কামাখ্যা মন্দিৰত খোজ দিলেই শেষ হৈ যাব অসমৰ এটা পৰিয়াল
HTML-код
- Опубликовано: 9 июн 2023
- কামাখ্যা মন্দিৰত খোজ দিলেই শেষ হৈ যাব অসমৰ এটা পৰিয়াল
Spread love
Connect with me on social media
Follow me on👇
Facebook: / bhasskar.jyoti.6
Instagram: bhasskarjyoti?i...
RUclips: / @bhaskarsvoyage
Thanks for watching
#bhaskarvoyage #kamakhyatemple #devotional #history
Long live kamatapur . Long live বৰ অসম ৷ জয় শুল্কধ্বজ ! জয় মহাৰাজ নৰনাৰায়ন
.যেতিয়ালৈ কোনো পাপ কাম কৰা নাযায় তেতিয়ালৈ কোনো ভগৱানে কাকো অপকাৰ নকৰে. মহা পাপীকো চৰণত স্থান দিয়ে . কৰ্ম ফলহে ভোগ কৰে পাপী মানুহবোৰে . আমি কোচঁ ৰাজবংশী আজিলৈ কিমান বাৰ গলো হিচাপ নাই . ধ্বংস
হোৱাটো দূৰৰ কথা মাৰ আশীৰ্বাদত সকলোৱেই ঠিক চলি আছে জীবনত 👏👏👏👏👏
😂😂 xantona
Najanakoi Ami je kiman. Pap karisu
মা-কামাখ্যাৰ মন্দিৰ যিয়ে জীৱনত এবাৰলৈও দৰ্শন কৰা নাই তেওঁলোকৰ জীৱন আধৰুৱা ৷
জয় মা-কামাখ্যা-কামৰূপা ৷
Tumi jodi Jibonot Borduwaa dorkhon koraa naai tumaar jibon aadhoruwaa.
Kaaron aami Mohaapurukh Srimanta Sankardevkhe maanibo laage.Kaaron aami Axomiyaa.
@@LovlyBaby-iy8xlhonkori maana tu badhyotamulok buli kobat likha ase neki?
@@LovlyBaby-iy8xlami axomiya hoi sankari nhoi...sankardevor 14 xotikar agot kuno ostitto nasil tar bohut agor pora eyat shakti Aradhana soli ahise...Jai Maa Kamakhya
পুজা হৈ তাত আৰু তাত থকা পুখুৰীটো কামাখ্যা মন্দিৰৰ লগত জৰিত 🌎❤️ জয় মা কামাখ্যা ❤️🙏
বিভিন্নজনৰ বিভিন্ন কাহিনী। কোনোবাই কয় বেলেগ কাহিনী আন কোনোবাই আৰু কয় বেলেগ কাহিনী। নাজানো পাই মই কিন্তু বছৰে বছৰে মা কামাখ্যা মন্দিৰ দৰ্শন কৰোয়ে। এইবছৰ মই দুবাৰ দৰ্শন পালো। মাঘ মাহত এবাৰ আৰু ব'হাগ মাহত গোসাঁই বিহুৰ দিনা এবাৰ। খুব ভাল লাগে মাৰ দৰ্শন কৰি। জয় মা কামাখ্যা 🪔🌺🌼🐚🙏🙏🙏।
হে মা কামাখ্যা দয়া কৰিবা কৃপা কৰিবা মা 🙏🙏🙏🙏🙏
জয় মা কামাখ্যা 🙏
এবাৰ গৈছিলোঁ আৰু এবাৰ যোৱাৰ ইচ্ছা আছে মা কামাখ্যাৰ মন্দিৰত গৈ মন সন্তষ্ট হৈ যায়
মিছা কথা এইবোৰ।ধৰ্মৰ নামত চতুৰ মানহে এইবোৰ প্ৰচাৰ কৰি থাকে ,গুৰুত্ব বাঢ়িবলৈ।
জয় মা কামাখ্যা 🙏🙏🙏
ভাল লাগিলে কাহিনী ভাগ শুনি
মুৰাদেও মন্দিৰৰ ৰহচ্য আজিহে জনিলো, thanks Bandhu,
Aitu kotha janu moii...mur deutai koisil and in fact kotha bur hosau hoi...moi nije aji loike jua naiii...agote amar bongxor jiman bur manuh goisil sob lahe lahe adha boyoxote dhukale
