WORDS ARE POWERFUL | MOTIVATIONAL SPEECH OF DIPAK SARMA

Поделиться
HTML-код
  • Опубликовано: 26 окт 2024

Комментарии • 919

  • @nibeditadas641
    @nibeditadas641 5 лет назад +69

    দিচলাইক মাৰাকেইটা মাৰাত্মক মহামাৰী সমাজৰ কাৰণে যাৰ কোনো অস্তিত্ব নাই জন্ত্তবোৰৰো আৱেগ থাকে অমানুহ এইবিলাক ....সন্মানীয় দীপক শৰ্মা ছাৰ আমাৰ বাবে অমূল্য তেওঁৰ বাণী অমৃততুল্য ! মই সদায় অনুকৰণ কৰো ছাৰ আপোনাৰ এটা এটা শব্দই জীৱনৰ বাকী সময় সুন্দৰকৈ জীয়াব সাহস দিছে ছাৰ ! আপোনাৰ সু স্বাহ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ছাৰ ...আশিৰ্বাদ কৰিব 🙏🙏🙏🙏🙏

  • @pompichowdhury5449
    @pompichowdhury5449 3 года назад +1

    Antar sui gol apunar kotha khini khuni..... Touching words... Muru teneke monot porisil jetia deuta admit hoi asil.... Tenekua abasthat kunubai beyakoi kole ba buji napale khub beya lage....

  • @niruprovaboraborah5282
    @niruprovaboraborah5282 5 лет назад +27

    দীপকদা আপোনাৰ কথা শুনি বহুত ভাল লাগে ৷ আপুনি বহুতৰে কাৰণে প্ৰেৰণাৰ উৎস ৷ আমাৰ বাবে তিৰবিৰাই থকা এটি নক্ষত্ৰ ৷ আশা ৰাখিছো আৰু প্ৰেৰণা পাম ৷

  • @dimpidevi2590
    @dimpidevi2590 5 лет назад +91

    মোৰ জীৱনৰ এটা বিশেষ সপোন , সন্মুখৰ পৰা আপোনাৰ এই বহুমূলীয়া বক্তৃতা শুনা🙏

    • @jagadishgandhiya1650
      @jagadishgandhiya1650 3 года назад

      দাদা আপোনাক এবাৰ লগ পোৱাৰ মোৰ বহু ত ইচ্ছা।

    • @Damaynti-e8h
      @Damaynti-e8h 7 месяцев назад +1

      Sikhar. Arhi. Bhai. Dipak

  • @rupamraj3281
    @rupamraj3281 4 года назад +4

    হৃদয় চুই যোৱা কথা।।
    বহুত ভাল কথা শিকিলোঁ।।
    ভগৱানে মংগল কৰক আপোনাক।
    Always b possitiv.
    Greate salute for you

  • @hariharkalita5070
    @hariharkalita5070 5 лет назад +6

    সুন্দৰ লাগিল আপোনাৰ কথাখিনি শুনি। আপুনি যিখিনি কথা কৈছে সেইখিনি গুণৰ অভাৱ দেখা পোৱা যায় বৰ্তমান সময়ৰ কিছুমান ডক্টৰ আৰু নাৰ্ছৰ ক্ষেত্ৰত। সচাকৈ আপোনাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো।

  • @rohanchakrabarty9070
    @rohanchakrabarty9070 Год назад +17

    Dipak is an excellent motivator and really a fantastic personality. I love him and bless him for what he is doing for the humanity. He is so sweet. He has stolen my heart.

  • @devkantobora9247
    @devkantobora9247 3 года назад +1

    Sir apunar kotha vilak mur bahut val lage karon apuni ji kunu kotha eman dhuniya koi bujai bor val lage apunaloi bahut bahut dhanyavad gyapan korilu

  • @kuladippathak2197
    @kuladippathak2197 5 лет назад +33

    কথাৰে হৃদয় জিনিব পাৰি, আপুনিয়েই জলন্ত উদাহৰণ ❤❤❤

  • @protibhaborchetia9396
    @protibhaborchetia9396 3 года назад +1

    Thanks dada... Bcz moi agoraki nurse👩‍⚕️👩‍⚕️ hosakoi dada nurse & patients relationship Tu bht val hb lage.... Moi hodai try kru patients r lgt val relation rakhiboloi.... Val dore treatment diyar uporiu val mat akhar dile patients bilake bht monot val pai... Muk koi jai baideu apuni bht val etc..... Val lge tatia vabi... Rugi a jetia muk val pai.... Ru hustho hoi jetia discharge hoi ghrt jai goi..... Covid patients muk koi baideu apuni bhogoban.... Emn vlkoi sob kotha bujai dia buli.... Moi bht happy hou tatia... .... 😊😊😍😍😊😊😍😍

