🚨 আছুৱে কৰিব নোৱাৰা কাম হিমন্ত বিশ্বই কৰি দিলে! || Atanu Bhuyan || Satya

Поделиться
HTML-код
  • Опубликовано: 25 сен 2024
  • 👉🏻 বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব চৰকাৰে!
    👉🏻 খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব হিমন্ত বিশ্বই!

Комментарии • 545

  • @birenburagohain8132
    @birenburagohain8132 День назад +120

    অসমৰ দীৰ্ঘ দিনিয়া জ্বলন্ত সমস্যা সামাধান কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপ আদৰণি জনাইছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। ঈশ্বৰে মুখ্যমন্ত্ৰীক আশীৰ্বাদ কৰক।

    • @JitumoniSaikia-s2v
      @JitumoniSaikia-s2v 8 часов назад

      Great mama. May God bless. You are the great leader of Assam

    • @protimadutta2890
      @protimadutta2890 6 часов назад +1

      একো নকৰে কৰিব নোৱাৰে---এইবোৰ কেন্দ্ৰীয় চৰকাৰে কৰা কাম---কংস মামাই মাত্ৰ 2026 ইলেকচনৰ বাবে চাল খেলিছে ।

    • @MadhurjyaMadhurjya-qx3st
      @MadhurjyaMadhurjya-qx3st 4 часа назад

      ​@@protimadutta2890oxomia hoi oxomiake saport koribo nibisare Congress sorkar ahile jetiya ghort ahi Kati bohi tatia gom pabo Mama oxomiar hoi ji koribo Lage xokolu korok full saport korim apunak ❤ jay aii OXOM

    • @Rupnath-i8k
      @Rupnath-i8k 4 часа назад

      Good do

  • @ChandicharanChoudhury-i8u
    @ChandicharanChoudhury-i8u День назад +51

    প্ৰকৃত জাতীয় নায়ক।জাতীৰ সদায় মঙ্গল চিন্তা কৰা Dinamic CM Sir. ঈশ্বৰে তেওঁক সদায় পৰম শক্তি দিয়ক।

  • @LukumoniBorah-b2b
    @LukumoniBorah-b2b День назад +36

    সছাকৈ অনুদান এনে এজন মুখ্যমন্ত্ৰীক বহুত মানুহে চিনিবই নোৱাৰিলে বিশেষকৈ চাকৰিৰ খেলত বিনা পইচাত দুখীয়া মানুহে পাইছে । সেই বাবে এই চৰকাৰৰ মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু আশীৰ্বাদ জনালো।পুনৰ মামাৰ চৰকাৰ আহক ।

    • @dipankarkakati5415
      @dipankarkakati5415 День назад +1

      Right 👍

    • @Immantu
      @Immantu 14 часов назад +1

      অকল চাকৰিয়ে নহয় দুখিয়াৰ জীৱন ত্ৰানকৰ্তা তেওঁ
      আউসমান কাৰ্ড যদি সাধাৰণ ৰাইজে নাপালে হয় বহুত জীৱন শেষ হলহেতেন

  • @bimansaikia4305
    @bimansaikia4305 День назад +19

    সচায় এই কাম কৰিলে বহুত ভাল কাম হব। তেখেতক অশেষ ধন্যবাদ দিম ।

  • @MunindraDeka-v6v
    @MunindraDeka-v6v День назад +44

    অতুনো দা,
    আপুনি কোৱা কথা কেইটা আৰু মুখ্যমন্ত্ৰী এ কোৱা কথা কেইটাৰ মিল আছে। অসমৰ দীৰ্ঘ দিনীয়া জ্বলন্ত সমস্যা সমাধানৰ কাৰ্যকৰী হোৱাকৈ আছুৰ সৈতে মিলিত হৈ পদক্ষেপ লোৱা আৰম্ভ কৰিছে। ইয়াক আমি আদৰণি জনাইছোঁ। গতিকে মোৰ বোধেৰে এইখন চৰকাৰে possitive step লৈছে। অন্ততঃ দুই ধৰণে হলেও অসমীয়াৰ সংজ্ঞা নিৰূপণ হব অনুমেয়। এতিয়ালৈকে এইখন চৰকাৰক সমৰ্থন কৰিছো।