নৰনাৰায়ণৰ বংশধৰে মা কামাখ্যা দেৱীৰ মন্দিৰত প্ৰবেশ কৰিব নোৱাৰাৰ আচল ৰহস্য টো আজিহে গম পালোঁ,, thank you for sharing this valuable information 🙏
জয় মা কামাখ্যা ❤
জয় মা কামাখ্যা 🙏🙏🙏🌹🌹🌹
কাহিনী শুনি বৰ ভাল লাগিল জয় মা কামাখ্যা
মা কামাখ্যা আশীৰ্বাদ থাকিলে এদিন যাম 🤗
Bhal lagil kahini tu xhuni...joy Maa Kamakhya 🙏🙏
জয় মা-কামাখ্যা ৷ মা কামাখ্যাই কাৰো অপৰকাৰ নকৰে ৷
ওমঃ নমো মা কামাখ্যা দেবী য়েই নমো নমঃ 🙏🙏🙏🙏🙏 ওমঃ নমো ভগৱতী দেৱীয়েই নমো নমঃ ❤️❤️❤️❤️❤️🌹🌹🌹🌹🌹
Intresting Story 🙏😊Jay Maa Kaamakhya
দৰ্শনাৰ্থী সকলে মুৰাদেউৰ থানলৈ কলাই গাঁৱৰ পৰা অহা যোৱা সু ব্যৱস্থা আছে। ৰাস্তাৰ অবস্থাও বৰ্তমান ভাল। ইয়াত বহাগ বিহুৰ সময়ত ডাঙৰ মেলা অনুষ্ঠিত হয়, লগতে থানত পূজা-অৰ্চনাও হয়। সুন্দৰ প্ৰাকৃতিক পৰিবেশ।
Amar ghrr nise usorote
জয় মা কামাখ্যা ❤🙏🙏🙏🙏🙏🙏
🙏🏼🌹❤️ জয় মা কামাখ্যা দেৱী ❤️🌹🙏🏼
কথা খিনি জনোৱাৰ বাবে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
জয় মা কামাখ্যা। নজনা কথা জানি খুব ভাল লাগিল।ধন্যৱাদ
Bhut val lagil jai ma kamakhya devi 🙏🙏🙏🙏
Val lagil .. moi bohut dinor pora aei kotha tu janibo bisari asilu … aji gom palu … Dhoinnobad apunk
Maa kripalu...teo hantank kebol Ashirwaad diye ... Jai Maa Kamakhya 🙏🙏🙏
ঔম কামাখ্যে বড়দেদেবী নীল পৰ্বত বাসিনী,তংদেবীজগত মাতা যোনিমুদ্ৰে নমহুস্তূতে।।
Jai Maa Kamakhya Devi, Interesting Historical knowledge.
জয় মা কামাখ্যা ৷
এইবোৰ হৈছে কোচসকলৰ ঐতিহ্যপূৰ্ণ ইতিহাস তথা তেওঁলোকৰ অৱদান শেষ কৰাৰ ষড়যন্ত্ৰ। এনেকুৱা মিছা কাহিনীৰ জৰিয়তে এচাম লুভীয়া তথা শাৰীৰিক কষ্ট নকৰাকৈ আনক ঠগি খোৱা এচামে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিব বিচাৰে
Vl lagil video tu sai ....Jai maa kamakhya 💐
মিছা কথা নেকি , অনেক কোচ ৰাজবংশী লোকে মা কামাখ্যাত দেখন আজিও পূজা দি আহিছে। এই কাহিনীটো কোনোৱা এজন বুধিয়কে বনাই থৈ গৈছে।
সকলো কোচ ৰাজবংশী লোক ৰজা নৰনাৰায়ণৰ বংশধৰ নহয়। এই কাহিনীটো বহুত বছৰ আগতেই শুনিছিলো।
Koch Rajbongshi samagra jatito aaru tare ata angkha Maharaj Narnarayanar bongkhadhar ake neki ?
মূৰাদেও মন্দিৰত গৈ পাইছোঁ ভাল লাগে...আজি ৰহস্যটো গম পাই বেছি ভাল লাগিল❤️😊
মা কামাখ্যা মা🙏🔱🕉️🌍❤️
Jai ma kamakhya
Bohut hundor lagile huni maa kamakhya
Jai Ma Kamakhya. Nice informations. First time got to know.
