মানুহে মানুহৰ বাবে I Asaamese short filml মানুহে যদি মানুহৰবাবে চিন্তা নকৰে কোনে কৰিব?

Поделиться
HTML-код
  • Опубликовано: 31 янв 2025
  • КиноКино

Комментарии • 37

  • @dipensaikia6959
    @dipensaikia6959 Год назад +4

    সচাকৈ এটা বাস্তব ঘটনা ৰাইজক প্ৰকাশ কৰা হল । বৰ সুন্দৰ হৈছে । আগবাঢ়ি যাওক টিমটো । ভগৱানে আপোনাক মংগল কৰক

  • @debajitborah2323
    @debajitborah2323 Год назад +1

    ভাল হৈছে।

  • @chinmoyjyotisarmah1217
    @chinmoyjyotisarmah1217 Год назад +1

    বহুত সুন্দৰ কাহিনী

  • @jyotishsaikia3355
    @jyotishsaikia3355 Год назад +1

    সুন্দৰ হৈছে ।

  • @debabratasharma4539
    @debabratasharma4539 Год назад +1

    এটা সুন্দৰ কাহিনীৰে মুগ্ধকৰ এখন উপভোগ্য চুটি চলচিত্ৰ । কাৰিকৰী দিশ , সংগীত , দৃশ্যগ্ৰহন উন্নত ।

    • @ntacinema
      @ntacinema  Год назад

      ধন্যবাদ শৰ্মা দাদা

  • @AxomiaPakghor
    @AxomiaPakghor Год назад +1

    সুন্দৰ কাহিনী ভাল লাগিল চাই ।🙏🙏🙏

  • @anupaxomiya1258
    @anupaxomiya1258 Год назад +1

    ভাল লাগিল । অতি বাস্তৱ . .

  • @anabikadevimaina8581
    @anabikadevimaina8581 Год назад +3

    Bht bhl hoise

  • @Lazybee-r9p
    @Lazybee-r9p Год назад +1

    Bohut val lagil 👌

  • @arunsarmah2742
    @arunsarmah2742 Год назад +1

    সুন্দৰ বাতা’ দিছে সমাজৰ বাবে ৷আগুৱাই যাওক ৷

  • @bhupenborah1026
    @bhupenborah1026 Год назад +1

    ভাল লাগিল।

  • @mrinmoyeesarma5872
    @mrinmoyeesarma5872 Год назад +1

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ।ভাল লাগিছে ।

  • @pradiphazarika3362
    @pradiphazarika3362 Год назад +1

    Bor Val lagil

  • @ujjalbhagowaty5325
    @ujjalbhagowaty5325 Год назад +1

    Mind-blowing drama excellent

  • @anjumonikalita7037
    @anjumonikalita7037 Год назад +1

    Bhal laagil.....ek sundor barta prokakh paise.... 💖💖💖

  • @rasingingcompany2979
    @rasingingcompany2979 Год назад +1

    Very good....bohut val lagil cinema khon

  • @Kashyap_mayuri
    @Kashyap_mayuri Год назад +1

    Xundor😍

  • @lochanbora9431
    @lochanbora9431 Год назад +2

    সচাঁকৈ বৰ সুন্দৰ এখন চিনেমা চাব পালো, সচাঁকৈ মানুহে মানুহৰ বাবে

  • @shyamolidas9657
    @shyamolidas9657 Год назад +1

    Nice film. Superb

  • @shravastidas4744
    @shravastidas4744 Год назад +1

    Moza hoise

  • @bikidey1718
    @bikidey1718 Год назад +1

    Tamam lochan da

  • @prasantakumarborah4053
    @prasantakumarborah4053 Год назад

    ভাল লাগিল

  • @Keshabacting
    @Keshabacting Год назад +1

    Beautiful 🎉🎉

  • @alishasaikia1523
    @alishasaikia1523 Год назад +1

    Xokolure acting val.hoise🥰best wishes ❤️

    • @ntacinema
      @ntacinema  Год назад

      ধন্যবাদ বাইদেউ

  • @rajudancer3098
    @rajudancer3098 Год назад +1

    Mja

  • @rubulpatangia8158
    @rubulpatangia8158 Год назад +1

    Very nice 👌

  • @santanubaruah2649
    @santanubaruah2649 Год назад +1

    আপোনালোকৰ গ্ৰাম্য পটভূমিৰ আটাইকেইখন ছবিয়ে ভাল লাগিছে। এটা প্ৰয়োজনীয় আৰু শক্তিশালী বক্তব্য সমাজলৈ প্ৰেৰণ কৰাৰ যি চেষ্টা তাক শ্ৰদ্ধা জনাইছোঁ। আমি যিয়ে যেনেকৈ পাৰো এনে মহৎ কাম বোৰ কৰি যোৱা উচিত। সকলো লৈকে শুভেচ্ছা জনালোঁ।

    • @ntacinema
      @ntacinema  Год назад

      অশেষ ধন্যবাদ আপোনাৰ মন্তব্য সমূহে আমাক সদায় উৎসাহ যোগাই আহিছে!আশীৰ্বাদ কৰিব!

  • @mukulgoswami5119
    @mukulgoswami5119 Год назад +1

    অসমত নতুন কৈ গজালি মেলা বিহ বৃক্ষৰ পুলি উঘালি পেলোৱাৰ বাৰ্তাৰে এখন বৰ সুন্দৰ সুমধুৰ মাৰ্জিত চুটি ছবি।
    অভিনয়, দৃশ্যগ্ৰহন প্ৰাৰ্থনা
    সংগীত অতি সুন্দৰ।
    আশাকৰো এই বাৰ্তা দুৰৰ পৰা দুৰলৈ যাব।
    সমন্বয়ৰ কথা খিনি হৃদয়স্পৰ্শী হৈছে
    শুভেচ্ছা থাকিল।
    নতুন গায়কলৈ শুভকামনা।

    • @ntacinema
      @ntacinema  Год назад

      শ্ৰদ্ধা গ্ৰহণ কৰিব! আপোনাৰ মন্তব্যই আমাক সদায় উৎসাহিত কৰি আহিছে!আশীৰ্বাদ কৰিব মাথোঁ!

  • @kazirang
    @kazirang Год назад +1

    Apumar ai video to mur hiya kopai dise khura....😢😢

    • @ntacinema
      @ntacinema  Год назад

      অশেষ ধন্যবাদ

  • @Apsara_World_lifestyle
    @Apsara_World_lifestyle Год назад +1

    সছাকৈ চকুলো নিগৰী গ'ল।

  • @kazirang
    @kazirang Год назад +1

    😢😢😢😭😭