Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Awesome awesome... keep it up... Huveshwa hodai ase...tur logot
আমি আমাৰ জীৱনটোক ইতিবাচক চিন্তা ধাৰাৰে আগুৱাই নিবলৈ সততে প্ৰচেষ্টা অব্যাহত ৰাখো ৷ আৰু এই প্ৰচেষ্টা কেতিয়াবা বাস্তৱত ৰূপায়িত হয়,কেতিয়াবা নহয় ৷ আমাৰ জীৱনত কিছুমান অভ্যাসে আমাক সফলতাৰ শিখৰৰ পৰা নমাই আনে আৰু কিছুমান অভ্যাস ত্যাগ কৰিলে সফলতাৰ শিখৰত আৰোহন কৰিব পাৰোঁ। কেতিয়াবা ভাল অভ্যাসসমূহে আমাৰ সাধাৰণ জীৱনটো অসাধাৰণলৈ পৰিণত কৰে ৷ বেয়া অভ্যাস বোৰ যেতিয়া আমি পৰিত্যাগ কৰোঁ,তেতিয়া কষ্ট হ’য় ৷কিন্তু যিয়েই বেয়া অভ্যাস ত্যাগ কৰি ভাল অভ্যাসৰ জৰিয়তে জীৱনত ধৈৰ্য্য ধৰি আগুৱাই যায়, সেই জনেই সফলতাৰ প্ৰকৃত সোৱাদ লাভ কৰে। যেনে আমাৰ অতি মৰমৰ, জনপ্ৰিয় ৰাজনা দেদা 😘❤️কাৰণ যেনেকৈ এটোপ দুটোপকৈ এখন নদী,উপনদী বা সাগৰ ভৰি পৰে,ঠিক তেনেকৈ আমাৰ জীৱনত বেয়া অভ্যাস সমূহ ত্যাগ কৰি ভাল অভ্যাস আহৰণ কৰিবলৈ সময় লাগিব ৷ একে দিনাই আমি জীৱনৰ সকলো ইতিবাচক দিশ সামৰি সফলতাৰ জখলাত বগাব নোৱাৰোঁ ৷এষাৰ কথা আছে যে আমি আমাৰ ভৱিষ্যতক পৰিৱৰ্তন কৰিব নোৱাৰোঁ৷ কিন্তু আমি আমাৰ অভ্যাসক সলনি কৰিব পাৰোঁ আৰু সেই অভ্যাস বা ইতিবাচক দিশ সমূহে আমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব পাৰে ।আমাৰ জীৱনত কিছুমান বেয়া অভ্যাসে জীৱনটোক অসন্তুলিত কৰি তোলে ৷আমাৰ লক্ষ্যক পথভষ্ট কৰে ৷তাৰ বিপৰীতে ভাল অভ্যাস সমূহে আমাক জীৱনটোক সন্তুলিত ৰূপত ৰাখে ৷আমি যেতিয়া সমাজত প্ৰতিষ্ঠিত লোকসকলৰ জীৱনৰ ওপৰত চকু ফুৰাওঁ,তেন্তে প্ৰত্যক্ষ কৰোঁ যে সেই লোক সকলে তেওঁলোকৰ দিনপঞ্জীত কিছুমান ভাল অভ্যাসক অন্তৰ্ভূক্ত কৰিছে ৷ গতিকে আপুনিও আপোনাৰ দৈনিক সূচীত অন্তৰ্ভূক্ত কৰক কিছুমান ভাল অভ্যাসক ৷জীৱনত সফলতা কাকনো নালাগে ৷কিন্তু সফলতাৰ জখলা সকলোৱে আৰোহন কৰিব নোৱাৰে । কিন্তু মনত ৰাখিব লগা কথা এইয়ে যে অসফলতায়ে সফলতাৰ মূলমন্ত্ৰ 👍৷ জীৱনত অসফলতাতকৈ ডাঙৰ শিক্ষক একোৱেই নাই ৷ কাৰণ যেতিয়ালৈকে আমি জীৱনত অসফলতা লাভ নকৰোঁ,তেতিয়ালৈকে আমি সফলতাৰ প্ৰকৃত সোৱাদ লাভ কৰিব নোৱাৰিম।