  • @nripenkalita6185
    @nripenkalita6185 5 лет назад +43

    দাদা আপোনাৰ কথা কেইষাৰে মোৰ অন্তৰখন চুই গল। আশা কৰো নাৰ্চ বাইদেউ সকলে আগলৈ ৰোগী সকলৰ লগত ভাল ব্যৱহাৰ কৰে।

  • @mausumidevi6846
    @mausumidevi6846 Год назад

    কথাৰে হৃদয় জিনিব পাৰি, আপুনিয়ে ইয়াৰ জলত্ব উদাহৰণ

  • @nomadicmind7849
    @nomadicmind7849 5 лет назад +4

    খুউব সুন্দৰ। কথাকেইষাৰে হৃদয় চুই গ'ল..!!

  • @minotichetia9972
    @minotichetia9972 3 года назад +2

    আপোনাৰ কথাখিনি বহুত ভাল লাগিল। সঁচাকৈ ডাক্তৰ নাৰ্চ সকলৰ এষাৰ ভাল মাতে ৰুগীক বহুত সাহস দিয়ে।

  • @arunimadevientertainment9948
    @arunimadevientertainment9948 5 лет назад +184

    মই এগৰাকী নাৰ্ছ....আপোনাৰ কথাখিনিয়ে হৃদয় চুই গল ছাৰ....

    • @hirakjyotinath8261
      @hirakjyotinath8261 5 лет назад +5

      বাকী থকা‌ সময়চোৱাত আপুনাৰ কৰ্মজীৱনৰ ভূমিকা এইদৰে হৃদয় চুই যোৱা হ'ব বুলি আশা ৰাখিলোঁ 😊😊😊

    • @অসমকুইজ
      @অসমকুইজ 5 лет назад +1

      plz সকলোৱে এবাৰ চাব আৰু ভাল লাগিলে subscribed কৰিব ধন্যৱাদ
      ruclips.net/video/KdMQDoOtDgg/видео.html

    • @Rekibahmed.com796
      @Rekibahmed.com796 4 года назад +1

      Nice

    • @asmtk1689
      @asmtk1689 4 года назад

      Nice

    • @birenhazarika9102
      @birenhazarika9102 3 года назад

      @@Rekibahmed.com796 𝕕𝕩𝕩𝕕,𝕗𝕕𝕩𝕩𝕩𝕗𝕗𝕗𝕗𝕕𝕩𝕩𝕩𝕫𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕕𝕩𝕩𝕩𝕩𝕩𝕩𝕕𝕕𝕕𝕩𝕩𝕩𝕗𝕩𝕩𝕩𝕫𝕩𝕩𝕩𝕫𝕩𝕩𝕕𝕫𝕪𝕪𝕩𝕩𝕫𝕫𝕫𝕩𝕗𝕗𝕗𝕗𝕩𝕩𝕫𝕫𝕗𝕗𝕗𝕗𝕪𝕪𝕩𝕪𝕪𝕪𝕪𝕪𝕪𝕗𝕗𝕗𝕫𝕗𝕗𝕩𝕩𝕩𝕗𝕩𝕩𝕩𝕩𝕪𝕪𝕪𝕪𝕩𝕩𝕩𝕕𝕩𝕩𝕕𝕕𝕕,𝕩𝕩𝕩𝕗𝕗𝕗𝕗𝕩𝕕𝕫𝕩𝕩𝕩𝕩𝕕𝕪𝕪𝕪,𝕩𝕕𝕕𝕩𝕩𝕩𝕩𝕩𝕕𝕩𝕩𝕩𝕩𝕩𝕩𝕫𝕩𝕩𝕩𝕗𝕗𝕩𝕩𝕩𝕩𝕩𝕕𝕕𝕩𝕫𝕕𝕩𝕪𝕪𝕩𝕩𝕩𝕩𝕩𝕩𝕕𝕕𝕩𝕩𝕩𝕩𝕩𝕩𝕫𝕫,𝕫𝕕𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕫𝕫𝕗𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕪𝕩𝕪𝕩𝕩𝕩𝕫𝕩𝕕𝕩𝕕𝕩𝕕𝕩,𝕕𝕪𝕩𝕩𝕩𝕫𝕕𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕕𝕕𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕩𝕕𝕕𝕕𝕩𝕩𝕗𝕗𝕦𝕦

