শ্ৰীমদ্ভাগৱতৰ মঙ্গলাচৰণ সংস্কৃত শ্লোকৰ শুদ্ধ অৰ্থ তত্ত্ব

Поделиться
HTML-код
  • Опубликовано: 5 ноя 2024

Комментарии • 7

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 8 часов назад +3

    অতি তত্ত্ব গধূৰ বিশ্লেষন আমাৰ দৰে ক্ষুদ্ৰ মগজুৰে বুজা বৰ কঠিন। তথাপিও বুজিবলৈ বৰ যত্ন কৰিছো ছাৰলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ কৃষ্ণ।

  • @pranjoldutta7038
    @pranjoldutta7038 День назад +8

    ধন্যবাদ ছাৰ। বহুত উপকৃত হৈছোঁ।

  • @ramprasddutta9220
    @ramprasddutta9220 День назад +2

    মহাশয়,আপোনাৰ সুন্দৰ বিশ্লেষণে মোহিত কৰিলে৷বৰ সুখী হলোঁ৷এই বিশ্লেষণখিনিক সমপূৰ্ণৰূপে উপলব্ধি কৰি আয়ত্ব কৰাটো কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ বাবে এক কঠিন৷হলেও আপোনালৈ ভক্তিভৰা সেৱা যাচিছোঁ৷

  • @drsureshchandrabora7280
    @drsureshchandrabora7280 17 часов назад +1

    সমস্ত সুহৃদ বান্ধৱকে কৃতজ্ঞতাৰ সেৱা জনালেোঁ৷কৃষ্ণ৷

  • @mahanpuja7915
    @mahanpuja7915 День назад +2

    Krishna Krishna Krishna Krishna 🙏🙏🙏🙏🌸🌼💮💮

  • @Dipaliborthakur
    @Dipaliborthakur День назад +1

    Aapunar aabriti bhal hoise!

  • @jintidas6948
    @jintidas6948 День назад +1

    কৃষ্ণ বাপ।বৰ সুন্দৰ ভাল লাগিল ।