গতিকে, অসফলতাই আমাৰ অহংকাৰ,নেতিবাচক দিশসমূহ আঁতৰ কৰি সফলতাৰে আগবাঢ়ি যাবলৈ পথ প্ৰশস্ত কৰি তোলে ৷জীৱনত সফলতাৰে আগবাঢ়ি যাব লাগিব নিজৰ ওপৰত সম্পূৰ্ন বিশ্বাস ৷ যদি জীৱনত আমি কিবা নতুন পদক্ষেপ ল’বলৈ যাওঁ বা প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ ৷তেতিয়া আমি সেই পদক্ষেপক বা প্ৰত্যাহ্বানক অতিক্ৰম কৰি পাৰিম বুলি আগবাঢ়ি যাবলৈ নিজৰ ওপৰত বিশ্বাস লাগিব ৷তেতিয়াহে আমি আমাৰ লক্ষ্য ওপৰত কৰা বিশ্বাসে জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব ৷সদায় ইতিবাচক দৃষ্টিভংগীয়ে আগবাঢ়ি যোৱাত সহায় কৰে ৷ আমি যেতিয়া ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি যোৱাত এজন মানুহৰ লগত থাকোঁ,তেতিয়া সেই মানুহ জনৰ ইতিবাচক দিশসমূহে আমাৰ ওপৰতো প্ৰভাৱ পেলায় ৷ সকৰাত্মকভাৱে শাৰিৰীক,মানসিক, ভাৱনাত্মক সকলো দিশতে প্ৰভাৱ পেলায়। লগতে আত্ম বিশ্বাস,সাহস,আন্তৰিক শক্তি সকৰাত্মক ভাৱে প্ৰভাৱ পেলায় জীৱনত বিভিন্ন ক্ষেত্ৰত সহায় কৰিব !অন্যহাতে সফলতা অন্যতম মাপকাঠি হৈছে সুস্বাস্থ্য। কাৰণ আমাৰ শৰীৰটো যদি শক্তিশালী নহয় বা আমি যদি সু স্বাস্থ্যৰ অধিকাৰী নহওঁ,তেন্তে আমাৰ মগজুৰ ওপৰতো এই স্বাস্থ্যই প্ৰভাৱ পেলাই ৷সু স্বাস্থ্যই আমাক মন প্ৰফুল্লিত কৰি ৰাখে ৷গতিকে আমি পুষ্টিকৰ খাদ্যৰ লগতে শাৰীৰিক জীৱন শৈলীৰ ওপৰত মনোনিবেশ কৰিব লাগে ৷ আত্ম প্ৰেৰণা হৈছে জীৱনৰ বিভিন্ন পৰিস্থিতিক হেলাঙৰে অতিক্ৰম কৰাত অন্যতম গুণ ৷আমি নিজকে যিমান প্ৰেৰণা দিম,সিমানেই আমি সফলতাৰ কাষ চাপি যাম ৷ইফালে আমি যেতিয়া প্ৰেৰণা পাওঁ ,তেতিয়া আমি আমাৰ লক্ষ্য উপনীত হ’বলৈ অধিক আগ্ৰহী হৈ পৰোঁ। গতিকে,এই আত্ম প্ৰেৰণা দ্বাৰা আগবাঢ়ি যাওঁক আৰু মনৰ জোখাৰে সুখী হওঁক দাদা ❤️🙏🦋🦋সাংঘাতিক ধুনীয়া কন্ঠ আপোনাৰ🙈😍 ইমান মৰম💞 লগা আপোনাৰ ধুনীয় গীত, সচাই কি বুলি কম কবলৈ ভাষা নাই🙄🎤🎧🎧🎸🎻🎹🎙️🔥😘❤️
Likhoni bohut hundor.....eman dhuniya ke hklu bu bujai dise ♥️♥️👍
আপোনাক বহুত বহুত ধন্যবাদ দাদা। ইমান মৰম দিয়া বাবে। এই কথাখিনিয়ে ভবিষ্যতে মোক সহায় কৰিব। 🙏🙏🙏
@@chandrakamalChutia Thanks
@@rajnahanworld-official9450 স্বাগতম
Khub dhuniya hoi dei..