  • @jumonmudoi1166
    @jumonmudoi1166 Год назад

    কথাৰে জীৱন জিনিব পাৰি ।আপুনি এই এটা জলন্ত উদাহৰণ। আপোনাৰ মুখত লাগি থকা হাঁহিটো আৰু কথা বোৰে শুনিলে কোনো দিন আমনি নেলাগে।

  • @mahroofrahman48
    @mahroofrahman48 4 года назад +13

    Well demonstration.. The way of talking is very important part of our social life.. Sir u r the example

  • @pallabikalita4245
    @pallabikalita4245 3 года назад +1

    Thank you sair ..... Bohut vl ktha koi aapuni

  • @sajadurrahman3126
    @sajadurrahman3126 3 года назад +8

    ভাল লাগিল আৰু পাম বুলি আশা ৰাখিলোঁ । আপোনাৰ কণ্ঠত যাদু আছে দীপক দা ।

  • @rezuwanhussain7389
    @rezuwanhussain7389 4 года назад +1

    Bohuut Bohuut bhonyobad sir......imaan muillyobaan kotha kuwaar babeeee

  • @inugogoi797
    @inugogoi797 5 лет назад +3

    শব্দৰ মাধুৰ্য্যতা সচাঁকৈয়ে বহুত প্ৰশংসনীয়,, ভাল লাগিল,

  • @harenborah4086
    @harenborah4086 5 лет назад +1

    হয় শৰ্মা,শব্দৰে কথাৰে মানুহৰ অন্তৰ জয় কৰিব পাৰি। কিন্তু নিজক লুকুৱাব নালাগে,ঠগিবলৈ চেষ্টা কৰিব নালাগে। আপুনি নাৰ্ছ সকলক দিয়া পৰামৰ্শ‌ই তেওঁলোকক উদব্ধোন কৰিব।সছাকৈয়ে এন্জেল , আৰু লেডী অব দ্যা লেম্প হ'ব ই ধূৰুপ।নৱ প্ৰজন্মক উৎসাহিত কৰিব এনে প্ৰচেষ্টা অব্যাহত ৰাখকচোন। ভগৱান আপোনাৰ সহায় হ‌ওক।তাকে কামনা কৰিলোঁ। ধন্যবাদ।

  • @tasrifabegum4582
    @tasrifabegum4582 5 лет назад +18

    আপোনাৰ কথা বিলাকে জীৱনত আগবাঢ়ি যোৱাত বহুত সহায় কৰে। ধন্যবাদ ছাৰ।

  • @alishabegum213
    @alishabegum213 3 года назад +1

    Eman vl lagil aru ontoto kisu vl kotha hikilu thanks sir😘🙏

  • @mrinalhaque1354
    @mrinalhaque1354 5 лет назад +69

    দাদা আপোনাৰ ভিডিওৰ জৰিয়তে সকলোৰে জীবনত অলপ হলেও উপকৃত হব ।

  • @Musical_Chanel_Sangeet_Music
    @Musical_Chanel_Sangeet_Music Год назад

    Yes,, মই এজন ডক্তৰ লগ পাইছিলো আৰু তেওঁ লগত কথা তেওঁৰ কথা শুনিলে একো বেমাৰ নাই যেন অনুভব,, আচলতে কবলৈ গলে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় ।।

  • @rijumonidas7741
    @rijumonidas7741 5 лет назад +4

    Sir. Apunar katha khini suni bahut val lagil. Thank you.

  • @chiring.7
    @chiring.7 3 года назад +1

    Sir Aapuni Emman Mohan Katha koise Moi Aapunak kouti kouti pranam karisu sir.

  • @abhishekdevnath9959
    @abhishekdevnath9959 3 года назад +7

    ইমান positive কথা শুনি মনটো ভাল লাগিল।

  • @munmidas9501
    @munmidas9501 3 года назад +1

    Tq eman ata val vidio amar karne. Diya babe....

