উন্নয়নৰ গংগাত উটি গ’ল নেতা-মন্ত্ৰীৰ দম্ভ-অহংকাৰ..মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Поделиться
HTML-код
  • Опубликовано: 10 сен 2024
  • উন্নয়নৰ গংগাত উটি গ’ল নেতা-মন্ত্ৰীৰ দম্ভ-অহংকাৰ
    দুঘণ্টাৰ বৰষুণতেই মহাসাগৰ হ’ল মহানগৰ
    প্রজাঘৰটো বাদেই দিয়ক, ৰজাঘৰতো একঁকাল পানী
    দুঘণ্টা ধৰি বৰষুণ আৰু দুদিন ধৰি যমৰ-যাতনা জনতাৰ
    বানমুক্ত গুৱাহাটী কেৱল শ্ল’গান, প্রতিশ্রুতিতে থাকিল নেকি?
    গুৱাহাটীৰ বানক লৈ আৰু কিমান শুনিব নেতা-মন্ত্রীৰ বেপৰোৱা, আজৱ যুক্তি?
    বিজ্ঞানসন্মতভাৱে সম্ভৱ নহয় নেকি গুৱাহাটীৰ বান নিয়ন্ত্রণ?
    গুৱাহাটীৰ কৃত্রিম বান সঁচাকৈ ৰোধ কৰাটো সম্ভৱ নে?
    আজি গুৱাহাটীৰ কৃত্ৰিম বানক লৈ নিৰ্মোহ বিশ্লেষণ
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #PratidinTime #AssamNews #flood #Abhimat

Комментарии • 134

  • @RamenKathar-zu5hy
    @RamenKathar-zu5hy Месяц назад +40

    আমাৰ মূখ্যমন্ত্ৰী অহংকাৰ কোনেও শেষ কৰিব পৰা নাছিল,সেই কাৰণে ভগৱানৰ আশীৰ্বাদত শিক্ষা দিছে মূখ্যমন্ত্ৰীৰ অহংকাৰক ।

    • @LovelyApron-jn2rd
      @LovelyApron-jn2rd 28 дней назад +2

      Ll

    • @RajenKataki
      @RajenKataki 4 дня назад

      😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮

  • @saratkalita7685
    @saratkalita7685 Месяц назад +34

    বিজুলী কলিতা মেধি এতিয়া কত আছে

    • @njyotinjyoti7541
      @njyotinjyoti7541 Месяц назад

      বিজুলী কলিতাক মামাই জিকাইছে গতিকে মামাইহে মাত মাতিব নহয় আৰু এই বহিৰাগত বনিয়াক এটাক মন্ত্ৰী পাতিছে বান নিয়ন্ত্ৰণ,নিলাজ অসমিয়া।

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw Месяц назад +2

      কিয় বৰষুণ দিবলৈ ওপৰত দেখা নাই জানু চেলেক চেলেক গুৰুম !

  • @user-ok6ny8tz3h
    @user-ok6ny8tz3h Месяц назад +14

    গুৱাহাটীৰ জনতা মূৰ্খ শেষত বিজেপিকে ভোট দিব

    • @nityanahardeka2514
      @nityanahardeka2514 24 дня назад

      Thikei koixa....hekhot goi Guwahati jonota ye nijor bibek buddhi bixar hklu bikri kori BJP kei vote dbo hei2 krne ane obostha hoi ase ru hoi thkibo

  • @janardanbora2803
    @janardanbora2803 Месяц назад +38

    বিজেপি চোৱা ছেলেকা বোৰে লাজ পায় এইবোৰ নিউজ দিলে 😅😅😅

  • @janardanbora2803
    @janardanbora2803 Месяц назад +33

    অসম উন্নয়নৰ দিশে গুৱাহাটীৰ সাংসদ গৰাকী কত আছে গৈ হয় অলপ চিন্তা কৰক গুৱাহাটী ৰাইজ 2026চনত এইখন চৰকাৰক বহাই দিয়ক সকলো ঠিক হৈ যাব

