The CrossCurrent Assam
The CrossCurrent Assam
  • Видео 15 400
  • Просмотров 15 975 632
জুলানাত মল্লযুঁজাৰু বনাম পাইলটৰ যুঁজ।
জুলানাত মল্লযুঁজাৰু বনাম পাইলটৰ যুঁজ।জুলানাত ভিনেশ ফোগাট, যোগেশ বৈৰাগী আৰু কবিতা দালালৰ যুঁজ। কোনে জুলানাত মাৰিব শেষ হাঁহি? জুলানাত জেজেপিৰ দুৰ্গ খহাবলৈ সক্ষম হ’বনে কংগ্ৰেছ, বিজেপি অথবা আপ?
Просмотров: 98

Видео

সোনাপুৰৰ ৰক্তাক্ত সংঘর্ষৰ আঁৰৰ শক্তি কোন? আৰক্ষী-সেনাক পাছত লৈ তৎপৰ এই কোন ব্যক্তি?
Просмотров 86714 часов назад
সোনাপুৰৰ ৰক্তাক্ত সংঘর্ষৰ আঁৰৰ শক্তি কোন? আৰক্ষী-সেনাক পাছত লৈ তৎপৰ এই কোন ব্যক্তি? কিয় উচ্ছেদিতই বাৰে বাৰে মুখত লৈছে আৰএছএছৰ নাম? The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
কিয় একাধিক ৰহস্যৰ সৃষ্টি কৰিছে ট্ৰেডিং প্ৰৱঞ্চকৰ গ্ৰেপ্তাৰে?
Просмотров 27215 часов назад
#graphiccontent কিয় প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে একশ্যন নাই আৰক্ষীৰ? ২০০০ কোটিত SIT গঠন, ৭০০০ কোটিত SIৰ ওপৰতেই দায়িত্ব কিয়? চুমি-তাৰ্কিকৰ গ্ৰেপ্তাৰ এখন So Called নাটক নেকি? কিয় একাধিক ৰহস্যৰ সৃষ্টি কৰিছে ট্ৰেডিং প্ৰৱঞ্চকৰ গ্ৰেপ্তাৰে? The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #Invest...
তল পৰিল আধ্যাত্মিকতা! মাফিয়াগিৰিৰ বাবেহে বিখ্যাত এতিয়া অযোধ্যা!
Просмотров 45816 часов назад
#graphiccontent 'ৰাম'ক লৈ ব্যৱসায়ৰ জাল BJPৰ! সেই ৰাম নাই যদিও কিন্তু অযোধ্যা আছে! অযোধ্যা হাৰি, অযোধ্যালৈ পিঠি বিজেপিৰ। তল পৰিল আধ্যাত্মিকতা! মাফিয়াগিৰিৰ বাবেহে বিখ্যাত এতিয়া অযোধ্যা! The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
কেৰিয়াৰত উজ্জ্বল, মিত্ৰজোঁটৰ ৰাজনীতিৰ মাষ্টৰ সীতাৰাম য়েচুৰী কিয় আছিল ভয়ংকৰ?
Просмотров 29716 часов назад
#graphiccontent JNU ত বাওঁ ঘাটি গঢ়ি তোলা সেই ভয়ংকৰ ল’ৰাজন। কেৰিয়াৰত উজ্জ্বল, মিত্ৰজোঁটৰ ৰাজনীতিৰ মাষ্টৰ সীতাৰাম য়েচুৰী কিয় আছিল ভয়ংকৰ? The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
ৰাজহ বিভাগৰ মতেই সোণাপুৰত নাই বেদখল। যদি বেদখল নাই, উচ্ছেদ কিয়?
Просмотров 1,8 тыс.16 часов назад
#graphiccontent বিৰোধী দলপতিৰ ভাষ্যৰ অপবাখ্যা মুখ্যমন্ত্ৰীৰ। সোণাপুৰৰ উচ্ছেদক মুখ্যমন্ত্ৰীৰ ৰাজনীতি। ৰাজহ বিভাগৰ মতেই সোণাপুৰত নাই বেদখল। যদি বেদখল নাই, উচ্ছেদ কিয়? The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
কেজৰিৱালৰ জামিনে মুখত ছাঁই সানিলে বিজেপিৰ!
Просмотров 98917 часов назад
#graphiccontent জে’লৱালা CM নে বে’ইলৱালা CM? প্ৰশ্ন বিজেপিৰ! কেজৰিৱালৰ জামিনে মুখত ছাঁই সানিলে বিজেপিৰ! The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