  • @digantasaikia123-t9b
    @digantasaikia123-t9b День назад +64

    হিমন্ত চাৰ আমাৰ মনৰ মানুহ । অসমীয়া ক জীয়াই ৰাখক ।

    • @dipakkumarborah7246
      @dipakkumarborah7246 День назад

      অসমৰ অস্তিত্ত্বৰ ৰক্ষা কবচ। লাচিত বৰফুকন বঁটা প্ৰদান কৰো আহক।আমি এতিয়াও আজিও কিয় নুবুজূ।নুবুজিলে ধ্বংস।

    • @dipakkumarborah7246
      @dipakkumarborah7246 День назад +2

      ভগৱানে কুশলে ,মংগলে সু-স্বাস্থ্য যে জীয়াই ৰাখক।

    • @pranjalnath5070
      @pranjalnath5070 9 часов назад

      1951 sonor pora dhoribo paba mja extra 20.bsr

  • @axomjintugamer7568
    @axomjintugamer7568 День назад +23

    আকৌ এবাৰ বি জে পি চৰকাৰ

  • @wellnesscenter3771
    @wellnesscenter3771 День назад +14

    ৰাজ ক্ষমতাত থাকিলে সকলো কাম কৰা সম্ভব। নিৰ্ভৰ কৰে কিমান আগ্ৰহী।

  • @ramensharma54
    @ramensharma54 День назад +25

    100% Right

  • @RAKESHDAS-mh3zm
    @RAKESHDAS-mh3zm День назад +77

    আকৌ এবাৰ মামাৰ চৰকাৰ ❤

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 День назад +11

    Our beloved CM has a strong determined mind to do something good for the indigenous Assamese people... Proud of you CM Sir... God bless you.always..🙏🙏🙏🙏

  • @KamalGoswami-k2j
    @KamalGoswami-k2j День назад +58

    আকৌ এবাৰ বি জে পি চৰকাৰ লাগে,মামাক আকৌ লাগে।

    • @iborah2923
      @iborah2923 19 часов назад +4

      Mama Zindabad ❤🙏

  • @shreddedface6039
    @shreddedface6039 День назад +6

    হিমুৱে পাৰিব যেন লাগিছে যদি ১০০ শতাঙস ৰাজনৈতিক অধিকাৰৰ বিষয়টো পথমতে গৃহিত কৰে,যদি হে হিমুৱে এইখিনি কাম অসম অসমীয়াৰ হৈ কৰে তেনতে ভগৱানৰ ফটোখনৰ লগতে হিমুৰ ফটোখন থৈ জীয়াই থকালৈকে পূজাকৰি থাকিম।🙏🏿🙏🏿

  • @debasishkalita7758
    @debasishkalita7758 День назад +19

    আগত মুখ্য মন্ত্ৰী ই কিবা জাতিৰ বাবে পদক্ষেপ লবলৈ গলে হাই কমাণ্ড দেলহি ছোনিয়া গান্ধী ৰ পৰা বাধা আহে যায়। আজি চেণ্ট্ৰেল অত বিজেপি আছে ।
    সন্দেহজনক লোকে (জিহাদি) মেন্তেলিতী নেতা কিছুমানে অলপ অবজেকচন কৰিলেই কংগ্ৰেছ ই আমাৰ কথা নাভাবে। ৮৬০ জন ছহীদ হৈছিল যে। অৰ্ডাৰ ইন্দিৰা গান্ধী(খান) ই দিছিল। ৱাইফ অফ ফিৰোজ খান।
    সেই কাৰণে ৬ নঃ দফা কাৰ্যকৰী হোৱা নাছিল।

