🚨ৰাজীৱ শদিয়াক চিনি নোপোৱাটো এগৰাকী জ্যেষ্ঠ শিল্পীৰ ডাঙৰ ব্যৰ্থতা । Assamese News

Поделиться
HTML-код
  • Опубликовано: 29 янв 2025

Комментарии • 256

  • @binadas1677
    @binadas1677 11 дней назад +13

    আপোনালোকে জুবিনৰ কথাত কিয় ইমান লাগি আছে? জুবিনে ৰাজীৱ শদিয়াক চিনি পাব লাগিবই বুলিতো কোনো ধৰাবন্ধা নিয়ম নাই। সমগ্ৰ অসম বাসীয়ে চিনি পোৱাতোহে আচল কথা।

  • @BiplobhatiBaruah
    @BiplobhatiBaruah 12 дней назад +24

    মহামুৰ্খ অসমীয়া ভাই ভাই মাজত যুঁজি থাক বিদেশীয়ে গ্ৰাস কৰি পেলাইছে অসম।

    • @DragonAssam-y9e
      @DragonAssam-y9e 11 дней назад +1

      Kun Bhai Bhai ko sun bujai 😂😂😂

    • @BiplobhatiBaruah
      @BiplobhatiBaruah 11 дней назад +1

      @DragonAssam-y9e সময় লাগিব তোৰ বুজিবলৈ।

    • @DragonAssam-y9e
      @DragonAssam-y9e 11 дней назад

      @@BiplobhatiBaruah toi Ane bujele...beta kotha saa tar...
      😂😂😂😂

    • @joysingteron9073
      @joysingteron9073 11 дней назад

      Apuni vl coment likhise dada thank you so much dada hosa kotha apuni likhar babe punor thanks

  • @sunandaborah8177
    @sunandaborah8177 12 дней назад +18

    সুন্দৰ কথা কৈছে ।ৰাজীৱ শদিয়া অমৰ হওঁক ।

  • @utpalkrgogoi7430
    @utpalkrgogoi7430 12 дней назад +60

    গায়াক হিচাবে জুবিন ভাল কিন্তু মানুহ হিচাবে তেওঁ যদ্ধা মূৰ্খ।

    • @pranjitdeka1255
      @pranjitdeka1255 11 дней назад +2

      আগতে তই গায়ক বুলি ভালকৈ লিখিব শিক

    • @Midulgogoi-d3y
      @Midulgogoi-d3y 11 дней назад

      Mojoa

    • @lioncub5198
      @lioncub5198 11 дней назад

      ​@@pranjitdeka1255 hi ki beya kotha kole
      Thikei to koise
      Apuni olop bhalke kotha Kobo hikok first mohakhoya

    • @pradipkalita3161
      @pradipkalita3161 11 дней назад

      ঠিকেই কৈছে। জুবিন এগৰাকী গায়ক, শিল্পী নহয়

    • @Manav031
      @Manav031 10 дней назад

      Thow tr lecture
      Sudirvi

  • @ManjuBorah-p8i
    @ManjuBorah-p8i 12 дней назад +8

    সুন্দৰ বিশ্লেষণ অনুপমদা বহুত বহুত ধন্যবাদ ❤। মোৰ কেতিয়াবা আগ দিনা অহা মানুহক পাছ দিনা ক'ৰবাত লগ পালে ক'ত দেখিছিলো ক'ত দেখিছিলো লাগে।

  • @BabuKro-iv2is
    @BabuKro-iv2is 12 дней назад +11

    ভাল লাগিল দাদা অশেষ ধন্যবাদ থাকিল 🙏

  • @rajuborah3744
    @rajuborah3744 12 дней назад +13

    শুদ্ধ কথা কৈছে অনুপম দা ৷

  • @devasaikia1634
    @devasaikia1634 10 дней назад

    ভাল লাগিল অনুপম দা❤

  • @jogenrabha1290
    @jogenrabha1290 12 дней назад +12

    Buhut Val lagile Katha right 👍

  • @PD-gj7ot
    @PD-gj7ot 12 дней назад +13

    বহুত ভাল কথা কলে দাদা ...