জুই দাদা
আপোনালোকৰ মৰমবোৰ পাই সঁচাকৈ বহুত সাহস আৰু ভাল লাগিল। আগলৈও এই মৰম দি য়ায় যেন মোক। লগতে সকলো বন্ধু- বান্ধৱীয়ে যেন মোৰ গীতটিৰ link WhatsApp statust / Friends/ Facebook আদি মাধ্যমত share কৰি মোক যেন আৰু অলপ আগবাঢ়ি যোৱাত সহায় কৰে তাৰেই কামনা কৰিছোঁ 🥰❤🙏🙏। মোৰ channel2 subscribe কৰিব নাপাহৰিব কিন্তু। এয়াই হ'ব আপোনালোকৰ পৰা পোৱা বহুমুলীয়া আশীৰ্বাদ।
Raj moi simen chapori r pora koi su ,akash saikia I, apunar conthotu moi bohut val paw oo mur akhibard hoday thakibo apunar logot
❤🤙🙏
Ilove you this is 🎵 🎶 song❤❤
Congratulations Rajnahan da
সুন্দৰ হৈছে দাদা বহুত আখাৰে ৰৈ আছিলোঁ গীত টি শুনিবৰ বাবে।।
১ ১ ২দাদা তুমি 🔥দিছা দেই❤️❤️❤️
Dhunia lgise dei
সুন্দৰ দাদা আৰু আগবাঢ়ি যোৱা❤️❤️🙏👍
সুন্দৰ হৈছে দাদা।।আগুৱাই যাওক আপুনি 💓💓💓
T̤a̤m̤a̤m̤ l̤a̤g̤e̤s̤e̤ j̤a̤n̤ d̤a̤
Moji❤❤❤
সুন্দৰ হৈছে বন্ধু ,, আগুৱাই যোৱা ❤️
Raaj daa tumi 🔥🔥🔥
Moja lagil
Veery Nice raj da
Dhuniya lagisa Dada gantu. ....👌👌
গীত তো ভাল লাগিল শুনি hundor... Pisoloiu aru val val git paw যেন. ❤️❤️❤️
Saliya dei ...next level 👍Assam
গানটো প্ৰথম আৰম্ভণিটো 🔥🔥🔥
Dhunia dei ... Hit
Hit dei Raj da bohut hundor hoise
Hundar my dear friends
Val hoise 🙏🏼🙏🏼🙏🏼🙏🏼❤❤❤❤
Dada mojja❤
Xundor 🥰🥰🥰
Bohut dhuniya lagise huni dada♥️♥️👍👍 akha koru augbahi juwa aru notun notun git bonuwa dada👍
ভাল লাগিল শুনি । ধুনীয়া হৈছে । Keep it up
💚 keep it brother
সুন্দৰ দাদা বহুত ভাল লাগিলে
Mjhh
Good lagil
Guli dada💖🔥
Borhiya Lagill Dadaa..❤️❤️❤️👍👍❤️❤️❤️👍👍
ধুনীয়া হৈছে ৰাজ দা... সুন্দৰ. আগলৈও এনেকোৱা গান পোৱাৰ আশাৰে আমি সদায় ৰৈ থাকিম..
ultimate
💟 👍বহু ধূনীয়া লাগিলে গান টোৰ শুনি ভাইটি
Aaaaa mjh vl lgil huni💙💙
Vl lgil Rajen Da (baba)😍💚
Hello
Bhut dhunia hoise Jaan(rajnahan)
Mur akhibad hdai ase apunar lgt....ru alp ag bahi jai ne....tare akhare
Birat bhal lagise....Iman hundor ..