উচ্চতম ন্যায়ালয়ৰ মন্তব্যই ৰুধিব পাৰিব নে চৰকাৰৰ বুলড'জাৰ নীতি?
Просмотров 84417 часов назад
#graphiccontent "বুলড'জাৰ অভিযান আইনৰ ওপৰত বুলড'জাৰ চলোৱাৰ দৰে। অপৰাধত জড়িত হোৱাটো সম্পত্তি ধ্বংস কৰাৰ আধাৰ হ'ব নোৱাৰে।" উচ্চতম ন্যায়ালয়ৰ মন্তব্যই ৰুধিব পাৰিব নে চৰকাৰৰ বুলড'জাৰ নীতি? The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
কোন টিভি চেনেলে প্ৰভাৱিত কৰিছিল অসম আৰক্ষীক?
Просмотров 30218 часов назад
#graphiccontent কোন টিভি চেনেলে প্ৰভাৱিত কৰিছিল অসম আৰক্ষীক? কোন ইউটিবাৰে প্ৰম’ট কৰিছিল ট্ৰেডিং প্ৰৱঞ্চকক? সাংবাদিক-ইউটিউবাৰৰ কাজিয়াৰ বাবে বাচি যাব নেকি প্ৰৱঞ্চক?প্ৰৱঞ্চকৰ প্ৰভাৱৰ বাবেই আৰক্ষীৰ হাত ভৰি বন্ধা নেকি? The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
এইবাৰ ছুইচ বেংকে জব্দ কৰিলে গৌতম আদানীৰ একাউণ্ট
Просмотров 86218 часов назад
#graphiccontent বেয়া দিন চলিছে গৌতম আদানীৰ! প্ৰধানমন্ত্ৰী মোদীৰ বন্ধু আদানীৰ বিৰুদ্ধে এটাৰ পিছত আনটো বিস্ফোৰক অভিযোগ। এইবাৰ ছুইচ বেংকে জব্দ কৰিলে গৌতম আদানীৰ একাউণ্ট। The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
'২২ মাহে কি কৰি আছিল চি বি আয়ে?’ কেজৰিৱালক জামিন দি গৰজি উঠিল ন্যায়াধীশ উজ্জ্বল ভূঞা
Просмотров 3,2 тыс.19 часов назад
#graphiccontent ‘চি বি আই পিঞ্জৰাবদ্ধ ভাটৌ হ’ব নালাগে। জামিন লাভৰ পাছতো কাৰাবন্দী কৰিবলৈ কেজৰিৱালক গ্ৰেপ্তাৰ চি বি আইৰ। ২২ মাহে কি কৰি আছিল চি বি আয়ে?’ কেজৰিৱালক জামিন দি গৰজি উঠিল ন্যায়াধীশ উজ্জ্বল ভূঞা। The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
আৰক্ষীক প্ৰভাৱিত কৰি পলাতক নেকি ১ ডজন অভিযুক্ত?
Просмотров 13420 часов назад
আৰক্ষীক প্ৰভাৱিত কৰি পলাতক নেকি ১ ডজন অভিযুক্ত?
আজি কেবিনেট বৈঠকত কি কঠোৰ সিদ্ধান্ত ল’ব অসম চৰকাৰে?
Просмотров 37921 час назад
আজি কেবিনেট বৈঠকত কি কঠোৰ সিদ্ধান্ত ল’ব অসম চৰকাৰে?
মুখ্য ন্যায়াধীশৰ ভাৱমূৰ্ত্তি ম্লান কৰাই উদ্দেশ্য আছিল নেকি প্ৰধানমন্ত্ৰী মোডীৰ?
Просмотров 1,3 тыс.21 час назад
মুখ্য ন্যায়াধীশৰ ভাৱমূৰ্ত্তি ম্লান কৰাই উদ্দেশ্য আছিল নেকি প্ৰধানমন্ত্ৰী মোডীৰ?
মোডীৰ নাম শুনিলে জকজকাই উঠে এখন ৰাজ্যৰ জনতা
Просмотров 2,6 тыс.2 часа назад
মোডীৰ নাম শুনিলে জকজকাই উঠে এখন ৰাজ্যৰ জনতা
হাৰিয়ানাত হাৰিলেই অন্ত পৰিব মোডীৰ ৰাজত্ব!
Просмотров 2,5 тыс.2 часа назад
হাৰিয়ানাত হাৰিলেই অন্ত পৰিব মোডীৰ ৰাজত্ব!
ধোঁৱাচাঙত ৰাজ্যৰ আইন-শৃংখলা। চিলনী চোৰৰ সন্ত্ৰাস ৰোধত ব্যৰ্থ মহানগৰ আৰক্ষী