  • @NobulNeog
    @NobulNeog 12 дней назад +17

    ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত জুবিন গাৰ্গে কৰা মন্তব্য অতিকৈ দুৰ্ভাগ্য জনক।সংযম হোৱাৰ প্ৰয়োজন আছে।

  • @monigogoi2525
    @monigogoi2525 10 дней назад

    Right 👍

  • @everydayvlog-681
    @everydayvlog-681 11 дней назад +5

    সুন্দৰ অনুপমদা

  • @PranjitPhukon-j9k
    @PranjitPhukon-j9k 12 дней назад +16

    জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান সম্পূৰ্ণৰূপে বাতিল কৰিব লাগে

  • @digantachetia8108
    @digantachetia8108 10 дней назад

    Outstanding Fabulous, Congratulations tumi hodai aguwai jua aru tumar views hodai barhi jaok

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 12 дней назад +35

    জুবিনৰ অহংকাৰ বাঢ়িছে একাংশ অন্ধভক্তৰ মূৰ্খতাৰ বাবে।।।

  • @DebenMoranMoran
    @DebenMoranMoran 12 дней назад +5

    আচলতে জুবিন গাৰ্গ এজন ডাঙৰ মানুহে , ভাল মানুহ নহ'বও পাৰে কাৰণ ভাল মানুহৰ স্বভাৱ চৰিত্ৰ, কথা বতৰা, আচৰণ, ব্যবহাৰ আদিৰ পৰা তেওঁক বুজিব পৰা যায় ।

  • @BabulGogoi-ej2ee
    @BabulGogoi-ej2ee 10 дней назад

    অনুপম দাদা আপুনাৰ মহান আপুনাৰ চৌ বোৰ চাং আপুনি ৰাজীৱ সদৰি মৰা পাছটো জুবিনৰ লেখিয়া মানুহৰ লগত তুলনা কৰি কঠা নকবʼ । জুবিন কিবা সন্মান কৰিব লাগে আপুনি প্ৰতিবাদ কৰিব ।

  • @pranjalgogoi7894
    @pranjalgogoi7894 10 дней назад +1

    অনুপম দা আপুনি জুবিনৰ পৰা পইছা খালে নেকি।

  • @bikramblogs3938
    @bikramblogs3938 10 дней назад

    জনতাৰ মৰম পাই জুবিন দা অলপ অহংকাৰী হোৱা যেন পাইছোঁ। এনে গায়ক সন্মানৰ যোগ্য নহয়।

  • @kritikakashyap1135
    @kritikakashyap1135 12 дней назад +9

    কোন ৰাজীৱ শদিয়া চিনিয়ে নাপাও গান শুনা দূৰৰ কথা। এতিয়া মোক গালি দিও লাভ নাই একো। চিনি নোপোৱা মানুহক চিনি নাপাও বুলিয়ে কমটো কিন্তু তেও জীয়াই থকা সময়ত কিমানজনে তেওক সন্মান সহকাৰে চিনাকি কৰাই দিছিলে মাতিছিলে সেইটো কবচোন। মৰাৰ পিছত এইবোৰ সমালোচনা কৰি লাভ নাইতো। জীয়াই থকা সময়ত চিনাকি কৰাই দিব নোৱাৰিলে

    • @nathtechnicalindustry.6380
      @nathtechnicalindustry.6380 12 дней назад

      Right

    • @_axomia_lora_2624
      @_axomia_lora_2624 12 дней назад +7

      তোমাৰ নিচিনা অখ্যাত,নাম নথকা মানুহে চিনি নোপোৱাটো স্বাভাৱিক। কিন্তু জুবিন গাৰ্গ বিখ্যাত মানুহ, তেওঁ চিনি নোপোৱাটোহে আচৰিত কথা।

    • @bnjn5135
      @bnjn5135 12 дней назад

      ​@@_axomia_lora_2624 হয় সঁচা কথা ।

    • @KabitaGogoi-f1i
      @KabitaGogoi-f1i 12 дней назад

      Hoi​@@_axomia_lora_2624

    • @mintugogoi1533
      @mintugogoi1533 10 дней назад

      Cini napaw buli koi dile beya pabo laga nai kintu hangbadikor prasant uttar dibo goi nijor logot tulona kori upohakh kora jen h lagile.moiutu jati matir gan gaisu ei kothakhare tew ki bujabo bisarise heitu h dangor kotha.