  • @sabdastudio321
    @sabdastudio321 5 лет назад +31

    জীৱনৰ বাস্তৱ আৰু সকলোৱে হৃদয়ংগম কৰিব নোৱাৰা কথাবোৰ যেতিয়া কোনোবাই উপলব্ধি কৰাই তেওঁ ভগৱান হৈ পৰে। ধন্যবাদ দিপক দা💝💝

  • @asthamanashpihusaikia4372
    @asthamanashpihusaikia4372 3 года назад +2

    Sir apuner video aji 1st time salu...khub vl lagil anekuya video sale anekuya kotha hunile nijoke bhut base uporkit hbo pare....thankyou sir emn dhuniya ke kotha khini amak bujai di uporkit kra babe....

  • @basanatakalita7241
    @basanatakalita7241 5 лет назад +4

    Bohut val kotha koise Dada. Apunar kothabur xunile xuni thakibo mon jai. Bohut val lagil. Bohut

  • @rahulthapa7578
    @rahulthapa7578 5 лет назад +1

    আপোনাৰ মায়াসনা কথাবোৰ শুনি বহুত বহুত ভাল লাগিল, আপোনাৰ কথাবোৰ শুনি মোৰ জীৱনৰ যিখিনি ভুল আছিল বা যিখিনি ভুল কৰি আহিছিলো সেইখিনি সূধৰাই লব পাৰিছু । আপোনাৰ মধূময় কথাবোৰ অকল এজন ডক্টৰ বা নাৰ্ছে জনাৰ উপৰিও সমাজৰ প্ৰতিজন মানুহেই জনা উচিত বুলি মই ভাবোঁ ।
    আপোনাৰ উৎজ্জল ভবিষ্যত কামনা কৰিছু, আপোনি প্ৰতিতু খোজতে বা প্ৰতিতু মূহুৰ্ততে আগবাঢ়ি গৈ থাকক তাৰ বাবে মই ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিম । ।
    আগলৈ আৰু বহুতো হৃদয় চুই যোৱা video চাব পাম বুলি আশা কৰিলু ।

  • @munuchutia2239
    @munuchutia2239 5 лет назад +24

    ভাল লাগিল ছাৰ ।আপোনাৰ কথা খিনি শুনি।আপোনালৈ ধন্যবাদ থাকিল।🙏🙏

  • @priyadeka8135
    @priyadeka8135 3 года назад +1

    Bohut bohut val. lagil vidio tu sai dada

  • @diptimedhi9376
    @diptimedhi9376 5 лет назад +14

    আপোনাৰ কথাবোৰ শুনিলে মনটো সজীৱ হৈ পৰে । মই আপোনাৰ প্ৰায়বোৰ ভিডিঅ চাইছোঁ । এবাৰ আপোনাক ওচৰৰ পৰা লগ পাবলৈ বৰ মন আছে ।

  • @taralibaruah2415
    @taralibaruah2415 4 года назад +2

    আপোনাৰ কথাৰ পৰা মই ধযৈ ধৰিবলৈ শক্তি পাইছো । বহত বহত ধন্যবাদ জ্ঞাপন কৰিছো ।

  • @talukdarkarabi234
    @talukdarkarabi234 5 лет назад +6

    Most importent...bhut bhut vl lga ktha

  • @ushabhuyan4264
    @ushabhuyan4264 Год назад

    বহুত সাৰুৱা কথা। শুনি ভাল লাগিছে।

  • @ditulchutia7246
    @ditulchutia7246 5 лет назад +8

    আপুনাৰ এনে কুৱা কথাই সমাজৰ বহু উপকাৰ সব | আেগলওঁ এনে মত বিনিময় কৰিব বুলি আশা কৰিলো |

  • @debashreedas5876
    @debashreedas5876 5 лет назад +1

    Aponar speech huni mn 2 holoni hoi jai,moi nijor experience r pora koisu,mor life t aponar mulyoban kotha bure bohut provab pelaise,anki life t vl koi aguwai jaboloi bohut hlp hoise......
    Thank you sir.....