  • @parthamahanta9151
    @parthamahanta9151 Месяц назад +10

    "জল বিশেষজ্ঞ" অশোক শিয়ালক লেংটা কৰি পিটি খেদিব হ'ল

  • @user-cs6sj7dx5c
    @user-cs6sj7dx5c Месяц назад +7

    বেয়া হোৱা নাই আৰু জিকাব আকৌ মামাক জিকাব আৰু পৰিবৰ্তন বিকাশ হ'ব গুৱাহাটী এইদৰেই উন্নতি কৰিব এইচৰকাৰে জিকাই থাকক জিকাই থাকক ধন্যবাদ

  • @janardanbora2803
    @janardanbora2803 Месяц назад +23

    আমাৰ মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলিমক লৈ যিমান গুৰুত্ব দিয়ে এইবোৰত কৈ যদি বান পানিক লৈ দিয়া হলে গুৱাহাটী মহানগৰীৰ এই অৱস্থা হবলৈ নাপাই

  • @khirodadas-rt9fe
    @khirodadas-rt9fe Месяц назад +9

    বিজুলী। কত ।মৰিল

  • @mdbipulahmed
    @mdbipulahmed Месяц назад +16

    গুৱাহাটিৰ সংসদ বিজুলী মেধীগৰাকী কত হেৰাল বা?

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 Месяц назад +9

    পগলা দেশ পগলা নেতা পগলা জনসাধাৰণ।পগলা

  • @AssameseVoicestory-im5ym
    @AssameseVoicestory-im5ym Месяц назад +8

    এই বোৰ এতিয়া কৈ লাভ নাই।ভোট দিয়াৰ আগতে ভাবিৱ লাগে।

  • @rrchannel8812
    @rrchannel8812 Месяц назад +15

    মুচলমানৰ কাৰনে হৈছে , সকলো মানুহ হিন্দু হোৱা হ'লে পানী নহ'ল হয় । এই বোৰ দেখি দেখি কিবা আমনি লাগিছে আৰু। লেতেৰা ৰাজনীতি ।

  • @daizee4510
    @daizee4510 Месяц назад +16

    গুৱাহাটী বাসিন্দা Over Smart সেয়েহে সংসদত নিমাতী সকলক নিৰ্বাচনত ভোট দিয়ে ৷ সেয়েহে এইটো গুৱাহাটীবাসীৰ প্ৰাপ্য ৷

  • @binudas8708
    @binudas8708 Месяц назад +4

    মোৰ ঘৰৰ সমস্যা আনে কেনেকৈ জানিব। গতিকে অসমৰ সমস্যা বিহাৰৰ বিহাৰিয়ে কেনেকৈ জানিব। নিজৰ ভৰিত নিজে কুঠাৰ মাৰি এই ফল পাইছে।

  • @bijitboro5117
    @bijitboro5117 Месяц назад +5

    My best and better reporter mr nitumoni Saikia da

  • @user-tx9jx3hg5i
    @user-tx9jx3hg5i Месяц назад +5

    এই বোৰ বিবেক ভোটৰ ফল ভুগিছে গুৱাহাটী বাসি ৰাইজে ৷

  • @rambalram2610
    @rambalram2610 Месяц назад +7

    অসমৰ ইঞ্জিনিয়াৰ কীটা পইছা মাৰিবলৈ কে জন্ম লৈছে... মানে চৰকাৰী চাকৰি কৰা কেইটা...😮😮😮 ইঞ্জিনিয়ৰ বুলি গুপতে গঙ্গাটোপ... কিন্তু আচলতে চোৰ...!!! ইহঁতৰ চবৰে ঘৰত তলাচি হওঁক... চুৰ বোৰ চাল্লা 😮😮😮😮 কাৰ আৰ্শীবাদত ইহঁতে চোৰ কৰিবলৈ সাহস পাই.....????

  • @anjumonigogoi5227
    @anjumonigogoi5227 Месяц назад +9

    Fly over bonale poisa lutar hunali hujug pai

  • @debadutta4066
    @debadutta4066 Месяц назад +3

    নিলজ্জ আমিবোৰ চব পাহৰি আকৌ ভোট বিজেপি ত এই দিব কিন্তু হায় ৰে শিক্ষিত মহানগৰ বাসী ৰাইজ 😮

  • @peguko9534
    @peguko9534 Месяц назад +8

    অলগদ্দ মন্ত্ৰী এইজন

  • @Ronyz.AS14
    @Ronyz.AS14 Месяц назад +7

    Aru dia BJP vote
    CM ahe banpani t reels bonab lge atia.