  • @dipakgogoi5255
    @dipakgogoi5255 11 дней назад +1

    Hosa kotha😊jubin is the best

    • @DipuSaikia-u3i
      @DipuSaikia-u3i 11 дней назад +1

      Sutmarni heitu hee buji pli

    • @dipakgogoi5255
      @dipakgogoi5255 11 дней назад

      Apuner biboher apuner porisoy language suwa

  • @ChimpiKharai
    @ChimpiKharai 10 дней назад

    Very good

  • @cyrus31445
    @cyrus31445 12 дней назад +3

    Thanks Anupam da apunar protektu bayokoye anubhab korisu hamajik madhoymat anedore boktoby korebo lage bhl lagil🙏🏻

  • @dhrubajyoutiroydannyzg9385
    @dhrubajyoutiroydannyzg9385 10 дней назад

    ONLY ZUBIN DA. ❤❤❤❤❤❤❤❤❤

  • @MridulaSonowal-q3u
    @MridulaSonowal-q3u 11 дней назад +4

    ৰাজীৱ গগৈৰ পৰা ৰাজীৱ শদিয়া হোৱা লৈকে ৰাজীৱে কিন্তু নিজে কষ্ট কৰিহে ইমান খিনি হৈছিল। আজিকালি একে ৰাতিৰ ভিতৰতে ভাইৰেল হোৱাৰ দৰে তেওঁ ভাইৰেল হৈ ৰাজীৱ শদিয়া হোৱা নাছিল। তেখেতক বহুতে চিনি নাপাব পাৰে। তাৰ বাবে জগৰীয়া আমি বোৰেই। আমাৰ ব'হাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠান লৈ ৰাজীৱ শদিয়া ক কিমান বিহু কমিটিয়ে নিমন্ত্ৰণ কৰিছিল??? এতিয়া হাল্লা কৰি থকা সকলে মনত পেলাইছিল নে ৰাজীৱ ক? দুই এখন সৰু সুৰা বিহু কমিটিৰ বাহিৰে সৰহ সংখ্যকে মনত নে পেলায়। সামান্য মাত্ৰ পাৰিশ্ৰমিক লৈ তেওঁ নিজৰ বাটেৰে আগুৱাই গৈ আছিল। জীয়াই থাকোঁতে মানুহ বোৰে তেওঁ ক এতিয়া ৰ দৰে আদৰ সন্মান দিয়া হ'লে তেওঁৰ ঘৰৰ অৱস্থা এনে নহ'ল হয়। মৃত্যুৰ পিছত হুলস্থুল কৰি জানো লাভ আছে? যিকোনো বস্তুৰ মূল্য হাতৰ পৰা হেৰাই যোৱাৰ পাছত হে অনুভৱ হয়। লাগিলে সেয়া মানুহেই হওক বা অন্য কিবাই হওক।

  • @BijoyLakshiBoruah-y7e
    @BijoyLakshiBoruah-y7e 12 дней назад +4

    Right❤❤

  • @Prabinhazarikamusical
    @Prabinhazarikamusical 10 дней назад

    ৰাজীৱ শদীয়াৰ দৰে বহু শিল্পী আজি অসমত অবহেলিত ইয়াৰ কাৰন চক্ষিয়তা সুৰত বলীয়ান হোৱাৰ বাবে

  • @lakhyajyotihazarika3512
    @lakhyajyotihazarika3512 12 дней назад +4

    You are right sir......

  • @PratimaSonowal-l3r
    @PratimaSonowal-l3r 11 дней назад +1

    Zubeen আমাৰ প্ৰাণ বুলিয়ে কম মাত্ৰ কথাবোৰ ভাবি চিন্তি নুকুৱাৰ বাবে তেওঁ সদায় বিতৰ্কত সোমাই থাকে

  • @putumoniburagohain1353
    @putumoniburagohain1353 12 дней назад +4

    Right

  • @PranjitPhukon-j9k
    @PranjitPhukon-j9k 12 дней назад +19

    অনুপম ককাইদেউ জুবিন গাৰ্গে গীতৰ অবদান দি গৈছে কিন্তু পৰিয়ালৰ মানুহে একেলগ শুনিব নোৱাৰা গীত গাই ধ্বংস কৰিও গৈছে

    • @arundas4439
      @arundas4439 11 дней назад +1

      Sundor kotha...