    • @RajibSaikia-bk2gf
      @RajibSaikia-bk2gf 17 часов назад

      Righr

    • @premodharphukan1101
      @premodharphukan1101 16 часов назад

      ফিৰোজ খান মুছলিম বুলি ভাবিছে কথাটো প্ৰকৃততে সত্য নহয় ৷

    • @ajitdas601
      @ajitdas601 13 часов назад

      Right

    • @EverestTop-rk1ul
      @EverestTop-rk1ul 11 часов назад

      ঠিক কৈছে

    • @kanakborah1406
      @kanakborah1406 11 часов назад +2

      ফিৰোজ গন্ধি মুচলিম আছিল।

  • @debajyotisarkar1562
    @debajyotisarkar1562 День назад +21

    মই আজি কিমান সূখী কবলৈ ভাষা নাই

  • @nibeditabarua3292
    @nibeditabarua3292 День назад +29

    ভাল কাম ক সদায় উৎসাহ যোগোৱা উচিত। 🙏

  • @dhruba8696
    @dhruba8696 День назад +13

    অতনু ভূঞা, ছাৰ মই কথাখিনিত একমত নহয়।
    মোৰ ব্যক্তিগত মত
    অসম চুক্তি স্বাক্ষৰিত হৈছিল সেই সময়ত কেন্দ্ৰীয় কংগ্ৰেছ চৰকাৰ দিনত
    সেই সময়ৰ পৰা অসমত আজিলৈ যিমান কেইখন চৰকাৰ আহিল গল এখন চৰকাৰে ও কামখিনি কৰিম বুলি কৈ আগবঢ়াও বুলি ভাবি ও থমকি ৰব লগা হৈছে।কাৰণ সেইয়া চৰকাৰ কেইখনৰ বিফলতাৰ এক উদাহৰণ।কিয়নো তেতিয়াৰ দিনতে অসম আন্দোলনৰ গুৰি ধৰোতা নেতা সকলৰ ও তো এসময়ত চৰকাৰ আছিল।এসময়ৰ আন্দোলনকাৰীয়ে আজি চৰকাৰৰ ৰাজপাত শাসন কৰি আছে
    তেওঁলোক একো একোজন বিজ্ঞ প্ৰভাৱ শালি নেতা।
    আছু এটা অৰাজনৈতিক জাতীয় সংগঠন হিচাপে তেওঁলোকৰ কৰিব পৰা সামৰ্থ থাকিলে কেতিয়াবাই কৰিব পাৰিলে হৈ।তেওঁলোকে চৰকাৰ খনক হেঁচা হে প্ৰয়োগ কৰিব পাৰে, কিয়নো গণতান্ত্ৰিক ভাবে চৰকাৰ এখনৰ যি শক্তিশালী ভূমিকা থাকে এটা সংগঠনৰ নাথাকে।
    অ'আজি হিমন্তবিশ্ব শৰ্মা চাৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে যি ভূমিকা লৈছে সেয়া উল্লেখনীয় তথা শলাগলবলগীয়া।

  • @sofikulislam7533
    @sofikulislam7533 День назад +22

    এইটো কাম কৰিলে আৰু ভাল হব,অসম ৰ পৰা মদ,গুটকা ৰ কোম্পানি বন্ধ কৰিব লাগে লগতে ডাৰাগ্চ ।নহলে অসমীয়া মানুহ এইবিলাক খাই এনেই ধবংস হৈ গৈ থাকিব ।

    • @creation9370
      @creation9370 День назад +3

      এই খিনি কামো কৰিব আৰু এটা কথা এইখিনি কামৰ লগত তহতৰ মানুহে জৰিত থাকে।

    • @dsentertainment9545
      @dsentertainment9545 20 часов назад

      ​@@creation937099% tahotor kitai kore..