  • @porisvlog4394
    @porisvlog4394 3 года назад +20

    আপোনাৰ অনুষ্ঠান বোৰ চাই জীৱনৰ নতুন নতুন সংজ্ঞা পাওঁ দাদা ।

  • @MinuTaid-wt1fl
    @MinuTaid-wt1fl 5 месяцев назад +1

    অন্তৰত লাগি গল, ধন্যবাদ

  • @abhijithaloi1871
    @abhijithaloi1871 5 лет назад +6

    Bhut dangor kotha sikilu sir thank you....

  • @babysaikia9660
    @babysaikia9660 3 года назад +1

    আপোনাৰ ভিডিও চাই সচাই বহুত ভাল পাও ইমান ধুনীয়া কৈ কথা খিনি বোজাই সোনী ভাল লাগে ছাৰ আপুনি আৰু আগবাহি জাওক

  • @sumkideori5714
    @sumkideori5714 4 года назад +16

    সচাকৈ ডক্টৰ নাৰ্চসকলে এইটো যথেষ্ট গুৰুত্ব দিয়া উচিত...তেওঁলোকৰ এষাৰ ভাল মাতে ৰোগীক বহুখিনি সকাহ দিয়ে

  • @Musical_Chanel_Sangeet_Music
    @Musical_Chanel_Sangeet_Music Год назад

    আপোনাৰ কথা কব খুজিলে শেষ নহব,,যুৱ প্ৰজন্মৰ বাবে সুন্দৰ উদাহৰণ স্বৰূপে 🙏♥️

  • @sanjaykishanofficial2440
    @sanjaykishanofficial2440 5 лет назад +3

    val lagile dipok da .......anekuwa video amak aru agbodhai jen take kamona korlu

  • @ritusarmah3237
    @ritusarmah3237 Год назад

    আপোনাৰ সুন্দৰ কথাৰে হৃদয় চুই গৈছে

  • @sanowarhussain6658
    @sanowarhussain6658 5 лет назад +4

    Thank u very much দাদা বহুত সন্দুর ভাল লাগিল

  • @rinkushivam8759
    @rinkushivam8759 3 года назад +1

    Bahut Bahut val lagil.
    Thanks

  • @malobikabora7814
    @malobikabora7814 5 лет назад +7

    বি বৰুৱা কেঞ্চাৰ হস্পিটেলত পাপাৰ চিকিৎসাৰ সময়ত আমিও দুগৰাকী সহৃদয়া নাৰ্চ লগ পাইছিলোঁ চাৰ।তেনেই সৰু ছোৱালী।বৰ মৰম লগা মাত,ব্যৱহাৰ।আজিও মনত পৰে সেই মৰম লগা ভণ্টি(নাৰ্চ) গৰাকীলৈ।আপোনাৰ বক্তব্যৰ শেষৰ কথাখিনিয়ে কনুৱাই দিলে চাৰ।মোৰ পাপালৈ মনত পৰি গ'ল।

  • @abdurrezzak5781
    @abdurrezzak5781 3 года назад +1

    Very needful space for the society

  • @zakirahmed9255
    @zakirahmed9255 3 года назад +3

    CLASSES AND ATTRACTIVE SPEECH ! !!

  • @kanakchaudhary5222
    @kanakchaudhary5222 Год назад +1

    Nice video of Dipak motivator sir :👏👏💝💝

  • @নাগাৰানাম
    @নাগাৰানাম 5 лет назад +12

    আপোনাৰ কথা বিলাকে সকলোৰে জীৱনত পৰিবৰ্তন আনিব বুলি মোৰ বিশ্বাস

  • @bijitsaikia1491
    @bijitsaikia1491 2 года назад

    আপোনাৰ কথাখিনিয়ে বাৰুকৈয়ে হৃদয় চুই গ'ল.....!!
    এই ভিডিঅ'টো যদি কোনো ডক্তৰ বা নাৰ্চে চালে সকলো ৰোগীৰ প্ৰতি মৰমৰ মাত দিব বুলি আশা কৰিলো।ৰোগীজন যেনেকুৱাই নহওঁক কিয় তেওঁক কৰা ভাল ব্যৱহাৰে ৰোগ উপশম নহ'লেও কিবা এটা মনত আনন্দ লভিব।

  • @digantabaruah5243
    @digantabaruah5243 5 лет назад +3

    Xundar perundaiyok kotha 🎙️ Opusthapon 💖🥀💯🎧👍"

  • @Unkwown_person365
    @Unkwown_person365 5 лет назад +1

    Ai abagloi bhut pt logot kandisu dai depok da.as nurse hisape.haihe alop abegbur bad din buli bhabisu.eman abegik hole mur dore nurse babe akhubidha hoi.