    • @AbhinandanHazarika
      @AbhinandanHazarika 11 дней назад

      Kuntu Geet r kotha kole???

    • @pradipkalita3161
      @pradipkalita3161 11 дней назад

      তপিনা ডাঙৰ চাই 😂😂😂😂😂

    • @AbhinandanHazarika
      @AbhinandanHazarika 11 дней назад

      @@pradipkalita3161 Eman bur gaan r bhitorot teu xeitu gaan he bisari pale.Tenete Diya ghurai dia, kar porokh, pamne moi ghurai, xunere xojua poja, xanti dia mukti diya, ghuri suasun ebar, ami jen jantra, sobdo Endhar hobo nuaru eibur gaan kune sristi korile??????????????????

  • @jatingogoi6785
    @jatingogoi6785 11 дней назад

    Bor hundor kotha kole apuni..mur monor kotha khini mili goise

  • @surajrabha5735
    @surajrabha5735 11 дней назад +1

    Rajib dai Bishnu prashat rabhar tes ase bhupen hazarika dipen saudang mohendro hajurika Zubeen dai olp vul kurile modaru Zubeen Garg

  • @pradipbarman5770
    @pradipbarman5770 12 дней назад +3

    গায়ক হিচাবে ব্যাপক জনপ্ৰিয়তা আছে। কিন্তু ৰাজীৱ শদিয়াক চিনি নেপালো বুলি কোৱা কাৰনে বেয়া দেখি।

  • @robinboro5764
    @robinboro5764 11 дней назад

    আজিৰ তাৰিখত লৈ জুবিন গাৰ্গ অসমৰ এগৰাকী কণ্ঠশিল্পী হিচাপে অসমৰ আটাইতকৈ ভাল পোৱা ব্যক্তি আছিল। কিন্তু তেওঁ এজন সামান্য বুলি ভবা যাক অসমৰ মানুহে এটা ভাল গুণৰ বাবে ভাল পাইছিল তেনেহেন শিল্পীক চিনি নোপোৱা বুলি কোৱা কথা টোৱে সকলোকে দুখ দিছে কাৰণ শিল্পীয়ে শিল্পীক চিনি ভাবো লাগে কাৰণ বিখ্যাত বীৰ আলেকজেণ্ডাৰেও সুৰু বীৰ পুৰুষক চিনি পাইছিল।

  • @DIVYADRISHTI-g3v
    @DIVYADRISHTI-g3v 12 дней назад +4

    ক'ত কেতিয়া কেনেকৈ কথা ক'ব লাগে তাৰ স্থান কাল পাত্ৰৰ গুণাগুণ কৰি কথা ক'ব পৰাটো এটা শিল্প সেয়া এগৰাকী শুদ্ধ মনৰ শিল্পীৰ বাবেহে সম্ভৱ হয় ! শিল্পী হোৱা ইমান সহজ নহয় ! গায়কতো ঢেৰ পোৱা যায় !

  • @rajat3563
    @rajat3563 11 дней назад

    ❤❤❤❤❤ভাল লাগিল

  • @JuliBorah-gx7hf
    @JuliBorah-gx7hf 11 дней назад

    বৰ ভাল লাগিল। কথা আপোনাৰ দৰে হ'ব লাগে। এজনে কৈছে ৰাজীৱ ৰ মৃত্যুৰ পিছত বহুত মানুহ আহিছে সঁচাকৈ ভাল পাইছোঁ কিন্তু জুবিন নাইকিয়া হ'লে কি মানুহৰ সমাগম নহ'ব নেকি? সমালোচনা হ'ব লাগে কিন্তু আক্ৰমণ হব নালাগে

  • @bishwadeepgogoi5436
    @bishwadeepgogoi5436 11 дней назад +1

    এজন মানুহে দহটা কথাৰ ৯ টা শুদ্ধ হ'ল বুলিয়েই বাকী থকাটো ভুল হ'লে ভূল বুলিয়েইতো কম ন। জুবিনে ভাল গান গায় বুলি যি মন যায় তাকে ক'ব....এইটোতো মানি লব নোৱাৰি।