  • @rbngaming7335
    @rbngaming7335 Месяц назад +3

    এনে বক্তব্য দুভাগ্যজনক ৷ এনে অদক্ষ মন্ত্ৰীৰ পৰা ৰাইজে কি আশা কি আশা কৰিব ৷

  • @nujrulHoque-yb1hf
    @nujrulHoque-yb1hf Месяц назад +6

    মাএ 1/2 ঘণ্টা বৰষুণ হোৱাৰ ফলত ৰুক্মিণী নগৰত মই নিজে 7 ঘণ্টা গাড়ীৰ ভিতৰত ফাছি আছিলো

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pw Месяц назад +4

    অন্ধভক্তবৃন্দ কিবা এষাৰ বোলক ।

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl Месяц назад +2

    ৫০ ৬০ বছৰ গুৱাহাটীত বসবাহ কৰি আছে গুৱাহাটীৰ ৰাজপথত কি কাৰণত কৃত্ৰিম বান পানী কিয় হয় সেই বিষয়ে এতিয়াও বুজি নাপালে আচৰিত লাগে ৷বেছি ভাগেই নতুনকৈ গুৱাহাটীত বসবাস কৰি আছে ৷সাংবাদিক সকলতো কালিৰ ৷মই ৭০ চনৰ পৰাই গুৱাহাটীত অহা যোৱা কৰি আছো ৷আগৰ গুৱাহাটী আৰু আজিৰ গুৱাহাটী আকাশ পাতাল পাৰ্থক্য ৷আগতে পথাৰ পিতনি বিল যথেষ্ট আছিল ৷বহুতেই জানে অপ্সৰা চিনেমা হল খানাপাৰা বিৰুবাৰী এই অঞ্চল কি আছিল ৷উধাই মুধাই ঘৰ অট্টালিকা অভাৰ ব্ৰীজ কোনো চিন্তা চৰ্চা নৰাকৈ বন্ধাৰ ফল ৷ইয়াত অকল চৰকাৰ নহয় জনসাধাৰণৰও দোষ আছে ৷পাপৰ ফল সকলোৱে গাওঁ এৰি টাউন মুখি হোৱাৰ ৷

  • @lulalu6707
    @lulalu6707 29 дней назад +1

    মাননীয় অসম গৈৰৱ 🙏নিতুমনি দা দা প্ৰতিদিন নিউজৰ জিন্দাবাদ ☝️ জয় আই অসম

  • @user-km6nx1rx1j
    @user-km6nx1rx1j Месяц назад +2

    বিজুলী আহোঁতেই এইগতি ধেৰেকনি আহিলে কিহব

  • @rambalram2610
    @rambalram2610 Месяц назад +11

    দক্ষ মন্ত্ৰীয়ে এই বিলাক সৰু সৰু কাম নকৰে নহয়....😢😢😢 তেওঁ লোকে বিশ্ব ৰেকৰ্ড বিশ্ব অভিলেখ বনাই.... 😮😮😮 দক্ষ দক্ষ বুলি মানুহৰ কান পকাই দিলে... এতিয়া বোলে পগলা কুকুৰ...😮😮😢😢😢😢😢

  • @surenbarman6008
    @surenbarman6008 Месяц назад +1

    তাতকৈ নকয় কিয় যে ইয়াত তৃতীয় শক্তিৰ হাত আছে।

  • @janardanbora2803
    @janardanbora2803 Месяц назад +17

    এইবোৰ অৰ্থ নাইকীয়া মন্ত্ৰী মদ খাই আছিল চাগে

  • @pranabbaruah7687
    @pranabbaruah7687 Месяц назад +4

    ব্ৰহ্মপুত্ৰৰ বুকু গুৱাহাটীৰ কাষত খান্দি দিয়াৰ ব্যৱস্থা কৰক।মানুহ একেখিনি,BJP আৰু কংগ্ৰেছ বুলি কোনো কথা নাই।