Просмотров 422 часа назад
ধোঁৱাচাঙত ৰাজ্যৰ আইন-শৃংখলা। চিলনী চোৰৰ সন্ত্ৰাস ৰোধত ব্যৰ্থ মহানগৰ আৰক্ষী
আইতাকৰ দৰে অৱস্থা কৰাৰ ভাবুকি ৰাহুল গান্ধীক
Просмотров 1,2 тыс.2 часа назад
আইতাকৰ দৰে অৱস্থা কৰাৰ ভাবুকি ৰাহুল গান্ধীক
অনুষ্ঠিতব্য ADREত উন্মোচিত ভয়াৱহ নিবনুৱা অৱস্থা!
Просмотров 2572 часа назад
অনুষ্ঠিতব্য ADREত উন্মোচিত ভয়াৱহ নিবনুৱা অৱস্থা!
মণিপুৰক পিঠি দি বিশ্ব ভ্ৰমণত ব্যস্ত দেশৰ প্ৰধানমন্ত্ৰী
Просмотров 2372 часа назад
মণিপুৰক পিঠি দি বিশ্ব ভ্ৰমণত ব্যস্ত দেশৰ প্ৰধানমন্ত্ৰী
২০২১ ৰ পূৰ্বে অসম চৰকাৰত নাছিল হিমন্ত বিশ্ব শৰ্মা!
Просмотров 1,7 тыс.2 часа назад
২০২১ ৰ পূৰ্বে অসম চৰকাৰত নাছিল হিমন্ত বিশ্ব শৰ্মা!
কথা বেগতিক দেখি ‘স্ব-ইচ্ছাৰে’ আছুৰ সাধাৰণ সম্পাদকৰ পদ এৰিলে শংকৰজ্যোতিয়ে।
Просмотров 3,1 тыс.2 часа назад
কথা বেগতিক দেখি ‘স্ব-ইচ্ছাৰে’ আছুৰ সাধাৰণ সম্পাদকৰ পদ এৰিলে শংকৰজ্যোতিয়ে।
সংঘটিত সাৰদাতকৈও ডাঙৰ বিত্তীয় কেলেংকাৰী! সোণৰ কণী পৰা হাঁহত পৰিণত চুমি-তাৰ্কিক! কোনে কোনে পালে ভাগ?
Просмотров 7192 часа назад
সংঘটিত সাৰদাতকৈও ডাঙৰ বিত্তীয় কেলেংকাৰী! সোণৰ কণী পৰা হাঁহত পৰিণত চুমি-তাৰ্কিক! কোনে কোনে পালে ভাগ?
ট্ৰেডিং কেলেংকাৰীক লৈ মহা অভিযোগ বিৰোধীৰ। কেলেংকাৰীৰ নায়কক ৰাজনৈতিক পৃষ্ঠপোষকতাৰ অভিযোগ
Просмотров 8842 часа назад
ট্ৰেডিং কেলেংকাৰীক লৈ মহা অভিযোগ বিৰোধীৰ। কেলেংকাৰীৰ নায়কক ৰাজনৈতিক পৃষ্ঠপোষকতাৰ অভিযোগ
কোন টেলিভিছন চেনেলত চুমী বৰাৰ ধন বিনিয়োগ? কোনে টকাৰ বিনিময়ত কৰিছিল ট্ৰেডিঙ প্ৰবঞ্চনাৰ মাৰ্কেটিঙ?
Просмотров 6932 часа назад
কোন টেলিভিছন চেনেলত চুমী বৰাৰ ধন বিনিয়োগ? কোনে টকাৰ বিনিময়ত কৰিছিল ট্ৰেডিঙ প্ৰবঞ্চনাৰ মাৰ্কেটিঙ?
আত্মগোপন নে আৰক্ষীৰ জিম্মাত সাংবাদিকৰ চেনেলত সাক্ষাৎকাৰ ?
Просмотров 5 тыс.2 часа назад
আত্মগোপন নে আৰক্ষীৰ জিম্মাত সাংবাদিকৰ চেনেলত সাক্ষাৎকাৰ ?
নিজৰ ব্যৰ্থতা নিজেই উদঙাইছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই
Просмотров 8472 часа назад
নিজৰ ব্যৰ্থতা নিজেই উদঙাইছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই
ADREৰ পৰীক্ষা দিবলৈ যাওঁতে কি কি নিয়ম মানিব লাগিব পৰীক্ষাৰ্থীয়ে?
Просмотров 2394 часа назад
ADREৰ পৰীক্ষা দিবলৈ যাওঁতে কি কি নিয়ম মানিব লাগিব পৰীক্ষাৰ্থীয়ে?
শান্তিৰ নোবেল লাগে প্ৰধানমন্ত্ৰী মোডীক!
Просмотров 2004 часа назад
শান্তিৰ নোবেল লাগে প্ৰধানমন্ত্ৰী মোডীক!
আকৌ জ্বলিছে মণিপুৰ। বন্ধ স্কুল-কলেজ, স্তব্ধ জনজীৱন।
Просмотров 4334 часа назад
আকৌ জ্বলিছে মণিপুৰ। বন্ধ স্কুল-কলেজ, স্তব্ধ জনজীৱন।