  • @ratulsarmah3030
    @ratulsarmah3030 12 дней назад +3

    দাদা আপোনাৰ কথা খিনিৰ লগত একমত আৰু ভালো লাগিল শুনি । কিন্তুু আপোনি জুবিন মহাশয় ক যদি ৰাজহুৱাকে কেনেদৰে কথা কব লাগে আজি ৰাইজক বুজাই দিয়া দৰে তেওঁকো বুজাই দিবলৈ প্ৰচেষ্ট্ৰা কৰি চাব বুলি আপোনালৈ অনুৰুধ থাকিল। অসমৰ প্ৰতিজন শিল্পী আমাৰ হিয়াৰ আমঠু।

  • @Assaam878
    @Assaam878 12 дней назад +3

    Sob kothate ami Zubeen dak support nakoru। Hoi teo ajn dangor silpi, but Rajib sadiya o kom nahy, teo asomiyar karone bht gaan gaise.... Zubeen dar pora ene ata montoibya akha kora nasilu

  • @sunitchangmai9718
    @sunitchangmai9718 10 дней назад

    "আজিৰ অসমীয়াই নিজক নিচিলে অসম ৰসাতলে যাৱ", এতিয়া দেখিছো বৰ্তমান সময়ছোৱাত অসমবাসী অসমীয়া ৰ ভাই ভাই মাজতে তৰ্ক-বিতৰ্কৰ সৃষ্টি,, উগ্ৰতা সন্মান শব্দটোৰ ব্যৱহাৰত কম হোৱাৰ দিশে গতি কৰিছে....

  • @aparajitatamuli7273
    @aparajitatamuli7273 11 дней назад +1

    ভাল কণ্ঠ শিল্পী হলেও জুবিন কিন্তু অহংকাৰী হৈ গৈ আছে😢

  • @hemantabhuyan8044
    @hemantabhuyan8044 10 дней назад

    শুদ্ধ কথা কৈছে।

  • @rakashdas9087
    @rakashdas9087 11 дней назад

    অনুপম দা অসমত এতিয়া শিল্পী হওক বা ৰাজনৈতিক নেতাই হওক বেচ জাতিতোক লৈ খেলা খেলি আছে জাতিতোক ঠগি আছে

  • @hemantadas4812
    @hemantadas4812 12 дней назад +1

    Right sir❤❤❤❤

  • @jitenjaan370
    @jitenjaan370 11 дней назад

    Zubeen all is one

  • @kaliadas3163
    @kaliadas3163 10 дней назад +1

    আমাক জুবিননৰ দৰকাৰ নাই

  • @swapankumarsarma6840
    @swapankumarsarma6840 12 дней назад +1

    জুবিনে গেলাৰ পৰা আৰম্ভ কৰি নামী দামী নানা brand ৰ নানা কোম্পানীৰ মদ চিনি পায় যেন লাগে।

  • @rodali544
    @rodali544 11 дней назад +1

    জুবিন গাৰ্গৰ ওচৰত কবলৈ যা এনেকৈ বেবাই থাকি কাক শুনাই আছ

  • @caborah5874
    @caborah5874 12 дней назад +5

    ভাল কে চিনি নাপাওঁ বুলীহে কৈছিলে । তাটে আকৈ কি আচৰিত হলনু ।মানুহ সকলোৱে এদিন মৰিবই লাগিব। এইটো বিতৰক কৰি থাকি কি লাভ হব ।

  • @zenith1237
    @zenith1237 11 дней назад +1

    মইও গাইছোঁ বুলি কুৱাটো গ্ৰহনযোগ্য নহয়

  • @padma827
    @padma827 12 дней назад +1

    আমাক বুজুৱাতকৈ আপুনি জুবিনক এই বুজনি টো দিলে তেখেত হয়তো অলপ শুধৰণি হল হৈ নেকি। আপুনি ভাল কথায়ে কৈছে, মই আপোনাৰ লগত একমত।

  • @DonKelar123
    @DonKelar123 11 дней назад +1

    Jubin graga prokit hilpi nohoi heai baba chini napai

  • @AbdurRahman-xw1fq
    @AbdurRahman-xw1fq 11 дней назад

    A real artist never says like this.