Nice dei...💥
Mzahh❤️❤️❤️😘😘🔥🔥🔥🔥🔥🔥🔥🔥👍
Mojjh
Oti hundor dost..anky aguwai ja ..lov u❤️❤️❤️👍👍👍🙏🙏
Love you so much 😘 dosti Amazing আশা কৰোঁ আগলৈ এজন বিশিষ্ট শিল্পী হিচাপে পৰিচয় দাঙি ধৰা আমাৰ মৰম আৰু সঁহাৰি সদায় দি যাম তোমাক 🙏
vary nice...Superb👌👌👌Outstanding......
Apunar gan hunile huni thakibole mon juya hol aji kali kio ba ema bhal gola hol Moi nije najanu 🔥🔥🔥 so agole aghuw juya tare kamona thakil dada 💓💓💓💓
Mooja bro
Moja Rajen da Nice song 🥰
Tnq 🥰
Bht dhunia
Hundor hoise❤❤❤
Tnq🥰
Mjaah vaiti🔥🔥🔥🔥
Nice song dada apuni val gan gisa
Mojja bro❤️
ভাল হৈছে ।শুভেছা জনালো
অতি সুন্দৰ 💓
super bro.. hit
Mojaa lagisa
আপোনাৰ এই গীতটিৰ বাবে বহুত আপেক্ষা কৰি আছিলো finally আজি পালো বহুত ভাল লাগিল দাদা ।।আপুনি যেন আমাক এনেকৈ নতুন নতুন গীত দি যায়। ।।❤❤❤
মজা লাগিল দাদা আগবাঢ়ি যোৱা
সুন্দৰ দাদা ❤️ আগবাঢ়ি যাওক ❤️❤️
Mjah ❤️👍
Bohut val hoise dada
Mojja❤️
Good,,,,💞💞💞💞💞 আগুৱাই যোৱা।
Boom song ❤❤
Maja🔥🔥🔥🔥🔥🔥🔥🔥🔥
সুন্দৰ হৈচে গিতী
Aiooo Moja Dosty♥️♥️👌Dhuniya Lagise ooo👍💞💃💃💃💃💃
Moja lagisa dada gan tu huni dada tumi 🔥🔥🔥🔥🔥
Hello Raj da moi simen chapori r rongpuria r pora koisu akash saikiai bohut sundor gaan oo Mur arkhibard apunar logot hoday thakibo. Lovely song
বঢ়িয়া ৰা....... দা ❤️😘🔥😘❤️........বহুত অপেক্ষাৰ অন্তত.......🔥🔥🔥🔥🔥
দাদা আপুনি জীৱনত আৰু আগুৱাই যোৱা ❤❤
Dhuniya lagila song to huni
Your voice is amazing ❣️lots of love and best wishes to you 💚❤Keep it up... Go ahead ❣️❣️❣️
Hundar.. Bro.. Aguwai. Juwa
Amazing voice God bless you bro
😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍very nice
বহুত ধুনীয়া দাদা,, আগবাঢ়ি যোৱা 👍
Mojaaa 😘😘😘😘dada
Bohut dhuniya hoise raj da
Dhuniya
সুন্দৰ
Dhunia lgise dada❤
Nice song..............❤❤❤❤❤
Tnq
Wow dada moja 🎶😍
ভাল লাগিল❤
hundar bro aguwai juwa
Mojja lagill ♥️♥️🔥
Hit দাদা.... 🥰🥰
Bahut val lagil❤❤❤❤
Hundar hoise..tumi jatiya jonait vontir biya khnt tumar gan bur hunaisila tetiyar pora tumar dangor friend hoi porisu