  • @Jesika-go6os
    @Jesika-go6os Месяц назад +1

    তহঁতি adinote বহুত kosto পালি আমি tini mahe panit dubi thakur kunu খবৰ lowta nai

  • @achyutbora7746
    @achyutbora7746 Месяц назад +2

    Vote to last t BJP ke dibo

  • @Kanishkadaimary-j5f
    @Kanishkadaimary-j5f 28 дней назад

    জয় শ্ৰীৰাম। ভাৰত মাতা কি জয়।

  • @user-gz6kl3mv9v
    @user-gz6kl3mv9v Месяц назад +1

    গুৱাহাটীবাসীক পকাবেল বুলি ভাবিছে চৰকাৰে

  • @aftabahmed-cx5qp
    @aftabahmed-cx5qp 18 дней назад

    Atia panir bhag bhag korile sir apunak Dhoyandobad jonalu 🙏🙏

  • @jinaramdas3166
    @jinaramdas3166 Месяц назад

    গুৱাহাটীৰ এই অবস্থা গুৱাহাটী বাসী নিজে সৃষ্টি কৰিছে। তাৰোপৰি যি কাৰক সমূহ দেখিলোঁ সেই বোৰ অধ্যয়ন কৰি ৰাজহুৱা বক্তব্য কৰা উচিত।নলা নৰ্মদা বন্ধ কৰি ঘৰ কোনে সাজিছে , সেই সকলে নহয় নেকি?

  • @user-ug1vc8dw1f
    @user-ug1vc8dw1f Месяц назад +1

    পনীয়া বস্তু কোন ফালে গতি কৰে বাহিৰৰ পানী বুলি কোৱা জনে জনা উচিত ।

  • @manuranjan_deuri08
    @manuranjan_deuri08 Месяц назад +1

    This happened when there is full of incapable Minister in state.

  • @rafikulali4396
    @rafikulali4396 Месяц назад +1

    স্থানীয় লোক সকল এদিন ইফালে এদিন সিফালে

  • @KarunaGogoi-ur1uw
    @KarunaGogoi-ur1uw 29 дней назад

    Khatniar sir namaskàr

  • @NibaranDutta-gm6pn
    @NibaranDutta-gm6pn Месяц назад +1

    চিংহলৰ চুলি খিনি গুৱাহাটীৰ এৰি গফ খিনি বিহাৰৰ

  • @nirmalhazarika
    @nirmalhazarika 24 дня назад

    অশোক সিংহালক কোনে গুৱাহাটীখন গটাই দিছে ? গুৱাহাটীৰ উন্নয়নৰ নামত থলুৱাক যতে ততে উচ্চেদ কৰি শাৰি শাৰি 😊ফ্লেট সাজিবলৈ অশোক সিংহালৰ পুত্ৰক কোনে অনুমোদন দিয়ে ?

  • @pradipborborua4398
    @pradipborborua4398 Месяц назад

    100 mm বৰষুণ হলেই চিটিবাছৰ সলনি motor boat চলোৱাৰ ব্যৱস্থা কৰিব লাগে।

  • @bisheswarborah4141
    @bisheswarborah4141 Месяц назад +1

    Where is Bijuli Kalita Medhi, MP, Guwahati ?

  • @arunjyotigogoi6390
    @arunjyotigogoi6390 Месяц назад

    গৌৰব গগৈ চি.এম হলে সকলো থিক হৈ যাব.অনা অসমীয়াই অসমীয়া থকা অসম develop কৰিব বুলি কেনেকৈ ভাবিছে বাৰু ?

  • @RinaGohain-en1pc
    @RinaGohain-en1pc Месяц назад +1

    Bijuli bortoman daworor anrot

  • @FazlulRahman-q3z
    @FazlulRahman-q3z Месяц назад +1

    Aibilak banpani miya muslimor karone hoise

  • @manasheemoral8528
    @manasheemoral8528 Месяц назад

    More power to you sir ❤

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx Месяц назад +1

    Atori diok atori diok Kula Pani Ranga Pani ahise

  • @user-km6nx1rx1j
    @user-km6nx1rx1j Месяц назад

    এইজন পানী পৰুৱা নেকি পানীলৈথে লি diok

  • @tarunborgohain1752
    @tarunborgohain1752 26 дней назад

    "Ronga Pani, Boga Pani, Kola Pani" very laughing speech and like cows climbing on trees. At first there has been constructed many high, big apartments, malls, buildings, houses, hotels, offices etc etc and many more. People when costructs buildings, they never keeps place for drain. Seems small small drain. Buildings in some places are very conjusted. Peoples fells garbages from their houses, particularly at midnight on drains. So the flood system of Guwahati cannot be solved. We knew, once a time there was no flood in the city and also peoples are increasing in sufficient daily. No places.