  • @jitenbordoloi8197
    @jitenbordoloi8197 11 дней назад +1

    অনুপম দাদা জুবিন গাৰ্গ এজন খুব ভাল (?) গায়ক হে । শিল্পী নহয় । শিল্পী সস্তীয়া নহয় ।

  • @himenborah7078
    @himenborah7078 12 дней назад +1

    জুবিন গাৰ্গৰ বাবে ওকালতি কৰাৰ প্ৰয়োজন আছে বুলি মই নাভাবো.

  • @ratuldas5646
    @ratuldas5646 11 дней назад +1

    জুবিন গাৰ্গৰ কণ্ঠটোৰ বাহিৰে একো নাই,

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 11 дней назад +1

    জুবিন গাৰ্গ শিল্পী নহয় গান লোকে লিখা সুৰ ঁলোক দিযে ৰাজিব সদিযাই নিজে লিখা অসমিয়া জাতিৰ বুকুত সোমাই আছে

  • @PolashGogoi-ih3li
    @PolashGogoi-ih3li 10 дней назад

    100/-

  • @bhabeshnath2365
    @bhabeshnath2365 9 дней назад

    হয়, আপোনাৰ কথাখিনিত একমত, আজি ৰাজীৱ শইকীয়াৰ মৃত্যুৰ পিছত চচিয়েল মিডিয়াত যিমানে দম্ভালি মাৰি কৈ আছে তেখেত সকলৰ বেছিভাগেই শইকীয়াক চিনি নাপায় বা হয়টো তেখেতৰ কাৰনে একো কৰিব নোৱাৰিলে, কিন্তু কিয়??? জুবিন গাৰ্গৰ মন্তব্যটো সহজ ভাবে লব পৰা নাছিলো, সেইবুলি জুবিন গাৰ্গক এনেকুৱাকৈ ধোৱাৰো প্ৰয়োজন নাছিল যে তেওঁ মানুহেই নহয়, অসমীয়াৰ কাৰনে একো কৰা নাই ???অসমীয়া মানুহ আবেগিক, দুদিন পিছত চব পাহৰি যাব....

  • @NabajitGogoi-d6u
    @NabajitGogoi-d6u 11 дней назад

    Hundar kakaidei

  • @nbpreparation2695
    @nbpreparation2695 10 дней назад

    আপোনালোকেও দাদা জীয়াই থকা অৱস্থাত মানুহৰ মাজত পৰিচয় কৰি দিয়াত কোনোবাখিনত কৃপনানি কৰিছিল কিয়নো বহু সময়ত TV ৰ অনুষ্ঠানত তেখেতক বিচাৰিব পাৰিলে হেতেন।

  • @Anushka-yk5ek
    @Anushka-yk5ek 12 дней назад +2

    অসমীয়া মানুহৰ মুৰত মগজু নহয় গোবৰ আছে আজি মই লিখি দিছোঁ। আৰু কি কয় কি নকয়, কাক অনুকৰণ কৰিব লাগে কাক বহিষ্কাৰ কৰিব লাগে কাৰোৰে জ্ঞান নাই যাৰ বাবে আজি ৰাজীৱ শদিয়া দাদা পৰিচিত নহল ৰাইজৰ মাজত। এতিয়া চালে বেৰে কোবাই নিজক ধোৱা তুলসীৰ পাত সজাইছে,,