বহুত বেছি ভাল লাগিছে আৰু এনেকুৱা সুন্দৰ গান পাবলৈ আশা কৰিছোঁ । I❤️you ৰাজেন দা ।।।।।💐🥀💖💝❤️💓🌹🌻🌺🏵️💗🙏🥀🌹।।
Gan2 huni mjja lagil dada 😇😇
Dhuniya ❤️❤️
অপেক্ষাৰ অন্ত পৰিল,,
ganto bor huwad loga mojja
Juiii🔥🔥🔥🔥
Vl lagil ❤😊
বহুত ভাল হৈছে ভাই। সুন্দৰ
Awesome awesome... keep it up... Huveshwa hodai ase...tur logot
আমি আমাৰ জীৱনটোক ইতিবাচক চিন্তা ধাৰাৰে আগুৱাই নিবলৈ সততে প্ৰচেষ্টা অব্যাহত ৰাখো ৷ আৰু এই প্ৰচেষ্টা কেতিয়াবা বাস্তৱত ৰূপায়িত হয়,কেতিয়াবা নহয় ৷ আমাৰ জীৱনত কিছুমান অভ্যাসে আমাক সফলতাৰ শিখৰৰ পৰা নমাই আনে আৰু কিছুমান অভ্যাস ত্যাগ কৰিলে সফলতাৰ শিখৰত আৰোহন কৰিব পাৰোঁ। কেতিয়াবা ভাল অভ্যাসসমূহে আমাৰ সাধাৰণ জীৱনটো অসাধাৰণলৈ পৰিণত কৰে ৷ বেয়া অভ্যাস বোৰ যেতিয়া আমি পৰিত্যাগ কৰোঁ,তেতিয়া কষ্ট হ’য় ৷কিন্তু যিয়েই বেয়া অভ্যাস ত্যাগ কৰি ভাল অভ্যাসৰ জৰিয়তে জীৱনত ধৈৰ্য্য ধৰি আগুৱাই যায়, সেই জনেই সফলতাৰ প্ৰকৃত সোৱাদ লাভ কৰে। যেনে আমাৰ অতি মৰমৰ, জনপ্ৰিয় ৰাজনা দেদা 😘❤️কাৰণ যেনেকৈ এটোপ দুটোপকৈ এখন নদী,উপনদী বা সাগৰ ভৰি পৰে,ঠিক তেনেকৈ আমাৰ জীৱনত বেয়া অভ্যাস সমূহ ত্যাগ কৰি ভাল অভ্যাস আহৰণ কৰিবলৈ সময় লাগিব ৷ একে দিনাই আমি জীৱনৰ সকলো ইতিবাচক দিশ সামৰি সফলতাৰ জখলাত বগাব নোৱাৰোঁ ৷
এষাৰ কথা আছে যে আমি আমাৰ ভৱিষ্যতক পৰিৱৰ্তন কৰিব নোৱাৰোঁ৷ কিন্তু আমি আমাৰ অভ্যাসক সলনি কৰিব পাৰোঁ আৰু সেই অভ্যাস বা ইতিবাচক দিশ সমূহে আমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব পাৰে ।আমাৰ জীৱনত কিছুমান বেয়া অভ্যাসে জীৱনটোক অসন্তুলিত কৰি তোলে ৷আমাৰ লক্ষ্যক পথভষ্ট কৰে ৷তাৰ বিপৰীতে ভাল অভ্যাস সমূহে আমাক জীৱনটোক সন্তুলিত ৰূপত ৰাখে ৷আমি যেতিয়া সমাজত প্ৰতিষ্ঠিত লোকসকলৰ জীৱনৰ ওপৰত চকু ফুৰাওঁ,তেন্তে প্ৰত্যক্ষ কৰোঁ যে সেই লোক সকলে তেওঁলোকৰ দিনপঞ্জীত কিছুমান ভাল অভ্যাসক অন্তৰ্ভূক্ত কৰিছে ৷ গতিকে আপুনিও আপোনাৰ দৈনিক সূচীত অন্তৰ্ভূক্ত কৰক কিছুমান ভাল অভ্যাসক ৷
জীৱনত সফলতা কাকনো নালাগে ৷কিন্তু সফলতাৰ জখলা সকলোৱে আৰোহন কৰিব নোৱাৰে । কিন্তু মনত ৰাখিব লগা কথা এইয়ে যে অসফলতায়ে সফলতাৰ মূলমন্ত্ৰ 👍৷ জীৱনত অসফলতাতকৈ ডাঙৰ শিক্ষক একোৱেই নাই ৷ কাৰণ যেতিয়ালৈকে আমি জীৱনত অসফলতা লাভ নকৰোঁ,তেতিয়ালৈকে আমি সফলতাৰ প্ৰকৃত সোৱাদ লাভ কৰিব নোৱাৰিম।গতিকে, অসফলতাই আমাৰ অহংকাৰ,নেতিবাচক দিশসমূহ আঁতৰ কৰি সফলতাৰে আগবাঢ়ি যাবলৈ পথ প্ৰশস্ত কৰি তোলে ৷