Комментарии

  • @pinkisarmah8400
    @pinkisarmah8400 11 минут назад

    Autjol borah sabass

  • @pulakeshsarmah3800
    @pulakeshsarmah3800 16 минут назад

    Bjp zindabad 🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮🇨🇮

  • @PoretushSarkar
    @PoretushSarkar 37 минут назад

    Very. Good. Video

  • @pramodchoudhury6598
    @pramodchoudhury6598 Час назад

    Nakhay.

  • @baputibaro2582
    @baputibaro2582 Час назад

    সত্যৰ সদাই জয়

  • @madmaxxgamming6851
    @madmaxxgamming6851 Час назад

    Bhal kam karise sarkare

  • @sahilahmed1
    @sahilahmed1 2 часа назад

    Hindu tarariost

  • @imdadali9519
    @imdadali9519 2 часа назад

    চৰকাৰে সমস্যাৰ সমাধা কৰিৱ লাগে কিন্তু সমস্যাৰ সৃষ্টিহে কৰিছে।

  • @UpenDeka-t9r
    @UpenDeka-t9r 2 часа назад

    BJP Mukta Bharat, Modi Mukta Bharat..

  • @BabulAli-yu6zy
    @BabulAli-yu6zy 2 часа назад

    Bgp mukt Bharat sahiye

  • @dhirajrabha1491
    @dhirajrabha1491 2 часа назад

    Good job

  • @gobinbhuyan2158
    @gobinbhuyan2158 2 часа назад

    Tiger 🐯🐯🐯 is coming back 🔙

  • @TCF573
    @TCF573 3 часа назад

    Bjp r babe Ram krisna aibur byobokhai 😂😂 manuhok dekhuwaboloi aiibur nam loi tetu fale 😂😂😂

