Apunar protitu kotha a muk positive kori rakhe sir. Apunar ai dhuniya dhaniya kotha burloi moi hodai a bat sam aru nojoke hei rastare nibloi sesta korim. ☺🙏🙏
Sir yor are great and u r my best motivationaler speaker.....I will follow from today onwards what u told... I will focus on my study.... And blessed me sir 🙏
মাননিয় শৰ্মা ডাঙৰীয়া আপোনাৰ এই সুন্দৰ মানসিকতা ওঁ এই সুন্দৰ চিন্তাধাৰাৰ আদৰ্শৰ পেৰণা কাৰপৰা পালে ৷ অনুগ্ৰহ কৰি কবনে বাৰু ৷ আজিৰ দিনৰ বহুত লৰাছোৱালীয়ে এই আদৰ্শ বা সুন্দৰ চিন্তাধাৰা তেওঁলোকৰ মনত নাই ৷ শিক্ষিত হব পাৰে, তেওঁলোকৰ কিন্ত জ্ঞান নাই ৷ বিশ্বাসৰ অবিহনে এজন মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰে সেই বিশ্বাস আজিৰ দিনৰ লৰা ছোৱালীৰ নাই ৷
আপোনাৰ এই কথাবোৰ সম্পূৰ্ণ সত্য হয়, পিছত পিছত কৰি এই অৱস্থা আজি।।❤️❤️
অপ্ৰিয় হলে ও সত্য দাদা 😊
আপোনাৰ কথা কথা বিলাক শুনি ভাল লাগে 🙏🙏
Oprio nohoyto heito🤣🤣🤣🤣
সচাকৈ দাদা অলপ পিছত কৰিম বুলি,অলপ দেৰিকৈ পঢ়িম বুলি ভাবি থাকোতে গ’ল৷ খুব ভাল লাগিল শুনি, আপোনাৰ কথাবোৰে অনুপ্ৰেৰণা যোগায়
সময়ৰ কাম সময়ত কৰিব লাগে। সময় বহুত মূল্যবান। 👍👍🙂🙂
Absolately right
সচাকৈয়ে,,,আমি মানুহবোৰে দেৰিকৈ বুজো কথাবোৰ ,, সময়ৰ শৰ,,সময়ত মাৰিব লাগে ।নামাৰিলে এই বাক্যটোৱে পিছৰ গোটেই জীৱনটোত আমনি কৰি থাকিব ।
মুখস্থ কৰাৰ অভ্যাস কৰি এতিয়া বেয়া ফচিছু । আচলতে concept is power of learning!
Akaii o
কালিৰ পৰা ভালদৰে পঢ়া-শুনা কৰিম, উক্ত বাক্যশাৰীয়ে মোক অধঃপতনে যোৱাত বিশেষ অৰিহণা যোগাইছে 😭😭
আপোনাৰ কথাবোৰ সচাকৈ ভাল লাগে।
আপোনাৰ কথাবোৰৰ পৰা বহুত সাহস পাইছোঁ । আপোনাৰ কথাবোৰ সদায় অনুসৰণ কৰিম।
আপুনি মানুহবোৰক বহু উৎসাহ দিয়ে দাদা ,আপোনাৰ প্ৰতিটো ভিডিঅৰ পৰা কিবা এটা শিকিব পাৰি আপুনিয়েই এজন অসমৰ Real Hero
দাদা আপুনি বহুত ভাল কথা কৈছে । আপুনাৰ কথা খেনি বহুত ভাল লাগিল ।
Thank you so much Dada.
বহুত ভাল লাগে !
