Bauli Fagun [ বাউলী ফাগুন ] || Ep - 441|| 30/07/2024
HTML-код
- Опубликовано: 7 сен 2024
- ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে ।
Follow Rengoni TV :-
Facebook: / rengonitv
RUclips: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo
আজিহে বহুত বহুত বহুত ভাল লাগিল কুহিয়ে যে অনকিতক দেখা পালে । ❤❤❤❤
বাউলী ফাগুন ভাল লাগিচে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
অৱশেষত কুহিয়ে অংকিতক লগ পালে❤❤
Hoi diya ..buku xon kiba kopi uthise 😢
❤❤❤
ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে
সুন্দৰ ....❤
Sasai @@RajumoniRajumonidas
অপেক্ষা কৰি আছো কাই লৈ কাৰণে ❤️❤️
বহুত বহুত উৎকণ্ঠাৰে পৰৱৰ্তী খণ্ডলৈ অপেক্ষা কৰিলোঁ।
ছিৰিয়েল খনত প্ৰেমকে বেছি গুৰুত্ব দি আছে।একো অৰ্থ নাইকিয়া হৈ পৰিছে।সদায় সদায় একে সোৱাদ পাই থাকিলে সময়বোৰে গতি হেৰুৱাই।
Hoi ooo
Moja lagise aji
আজি খন্দা লৈ অপেক্ষা
Hari prosade val ovinay korise.
একফুল দৌ মালি
কালি লৈ অপেক্ষা❤কৰা❤সকলো🎉like❤কৰক
পৰীক ডাঙৰ-দীঘল কৰা মাক বাপেক হাল কলৈ গ'ল । তাই তাহাতক পাহৰি ইমান সোনকালে এইখন ঘৰৰ লগত মিলি গলনে? অসম্ভৱ দোখোন।
কহিনী
Kuhi a ankitok log pale.
Pasor khini ki ba hobo!!!
Moi kintu kuhir opekha hofol huatu bisaru.Ankitor u ghorkhon basibo. Gunjonor babe bohut suali ulabo..........❤❤❤❤❤
Pisoloi jie nohok aji dekha puar krne bohut vl lagil ❤❤p❤
Mojja❤❤❤
মজা লাগিল চাই ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤❤❤❤🎉
অপেক্ষা.....❤
❤❤hi😊
Mojahhh❤
kune kune wait kri asa like kra 💗
অপেক্ষা ❤
❤❤❤❤❤❤❤❤❤❤
কুঁহি পাগল হৈছে
বাউলী ফাগুন চাবলৈ অপেক্ষা কৰি থকা সকলে এটা 👍 কৰি দিব ।
Next episode
🎉🎉❤
Love from jorhat ❤
অংকী তৰ দাৰি কাতি ব❤❤❤❤❤
অপেক্ষা মাথো
❤❤❤❤val lagil
Kohe❤
Bauli fagun sai kune kune vl puwa ata like kora❤
Very very nice ❤
Moja❤
Mojja da
moja
De vogoban aji Ankit k kuhi log korai de ❤ ajihe Val lagise
ভাল লাগি লাভ নাই কাৰণ অঙ্কিতে নিজেই কুহিৰ সন্ধান কৰা নাই ঘুৰি আহি॥ কুহিয়ে এতিয়া গুঞ্জনৰ দৰে মৰমিয়াল মানুহজনকে স্বামীৰ মৰ্যাদা দিয়াটো বিচাৰো॥
😂❤
Love from golaghat
❤❤❤❤
❤wow❤
Aha kli episode tu loi apekha❤❤❤
Waiting for the next episode 😂😂❤❤
কি যে কুঁহি তোমাৰ আতংকিত কৰি থকা মানুহ জন আজি কাষত দেখিলা ?নাকান্দিবা কুঁহি বা
😂😢😅
Moja lgil dai ajir episode tu sai 🎉🎉 skip tu moja likhisa kin2 .... ❤❤🎉🎉🎉
First comment ❤❤❤❤❤😊
😊😊😊😊😊
কংস মামা ভাগিনৰ কি হ’ব বাৰু ? শেষ কৰি দিলে সেইকাৰণে সিধান্ত লওতে দহবাৰ ভাবিব লাগে বুলি ডাকৰ বচনত পাইছিলো
অপেক্ষা 😢
Nice. To ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
nice 👍🏻👍🏻
Koi diya karony Val hol gunjon Val lora ❤
Finely ❤
❤
good morning 👍👍
Nice to
Ankit kuhir pora Tumi he atori asila kuhi atori thoka nai gotike dukh tumari ase
Wating
Kuhie kothatu kua nai vabihe asil mane❤
Waiting
Nice ❤️❤❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
আহিলে আহিলে ৰাইজ কোন কত আছে আহক🎉
Ankit kuhik bhull nubujiba tumar karone kuhi bohut din roi asil aru atia kuhik lg pala buji pua kotha hua parile kuhik xoma Kori di gunjonor log hukhi hoboli dia karon gunjonor gat dukh nai 17:39
Uuu bhabi he asil mane 😅
Ankit alop besi hoise
Hi❤❤❤❤
Hariposad 🙄😁
❤❤❤😂
Duhk lagise 😂
এইবাৰ কুঁহিৰ কি হ'ব ? অংকিত চক খালেনে ?
🏆💗
Kaliloi Jen alop hunkale sab paru
সীমাৰ
Danjar jagat rokhai dea dai
😢
Nice to♥️♥️♥️♥️
Kuhi ahankarok kune kune beya pai
বাউলী ফাগুন শেষ হলে kar kar বেয়া লাগিব like কৰা
Kuna kuna sai asa like kora ✨
Like kora moko ❤❤
d
Moi salo good night
gunjone tihk kotahi vabisile
Kuhi. Tomar. Angkitok. Dekha. Pai. Hihi. Utha. Nai. Ne. Jonaba
Kuhi aru Kiman bar biya hba
Like ,টিলিঙা, subscribe kari dileo nahe j.
বাউলী ফাগুন ভাল লাগিচে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তাই মাকক কথা দি থৈছে ।❤❤❤❤
❤❤❤
❤❤❤❤❤❤❤
❤
❤❤
❤❤❤❤
❤❤