  • @gobinbhuyan2158
    @gobinbhuyan2158 3 часа назад

    Barhiya 👌👌👌

  • @ashiksahu733
    @ashiksahu733 3 часа назад

    RSS r lora suwali hoi keneke sini pale

  • @GCNath-ed7im
    @GCNath-ed7im 4 часа назад

    ইহঁত বাংলাদেশৰ পৰা অহা নাই বুলি যে কৈ আছে,তেতিয়া হলে কৰ পৰা আহিছে,বাংলাদেশৰ মানুহে মিছলীয়া

  • @GCNath-ed7im
    @GCNath-ed7im 4 часа назад

    এই জন মিঞাই কব সাজি সাজি কথাবোৰ কোৱা যেন লাগিছে,

  • @imdadali9519
    @imdadali9519 5 часов назад

    জোৱৰ জৱৰ কৰিলে ভগবানক বিচাৰি নাপায়।

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 6 часов назад

    ভোটৰ ৰাজনীতিৰ বাহিৰে আন একো নহয়।

  • @AmarPegu-th1kp
    @AmarPegu-th1kp 6 часов назад

    Bharatiya Musalmano Sunoo, Yeh Hai MIYA Muslim(bangladeshi)Suraj utne se le ke dubne Tak 1000 bar jhooth bool tha hai

  • @mrinalmedhi8346
    @mrinalmedhi8346 6 часов назад

    সুন্দৰ

  • @uttamkumarpaul5770
    @uttamkumarpaul5770 13 часов назад

    Trading kelengkari nayak Tanashahi king

  • @julhaz3336
    @julhaz3336 13 часов назад

    Opposition leader, hon'ble MLA, Devbrat Saikia=Correct saying and no illegal in his sayings.

  • @abdulmannanahmed787
    @abdulmannanahmed787 13 часов назад

    Keeping Kejriwal in prison for indefinite period has been the key obsession of central agencies like CBI or ED Which are suspected to have been the dolls in the hands of the central government that considers individuals like Kejriwal a formidable hurdle in its march to power.

  • @BijoyHandique-md7yg
    @BijoyHandique-md7yg 14 часов назад

    BJP 😂😂😂😂😂😂😂

  • @vikramborgohain1910
    @vikramborgohain1910 14 часов назад

    আহোমৰ লিখিত ভাষা, আৰু কথিত ভাষা কিয় নাই,,,, কোনে বিলুপ্তি কৰিলে,,, মিচিং, বৰো,, কথিত ভাষা এতিয়াও জীয়াই আছে,, আহোমৰ কথিত ভাষাক কোনে হত্যা কৰিলে,,,

  • @chandanjyotikalita6229
    @chandanjyotikalita6229 14 часов назад

    Jabo lage tar pora

  • @nabajyotichaoching4323
    @nabajyotichaoching4323 14 часов назад

    RIP....salute...apunalukor babei kijani india't democracy namor bostu2 india't jiyai asil...

  • @gunasindhubaruah5967
    @gunasindhubaruah5967 14 часов назад

    Balar Chanel kela

  • @dhirajdas3054
    @dhirajdas3054 15 часов назад

    Tar property, petrol pump jabda koribo lage .

  • @sunitgogoi4425
    @sunitgogoi4425 15 часов назад

    Modi ji main hathiyar hoise CBI& ED

  • @opnabigaming1365
    @opnabigaming1365 15 часов назад

    একেবাৰে সত্য কথা। ৮৫৫ জন তেজাল অসমীয়া ডেকাৰ তেজৰ ফাকুৱা খেলা সকলৰ মাত মতাৰ অধিকাৰ নাই। জীয়ৰী - বোৱাৰী সতীত্ব নষ্ট কত যে হৈছিল।

    • @gobinbhuyan2158
      @gobinbhuyan2158 14 часов назад

      CAA andulanatu 5takoi safal Dekak guliyai hatya kara hoisil..heibur ki...kar administration r under t guliyai Mora hol.

