Krishna Prabhu he bapjan apunak sewa jonalu ,bap Apunak prathom log pai apunar Sri mukhe bhagowat suni bohut bhal lagisil aru Mon aatmat Anekua lagisil aru Jodi olop sunibo pariluheten,,,,,, aru moi Iman bhagoman aji 1month hol you tube or joriote apunak sodai log Pai apunar modhur konthore bhagowat suni asu, bor anondit hoisu Krishna krishna
Hu pravat bhagawantak hewa janai aapunaku hewa dharisu ,juwa kalir video vag moi aaji ratipuwahe hunisu jihetu kali alap hunkalei hui galu gatu bar val nasil kintu puwai nitya karma kariyei aivag huni lalu val lagil krishna.
Hu pravat Ishawat pravuk hewa janai lagate aspunaku hewa dharisu aapunar video vag moi aaji puwa nitya karma kari hunisu jihetu kali alap ga bea asil , heye puwa huni bar val lagil krishna.
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
আপোনাৰ ভাগৱত পাঠ শুনি মোৰজীৱন ধন্য হৈছো প্ৰভু
🌹🌹🌹জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ🌹🌹🌹🌹
Krisna bab apunar bhagabad bakhyai eswar darsan korai aamar jibon dhanya korale krisna🙏
Joi guru Sankar 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ হৈছে 🙏🙏🐚🔱🕉️😷😷🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভুজনা প্ৰণাম
ধন্যবাদ ৰাম কৃষ্ণ প্রভূ 🙏🙏🏼🙏🙏🏼🙏🙏🏼🙏🙏🏼
Krishna Krishna 🙏🙏 he baap apunk koti koti hewa jonalu...apuni hodai kukhle thakok.krishna Krishna 🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ ,সেৱাহে ।ভাগৱতৰ শৰীৰ তত্বৰ ভিতৰত যে বিজ্ঞান জড়িত হৈ আছে জনা নাছিলো ।বহুত বহুত ভাল লাগিল ।নিয়মিত ভাবে ভাগৱত শ্ৰৱণ।কৰিবলৈ কৃপা কৰে যেন প্ৰভু ।কৃষ্ণ কৃষ্ণ ।
Krishna baap ! Ati xunder path- byakha Shrawan koriboloi palo.vl lagil, krishna !
Joy Guru sankar .Bup Esawarloi pranam jasilu. 🙏🙏🙏
ধন্য প্ৰভুজন, অাপোনাৰ দ্বাৰা শ্ৰীদ্মভাগৱতৰ যি সাৱলীল অাৰু অমৃতোপম মনোগ্ৰাহী ব্যাখ্যা হৈ অাহিছে শ্ৰৱণ নকৰি পাৰে কোনে । সচাঁকৈ অাপুনি ব্যক্ত কৰাৰ দৰেই ভগৱত ভক্তিৰ দ্বৰায় মানুহক " মানুহ " হিচাবে গঢ় দিয়াই স্ৰী শ্ৰী ইশ্বৰ পুৰুষৰ মহত্তমৰো মহত্তম লক্ষ্য । কৃপাল গুৰু জনাই অবিনাশী-চাৰি মানৱ জাতিক দি গল অাৰু অামি মূঢ়মতি এচামে মুঠেই অনুধাৱন কৰিব নোৱাৰিলো বা নাইপৰা । ধন্য প্ৰভু জন । পুনঃপুনঃ সেৱা নিৱেদন কৰিলো ।
কৃষ্ণ কৃষ্ণ👏
কৃষ্ণ কৃষ্ণ মাধব সেৱা জনালোঁ
কৃষ্ণ বাপ গুৰুজনা লৈ সেয়া হৈ যাচিলোঁ ।
Krishna baap jona aapunar loi kowti kowti pronam jonalu 🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🤲
কৃষ্ণ বাপ সেৱাঁ ভাগি জনালোঁ কৃষ্ণ 🙏🙏 অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। আপোনাক বহুত বহুত ধন্যবাদ, আপোনাৰ দ্বাৰা আমি কৃষ্ণ কথা শ্রৱণ কৰিব পাইছোঁ বাপ। ভগৱন্তই আপোনাক ভালে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
chario bador chari akhyor xar karhi aani brahmadebe bakot karia thoila narayana nam........
Hey kripal guru aponar avoy charanat mor xatkoti pronam nibediso .Provu bhagawantoy aponar logote jogotor xakaloke kripa karak.
