ৰঙাটাপুত ৰিম্পী দাস আৰু গুঞ্জন ভৰদ্বাজ
HTML-код
- Опубликовано: 22 ноя 2023
- Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@Baartalaap?si=yF...
👱♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
Baartalaap Media Academy
Admission Enquiry : 9101068803
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#assam #baartalaap #chakrapaniparashar #rongatapu #gunjanbhardwraj #rimidas #assameseflim #assameseactoractress
সকলোৰে বায়েক ভায়েক এনেকুৱা হওঁক, এই মৰম ভাল পোৱা, ভায়েক গুঞ্জন দাৰ সৰু সৰু দুষ্টালি বোৰ🥺❤️,
Really অন্তৰৰ পৰা কৈছো আৰু অলপ দীঘল হোৱা হয় video টো তেতিয়াও চায়ে থাকিলো হয় খুব বেছি ভাল লাগিল বিশেষ কৈ আজিৰ episode টো বাকী বোৰতকৈ মই কিছু পৃথক পালোঁ❤️
কি শক্তিশালী বন্ধন বায়েক আৰু ভায়েকৰ। হাঁহিৰে উপচি পৰিছে বাৰ্তালাপ লগতে চক্ৰপাণি। ভাল লাগিল।ৰঙাটাপু সফল হওক।
He Brahmin nhoi rimpi nonbrahmin nijor vayek nhoi
গুঞ্জন দা আৰু ৰিম্পী বা.... দুয়োগৰাকী মোৰ অতিকৈ প্ৰিয়❤
সময় খিনি কেনেকৈ গল গমেই নাপালোঁ ।দুয়োজনকে বহুত ভাল পাওঁ ।আৰু চক্ৰপাণি তোমাকো বহুত ভাল লাগে ❤❤❤
ইমান দিনে সকলোতে comment কৰি কৰি অৱশেত চিনেমাৰ প্ৰমোচন ৰ কাৰণে হলেও গুঞ্জন দা আহিলে 😌লগতে ৰিম্পি বা 😇ধন্যবাদ চক্ৰপাণি দা
First excellent show in Assam
জয় আই অসম Chakrapani দা ।
তিনিচুকীয়াৰ এতম বম বায়েক,ভায়েক ।
Best wishes 4 ur's bright future...
দুয়োকে একেলগে দেখি বহুত ভাল লাগিল । সেই সময়ৰ লালটাপুৰ ঘটনাৰ আমি প্ৰত্যক্ষদৰ্শী । ভাল লাগিব চিনেমাখন চাই ।
ৰঙাটাপু বহুত ভাল লাগিল আজি । প্ৰথম দিনাই চাইছো । এখন জীয়া বাস্তৱ ছবি ❤
Since Janmoni i really adores you Gunjan da💖 you are my all time favourite. 💕It's great to see both of you together...Best wishes for Rongatapu. 👍
Assam r dhuniya manuh dujon akeghorte ase ❤⚡ rimpi ba gunjan da both are my fav⚡💙
বায়েক ভায়েক ৰ মৰম ভাল পোৱা বোৰ উফ্❤️🥺 miss kori aibur😢
Very very impressed with the siblings such a sweet n strong bonding God bless you both,
চক্ৰপানীৰ লগত ৰিম্পী আৰু গুণ্জণৰ কথোকথন শুনি ভাল লাগিল । ❤
দুখৰ কথা ।এতিয়াও চিনেমা হ'লৰ অভাব।আমাৰ ইচ্চা থাকিলেও nahorkotiyar পৰা তিনচুকীয়া jaboloi মিলাব পৰা najai.all the best rangatapu
অৱশেষত বাৰ্তালাপ ত গুঞ্জন দা 😌💙 ধন্যবাদ চক্ৰপাণি দা (....1 St view and like💝... )
Such a cute bondhing they have rimpu ba & Gunjan da
Always be the way you both are
I was waiting for this film promotion ..potential is big. Thank You Bartalaap
Amazing Rimpi baa & Gunjan da❤🎉
সূখি জীৱন ৰিম্পী বা আৰু গুঞ্জনৰ পৰিয়াল ।।সদাই সূখি হৈ থাকা।।
Gunjone jomaise.bartalapor best episode ❤
সকলোৰে বায়েক ভায়েক এনেদৰেই হওক ❤️❤️
Gunjan da r ktha huni bhut hahilu😂❤️...Duijnoloike bhut morom ❤️
Bahut base vl lgl sai Rimpi ba and Gunjan da akabare nijor nijor lage aponlokk. Logate chakra da ku. love from Kuwait.