জীৱনত সফলতাৰে আগবাঢ়ি যাব লাগিব নিজৰ ওপৰত সম্পূৰ্ন বিশ্বাস ৷ যদি জীৱনত আমি কিবা নতুন পদক্ষেপ ল’বলৈ যাওঁ বা প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ ৷তেতিয়া আমি সেই পদক্ষেপক বা প্ৰত্যাহ্বানক অতিক্ৰম কৰি পাৰিম বুলি আগবাঢ়ি যাবলৈ নিজৰ ওপৰত বিশ্বাস লাগিব ৷তেতিয়াহে আমি আমাৰ লক্ষ্য ওপৰত কৰা বিশ্বাসে জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব ৷
সদায় ইতিবাচক দৃষ্টিভংগীয়ে আগবাঢ়ি যোৱাত সহায় কৰে ৷ আমি যেতিয়া ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি যোৱাত এজন মানুহৰ লগত থাকোঁ,তেতিয়া সেই মানুহ জনৰ ইতিবাচক দিশসমূহে আমাৰ ওপৰতো প্ৰভাৱ পেলায় ৷ সকৰাত্মকভাৱে শাৰিৰীক,মানসিক, ভাৱনাত্মক সকলো দিশতে প্ৰভাৱ পেলায়। লগতে আত্ম বিশ্বাস,সাহস,আন্তৰিক শক্তি সকৰাত্মক ভাৱে প্ৰভাৱ পেলায় জীৱনত বিভিন্ন ক্ষেত্ৰত সহায় কৰিব !
অন্যহাতে সফলতা অন্যতম মাপকাঠি হৈছে সুস্বাস্থ্য। কাৰণ আমাৰ শৰীৰটো যদি শক্তিশালী নহয় বা আমি যদি সু স্বাস্থ্যৰ অধিকাৰী নহওঁ,তেন্তে আমাৰ মগজুৰ ওপৰতো এই স্বাস্থ্যই প্ৰভাৱ পেলাই ৷সু স্বাস্থ্যই আমাক মন প্ৰফুল্লিত কৰি ৰাখে ৷গতিকে আমি পুষ্টিকৰ খাদ্যৰ লগতে শাৰীৰিক জীৱন শৈলীৰ ওপৰত মনোনিবেশ কৰিব লাগে ৷
আত্ম প্ৰেৰণা হৈছে জীৱনৰ বিভিন্ন পৰিস্থিতিক হেলাঙৰে অতিক্ৰম কৰাত অন্যতম গুণ ৷আমি নিজকে যিমান প্ৰেৰণা দিম,সিমানেই আমি সফলতাৰ কাষ চাপি যাম ৷ইফালে আমি যেতিয়া প্ৰেৰণা পাওঁ ,তেতিয়া আমি আমাৰ লক্ষ্য উপনীত হ’বলৈ অধিক আগ্ৰহী হৈ পৰোঁ। গতিকে,এই আত্ম প্ৰেৰণা দ্বাৰা আগবাঢ়ি যাওঁক আৰু মনৰ জোখাৰে সুখী হওঁক দাদা ❤️🙏
🦋🦋সাংঘাতিক ধুনীয়া কন্ঠ আপোনাৰ🙈😍 ইমান মৰম💞 লগা আপোনাৰ ধুনীয় গীত, সচাই কি বুলি কম কবলৈ ভাষা নাই🙄🎤🎧🎧🎸🎻🎹🎙️🔥😘❤️
Likhoni bohut hundor.....eman dhuniya ke hklu bu bujai dise ♥️♥️👍
আপোনাক বহুত বহুত ধন্যবাদ দাদা। ইমান মৰম দিয়া বাবে। এই কথাখিনিয়ে ভবিষ্যতে মোক সহায় কৰিব। 🙏🙏🙏
@@chandrakamalChutia Thanks
@@rajnahanworld-official9450 স্বাগতম
Khub dhuniya hoi dei..