  • @surutzamal390
    @surutzamal390 15 часов назад

    Bjp bye by

  • @GCNath-ed7im
    @GCNath-ed7im 15 часов назад

    মুঠতে বাংলাদেশীক খেদিব লাগে এই এটা ভাল সুযোগ

  • @GCNath-ed7im
    @GCNath-ed7im 15 часов назад

    বাংলাদেশী নাই যদি চকুৰে দেখাবোৰ কোন নো

    • @NazrulIslam-hp3jh
      @NazrulIslam-hp3jh 15 часов назад

      এই সকল অসমৰ নাগৰিক, তোৰ বাপেক।

    • @harichetry3357
      @harichetry3357 15 часов назад

      ​@@NazrulIslam-hp3jhMa deuta or kotha kobo nalage

    • @GCNath-ed7im
      @GCNath-ed7im 15 часов назад

      @@NazrulIslam-hp3jh চুকুৰা ই তোৰ বাপেৰে

  • @kabitabhuyan545
    @kabitabhuyan545 15 часов назад

    Red salute comrade

  • @prasantaduarah8480
    @prasantaduarah8480 16 часов назад

    अखिल गोगोई nimat की

  • @kabitabhuyan545
    @kabitabhuyan545 16 часов назад

    ইয়াক জেলত ভৰাই থক

  • @mostafizurrahman1238
    @mostafizurrahman1238 16 часов назад

    Boycot bjp

  • @AlduwenMili
    @AlduwenMili 16 часов назад

    Raju pegu jindabad❤❤

  • @KumarDhirendraNarayanDev
    @KumarDhirendraNarayanDev 16 часов назад

    Kezriwal Zindabad

  • @user-sp5sy3cy5o
    @user-sp5sy3cy5o 16 часов назад

    পাকিস্তানৰ চেনেল

  • @kimjennie5870
    @kimjennie5870 16 часов назад

    Communism কৰক,নিজৰ অসমীয়া মানুহ খিনিক লৈ কৰক,দুনিয়া বিদেশী,বহিৰাগত মানুহ খিনিক লৈ communism কৰা বন্ধ কৰক, পৃথিৱীৰ কতো নিজ দেশত বিদেশীক লৈ সমাজবাদ কৰা,সমাজবাদ পুৰণি কলিয়া চিন্তা ধাৰা এৰক,নহলে অসম বুলি একো নাথাকিব গৈ, বাহিৰৰ মানুহ যিমান আহিছে, কেৱল ধন, লুণ্ঠন কৰিবলৈ, সনমান লবলৈ অহা নাই,

  • @akhomiyaBoy-fh6ck
    @akhomiyaBoy-fh6ck 17 часов назад

    Mama kora pape Nandil Bishwa Sharmai vug koribo Lagibo

  • @sumpinath7170
    @sumpinath7170 17 часов назад

    True speech

  • @ajit.lagachu5333
    @ajit.lagachu5333 17 часов назад

    Good disition C M Sir

  • @imdadali9519
    @imdadali9519 18 часов назад

    ঠিক কৰিছে। আদানিয়ে কোনো কৰ ভাৰত চৰকাৰক নিদিয়ৃ ৰেহাইহে পায়। এইটৈ বৰ অভূত কাৰ বাৰ।

  • @NirmolRay1996
    @NirmolRay1996 18 часов назад

    উজনি নামনি শব্দটো যাতে বিতৰ্কমূলক ভাৱে ব্যৱহাৰ নকৰে।

  • @GogoiDa১৯৯৪
    @GogoiDa১৯৯৪ 18 часов назад

    বিজেপি চৰকাৰ থকা লৈকে এই খন ভাৰতত ভাল কাম কৰা মানুহে শান্তিত থাকিব নোৱাৰে

  • @jalildewan3696
    @jalildewan3696 18 часов назад

    Adanir aku loss nohoi. Already Govt a Adanik approximately 4 lakh Kauti taka Bank loan Maaf Kari dise. Gatike Bharatar Dukhia manuhar Dhan kahi ni Moodir bandhu Adani / Ambani chahaki hoise.. Bhagwan ase......Adin dekhibo........ Bhagwan Ihotar whole Family memberok Brain Cancer d pogala Kari maribo......