অনাশৈক্ষিক কামত ব্যস্ত ৰখা শিক্ষাৰ্থীৰ পৰা কেনেকৈ ভাল ফল আশা কৰিছে শিক্ষামন্ত্ৰীয়ে?
HTML-код
- Опубликовано: 24 янв 2025
- ৰাজ্যত গুণোৎসৱৰ ঢাকঢোল। শিক্ষাৰ্থীয়ে নোৱাৰাটো কাৰ ভুল? অনাশৈক্ষিক কামত ব্যস্ত ৰখা শিক্ষাৰ্থীৰ পৰা কেনেকৈ ভাল ফল আশা কৰিছে শিক্ষামন্ত্ৰীয়ে? চৰকাৰী শিক্ষাৰ কফিনত গজাল মাৰিছে কোনে?
প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৬ বজাত #OFF_THE_RECORD
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
শ্ৰেণী প্ৰতি শিক্ষক লাগে ।এশ এবুৰি কাম চিন্তা । তেওঁৰ লোকে বুজি নাপায় বাইদেউ ❤
Sorkaror sodvab nai nohole himontor school bur kenekoi solibo ?
Saden visit dibo lage .gunuautsob mane aaji jurun kaliloi bieya tumaluk sajuhoijuba mining lees
ছাত্ৰ ছাত্ৰী বেয়া হোৱাৰ মুলতে চৰকাৰেই জগৰীয়া 100/ সত।No doubt .
Bohut bhal kota baideo
Thank you medam
এই জন মন্ত্ৰীক পৰীক্ষাত বহুৱাব লাগে কাৰন তেওঁ নিজেই নাজানে একাৰ ও কাৰ ছি: ছি: 😂😂
বাইদেউ আপুনি কৈ অন্ত কৰিব নোৱাৰে এশ এবুৰি সমস্যা-----।
Most of lp school facing single teacher problem
বাইদেউ আপোনাৰ কথাত সম্পূৰ্ণ সত্য তা আছে আৰু মই আপোনাৰ লগত একমত।আপোনাক নমস্কাৰ জনাইছো।
Pegu weo.
A kar minister