  • @navajitkhound1900
    @navajitkhound1900 Месяц назад

    500toka loi meeting t gole enekuwa e hobo

  • @BirenendraNathBarman-uk8bu
    @BirenendraNathBarman-uk8bu 26 дней назад

    Asok singhal বেপাৰী

  • @sayednozibullah1094
    @sayednozibullah1094 Месяц назад

    Councilr sahab development is a continuous process najano ,laj nai tur.

  • @NiponSaikia-xt7wq
    @NiponSaikia-xt7wq Месяц назад

    Nitumoni da umar montibilakor kothabilak hunile kiba hahi he uthe

  • @montalukdar40
    @montalukdar40 Месяц назад +1

    Bhogoban a aikhon sarkaror kam kaj .,unoti raijor agot dakhuai dela...ja raije sakhu khulok nahola bepod ahi sotal paisa... Raije a valdora sinta karak ....😢😢😢

  • @anantamazumdar133
    @anantamazumdar133 Месяц назад

    The Hon'ble as well as Much VOCAL & Powerfull CM, Dr. Himanta Viswa Sarma should totally dismantle Assam Unit of da NDRF and send to jail all da corrupted officers, employees of da GMC after conducting necessary enquery to da relevant topics related to flash floods of Greater Guwahati.

  • @mahalakshmidps9993
    @mahalakshmidps9993 Месяц назад +1

    Plz think in 2026 ...

  • @NirodeChetia
    @NirodeChetia Месяц назад

    Pakisthanr hat ase !!

  • @navajitkhound1900
    @navajitkhound1900 Месяц назад

    project are for MLA, MINISTER COMMISSION and CONTRACTOR PROFIT

  • @abdulsahad8615
    @abdulsahad8615 Месяц назад

    Amar montri kenekuwa? Gyanheen phangmora kotha koi raijok ki bujabo bicharise?

  • @user-nh5lb1gz6s
    @user-nh5lb1gz6s 29 дней назад

    Niyom mafik abhimot anushthan. Responsible manuh bilak k matok. Aikeijone jiman siyonri thakileo lav nai

  • @girishchtalukdar2574
    @girishchtalukdar2574 Месяц назад

    Good classification. A new scientist come to Assam

  • @kaberiborah3565
    @kaberiborah3565 Месяц назад

    Urban flood of Guwahati can not be solved so easily. Blaming the Goverment will not serve any purpose. I am afraid more and more areas will be submerged in near future in Guwahati and other places of Assam. This is the unpleasant truth and reality.

  • @MunBorah-q6d
    @MunBorah-q6d Месяц назад

    Kaam nai ....2026 AGM pabo

  • @jeetajitdas8202
    @jeetajitdas8202 Месяц назад

    Right

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp Месяц назад

    ইমান টকা পাইও কি কৰিছে আৰু এই বিষয়ে এখেতমকলে কত লুকাই আছিল।

  • @janmonihazarika376
    @janmonihazarika376 Месяц назад +1

    No thanks

  • @hunborgogoi3695
    @hunborgogoi3695 Месяц назад

    নাও বুৰি তল গলেও এই সকল চাঙৰ পৰা নানামে ।

  • @pkvlogs1406
    @pkvlogs1406 Месяц назад

    তিনপাতৰে চালি দিব লাগে😅

  • @user-bt1cx3pv1c
    @user-bt1cx3pv1c 29 дней назад

    Tahte khakh karili gutay akham Khan day😅😅😅😅

  • @songitaborabora1381
    @songitaborabora1381 Месяц назад

    Pore btton

  • @manasheemoral8528
    @manasheemoral8528 Месяц назад

    Corrupted engineer buror karoneu stringent rule bonabo lage zero tolerance for corruption ..

  • @abulhussain3801
    @abulhussain3801 Месяц назад

    Why it is happening again and again? The main reason behind these are that politician knows it well that public sentiment is very poor. After a few days public will forget all these and the politician will fool them again by their mellifluous speeches. Joy ho blind devotees.