দুয়োৰে লগত কাম কৰাৰ সুন্দৰ অভিজ্ঞতা আছে।।।
আগন্তুক ছবিখনৰ বাবে, বাবা আৰু মুনলৈ শুভেচ্ছা থাকিল।।।
So cute sweet and strong bonding . Wonderful God bless both of you ❤❤❤❤❤
Rimpi ba ru gunjon dadak dekhi vidio nusuyakoiye ata laik kori disu....logote c.p.poragagr dada.... love you aataikijonoloi bohut bohut morom ru huvesha.......thakil...❣️❣️❣️
ভাল লাগিল,প্ৰথম বাৰ বায়েক ভায়েকক একেলগে দেখিলোঁ। দুই জনক বহুত ভাল লাগে
Bayek vayek duijon mur favourite 😢❤
@Garimasvlog-sf8cgkun nu 2mi rimpi das r mota niki 😂
Love u rimpi baa nd gunjon daa
@@jeutiray9258j
এই বাৰ্তালাপৰ বায়েক ভায়েকৰ মৰম বোৰ বৰ ভাল লাগিল। দুয়োৰে ইমান মিল। সকলোৰে যদি এনেকুৱা হোৱা হয়
Eman bhal lagil duijonoke ekeloge pai thank you chakrapani da🤗
আজি চালোঁ, বহুত ভাল লাগিল চাই। সুন্দৰ কাহিনী, সাজ-পোছাকৰ পৰা আদি কৰি সুন্দৰ অসমীয়া পৰিবেশ দেখুৱাইছে।
ভাল লাগিল দুয়োৰে অনুষ্ঠান চাই।
নাজানো সময়টো কেনেকৈ গ'ল।প্ৰিয় দুয়োজন❤❤
Bohut besi hahilu aji interview tu sai..emn vl lgil duitare relation tu..gunjan da bht simple hoi.. rimpi ba❤
Rimpi ba ru Gunjan dak bohut bohut vl lge❤❤❤❤hodai enekei thakok
Aru alop dighol hole vl lgil hoi, ajir episode to best episode❤
বাৰ্তালাপ মোৰ প্ৰিয় অনুষ্ঠান, ৰিম্পী দাস প্ৰিয় অভিনেত্ৰী আৰু আজিৰ পৰা গুঞ্জন প্ৰিয় অভিনেতা ❤
দুইজনেই প্ৰিয় ❤
ছবিখন নাচাও বুলি ভাবিছিলো আইমী বৰুৱাৰ কাৰণে, কিন্তু এই খণ্ডটো চালোঁ,এটিয়া ছবিখন চাব লাগিব এওঁলোক দুজনৰ বাবে।
Emn val lage duitake emn mil lv uhh rimpi ba aru gunjon da ❤❤❤❤
Gunjan Da Aru Rimpi Ba duyjonoke bohut val lage Mur❤❤
Gunjan da rimpi ba hosake dei bohut vl lage
Aru baik vaiyek khub simple ❤vl lagil
Eman mrm mila priti 😊
Hokolure thakibo lage 😢
Duyo mur favourite ❤❤ gunjan da aru rimpi ba ❤❤
তিনিও জনে প্ৰিয়। ৰঙাটাপু লৈ শুভেচ্ছা থাকিল।
বায়েক ভায়েক একেলগে বহুত ভাল লাগিছে।❤
Vl lagil bayek vayekor morom lga ktha bur .... gunjan Dak Arjun Kapoor r dore lagise aji
অপেক্ষাৰ অন্ত পৰিল❤
Gunjan da 😍🔥💓..love from bongaigaon ❤
Finally gunjan daa💝💝
ভাল লাগিল চাই । দুয়োজনৰে অভিনয় ভাল লাগে
Ticket confirmed. Favourite actress Rimpi ba. Rangatapu✨🔥🔥🔥
Rimpi baa bohut val lage gunjon da apuni bohut khohoj kharol
আজি বহুত ভাল লাগিল অনুপম দা মনৰ পৰা কইছো গুনজন মোৰ প্ৰিয় কথা কোৱা । কবই নলাগে ইমান ভাল। প্রথমৰ পৰা সেশৰ লৈকে চালো অনুপম দা
প্ৰথম কথা গুঞ্জন ভৰদ্বাজ ক্ৰাছ হয় মোৰ গতিকে চামেই । দ্বিতীয়তে মৰিগাঁৱত শ্বুটিং। মোৰ নিজৰ জিলা ।
Ba aru dada duijon mur favourite ♥️
❤সু প্ৰভাত মৰিগাওঁৰ পৰশুটাঙনী গাওঁৰ পৰা আন্তৰীক ধন্যবাদ জনালো ।মোৰ জন্ম ১৯৮৩।মা যদিও নাই । ছালো বাৰু কৈছিল সেই কথা বোৰ।jai hind. Jai আই অসম।
Rimpi ba tinsukiar buli gom pao . aru sharbojoni school ama ba hotor lgt ake logee porhisil .val lage rimpi bak. Moi tsk pora Sai asu ❤❤
Rimpi baa and gunjan da mur all time favorite
Gunjan da❤ hodai favourite 💗😘
দুয়োজন প্ৰিয় ❤
Bohut dhuniya hobo.