Sir ,
আপোনাৰ কথাবোৰ ।
আপোনাৰ কথাবোৰে বহুত উৎসাহ যোগা য়। lv from যোৰহাট
সময় যে মূল্যৱান এই কথাটো যি সকলে অনুভৱ কৰিব পাৰে সেই সকলো ব্যক্তি জীৱনত সফল হব পাৰিব।।।।
সঁচাই আপোনাৰ কথা বোৰে মোৰ মন চুই যাই । আপুনি একেবাৰে সঁচা কথা কয়। ছাত্ৰ অৱস্থাত মিলি যোৱা
একেবাৰে সচাঁ কথা দাদা , মোৰ লগত তেনেকুৱা হয় আজি পঢ়িম কালি পঢ়িম বুলি ভাবি থাকো । নিজৰ মনটোক ধৰি ৰাখিব নোৱাৰোঁ ।😥
হয় দেই।অকল পাছত পঢ়িম ভাবো😢।আপুনি বহুত ভাল কথা কয়।আপোনাৰ প্ৰতিটো বক্তব্য ই মন চুই যায়।😊
হয় ছাৰ, ,, পৰীক্ষাৰ ফলাফল ভাল হোৱাটো আচলতে সফলতা নহয়, আমি পঢ়ি থকাৰ সময়ত তাৰ পৰা কি কি নতুন কথা শিকিব পাৰিলো সেইখিনিহে আমাৰ সফলতা
Write ✍️
সচাঁ কথা ছাৰ,, মোৰ ৪টা চেমিস্ঠাৰ এনেকৈয়ে গল,, পিছৰ ২টাত চেমিস্ঠাৰ অলপ পাৰিলো সময় মতে কৰিব 😊
আপোনাৰ কথা মোৰ বহুত ভাল লাগে। আপোনাৰ কথাই মোক অনুপ্ৰেৰণা দিয়ে। আৰু আপুনি এতিয়া কোৱা কথাবোৰ একেবাৰে সচাঁ কথা কৈছে। এই যে কাইলৈ কৰিম এইটো মোৰ আটাইতকৈ ডাঙৰ দোষ আছিল।
Apuni thikei koise Dipak da..Moi o agoraki student mor logoto bohut anekuwa hoise.
ছাৰ আপোনাৰ প্ৰতিটো কথাই খুব গুৰুত্বপূৰ্ণ।মোৰ খুব ভাল লাগে।
Hosakoi life ot bohut parona paisu Apunar pora aru life ot bohut ag bhari goisu kokaideo . Apunaloi bohut morom aru sordha jasisu❣️🙏
দাদা কথাবোৰ মোৰ লগত মিলি গৈছে ।
ধন্যবাত দাদা।
চাৰ আপোনাৰ কথা বোৰৰ পৰা বহুত কথা শিকিব পাৰিচো আপোনাৰ কিছুমান কথাই মোৰ লগত বহুত মিলি গৈছে
ছাৰ আপুনি কোৱা কথা বোৰ মোৰ লগত মিলিছে 🙏ভিদিও তো চাই এতিয়া মোৰ উপলব্ধি হৈছে সময়বোৰ যে এনেই গৈ আছে 🥺🙏
Dipak Sarma is doing great job. My big thank you.
আপোনাৰ কথাবোৰে বহুত সাহস দিয়ে।।
💜
Apunar protitu kotha a muk positive kori rakhe sir. Apunar ai dhuniya dhaniya kotha burloi moi hodai a bat sam aru nojoke hei rastare nibloi sesta korim. ☺🙏🙏
মোৰ জীৱনত এনেকুৱাই হল । কিন্তু আপোনাৰ কথাবোৰে মোক উৎসাহ দি প্ৰেৰণা যোগাইছে।
পিচত কৰিম টোৱে আমাক খালে অই😀😀
Ummmm
Right
Yes bro
Hslc but I'm any time game play koru
@@ffgamer6945 moio any time Free fire.... eribow nowaro😁
আপোনৰ বক্তব্য টোত এটাও মিছা কথা কোৱা নাই । আমাৰ দৈনন্দিন জীৱনত এনেকুৱা ঘটনা সদায় ঘটি আছে । সঁচাই আপোনাৰ বক্তব্য শুনি ভাল লাগিল 😊😊
উপদেশতকৈ আৰ্হি ভাল সৰুতেই শুনিছিলো লোকে কি কৰিছে সেইবোৰ খুচৰি থকাতকৈ নিজে কিবা এটা কৰা ভাল ফালটো লেকচাৰ দি হাত চাপৰি শুনাতকৈ সচাকৈ দাদা আপোনাৰ কথাবোৰ শুনিলে জীয়াই থাকিবলৈ সাহস পাও 🙏🙏🙏
ভাল লাগি আপোনাৰবকক্তিতা ছাৰ🙏🙏🙏
আপোনাক লগ পাব মনত বহুত আশা আছে দাদা ❤❤❤
Will meet u soom
Sir yor are great and u r my best motivationaler speaker.....I will follow from today onwards what u told... I will focus on my study.... And blessed me sir 🙏
Love ewwww ....stay blessed
Salute Dipak da,
I like your motivation very much ♥
really anekuwa hoi muru..kalile phim kri thakute exam paijai hi
কথা বিলাক মোৰ লগত একেবাৰে মিলিছে মই ও সদায় কালি কালি কৈ থাকোঁ
Sm 2 u broo
@@bhaiff5060 hoy nki
🥺🥺🥺
Same to U
Sme tu you
Xosha khotha dada.... Apunar khotha xuni bhout anupranit hoisu👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻
Aji apunar kotha khini xuni bohutaiiii val lagil...