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ । কোনো কোনো অনুষ্ঠানত ভকতৰ মূখ্ত দেহ তত্ত্ব বিষয়ে শুনিব পাও কিন্তু ইমান মুকলিকৈ বুজি পোৱা নাছিলো । আজি আপোনাৰ পৰা মুকলিকৈ জানি ধন্য হলো । কৃষ্ণ বাপ কৃষ্ণ ।সেৱা জনাইছোঁ ।
কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব ।কৃষ্ণ নাম শুনিলে মন অতি আনন্দ লাগে । ভগৱন্তৰ ওচৰত এটাই প্ৰাৰ্থনা যাতে মই য'তেই নাথাকো কিয় কৃষ্ণ কথা শুনাৰ পৰা বঞ্চিত নহও। আপোনাৰ ভাগৱত পাঠ শুনোতে নিদ্ৰা যেতিয়া আহে মই মনতে ভাবোঁ যিজন ঈশ্বৰৰ মাতি আছো তেওঁৰ আজিলৈকে দৰ্শন দিয়া নাই তুমি আকৌ নমতাকৈয়ে আহিলা । কৃষ্ণ বাপ অপৰাধ ক্ষমা কৰিব নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে কৃষ্ণ
👏 কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ |
কৃষ্ণ বাপ!
উত্তম বাপ, উত্তম বিশ্লেষণ |
অভিভূত হ'লো বাপ শৰীৰ তত্বৰ ব্যাখ্যা শ্ৰৱণ কৰি | সচাঁকৈয়ে আচৰিত যে ভাগৱতৰ আধাৰত
বিজ্ঞান প্ৰকাশ পাইছে যি কথা আমি
কোনোদিনে আমি অনুভৱ কৰায়ে নাছিলো | বহু জ্ঞান প্ৰাপ্তি হৈছে প্ৰভূ |সেৱা নিবেদিলোঁ চৰণত, গ্ৰহণ কৰিব প্ৰভূ | কৃষ্ণ কৃষ্ণ হৰি ৰাম |
কৃষ্ণ বাপ, কৃষ্ণ......
Krisno krisno Bap pronam jonaisu krisno
বাপ আপোনাৰ চৰণত এভাগি সেৱা আগবঢ়াইছো 🙏। কৃষ্ণ কথা এই মহান মহৎ তত্ত্ব মোৰ দৰে পাপীক শুনিবলৈ এই কৃপা কণ কৰাত।🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱাহে জনালো কৃষ্ণ🙏
🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ভক্তি পূৰ্ণ শ্ৰদ্ধা জনালোঁ 🙏🙏🙏❤️❤️❤️❤️
কৃষ্ণ ৰাম কৃষ্ণ ৰাম প্ৰভূ বাপ ইমান সুন্দৰ বাখ্যা শুনি বহু আনন্দ লৈছো। ইয়াৰ উপৰিও এই অমৃত বানী ইমান ধুনীয়া কৈ বহলাই কোৱা বাবেই আমাৰ দৰে মূঢ়মতিএ বুজিব পাৰি ছো। কৃষ্ণ পৰম গুৰুক প্ৰাৰ্থনা জনায় ছো বাপ জনক শ শ বছৰ আয়ুষ দিয়ক। অজ্ঞানীলোকক জ্ঞান বিলাবলৈ। পুনৰ সেৱা জনাইছো বাপ কৃষ্ণ
Krishna bap sewa 🙏🙏🙏
কৃষ্ণ বাপ শতকোতি প্ৰণাম জনালো।সোন্দৰ
Krishna Bap🙏🙏
Krishnan, Krishna, bap sewa jonaisu apunak amaku kripa more Jen .
Outstanding analysis of bhagawat ...God bless you.... Krishna
🙏🙏 কৃষ্ণ কৃষ্ণ
Krishna Prabhu he bapjan apunak sewa jonalu ,bap Apunak prathom log pai apunar Sri mukhe bhagowat suni bohut bhal lagisil aru Mon aatmat Anekua lagisil aru Jodi olop sunibo pariluheten,,,,,, aru moi Iman bhagoman aji 1month hol you tube or joriote apunak sodai log Pai apunar modhur konthore bhagowat suni asu, bor anondit hoisu Krishna krishna
কৃষ্ণ প্ৰভূ সেৱা জনালো গ্ৰহণ কৰিব।হদয়ত বহি থকা দেৱতা সকলৰ বিষয়ে জানিবলৈ পায় ধন্য হ'লো। কৃষ্ণ কৃষ্ণ কৃষ্ণ
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 sata.kowti.pranam🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna bap panam 🙏🙏🙏🙏
Jai Guru. Sankardev.. Ram krisna Hari. Ram krisna Hari. Ram krisna Hari.. Bap. Jonaloi. Koti koti pranam.