  • @sumidas5529
    @sumidas5529 3 года назад +16

    একেবাৰে সঁচা কথা কৈছে ছাৰ আপুনি... হৃদয় চুই গৈছে ❤️

  • @imdadali6162
    @imdadali6162 3 года назад +2

    Good speach by Dipak. I am very impressed of this motivational speach.so thank you.Imdad Ali.sivasagar.Asstt.teacher of Nakatani High school.sivasagar.

  • @arifurrahman6112
    @arifurrahman6112 3 года назад +3

    Very true. Words and expression is proportional to each other. Conveying the right word with right expression make ones understand easily.

  • @kishornath
    @kishornath 3 года назад +1

    দিপক দা মোৰ লগত তেনেকুৱা ঘটনা এটা ঘটিছিল। মোৰ ভাইটি আৰু ম‌ই পৃথিৱীত একেদিনাই আহিছিলো ম‌ই ভাইটিট কৈ ১৫ মিনিটত ডাঙৰ ।যেতিয়া ভাইটিৰ অসুখ হৈছিল মোৰ মনতো বহুত বেয়া লাগিছিল তেতিয়া ম‌ই তাক প্ৰাইভেত কৈ তেজ পৰীক্ষা কৰাইছিলো। কিন্তু তাত সিহঁতে আৰু মোৰ মনতো বেয়া লগাই দিলে। সিহঁতে কলে যে ভাইটিৰ বহুত কেইটা বেমাৰ আছে বুলি কোৱাত ভাইটিক GMCH ত লৈ গৈছিলো। ৰাতিপুৱা ই গৈছিলো আৰু গধূলিহে তাক ডক্টৰে চাইছিল।ডক্টৰ জনৰ নাম নাযানো তেওঁৰ ছবিটো মোৰ আজিও মনত আছে তেওঁ কৈছিল যে বেলেগৰ কথা নুশুনিবি ।আৰু তেওঁ লিখি দিয়া ঔষধ সিনি লৈ যাবলৈ কৈছিল। আৰু সেই ঔষধ দুদিন খায় ভাইটি সুষ্ট হৈছিল।🙏🙏🙏🙏 সেই ডক্টৰ জনক।

  • @artbyamon741
    @artbyamon741 3 года назад +6

    Touching word..❤️

  • @rupjyotisarma7434
    @rupjyotisarma7434 5 лет назад +2

    U r my favourite...I always search your video on RUclips....

  • @harshajitdas5469
    @harshajitdas5469 5 лет назад +5

    Great speech sir👍👍

  • @chatrabahadurchetry7672
    @chatrabahadurchetry7672 4 года назад +1

    Good job ... Bohut bhaal kotha koise ... thank you sir

  • @dipankarbharali9022
    @dipankarbharali9022 5 лет назад +6

    বহুত বহুত ভাল লাগিল। 🙏

  • @udoythakuria7568
    @udoythakuria7568 3 года назад +2

    Power of words = knoledge+ knowledge + knowledge = power. Great +great + great = mahan. That means suprem power.= god

  • @pranjal8446
    @pranjal8446 5 лет назад +20

    ইয়াতকৈ আৰু ভাল কথা শুনিব নেলাগে.....এইখিনিয়েই জীৱনৰ বাবে extreme.....

  • @upasvlog2888
    @upasvlog2888 5 лет назад +1

    Khub sundar...bht nurse r behaviour bht bea thake ..jot rogibure bht heart hbo lgya hy jay.

  • @natureover7360
    @natureover7360 5 лет назад +4

    Bht hundr kotha koi apuni

  • @arjinaariya3882
    @arjinaariya3882 2 года назад

    Positive kotha khuni monto val lagil apunar kotha khuni bhut bhut besi val Lage dada

  • @pabondas5463
    @pabondas5463 5 лет назад +3

    Love Dipak sir
    Apunak

  • @Sarkarblogs
    @Sarkarblogs 5 лет назад +1

    Sir aponar kotha bilak eman val lage .aponak bohut bohut dhonyobad

  • @dimpeedeori8785
    @dimpeedeori8785 5 лет назад +4

    ছাৰ আপোনাক এবাৰ সন্মুখত লগ পোৱাৰ ইচ্ছা আছে..