  • @probinsaikia1129
    @probinsaikia1129 День назад +11

    Good dicision of CM for people of Assam

  • @anupamdutta452
    @anupamdutta452 День назад +9

    আকৌ এবাৰ মামাৰ চৰকাৰ ✊✊

  • @KESHABCHANDRASAIKIA-b5z
    @KESHABCHANDRASAIKIA-b5z День назад +4

    মূখ্যমন্ত্রী ডাঙৰীয়াক ঈশ্বৰে মংগল কৰক, দীৰ্ঘায়ু প্ৰদান কৰক, অদম্য সাহস প্ৰদান কৰক, এয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো 🙏🙏🙏
    বহুত নেতাৰ শিৰ ফুলুৱা ভাষণ শুনিলো , কিন্তু এওঁলোক জাতিৰ নামত কলংকহে আছিল। নিজৰ দেশ আৰু জাতিক ভালপোৱা প্ৰকৃত নেতা কিন্তু এইজনহে।আপোনাক কি বুলি ধন্যবাদ জনাম, কোনো ভাষা নাই। ৰাইজৰ স্বাৰ্থত শুদ্ধ কৰ্ম কৰি যাওক ৰাইজ আপোনাৰ লগত থাকিব🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @knath7233
    @knath7233 День назад +8

    Atanu , you are right.

  • @rabindranathbarman6264
    @rabindranathbarman6264 День назад +9

    Without mama no body can save assam. God bless you mama.

  • @rinabarkakoty6292
    @rinabarkakoty6292 День назад +3

    Himanta Biswa Sharma is the only CM who has stood up for the rights of the indigenous people of Assam.We are proud to have him as our CM.

  • @probinsaikia1129
    @probinsaikia1129 День назад +5

    Very good Dicision of CM for the people of Assam.

  • @Girindas-em2rg
    @Girindas-em2rg День назад +10

    I'm agree sir

  • @Jaihanuman-k9b
    @Jaihanuman-k9b День назад +3

    মই ইমান ভালকৈ নাজানো তথাপিও ** মই ধন্যবাদ দিম ভৃগু কুমাৰ ফুকনক *** মই ধন্যবাদ দিম নেকিবোৰ জামান ডাঙৰীয়াক , যাৰ বাবে অসমে এটা সম্পদ পাইছে,,আমাৰ বৰ্তমানৰ মুখ্য মন্ত্ৰী ডাঙৰীয়াই 100 বছৰ কাম কৰি যাওক,ৰাইজে আশীৰ্বাদ কৰক,,হিমন্তক এদিন বেয়া বুলি কোৱা মানুহ কিতাক পালে গোবৰ লগাম,, ভূঞা ডাঙৰীয়া ধন্যবাদ,,আপুনি এটা বাতৰি প্ৰচাৰ কৰক ৰাস্তাত পিক পেলোৱা,প্লাষ্টিক বটল পেলোৱা,,পলিঠিন পেলোৱা,অসম জিলিকাওক,

  • @utpalmili4946
    @utpalmili4946 День назад +4

    Our honourable chief minister you are great👏👏👏👏

  • @bharatidevi875
    @bharatidevi875 День назад +7

    The great cm God bless cm

  • @BijoyShankarsarkar
    @BijoyShankarsarkar День назад +8

    Best cm ASSAM

  • @BenudharDewri
    @BenudharDewri День назад +9

    Mama jindabad

  • @arindamsaikia5308
    @arindamsaikia5308 День назад +5

    This government is doing great

  • @rajuhazarika6583
    @rajuhazarika6583 День назад +2

    অতনু দা আপুনাৰ নিউজ বোৰ চাই ভালেই লাগে,অসমৰ মুখ্যমন্ত্ৰীয়ে এই তু খুবেই ভাল কাম কৰিছে বিজেপি জিন্দা বাদ অসমৰ মুখ্যমন্ত্ৰী লৈ বহুত ধন্যবাদ থাকিল

  • @girinbora7820
    @girinbora7820 День назад +13

    মুঠতে assu ভংগ কৰি দিব লাগে কাৰণ assu এ নিজৰ সম্পত্তিৰ পাহাৰ বনাই ৰাইজৰ একো নকৰিলে আন্দোলনৰ নামত অসম শেষ কৰিলে। আজি হিনন্ত বিশ্ব শৰ্মাই যি কৰিব গৈ আছে আমি অতি আনন্দিত।

    • @manojkumarbarman8823
      @manojkumarbarman8823 15 часов назад

      Sudur vaai, Mama e sun asu kora asile, mama r illegal property kiman ase dekha naai

    • @reeturajofficial
      @reeturajofficial 8 часов назад +1

      কি কৈছে এবাৰ ভাবি লব , সদৌ অসম ছাত্ৰ সন্থাৰ অৱদানৰ বিষয়ে যদি নাজানে তেতিয়াহলে ভালকৈ অধ্যয়ন কৰক 🙏

  • @Pragyan_Editz3
    @Pragyan_Editz3 День назад +5

    Thanks to the BJP government

  • @BinoySharma-z8v
    @BinoySharma-z8v День назад +3

    Really he is the real father of Assamese. He is ever alive in Assam
    .