অহা 16-1-2021 ইং তাৰিখে আমি এখন বটা বিতৰণী, শিক্ষা, বাল্য বিবাহ, সম্পৰ্কে সজাগতা সভা ও শিক্ষামূলক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উক্ত সভাত আহিব পাৰিবনে।
I have other engagements ...sorry brother
দাদা আপোনাক এবাৰ লগ ধৰিবলৈ মন আছে 💓💓
আপুনি মানুহবোৰক বহুত উৎসাহ দিয়ে।
Thank you..❤
You are a really great motivator....👍👌🙏🙏🙏🇮🇳🇮🇳🇮🇳🙏🙏🙏
মাননিয় শৰ্মা ডাঙৰীয়া আপোনাৰ এই সুন্দৰ মানসিকতা ওঁ এই সুন্দৰ চিন্তাধাৰাৰ আদৰ্শৰ পেৰণা কাৰপৰা পালে ৷ অনুগ্ৰহ কৰি কবনে বাৰু ৷ আজিৰ দিনৰ বহুত লৰাছোৱালীয়ে এই আদৰ্শ বা সুন্দৰ চিন্তাধাৰা তেওঁলোকৰ মনত নাই ৷ শিক্ষিত হব পাৰে, তেওঁলোকৰ কিন্ত জ্ঞান নাই ৷ বিশ্বাসৰ অবিহনে এজন মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰে সেই বিশ্বাস আজিৰ দিনৰ লৰা ছোৱালীৰ নাই ৷
Jibon a muk xikai dilay binoy
Waaooo xosakoi sir mor logat ow milise ekdom right apunar kotha bor 🙏😊
🙏🏻🙏🏻🙏🏻 bohut bohut vall lagil kotha bur apuner.
আপুনি বহুত ভাল কথা কয়......
বহুত ভাল পাওঁ আপোনাক.....
কথাবোৰ মোৰ হ্নদয়ৰ লগতে লাগি গল।
100% hxa ktha koise mur jibont2 ankekua hol.........kaile kaile kowte
মোৰ লগত কথা বোৰ মিলিছে ছাৰ। 1St srm, 2nd ane k par karilu..,.
Sir আপোনাৰ প্ৰায়বোৰ ভিডিঅ' মই চাও।আপোনাৰ ভিডিঅ'বোৰ চাই মই মনত বহুত উৎসাহ পাওঁ।
সম্পূৰ্ণ মোৰ লগত খাতিছে। Apunr video sai bhut vl lgy.. apunk lg puwar axa thakil dada
বহুত বহুত ভাল কথা কেইটা বজাই দিলে sir 🙏🏼🙏🏼🙏🏼👍
Sir::পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাম কি?