জয় মা কামাখ্যা 🙏🙏🙏
জয় মা কামাখ্যা 🙏.... আজিলৈকে গৈ পোৱা নাই। ভৱিষ্যতে যাম বুলি আশা কৰিলো।😊
আজিলৈকে মা কামাখ্যা দেৱীৰ মন্দিৰত এবাৰো যায় পোৱা নাই।।।। কিন্তু বৰ হেঁপাহ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ।।।।এবাৰ হ'লেও যাম মা কামাখ্যা দেৱীৰ দৰ্শন কৰিবলৈ।।।।🙏🙏জয় মা কামাখ্যা 🙏🙏🙏
জয় মাঁ কামাখ্যা !!!
Val lagile kahini tu huni ❤
বহুতেই ভাল লাগিল, apunar সুরিয়া মিঠা মাত। 🙏🙏🙏
জয় কামাখ্যা দেৱী 🙏🙏🙏🙏
মা সকলো পাপ মুক্ত কৰি নিজৰ চৰণত আশ্ৰই দিব 🥺🙏
কামেখ্যা নহয় কামাখ্যা
🙏জয় মা কামাখ্যা 🙏
Knowledgeable video very nice🙏🏻
জয় মা কামাখ্যা দেৱীৰ 🙏🙏🙏🙏🙏
Hoi mura deor dewaloi usorote mur ghor. Kotha khar bujai diar babe dhonyobad 🙏 jai ma kamakhya jai mura deor dewaloi.
জয় মা কামাখ্যা🙏🙏🙏🙏🙏
জয় মা কামাখ্যা 🌺🌼🌸🙏🙏
শুনি ভাল লাগিল।
জয় মা কামাখ্যা ❤️❤️
Mor mone bisora kahini tu aji hunibo palu thank you sir❤
সুন্দৰ লাগিল।
Ami koch Rajbongshi manuh aju kokai raja nor narayonor bongshor buli ami eyubur kotha najanu aru bahut bar Maa kamakhiya dorshan korisu, Jai Maa Kamakhya...
So innoscently you wrote .Made me cry .I am also Koch .I am not blessed by Maa Kamakhya ,that l have seen
😊😊😊
Moi O Rajbanshi lora hoi moi dekhun soday e jao maa kamakhya r mandir t
Moi Koch moiu jaw chun😊
Joy maa kamakhya
Bohut val vay great man khmakha maa would prowed ❤❤❤
Bohut dhuniya lagil
জয় মা কামাখ্যা
দৰং জিলাত নহয় ওদালগুৰি জিলাত হ'ব ।
থান খনৰ নাম মূৰাদেৱৰ থান । আমাৰ ঘৰৰ পৰা ২ কিলোমিটাৰ মান হ'ব।
Jai shree shree maa kamakhya devi jai.🦜🥰🕉️🌍❤️🪔🧘🙏🔥🦚🌹🌲🦅🐂🔱
Jai mata kamakhay🙏🙏🙏🌺🙏🙏🙏🙏
Very❤ information video very nice👍 great
Jai ma kamakhya 🙏🙏🙏❤️❤️❤️🙏🙏🙏🙏🙏🙏
জয় মা কামাখ্যা🙏🙏🙏 moi apnak sb korilu asa koriso muku koribo buli
Mura deor🙏🙏 jai ma kamakhya
Jai Maa Kamakhya 🙏🏼 🎉🎉🎉🙏🏼
জয় মাঁ কামাখ্যা 🌹🌹🌹
ভাল লাগিল জানি।জয় মা কামাখ্যা ❤
Very nice 👍👍👍 shearing 💓💓💓#ganesh_gogoi_vlog love from Bokakhat Assam
Bah, bhut dinor murat aji ati njna kotha janilo🎉🎉borhiya❤
আমিওঁ গৈ পোৱা নাই....তথাপি বেয়া নাপাওঁ কামাখ্যা মাক....কাৰণ আমি একশৰণ হৰি নাম ধৰ্ম ৰ মানুহ.....শংকৰ দেৱ ৰ নৱ বৈস্নৱ ধৰ্ম ত শৰণ লোৱা মানুহ আমি.....মই জনা মতে এক শৰন হৰি নাম ধৰ্ম ত শৰন লোৱা কোনো মানুহ কামাখ্যা লৈ নাযায়.....আৰু শুনা মতে মহাৰাজ নৰনাৰায়ন শংকৰ দেৱ ৰ ভাল বন্ধু আছিল....