জুই দাদা
আপোনালোকৰ মৰমবোৰ পাই সঁচাকৈ বহুত সাহস আৰু ভাল লাগিল। আগলৈও এই মৰম দি য়ায় যেন মোক। লগতে সকলো বন্ধু- বান্ধৱীয়ে যেন মোৰ গীতটিৰ link WhatsApp statust / Friends/ Facebook আদি মাধ্যমত share কৰি মোক যেন আৰু অলপ আগবাঢ়ি যোৱাত সহায় কৰে তাৰেই কামনা কৰিছোঁ 🥰❤🙏🙏। মোৰ channel2 subscribe কৰিব নাপাহৰিব কিন্তু। এয়াই হ'ব আপোনালোকৰ পৰা পোৱা বহুমুলীয়া আশীৰ্বাদ।
Raj moi simen chapori r pora koi su ,akash saikia I, apunar conthotu moi bohut val paw oo mur akhibard hoday thakibo apunar logot
❤🤙🙏
Ilove you this is 🎵 🎶 song❤❤
Congratulations Rajnahan da
সুন্দৰ হৈছে দাদা বহুত আখাৰে ৰৈ আছিলোঁ গীত টি শুনিবৰ বাবে।।
১ ১ ২দাদা তুমি 🔥দিছা দেই❤️❤️❤️
Dhunia lgise dei
সুন্দৰ দাদা আৰু আগবাঢ়ি যোৱা❤️❤️🙏👍
সুন্দৰ হৈছে দাদা।।আগুৱাই যাওক আপুনি 💓💓💓
T̤a̤m̤a̤m̤ l̤a̤g̤e̤s̤e̤ j̤a̤n̤ d̤a̤
Moji❤❤❤
সুন্দৰ হৈছে বন্ধু ,, আগুৱাই যোৱা ❤️
Raaj daa tumi 🔥🔥🔥
Moja lagil
Veery Nice raj da
Dhuniya lagisa Dada gantu. ....👌👌
গীত তো ভাল লাগিল শুনি hundor... Pisoloiu aru val val git paw যেন. ❤️❤️❤️
Saliya dei ...next level 👍Assam
গানটো প্ৰথম আৰম্ভণিটো 🔥🔥🔥
Dhunia dei ... Hit
Hit dei Raj da bohut hundor hoise
Hundar my dear friends
Val hoise 🙏🏼🙏🏼🙏🏼🙏🏼❤❤❤❤
Dada mojja❤
Xundor 🥰🥰🥰
Bohut dhuniya lagise huni dada♥️♥️👍👍 akha koru augbahi juwa aru notun notun git bonuwa dada👍
ভাল লাগিল শুনি । ধুনীয়া হৈছে । Keep it up
💚 keep it brother
সুন্দৰ দাদা বহুত ভাল লাগিলে
Mjhh
Good lagil
Guli dada💖🔥
Borhiya Lagill Dadaa..
❤️❤️❤️👍👍❤️❤️❤️👍👍
ধুনীয়া হৈছে ৰাজ দা... সুন্দৰ. আগলৈও এনেকোৱা গান পোৱাৰ আশাৰে আমি সদায় ৰৈ থাকিম..
ultimate
💟 👍বহু ধূনীয়া লাগিলে গান টোৰ শুনি ভাইটি
Aaaaa mjh vl lgil huni💙💙
Vl lgil Rajen Da (baba)😍💚
Hello
Bhut dhunia hoise Jaan(rajnahan)
Mur akhibad hdai ase apunar lgt....ru alp ag bahi jai ne....tare akhare
Birat bhal lagise....Iman hundor ..