  • @bharatiphukan4279
    @bharatiphukan4279 12 дней назад +1

    Right🙏

  • @jibansaikia6678
    @jibansaikia6678 12 дней назад +4

    জুবিন নহলেও কোনোবা নিশ্চয়ই আহিব। অসম এখন সাংস্কৃতিক সাৰুৱা ঠাই।

  • @assambolg687
    @assambolg687 9 дней назад

    Zubeen dai hohai korisu buli koise kintu news bilake kotha tu besi kori disa ... zubeen dai bor basi landen nai babe kole sage moi emn bhal koi sini napow buli...karun zubeen dai bhut manohor gaan gaise haibuli soboke sini napabo pare na.....haitu kotha loi zubeen daa ajon modahi modahi buli jote tote post logai news bojabo durkar nai......ji jon manuh mumbai ari assamot gusi ahi akhomiyat majot hajar hajar gaan bilai dela haijon hol zubeen daa.....aru ata Kotha ame sini napow karun korbat jodi program sabo jaow haikhon program zubeen pora dhori sop singr thake kintu rajib dore singer khob besi jodi program kore 3/4 khon...gotike..... zubeen dai kuwa ata kotha loi emn ata dagor esu koribo durkar nai nahole zubeen dai kori thoka kaam bur ortho nai kya hoi jabo.aru bhal ajon manuh sage rajib hodiya sini napai ateya..karun aponaloke rajib hodiya dore singer promote nakore...jai sri ram jai hanuman ki jai.....

  • @pankajsaikia6043
    @pankajsaikia6043 11 дней назад

    Exectly

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 11 дней назад

    উপৰোক্ত জনাই সুন্দৰ কমেন দিছে

  • @Kuhi-u8s
    @Kuhi-u8s 10 дней назад

    সুবিধাবাদী, ৰজাঘৰীয়া শিল্পীয়ে ৰাজীৱ শদীয়াৰ দৰে গণশিল্পী এজনক চিনি নোপোৱাত আমি একো আছৰিত হোৱা নাই

  • @MakhanPhukan-l9j
    @MakhanPhukan-l9j 11 дней назад

  • @Sameer2023-h3n
    @Sameer2023-h3n 12 дней назад +4

    Lower assam r bohut manhu e Rajib Sadia k sini napai,, mnhu k manuhe sini nupuatu paap nohoi

  • @MoonBora-ni1mc
    @MoonBora-ni1mc 12 дней назад +23

    Jubeen ata Ahongkari hbo pare Dangor Singer Rajeev hadiyak ami Shardha koru

  • @SurojitDoley-f2z
    @SurojitDoley-f2z 12 дней назад +3

    সঁচা কথা

  • @MridulkrSarmah
    @MridulkrSarmah 10 дней назад

    তেখেতৰ মৃত্যু অসমীয়াৰ বাবে বৃহত্তৰ ক্ষতি গভীৰ দুখ পালো অন্তৰত

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko 12 дней назад +1

    থিকেই কৈছে ৰাজিব সদিয়া নো কোন ..সংবাদিক সকলৰ বেলেগ কাম নাই নেকি ..

  • @AK_special25
    @AK_special25 11 дней назад

    জুবিন দাৰ বেমাৰৰ বাবে কিছুমান কথা পাহৰিছে হয়তো সেই কাৰণে ছাগে কৈছে চিনি নাপাও বুলি।

  • @Dameswarsaikia-sk1vf
    @Dameswarsaikia-sk1vf 10 дней назад

    আপুনি জুবিনৰ টকা খাই আছে

  • @NehoruRamday
    @NehoruRamday 9 дней назад

    দাদা আপুনি এতিয়া কৈয় লাভ নাই ।ৰাজীৱ শদিয়াৰ টকা নাছিল বাবে আপুনিওঁ ক'ৰবাত ভুল কৰিছে‌ চাগে ।জয় আই অসম

  • @MamuBora-wn5wf
    @MamuBora-wn5wf 12 дней назад +2

    বৰ পৰি তাপৰ কথা ।

  • @UmmatulHaque
    @UmmatulHaque 11 дней назад

    Zubeen da all in All

  • @dimbeswarborah4040
    @dimbeswarborah4040 12 дней назад +1

    হয় । বহুত অহংকাৰী হ'ল জুবিন ।

  • @Jannat-s-7
    @Jannat-s-7 11 дней назад

    Rajiv hadiya ❤❤❤

  • @pranjalgogoi7894
    @pranjalgogoi7894 10 дней назад

    জুবিন নামৰ অহংকাৰীটোক বৰ্জন কৰিব লাগে।

  • @Zazeee
    @Zazeee 12 дней назад +1

    এজন গণশিল্পীৰ মহাপ্ৰয়াণ ঘটিল। আমি অন্য এজন উশৃংখল গায়কক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছোঁ। কিন্তু এই সকলোৰে ভিতৰত আমি পাহৰি গৈছো যে চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বুলি এটা বিভাগ আছে, এজন মন্ত্ৰী আছে। জাতি মাটিৰ গান গোৱা শিল্পী সকলৰ প্ৰতি তেওঁলোক দায়বদ্ধ হ'ব লাগে নে নেলাগে?