Gunjan ru Rimpi baa❤❤❤❤
Baayek vayek duyujon priyo... Vl lagil❤
Hosake bht vl lagil bht hahilu video tu Sai bht vl lagil❤
ৰিস্পী বা হঁতৰ দৰে আমাৰ পৰিয়ালটো ও কিন্তু আমি একো অভিনয় বা চাকৰিয়াল নহয় তথাপিও আমি সুখী,মা য়ে মেন।
Gunjan daa ❤❤
অনুস্থানটো চাই ভাল লাগিল । ৰিম্পী বা আৰু গুঞ্জন দা মোৰ প্ৰিয় অভিনেতা আৰু অভিনেত্ৰী।
সুন্দৰ এটা অনুষ্ঠান। ভাল লগা❤
Chakrapani Da tumar video bur bht val lage 🌺
সদায় প্ৰিয় দুইজন মোৰ ❤
Aru Tumi mur priyo hodai 😌
@@ffx4sagoryt955hizra spotted
বৰ ভাল লাগিল অনুষ্ঠান টো।
Rimpi ba aru Gunjan da bhut vl lage
ভাল লাগিল ❤ গালি দিয়া আইতা দুগৰাকীকো দেখা পালে ভাল পাম ❤
Rimpi baa apunak bohut val paw.. gunjan daak tu log a paisu val lage bohut.. ❤❤
Gunjan Daa nd Rimpi Baa❤❤❤❤
Gunjan daaa I like youuu gunjan daaa aru rimpe baaaat koi dada Dak bhal. Lagesa
Love from charaideo patsaku 💕💕💕 mojaa lagil ajihe gom palu video Sai one famaly buli.❤❤❤❤.RIMPI baak Maya video tu salei eman vl lage jen Maya ❤❤❤❤rimpi baa love you thank you ❤❤❤❤
দুয়োগৰাকীক একেলগে খুব ভাল লাগিল ❤️ বহুত মৰম💝
ৰঙা টাপু চালো দেই । প্ৰায় তিনিটা দশকৰ পিছত চিনেমা গৃহত গৈ
সপৰিয়ালে চিনেমা চাবলৈ গলো। ভাল লাগিল।
Bht enjoy korilu dai episode2 sai..bht vl lgila ako 1br aahibo gunjon da
Sabo jam kaliloi rimpi baa aru gunjanr❤️ krne ekmatro.love u both
❤❤❤ Nostalgic moment ❤❤❤
বায়েক-ভায়েকৰ মৰমবোৰ উফ.....❤️
ভাল লাগে দুয়োকে বাইক ভাইক। আৰু ৰঙাতাপো নিশ্চয় চাম সকলোৱেই আহক এইখন ছবি চাবলৈ।❤🎉
they're so lovely people❤
Gunjan da aru rimpi da bohut cute hoi❤.
Hahi tu val lge gunjan dar😊❤
❤❤❤❤ unique and ultimate video hoi ❤❤❤❤
Luv u Gunjan & Rimpi ba❤❤❤❤
Baiyek vhaiyekor ankuwa relations ata dekhile mur ankuwa lage how lucky they r who have small or big brothers😢😢
Kishor Dak miss koriso😢😢😢
Hmm😢
My favourite gunjan daa and rimpi ba❤
Ending tu khub lgile deii😂, khowa khini..... Khsai enjoy krilu video tu❤❤❤
তিনিচুকীয়াৰ মাকুমৰ পৰা এগালমান মৰম যাঁচিলো❤❤❤❤❤❤❤❤❤❤
Bohut besi dhuniya lagile video2 Sai..ssake bohut dhuniya lagile
Gunjan dada ❤ Rimpi baa
Really ata bohut bhal episode salu..ghor ekhnor xundor concept...bro-sistr bonding..xosai val lagi...
Hosa k kthabur xuni bhut Val lagil... ♥️🥰
1st time আজি skip নকৰাকৈ অভিনেত্ৰী আৰু অভিনেতাৰ সাক্ষাৎকাৰটো চাইছো । ,মোৰ favourite Actress Rimpi Ba ❤❤❤ .. But বিয়া হৈ অন্তৰত আঘাত দি গ'ল 😢