O dhun dhuniya|অ' ধুন ধুনীয়া|Birendra Nath Dutta|cover by Shreemoyee

Поделиться
HTML-код
  • Опубликовано: 26 янв 2025

Комментарии • 56

  • @dhanjitdutta7992
    @dhanjitdutta7992 Год назад +2

    আপ্লুত হলোঁ।

  • @pradipkalita6363
    @pradipkalita6363 9 месяцев назад +1

    Bor dhuniya lagil , 🎉

  • @jatinsarmah2300
    @jatinsarmah2300 Год назад +1

    সুৰীয়া কণ্ঠ ৷ শ্ৰদ্ধাৰ দত্ত ছাৰৰ গীতবোৰ অনাগত দিনত আপোনাৰ কণ্ঠত শুনাৰ হেঁপাহেৰে

    • @ShreemoyeeBordoloi
      @ShreemoyeeBordoloi  Год назад +1

      নিশ্চয় 🙏 ধন্যবাদ আপোনাক

  • @PabitraBordoloi-j1q
    @PabitraBordoloi-j1q Год назад +1

    ভাল লাগিল এতিয়া শুনিলো চুই গৈছে উফ ❤

  • @parashmoniscreation5006
    @parashmoniscreation5006 Год назад +1

    তোমাৰ কণ্ঠত এই চিৰসেউজ
    গীতটো শুনি বৰ ভাল লাগিল
    শ্ৰীময়ী। শুভকামনা জনালোঁ।

  • @jonalideka1479
    @jonalideka1479 2 месяца назад

    Bor bhal lagil

  • @birenchgogoi3589
    @birenchgogoi3589 Год назад +2

    বৰ সুন্দৰ গীত।
    তোমাৰ কণ্ঠত মূলৰ দৰেই একেই আকৰ্ষণীয় সুৰীয়া। অভিনন্দন আৰু শুভেচ্ছাৰে।

  • @manabdeka10
    @manabdeka10 2 месяца назад

    বৰ ভাল হৈছে ।

  • @pabitrachetia9386
    @pabitrachetia9386 Год назад +1

    ইমান যে ধুনীয়া গীতটি তই গাইছও ইমান মৰমলগাকৈ ৷

    • @ShreemoyeeBordoloi
      @ShreemoyeeBordoloi  Год назад

      বহুত বহুত ধন্যবাদ খুড়া

  • @marykonwar9760
    @marykonwar9760 Год назад +1

    বাৰে বাৰে শুনিছো৷ইমান ধুনীয়া শ্ৰীময়ী

  • @SreekumarBaruah
    @SreekumarBaruah Год назад +2

    বৰ ভাল লাগিল ৷ তেখেতৰ এই অমৰ সৃষ্টি সমূহক জীয়াই ৰখাৰ দায়িত্ব এতিয়া আমাৰ ৷ বাকী গীত সমূহো গাবাচোন ৷ তোমাৰ কন্ঠত বৰ ভাল লাগিব৷ মহীৰুহ গৰাকীৰ গীত সমূহ বাচি লোৱাৰ বাবে তোমালৈ প্ৰণাম ৷

    • @ShreemoyeeBordoloi
      @ShreemoyeeBordoloi  Год назад

      হয় । এই চিৰ সেউজ গীত বোৰ আমাৰ পাছৰ প্ৰজন্ম ক আমিয়েই পৰিচয় কৰাই দিব লাগিব ।
      আন্তৰিক ধন্যবাদ আপোনালৈ

  • @priyanganasarma7763
    @priyanganasarma7763 9 месяцев назад +1

    Bahut val lagil suni

  • @jyotimalabordoloi8745
    @jyotimalabordoloi8745 Год назад +1

    বৰ ভাল লাগিল

  • @dulbora2499
    @dulbora2499 Год назад +1

    Dhuniya dei....

  • @SurenBorah-y8u
    @SurenBorah-y8u Год назад +1

    Ba akabarota kaiba baru xunilu......bohut dhuniya ❤.....nija u saisu gabola tumer gan tu xuni xuni

  • @akashahmed9122
    @akashahmed9122 Год назад +1

    You got one more followers baa. Bohut bhal loga geet, aru apunar konthot notunkoi xojeeb hoi uthise.

    • @ShreemoyeeBordoloi
      @ShreemoyeeBordoloi  Год назад +1

      বহুত বহুত ধন্যবাদ তোমালৈ 💐
      শুনি থাকিবা দেই

  • @pranjalpratimgogoi114
    @pranjalpratimgogoi114 Год назад +1

    Very nice 👍👌👌👌

  • @poribordoloi7749
    @poribordoloi7749 Год назад +1

    ❤❤❤❤❤

  • @minakshidutta5067
    @minakshidutta5067 Год назад +1

    Nice💙

  • @HiramoniPathak-m8q
    @HiramoniPathak-m8q Год назад

    Nice ❤❤❤❤😊❤❤

  • @biduytbikashsarmathakur1620
    @biduytbikashsarmathakur1620 Год назад +1

    ❤❤

  • @leenabordoloi8045
    @leenabordoloi8045 Год назад +1

    Nice.

  • @kalpapator3652
    @kalpapator3652 8 месяцев назад +1

    ঐ বা তোমাৰ মাত টো ইমান ধুনীয়া ভাল হৈছে। 🌼

  • @kabitaborah3612
    @kabitaborah3612 28 дней назад

  • @pujahazarika9969
    @pujahazarika9969 Год назад +1

    Apunar maat tu j hunile huni thakibole mon Jai।।।❤

  • @rajashreeborah8419
    @rajashreeborah8419 Год назад +1

    Ufff Shreemoyee baa❤❤❤❤

  • @biduytbikashsarmathakur1620
    @biduytbikashsarmathakur1620 Год назад +1

    গীতটো মোৰ জন্মদিনৰ দিনা upload দিয়া। ককাৰ মুখত গীতটো শুনি শুনি গীতটোৰ সৰুতেই নিজৰ কৰি লৈছিলো। ❤

  • @pinkytamuly
    @pinkytamuly Год назад +1

    Nice❤❤

  • @achyutgayon9544
    @achyutgayon9544 Год назад

    🔥

  • @KhanjikaSaikiaDuara
    @KhanjikaSaikiaDuara Год назад +1

    ❤❤❤❤❤

  • @HiramoniPathak-m8q
    @HiramoniPathak-m8q Год назад

    Nice ❤❤❤❤❤😊❤❤