  • @bhabenborah6730
    @bhabenborah6730 День назад +3

    মুখ্যমন্ত্রী মহোদয়ক স্বাগতম জনাইছো

  • @rukmasarma2377
    @rukmasarma2377 День назад +6

    Mama zindabad ❤

  • @JdjdjDjejej-in4ne
    @JdjdjDjejej-in4ne День назад +7

    B j p jindabad

  • @mr.fajagaming3396
    @mr.fajagaming3396 День назад +4

    Thanks. CM. Sir

  • @BasantaBoro-r8v
    @BasantaBoro-r8v День назад +7

    Himanta Biswa Sarma long live. Fitest and successful CM of Assam.

  • @KonmoniNath-b9s
    @KonmoniNath-b9s День назад +5

    Right

  • @debojitborsaikia5923
    @debojitborsaikia5923 День назад +8

    Good mama

  • @surasj7418
    @surasj7418 День назад +2

    ❤❤❤❤❤ ধন্যবাদ অসম চৰকাৰ ।

  • @ramendas4924
    @ramendas4924 День назад +4

    Good decision

  • @MITHUNDAS-ts8mw
    @MITHUNDAS-ts8mw День назад +5

    Very good

  • @BalinKonwar
    @BalinKonwar День назад +4

    তিনি পুৰুষ মানে ৭৫বছৰ যিটো কোৱা হৈছে সেই বিষয়ে কৱ বিচাৰো যে 51 চনৰ আগতে অহা সকল , ধৰা হল ৫০ চনত অসমলৈ অহা এজন ব্যক্তি অসমীয়া হব পাৰে , বহি ৰাষ্ট্ৰৰ পৰা অহা জনো ভাৰতীয় হিচাবে নাগৰিকত্ব পাব পাৰে কিন্তু খিলঞ্জীয়া হব নোৱাৰে ৷ প্ৰতিজন খিলঞ্জীয়াই অসমীয়া কিন্তু নাগৰিকত্ব লাভেৰে অসমীয়া বা ভাৰতীয় হোৱা জন খিলঞ্জীয়া হব নোৱাৰে ৷
    খিলঞ্জীয়া আৰু অসমীয়াৰ সংঞ্জা একাকাৰ কৰাটো যুক্তি সংগত নে ৷

    • @jadumonihazarika998
      @jadumonihazarika998 День назад

      Bro moi tini purush mane 75 years r kathato Buji napalo

    • @BalinKonwar
      @BalinKonwar День назад

      অতনু ভূঞা ডাঙৰীয়াই তেনেদৰেই কৈছে

    • @ajaymech5797
      @ajaymech5797 День назад

      😂 mane aami 3 purukh a mnt rakhu 4 purukhor naam ki asile besi manuhe najane..

  • @pabitrabarman6373
    @pabitrabarman6373 День назад +9

    ১৯৫১চনৰ আগৰে পৰা বসবাস কৰা লোকেহে যিকোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব বুলি আইন প্ৰণয়ন কৰিব লাগে। চৰকাৰী চাকৰি পাব লাগে। এটা সুন্দৰ পদক্ষেপ হাতত লোৱা হৈছে। আকৌ এবাৰ বি জে পি চৰকাৰ।

  • @nirenkalita1597
    @nirenkalita1597 День назад +4

    Himantbisha sharma জিন্দাবাদ

  • @monjitadhikary4002
    @monjitadhikary4002 День назад +4

    Best C M Mama

  • @anupamdutta9712
    @anupamdutta9712 День назад +2

    P. K. Mahanta could have implemented 'Assam Accord' removing all obstacles in 1985. .... In 10 years, he could not do!!! Thanks to the present Government.

