মাজুলী ৰাইজৰ বিপুল সহাঁৰি 🙏 Pa:me Appun lékoda

Поделиться
HTML-код
  • Опубликовано: 7 окт 2024
  • মাজুলীবাসী তথা সকলো ৰাইজে আমাৰ Pa:me Appun Lékoda ছবিখনক মুকলি হৃদয়েৰে আকোৱালি লোৱাৰ বাবে আমি সঁচাই সুখী হৈছোঁ ।🙏 আপোনালোকৰ অদম্য মৰম আৰু সঁহাৰিয়ে আমি কৰা আশাতকৈ অধিক অতিক্ৰম কৰিছে। এইয়া সঁচাকৈয়ে আমাৰ বাবে এক সফলতা! আপোনালোকলৈ মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা ও ধন্যবাদ থাকিল। সঁচাই আপোনালোকৰ মিচিং বোলছবি জগতলৈ থকা মৰম দেখা পাইছোঁ।❣️অনাগত দিনত আপোনালোকে মৰম আৰু আশীৰ্বাদ পাম বুলি আশা ৰাখিলোঁ।🙏

Комментарии • 48