Me: Mobile2 আগত লৈ ধৈৰ্য্য ধৰি পঢ়ি থকাটোৱেই আটাইতকৈ ডাঙৰ কাম।🙄
😂😆😂
😄😄😄🤣🤣
Dada apuni Bhout bhal ktha kua 😊❤
You are right sir,
Mukosto koribo gole bohut time los hoi moi vabu
Buji loi phribo gle bchi time nlge mont tki jy
Nice dada. Bhut Val lagil 💖💖 aaponar kothabur akebare hsa Hy 😁 porim porim buli npru aami ☺️
thank you, sir, for giving us advice
Bahut vl lagil aponer katha khini dada
ভাল লাগিল চাৰ আপোনাৰ কথাবোৰ শুনিলে কৰিব মন নোযোৱা কামবোৰো কৰিবলৈ মন যায়
Nice sir
Best of luck
Love from lakhimpur❤
Bohut bohut val lagil huni buji loisu kotha bur ,,, kali korim tue khai dise amak ,,,
🙏🙏নৱ প্ৰজন্মৰ সেৱাৰে মানৱ কল্যাণসাধকক সশ্ৰদ্ধ প্ৰণাম।সৰ্বোত্তম বিজয় মানুহৰ অন্তৰ জয়।শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰাই প্ৰকৃত শিক্ষা প্ৰদান।অনুপ্ৰাণিত কৰিব পৰাজনেই প্ৰকৃত শিক্ষক।👏🏻👏🏻
Dhoinnobad
Thank you sir your speak very interesting 👏👏
Dada, you are my inspiration, but I have completed my Student life....
Hosa kotha Sir........ Amru akaii goti..... Anekua video lage Sir amk
Great speech sir❤🙏
Bohut val lage apunar kothabur
Apuner kotha bur xuni olp holeu mntu akou ghuri gol pohar proti thanks sir
Dipankar dada apunar ghr kt hoi mur lgt akhore akhore milise ktha bur....vl lagil sai💓💓💓
I stay at jalukbari
Right 😔😔..aeibure khaise pist phrim....''sb keitai kthai mur lgt milise...
Akdom hosa katha etia postai asu agor kathabur manot pari gaise dada
You are my favourite Assamese motivator
1st view
1st like
1st commet
Love you Dipak Da❤️❤️
Love ewwww toooo
@@dipaksarma8334 sir aponar what's app number to dibo sun .....moi buhut depression t asu sir
@@altaphussain2395 9854993418
Very very thak you ! dada apuni mor jibon tu a xoloni kori dile 🥺💯💯🙏🏻🙏🏻🙏🏻🙏🏻
Akdm right dipak da amak ai pasot korim 2 a jiban borbad kori dile
Bhal lagil sir
Bhut besi val lage apunar videobur sai
VL lagil sir
Val lage sai
❤️দাদা লগপাম অতিশিঘ্ৰেই কলেজত ❤️❤️❤️❤️❤️❤️❤️❤️❤️
Which college Manab
গোৰেশ্বৰ মহাবিদ্যালয় ( বাস্কা জিলা)। ১২তাৰিখে নিমন্ত্ৰণ জনাইছে ।ভাল ল-গিব আপোনাক লগ পালে। আপোনাৰ ভিদিও মই pragচেনেল কৰা সেই তকচৌ বোৰৰ পৰাই চোৱা আৰম্ব কৰিছিলো । ভাল লাগিছিল আপোনাৰ যুক্তি বোৰ ।
Apunar kotha bur bohut val lage dada 🙂😳
দীপক দা বহুত ভাল লাগে আপোনাৰ ভিডিঅবোৰ
It's damn true 💯👍❤️
সঁচাকৈ মোৰ জীৱন লগত মিলি গৈছে কথাখিনি 😭
আপোনাক এবাৰ লগ পোৱাৰ বহুত আশা আছে 😊🙏🙏🙏
Really sir...you are great...
আপনার লেকচার ভাল লাগে
Muru Ane obostha hoi sir...pohim pohim buli a jai.........kintu pohibo mn njai......
সছাঁ কৈ পিছত কৰিম বুলি কোৱা শব্দটোৱে জীৱনটো শেষ কৰি দিয়ে,,
সুন্দৰ।
Sir aru anekowa video bonai jaok aapuni🙏🙏🙏🙏
Sir moi xorure pora assamese medium pohisu etiya b. A 2 nd sem paisu... Etiya engish medium lom buli bhavisu.... Bohut voy lagise sir...... 😔😔
Nice...
Sir apunar video bohut val lage thanks for your help
Love from dhemaji ❣️
boom love Dhemaji🥰🥰🥰🥰🤟🤟
Dhemaji
Dhemaji
Dhemaji
Rangia ❤️❤️❤️❤️❤️❤️❤️
Don't skip... লিখিব নালাগেই ... 1st পৰা last.. All video saw..
সঁচাই ছাৰৰ কথা একোৱেই নুই কৰিব নোৱাৰা।।