  • @gautamgoswami9723
    @gautamgoswami9723 День назад +2

    সু দক্ষ কৰ্মবীৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ ✌️ ।মিঞা প্ৰেমি কংগ্ৰেছক প্ৰতিজন খিলঞ্জীয়াই বৰ্জন কৰিব লাগে ।

  • @JayantaDas-z7n
    @JayantaDas-z7n День назад +3

    ❤❤❤very good news

  • @pramoddas2666
    @pramoddas2666 День назад +3

    Good speech

  • @itsharshitavlog3286
    @itsharshitavlog3286 День назад +3

    বহুত ভাল লাগিল দাদা

  • @Dilip_ghosh123
    @Dilip_ghosh123 День назад +3

    ধন্যবাদ মামা

  • @deepaksarmah3490
    @deepaksarmah3490 День назад +3

    Very good.

  • @mrinaldas6967
    @mrinaldas6967 День назад +3

    Great work

  • @abanidas6895
    @abanidas6895 День назад +3

    ধন্যবাদ।

  • @jaijaganath7481
    @jaijaganath7481 День назад +1

    CM Himanta biswa sharma 🎉👍 Assam or karana iner line permits system anibo laga, আহোম সকলক জনজাতিৰ কৰণ কৰিলে বৰ ভাল হব।35y karona apuniya CM hoi thakibo

  • @DipankarDas-oe7tw
    @DipankarDas-oe7tw День назад +4

    Good

  • @RajibBorah-e2x
    @RajibBorah-e2x День назад +1

    Good dicision of CM sir for people of Assam.

  • @KalpanaBorthakur-iq5dg
    @KalpanaBorthakur-iq5dg День назад +2

    Good Step🙏🙏❤️❤️

  • @dipashrimaina8008
    @dipashrimaina8008 День назад +4

    Mama well come to2026

  • @basantadas7513
    @basantadas7513 День назад +2

    সঠিক সিদ্ধান্ত

  • @KishorsVlogs
    @KishorsVlogs День назад +2

    ❤❤❤ very good step

  • @himanisaikia1889
    @himanisaikia1889 День назад +1

    Himanta Sir a koi nahai kori dekhai ....proud of you sir....Apuni ai kam tu koribo parile siro din Assamese people secured habo

  • @gaurabkeot9583
    @gaurabkeot9583 День назад +3

    Mama jui

  • @swarajkumarnath9453
    @swarajkumarnath9453 День назад +9

    বৰ ভাল লাগিল মূখ্যমন্ত্ৰীৰ কথা খিনি। বিৰোধী চিৰুধি এইবোৰ কৰি থাকি লাভ নাই। কাম টো হলেই হল

  • @anantabordoloi7452
    @anantabordoloi7452 День назад +4

    3 generation bill khon bhal korise mamai❤❤

    • @protimadutta2890
      @protimadutta2890 4 часа назад

      এই গোটেই বোৰ নাটক 2026 ৰ নিবাচনৰ বাবে----

  • @bitunath8618
    @bitunath8618 День назад +4

    Joi aai akham

  • @DibakarSaikia-p3d
    @DibakarSaikia-p3d День назад +2

    Good step...

  • @SaratDekajaiBJP
    @SaratDekajaiBJP День назад +2

    Good job jai akham

  • @chandanjyotikalita6229
    @chandanjyotikalita6229 День назад +1

    এ ৰাম, আন্দোলন কৰিব পাৰে সংগঠনে তাক প্ৰতিফলন কৰে চৰকাৰে।

    • @debajithokai4731
      @debajithokai4731 8 часов назад

      চৰকাৰে কৰিলে সকলো কামেই কৰিব পাৰে, নকৰে বাবেহে আন্দোলন কৰিবলগীয়া হয়, aasu ক চৰকাৰে কৰিবলৈ ক্ষমতা দিব ? কামটো কৰাৰ ক্ষমতা চৰকাৰৰ হাতত হে থাকে,যদি পৰা হৈ নকৰাকৈ থাকে নেকি।

