন্ত কৃষ্ণ তোমাৰ এই শূদ্ৰ দাসৰো দাসৰ শত কোটি প্ৰণাম স্বীকাৰ কৰিবা প্ৰভূ। । কায় বাক্য মনে তোমাৰ চৰণত শৰণাগত হলো প্ৰভূ আমি অধমে জ্ঞাতে বা অজ্ঞাতে অনেক ভূল ভ্ৰান্তি কৰিছো অনিশ্চাত ভাৱে প্ৰভূ আমাৰ সৰ্ব ভূল অপৰাধ ক্ষমা কৰি আমাক তোমাৰ চৰণত ঠাই দিয়া প্ৰভূ, তোমাৰ নাম যেন আমি সকলো সময়তে নিচচত কৰিৱ পাৰোঁ। "প্ৰভূ" _নমাগোহো সুখ ভোগ নালাগে মুকুতিতোমাৰ চৰণে থাকোক ভকতি। মুখে লওঁক নাম মোৰ কৰ্ণে তোমাৰ কথা। হৃদয়ত পাদপনম থাকোক সৰ্ব্বথা। সজ্জনৰো সংগ নুগুচক সৰ্ব্বক্ষণে।এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে।।কৃষ্ণ জয় গুৰু শঙ্কৰ
Jay shree Vishnu ❤🙏🥰🕉️🕉️🕉️ 2:24
🙏🙏🙏
Onomo vagabate basudebey
🙏🙏🙏🙏
🙏🙏🙏🙏 কৃষ্ণ🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কি সুন্দৰ কন্ঠ।।
মৎস্য কূৰ্ম্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তযু পাৱে কৰোহো প্ৰণাম।। 🙏🙏🙏
কৃষ্ণ হৰি ৰাম ৰাম
জয় গুৰু শঙ্কৰ
Krishna Krishna 🙏🙏🙏
কৃষ্ণ কৃষ্ণ ❤❤❤❤❤
হে পৰম ব্ৰহ্ম ঈশ্বৰ প্ৰভূ ভগবন্ত কৃষ্ণ তোমাৰ এই শূদ্ৰ দাসৰো দাসৰ শত কোটি প্ৰণাম স্বীকাৰ কৰিবা প্ৰভূ। । কায় বাক্য মনে তোমাৰ চৰণত শৰণাগত হলো প্ৰভূ আমি অধমে জ্ঞাতে বা অজ্ঞাতে অনেক ভূল ভ্ৰান্তি কৰিছো অনিশ্চাত ভাৱে প্ৰভূ আমাৰ সৰ্ব ভূল অপৰাধ ক্ষমা কৰি আমাক তোমাৰ চৰণত ঠাই দিয়া প্ৰভূ, তোমাৰ নাম যেন আমি সকলো সময়তে নিচচত কৰিৱ পাৰোঁ। "প্ৰভূ" _
নমাগোহো সুখ ভোগ নালাগে মুকুতি
তোমাৰ চৰণে থাকোক ভকতি।
মুখে লওঁক নাম মোৰ কৰ্ণে তোমাৰ কথা।
হৃদয়ত পাদপনম থাকোক সৰ্ব্বথা।
সজ্জনৰো সংগ নুগুচক সৰ্ব্বক্ষণে।
এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে।।
কৃষ্ণ জয় গুৰু শঙ্কৰ
Jay shree Vishnu ❤🙏🥰🕉️🕉️🕉️ 2:24
🙏🙏🙏
Onomo vagabate basudebey
🙏🙏🙏🙏