Amio same bro Sankar dev r dhormo lowa
moi goisu
মই বৈষ্ণব ধৰ্মাৱলম্বী, কিন্তু নজনাকৈ এবাৰ গৈছিলো,মা যেন আমাক ক্ষমা কৰি দিয়ে।
জয় মা কামাখ্যা 🙏🙏
Maa apunar soronot thakibo bisaru...xodai kripa koribo
🙏🙏🙏Jai maa Kamakhya
জয় মা কামাখ্যা🙏🚩
🙏🙏🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🪔🪔🪔🪔🪔জয় মা কামাখ্যা মা জয় কৃপা কৰা মা আমাক ৰক্ষা কৰা মা মোক মোৰ সন্তান দুটাক মোৰ লগতে লৈ থাকীবলৈ আশিবাদ কৰা মা কামাখ্যা 🙏🙏🙏🙏🙏🪔🪔🪔🪔🪔
Jai ma kama kamakha Deveye nomu namah sokoloke mongol koribo
Maa Kamakhaya Ki Jai❤️🌹❤️🌹🙏🙏🙏🙏Aji emn dangor Kotha ata gom palu apunr through Bor bhal lagile 🙏🙏🙏🙏🙏🙏
Bhal lagil khub
অতি সুন্দৰ ❤ভাল লাগিল মোৰ ফালৰ পৰা মৰম জনালোঁ ! From Lakhimpur 👍 0:16
Nojona kotha ata janibo pari bht Val lgl...thank you sir
Joi ma kamakhiya🙏🙏🙏
Kali goi ahilu jai maa kamakhya ❤
এই কথা মই পেহীৰ মূখত শুনিছিলো।যাৰ ফলত আমাৰ পৰিয়ালৰ কোনো ব্যক্তি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যোৱা নাছিল।কিন্ত মই 2011চনত মন্দিৰ গৈছিলো।পাছত পুনৰ মই মন্দিৰ গৈছিলো।পুজাৰীৰ লগত কথা পাতিছিলো।মোক জনাইছিল এতিয়া তোমালোক শাপৰ পৰা মুক্ত হলা।ইয়াৰ পাছত মই বহুবাৰ গৈছো। মাৰ কৃপা লাভ.কৰিবলৈ সক্ষম হৈছো।
আপুনি ৰজা নৰনাৰায়ণৰ বংশধৰ হয়নে..
@@debajeetnarayandev9617 take.. Noronarayne baru titel Bora likhisil nki😂😂😂😂
@@debajeetnarayandev9617 একো নহয় এইজন...😄😄
Ene koisa bhai Naranaryane Bora lekhishil neki
Koch Rajbongsh
Radhe Radhe ❤️ Jay Maa Kamakhya ❤️
🙏🙏joi ma kamakhya
জয় মা কামাখ্যা 🙏
জয় মা কামাখ্যা 🙏🙏
Jai maa kamakhya devi ji ki jai ho ❤️😍😍😍😍
জানো কিতাপত পাইছিলো
জয় মা কামাখ্যা
Ma hokolu pap mukti kori nijor soront aashoy diya 🙏🙏🙏
Ma kamakhya pranam vale rakhibo ma ashirbad diok bisha r mongol hok
🙏🙏🙏 জয় মা কামাখ্যা
Kalaigaonr বাসিন্দা হৈ আজি হে কলাইগাওঁ ৰ নামৰ আঁৰৰ এই কাহিনীটো জানিলোঁ🙏❤️
Val lagil dada
জয় মা কামাখ্যা 🙏🙏🙏
Jai maa kamakhya ❤🙏
Jay Maa Kamakhya❤❤🙏🙏🙏
Jay man Kamakhya❤🕉️🕉️🕉️🕉️🕉️🕉️🌺🌺🌺🌺🌺🌺🙏🙏🙏🙏🙏
Namaskar
Aamiu horure pora hunisu.kendukolai k " hiddha purukh"buli,teur jodi ru kahini aase jonale val pam thank u...
জয় মা কামাখ্যা🙏 মই এইবাৰ যাম বুলি ভাবিছো