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn Месяц назад

    আৰু বহুতো আছে Protech ৰ Climate Change লৈ ৷ অলপ খবৰ লওঁক তেওঁৰ Department বোৰক৷ Assam Tender অলপ ছাবলৈ অনুৰুধ কৰা হল৷

  • @id6808
    @id6808 Месяц назад

    Swamp areas became luxurious appartments, what we got is newton's 3rd law.

  • @dibyajyotiborah8575
    @dibyajyotiborah8575 Месяц назад

    Good job... kintu Ata kotha kou dei pratibarei monsoon time ot je coverage kore kio kharali aku question nokore....

  • @alpanasharma4400
    @alpanasharma4400 Месяц назад

    Raije pahori jai....election xomagoto....ami raije usit xidhanto loboloi hol....

  • @akhilgoswami1140
    @akhilgoswami1140 Месяц назад

    Pagal and hopeless ,,,,,,,,,,,

  • @SatyanathBoro
    @SatyanathBoro Месяц назад

    Comments bur pori bor las paisu.

  • @gunakantabaruah6243
    @gunakantabaruah6243 Месяц назад

    গুৱাহাটীৰ ভুমিভাগ ব্ৰহ্মপুত্ৰৰ জলপৃঠৰ পৰা নৰমেল অৱস্থাত কিমান মিটাৰ ওপৰত?জনালে ভাল পাম। যদি gradient ভাল কিয় ৰাষ্টাৰ তলেৰে পকী নৰ্দমাৰ পচতাব দিব নোৱাৰে নে? আমাৰ মাজত অভিযন্তা আছে। গতিকে পলম নকৰি বক্তব্য ৰখা দৰকাৰ। কিমান টকা লাগিব পাৰে বা কিমান সময়ত পানী উলাই যোৱা ক্ষিপ্ৰ হ'ব ক'ব লাগে। ৰাষ্টাৰ যাতায়তৰ বাধা নোহোৱাকৈ বহু চহৰৰপৰা পানী নিষ্কাষণ হয়। গুৱাহাটীৰ অতদিন এইদৰেই চলি আছে।

  • @nikunjachoudhury2945
    @nikunjachoudhury2945 Месяц назад

    Val kotha koli koka

  • @kutulu7.
    @kutulu7. Месяц назад

    Shameless

  • @Ronyz.AS14
    @Ronyz.AS14 Месяц назад

    Tex dib nlge.Govt Jatialoi kam nohoi

  • @dhrupadnarayan
    @dhrupadnarayan Месяц назад

    Pahar kune katise xadhorn jonotai na sorkar e 😂😂😂

  • @bhubannortheast4615
    @bhubannortheast4615 Месяц назад

    Educated montrie bhasan ayai

  • @HirakSarma-sx1cn
    @HirakSarma-sx1cn Месяц назад

    Singhaal sahab kobat industry r nalar usorot thake nki..Ami toh xoru r pora guwahati r baanpani r rong matiya rongr ee dekhi asu..teor ba kot bakh..Oxmia kolei aru sob oxomiya hoi najai na..miya bore jeneke oxomiya kolei buja jai..Thik ekei..

  • @MrRongmon
    @MrRongmon Месяц назад

    beya lagise ghy manuhor babe

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 Месяц назад

    Aaia dekhun kola pani ai

  • @SantanuKumarOzah
    @SantanuKumarOzah Месяц назад

    Singhal ji nijor Labt test korisa

  • @user-vq4re8xw8p
    @user-vq4re8xw8p Месяц назад

    10 dinot ban homessa nay Kiya korim

  • @santanubora4302
    @santanubora4302 Месяц назад

    Bortoman kam nai kia mayor jonok otorai ejon responsible manuhok dibo lage.

  • @NitulvlogAssam
    @NitulvlogAssam Месяц назад

    Police prosakhon ase comarsel garir kunu warning nidiyke photo mari fain Katibor karane ase

  • @utpalboraa9484
    @utpalboraa9484 Месяц назад

    kathare nahai bjp kamat lparichai

  • @BikramBuragohain-d9f
    @BikramBuragohain-d9f Месяц назад

    Allop kom assa

  • @ramendeka8162
    @ramendeka8162 Месяц назад

    kono banpani solve koribo now are

  • @purnaborah2910
    @purnaborah2910 Месяц назад

    Bijuli kot

  • @jayantakuch6773
    @jayantakuch6773 Месяц назад +1

    😂🤣