  • @Chabinikalita
    @Chabinikalita День назад +3

    🙏🙏🙏

  • @krishnakantamedhi6514
    @krishnakantamedhi6514 День назад +1

    Atanu Bhuyan Sothik aru samayupojogi bislesok❤

  • @probitrogogoi1251
    @probitrogogoi1251 День назад +3

    Hoi Ai assam

  • @narayandas1655
    @narayandas1655 День назад +3

    Good sajetion

  • @ranjanpagbondha2567
    @ranjanpagbondha2567 День назад +2

    great

  • @sunilgogoi3003
    @sunilgogoi3003 День назад +3

    Atonu da❤❤

  • @smsinging4650
    @smsinging4650 День назад +2

    100%✅✅

  • @vikashrabha1615
    @vikashrabha1615 День назад +2

    👍

  • @joydevbiswas8609
    @joydevbiswas8609 День назад +2

    CM sir good

  • @sukumarmedhi5091
    @sukumarmedhi5091 День назад +1

    Salute C M Sir.

  • @mantumahanta8622
    @mantumahanta8622 День назад +4

    সুন্দৰ পদক্ষেপ

  • @PolDey-tb8qu
    @PolDey-tb8qu День назад +1

    Nice Himanta da.Agg kata bilakak cair naoribo.Bidhan sabhat doriya sagoli nokhile siyorile SMLir bhitorate bhandhi thaba.aaral lager loi jabo

  • @jadumonihazarika998
    @jadumonihazarika998 День назад +1

    Result loi bat Sai thakim. Thagabao pare to

  • @abusiddik9430
    @abusiddik9430 День назад +1

    Good mamà

  • @ganeshsarma7655
    @ganeshsarma7655 День назад +1

    Yes, o.k.

  • @sanjibkonwar7691
    @sanjibkonwar7691 День назад +1

    ধূৰৰ

  • @dipalisaikia4059
    @dipalisaikia4059 День назад +1

    ❤👍👍👍👍👍👍👍

  • @jituneog4920
    @jituneog4920 День назад

    আপুনি পঞ্চায়ত ৰ ওপৰত কোনো ধৰণৰ বাতৰি পৰিবেশন কৰা নাই

  • @riturajbaruah5329
    @riturajbaruah5329 День назад

    Long live CM sir. Very good step .

  • @bhargabray519
    @bhargabray519 День назад +1

    Ok

  • @anantabordoloi7452
    @anantabordoloi7452 День назад

    Mamai kam kisumn bhal korise electionor agot👍👍Yes he is talented👍

  • @pjcreativemusic1742
    @pjcreativemusic1742 День назад +1

    কৰি দিলে বুলি কিয় কৈছে এতিয়াও কৰা নাই যেতিয়া আখৰে আখৰে কৰিব তেতিয়াহে কৰিলে বুলি কব পৰা যাব আৰু তাৰ বাবে মামাক অশেষ ধন্যবাদ যাতে হয়

  • @kiranchetry9440
    @kiranchetry9440 День назад +4

    Akdom khosa aru khoito kothaa.... Gutei Indiat HBS aru yogi adityanath or nisina hinduttabadi sorkar ok ami salute diboi lagibo

  • @sanjibbora1789
    @sanjibbora1789 День назад

    ৰত্নাকৰ বাল্মিকী হৈছে নি বাৰু ভূঞা দা?

  • @ভিন্নতা-জ৭ষ
    @ভিন্নতা-জ৭ষ День назад +2

    ঘন্টা, আগত কৰি দেখুৱাওক তাৰ পিছত বিশ্বাস কৰিব । কথা আৰু কামৰ,মাজত পাৰ্থক্য থকা মুখ্যমন্ত্ৰী জনৰ এনে প্ৰতিশ্ৰুতি আগত পাহাৰ মিথ্যাচাৰ সমান হ'ব । নিৰ্বাচিনৰ আগত এইজনৰ চকী থৰকবৰক হৈ আছে গতিকে চকী বচাব বাবে এনে ইচ্ছু বাচি লৈছে।

  • @maheshkalita146
    @maheshkalita146 День назад +1

    Hbs zindabaad