  • @asomiaasom6008
    @asomiaasom6008 12 дней назад +1

    মদাপি অহংকাৰী ভণ্ড বেপাৰী সুবিধাবাদী গায়ক জুবিন গাৰ্গক শিল্পী বুলি কৈ শিল্পী সত্তাটোক অপমান নকৰিব ।জুবিন এটা গায়কহে শিল্পী নহয় ।শিল্পীৰ অযোগ্য ব্যক্তিক শিল্পী শব্দৰে বিভুষিত কৰাটো বান্দৰৰ ডিঙিত সোনৰ হাৰ আৰি দিয়াৰ লেখিয়া ।একাংশ বিকেকহীন লোকেহে জুবিনক শিল্পী বুলি কয় ভাবে ।

  • @Sumuofficial232
    @Sumuofficial232 11 дней назад

    ঘেন্টা কাকো‌‌ খাতিৰ নকৰে এইবোৰ News Zubeen da 😂😎 joi zubeen da❤️✊

    • @9854435901
      @9854435901 10 дней назад

      @Assamofficial232 Kotha hol khatir nokore karone tu hilpi nohol teu okol gayok hoi thakibo hodai.Kotha tur gravity tu buji nai ei pua tumi bhai so tene comment korisa.

  • @rajdeepboruah7371
    @rajdeepboruah7371 12 дней назад +1

    Xundor

  • @Runjunsarmah-zk8ec
    @Runjunsarmah-zk8ec 12 дней назад

    Bht val katha kaise apuni 🙏🙏🙏

  • @bikramblogs3938
    @bikramblogs3938 10 дней назад

    জুবিনৰ পৰা পইচা খাইছে যেন পাইছোঁ।

  • @digantachetia8108
    @digantachetia8108 11 дней назад

    Very nice bhaiti

  • @krishnagogoi1657
    @krishnagogoi1657 12 дней назад +1

    পাগল টোক অহংকাৰে খালে |

  • @GiridharGohain-qg5ou
    @GiridharGohain-qg5ou 11 дней назад

    বহুত ধন্যবাদ, জুবিনে মদ খাই পাগল , ধনৰ বাবে চলি কৰে

  • @sunaligogoi8551
    @sunaligogoi8551 11 дней назад

    অসমত আৰু একো সমছা নাই মাত্ৰ জুবিন

  • @HamantaRajkonwar-z4h
    @HamantaRajkonwar-z4h 12 дней назад +1

    আপুনিও জবিনৰ অন্ধ ভক্ত যেন লাগে কিন্তু। বহুত বাৰ আপোনাক জুবিন চেৰাবলীয়াটোৰ লগত দেখিছোঁ কিন্তু।

  • @northeasternfood4788
    @northeasternfood4788 11 дней назад

    বিহু সন্মিলন বা আন অনুষ্ঠান বিলাক পাতক, সৰু শিল্পী সকলক সুবিধা দিয়ক, যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে। Social media বা news channel বিলাকে তেওঁলোকক প্ৰচাৰ কৰক।

  • @Gobin-tg8ti
    @Gobin-tg8ti 9 дней назад

    মুই জুবিনক ছিনি নাপাও

  • @sadananddas3046
    @sadananddas3046 11 дней назад

    সংবাদ মাধ্যমত কথা কওঁতে সংযম ৰাখিলে ভাল জুবিন গাৰ্গ ৰ। উফাইডাং মৰাটো বেয়া লক্ষণ।

  • @RajuSharma-h8i
    @RajuSharma-h8i 11 дней назад

    গীত গাব পাৰে কিন্তু নিজৰ ধৰ্ম বিচ্ছাৰ কৰিলে ই কেতিয়াও গায়ক হব নোৱাৰে।কাৰান, ,,,, ,