Nice dei...💥
Mzahh❤️❤️❤️😘😘🔥🔥🔥🔥🔥🔥🔥🔥👍
Mojjh
Oti hundor dost..anky aguwai ja ..lov u❤️❤️❤️👍👍👍🙏🙏
Love you so much 😘 dosti Amazing আশা কৰোঁ আগলৈ এজন বিশিষ্ট শিল্পী হিচাপে পৰিচয় দাঙি ধৰা আমাৰ মৰম আৰু সঁহাৰি সদায় দি যাম তোমাক 🙏
vary nice...Superb👌👌👌Outstanding......
Apunar gan hunile huni thakibole mon juya hol aji kali kio ba ema bhal gola hol
Moi nije najanu 🔥🔥🔥 so agole aghuw juya tare kamona thakil dada 💓💓💓💓
Mooja bro
Moja Rajen da Nice song 🥰
Tnq 🥰
Bht dhunia
Hundor hoise❤❤❤
Tnq🥰
Mjaah vaiti🔥🔥🔥🔥
Nice song dada apuni val gan gisa
Mojja bro❤️
ভাল হৈছে ।শুভেছা জনালো
অতি সুন্দৰ 💓
super bro.. hit
Mojaa lagisa
আপোনাৰ এই গীতটিৰ বাবে বহুত আপেক্ষা কৰি আছিলো finally আজি পালো বহুত ভাল লাগিল দাদা ।।আপুনি যেন আমাক এনেকৈ নতুন নতুন গীত দি যায়। ।।❤❤❤
মজা লাগিল দাদা আগবাঢ়ি যোৱা
সুন্দৰ দাদা ❤️ আগবাঢ়ি যাওক ❤️❤️
Mjah ❤️👍
Bohut val hoise dada
Mojja❤️
Good,,,,💞💞💞💞💞
আগুৱাই যোৱা।
Boom song ❤❤
Tnq 🥰
Maja
🔥🔥🔥🔥🔥🔥🔥🔥🔥
সুন্দৰ হৈচে গিতী
Aiooo Moja Dosty♥️♥️👌Dhuniya Lagise ooo👍💞💃💃💃💃💃
Moja lagisa dada gan tu huni dada tumi 🔥🔥🔥🔥🔥
Hello Raj da moi simen chapori r rongpuria r pora koisu akash saikiai bohut sundor gaan oo Mur arkhibard apunar logot hoday thakibo. Lovely song
বঢ়িয়া ৰা....... দা ❤️😘🔥😘❤️........
বহুত অপেক্ষাৰ অন্তত.......
🔥🔥🔥🔥🔥
দাদা আপুনি জীৱনত আৰু আগুৱাই যোৱা ❤❤
Tnq🥰
Dhuniya lagila song to huni
Your voice is amazing ❣️
lots of love and best wishes to you 💚❤
Keep it up... Go ahead ❣️❣️❣️
Hundar.. Bro.. Aguwai. Juwa
Amazing voice God bless you bro
😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍very nice
বহুত ধুনীয়া দাদা,, আগবাঢ়ি যোৱা 👍
Mojaaa 😘😘😘😘dada
Bohut dhuniya hoise raj da
Dhuniya
সুন্দৰ
Dhunia lgise dada❤
Nice song..............❤❤❤❤❤
Tnq
Wow dada moja 🎶😍
ভাল লাগিল❤
hundar bro aguwai juwa
Mojja lagill ♥️♥️🔥
Hit দাদা.... 🥰🥰
Bahut val lagil❤❤❤❤
Hundar hoise..tumi jatiya jonait vontir biya khnt tumar gan bur hunaisila tetiyar pora tumar dangor friend hoi porisu
বহুত বেছি ভাল লাগিছে আৰু এনেকুৱা সুন্দৰ গান পাবলৈ আশা কৰিছোঁ ।
I❤️you ৰাজেন দা ।।।।।💐🥀💖💝❤️💓🌹🌻🌺🏵️💗🙏🥀🌹
।।
Gan2 huni mjja lagil dada 😇😇
Dhuniya ❤️❤️
অপেক্ষাৰ অন্ত পৰিল,,
ganto bor huwad loga mojja
Juiii🔥🔥🔥🔥
Vl lagil ❤😊
বহুত ভাল হৈছে ভাই। সুন্দৰ