  • @taakaartaalimili6794
    @taakaartaalimili6794 2 года назад

    What a great demonstration/let's listen the speech/let's share the speech only for a few minutes

  • @khanindrachandraray4345
    @khanindrachandraray4345 5 лет назад +3

    সুন্দৰ কথা কৈছে দীপক দা ই ।

  • @rumimahanta2463
    @rumimahanta2463 4 года назад +1

    সুন্দৰ ভাষন।সুন্দৰ উদাহৰণ

  • @manojrajbongshi5013
    @manojrajbongshi5013 5 лет назад +4

    Love u sir....sirloi hit like👇👇👇👇👇👍

  • @maheshsarmah6073
    @maheshsarmah6073 3 года назад +1

    সচাঁই দেই। আপোনাৰ সকলো কেইটা খন্দই বহুত ভাল লাগে।

  • @paparidutta4168
    @paparidutta4168 5 лет назад +11

    what a motivation speech sir! keep it up

  • @nurulhoque5536
    @nurulhoque5536 6 месяцев назад

    Bahut bahut dhuniya kotha koise apuni mor monor kotha koise apuni sir moi tu aitu keneke bujam bhabi asilu apuni aru adin GMC HOSPITAL NARSOK ARU DOCTOR KHOKOLUK JODI ALOP BUJAI DILE HOI MOI BOR KHUKHI ABUBHOB KORILU HOI THANKS SIR

  • @axomiyapathshala5161
    @axomiyapathshala5161 5 лет назад +15

    দিপক দা Direct Talks চেনেলটো কেতিয়া আৰম্ভ কৰিব

  • @rakhalboro4595
    @rakhalboro4595 4 года назад +1

    Apuni bhut val kotha koise....

  • @enamahi2620
    @enamahi2620 5 лет назад +3

    Love you sir..😍😍

  • @bondanadas7407
    @bondanadas7407 3 года назад +2

    খুব ভাল আপোনাৰ কথাখিনি আৰু মন চুই যোৱা।।❤️👌👍

  • @kabitakalita2122
    @kabitakalita2122 5 лет назад +26

    GMCH ত লগ পোৱা পুস্পা বাইদেউক কেতিয়াও পাহৰিব নোৱাৰিম।

  • @rabiabegum3989
    @rabiabegum3989 5 лет назад +2

    Khub xundor hoise sir..apunr anekua video bure amr khomajt alp hleu provab prib jdi Ami manuh bure Val buli gohon kru.apuni aru aghuwai juak sir . Allah bless you sir

  • @MehediHassan-ot9uz
    @MehediHassan-ot9uz 5 лет назад +3

    Bohut vl lgil.. Keep it up sir

  • @SAHIDULISLAM-ub4wu
    @SAHIDULISLAM-ub4wu 4 года назад +2

    I am ur follwer sir...I wish u live long life

  • @bishaldey8453
    @bishaldey8453 5 лет назад +20

    সুন্দৰ দাদা❤️❤️

  • @muninburagohain2343
    @muninburagohain2343 3 года назад

    Sir..bohut bohut important kotha koise aapuni.bohut a val lgil poramkh .many many thanks Sir.

  • @tajibarsheikh10
    @tajibarsheikh10 4 года назад +3

    Awesome ❤️

  • @guniverse1320
    @guniverse1320 5 лет назад +1

    বৰ সুন্দৰ কথাবোৰ কোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালো ৷ সকলোৱে মানি চলিলে বহুতো সমস্যা নোহোৱা হৈ যা ব ৷

  • @kaimulhussain2743
    @kaimulhussain2743 5 лет назад +4

    GMCH r keitaman nurse rugir logot kene behaviour koribo lage najane. thank dipak da

  • @dulumonisarania5647
    @dulumonisarania5647 5 лет назад +2

    Sir apunar pora moi bohuto obhigyota palu.thank you sir...

  • @Pankoj1743
    @Pankoj1743 5 лет назад +3

    Bohut vlll lgill saiii

  • @nabamallika23
    @nabamallika23 2 года назад

    অতি সুন্দৰ কথা ৷ বৰ ভাল লাগিল ৷