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ ।
বলীক কৃপা কৰাৰ দৰে আমাকো আপুনি পৰম কৃপা কৰিলে বাপ । আজি আমি গৃহত থাকি আপোনাৰ শ্ৰীমুখে প্ৰকাশ কৰা বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ ভাগ শ্ৰৱণ কৰি তেওঁ চৰণত সেৱা জনাবলৈ সুযোগ পাইছো । কৃষ্ণ কৃষ্ণ।।
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনালো ।
কি পুণ্যে পালোঁ প্ৰভু আপোনাক লাগ, অদ্যপি নেৰে দেখো মায়ায়ে আমাক। ৰাত্ৰি দিনে আপোনাক চিন্তিবাক মনে , প্ৰতিজ্ঞা কৰিলো আপুনি যতনে। তথাপি নেৰায় দুষ্ট মায়াৰ পাশ, দিনে দিনে বাঢ়ে দেখো পুত্ৰ ভাৰ্যাত আমাৰ আশ। কেনমতে চিন্তিবহো , ভাবি নেপাও পাৰ , দুৰ্ঘোৰ সংসাৰৰ মায়া কিদৰে হও পাৰ। কৰা কৃপা প্ৰভু আমাক পুণ্য ভাবে, সংসাৰ তৰিতে যাতে বাসনা উপজে। শ্ৰৱণত কীৰ্তনত আমাৰ যদ্যপি আছে মতি, তথাপি নেৰে পাশ মায়ায়ে সম্প্ৰতি।
Krishna Baap Parnam 🙏🙏🙏🙏
কৃষ প্ৰভূ প্ৰথমে সেৱা ধৰিছো গ্ৰহন কৰিব ।দেহ তত্ব শুনি বৰ শুখি হৈছো ।আপোনাৰ পৰিয়াল ইশ্বৰে সদাই সুখ শান্তি বিৰাজ কৰক ।
কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালোঁ। আপোনাক ভগৱানে কুশলে ৰাখক 🙏🙏
ৰাম ৰাম ৰাম,,.শ্ৰোতা সমূহ প্ৰভু সকল সকলোৱে লাইক কৰক
কৃষ্ণ বাপ ।সহশ্ৰ পৃনাম জনালো।আৰু ভাষা নাই কৃষ্ণ
🙏🙏কৃষ্ণ ৰাম 🙏🙏 জয় গুৰু শংকৰ মাধৱ 🙏🙏সেৱাহে বাপজন 🙏🙏 ।গোটেই খিনি বাস্তৱ সন্মত বিজ্ঞানৰ কথা ভাগৱতত আছে। জানিব পাৰি বহুত ভাল লাগিল।। কৃষ্ণ।। 🙏🙏
কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম । সত্য সদায় জয় ।🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ,
হৃদয়ৰ পৰা ক'লো অতিকে ভাল লাগিল । সেৱা প্ৰভু ।
কৃষ্ণ 🙏🙏🙏 বাপ জন সেৱা গ্ৰহণ কৰিব।
Dhanyabad prabhu , opekha kori roi asilu, Krishna Ram
কৃষ্ণ কৃষ্ণ ৰাম ৰাম ,প্ৰভু সবাৰো চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ প্ৰভু জনা সেৱা জনালোঁ
মায়াময় বিষয়ত তেজি মিছা মতি
সদায় আপুনাৰ ঈছৰৰ বাখ্যা শ্ৰবণ
কৰি থাকো ।ৰাম কৃষ্ণ
Krishna hai prabhu apunak hewa jonalu prabhu
ৰাম ৰাম ৰাম ৰাম,।
কৃষ্ণ🙏
Baap Ati sunder Bakhya. Krishna Krishna.
🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ওঁম হৰি ৰাম মাধৱ প্ৰভু পুৱাৰ সেৱা ভাগি গ্ৰহন কৰিব নমস্কাৰ ।শৰিৰ তত্ত্ব কথা শুনি ভাল লাগিল ।আপোনাৰ জয় হওক পৰমপিতা উচৰত প্ৰথনা জনাইছোঁ । ৰাম কৃষ্ণ কৃষ্ণ হৰি 🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ।
কৃষ্ণ বাপ ঈশ্বৰ, আপোনাৰ কুশল মংগল কামনা কৰি সেৱা নিবেদিলো।এই ধাৰাবাহিক অনুষ্ঠান শুনি জীৱন ধন্য হৈছে।বৰ সুন্দৰ সুন্দৰ কথা শুনি সচাকৈঁ বৰ আনন্দ লভিছো।কৃষ্ণ.... ঈশ্বৰে কৃপা কৰক।
🙏🙏🙏krishno krishno
আল্পুট হ'লো।আপোনাৰ দ্বাৰা কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা শুনি মনত আনন্দ অনুভৱ কৰিলো।ঈশ্বৰে সবাকো কুশলে ৰাখক।জয় শ্রী ৰাম।
কৃষ্ণ কৃষ্ণ অভাজনৰ সেৱা ভাগি গ্ৰহণ কৰিব ।
কৃষ্ণ কৃষ্ণ বাপ জনা সুপ্ৰভাত l
কৃষ্ণ কৃষ্ণ বাপ
কৃষ্ণ | প্রণাম 🙏🙏🙏🙏 প্রভু |
কৃষ্ণ বাপ । আপোনাক গুৰু ভযি গুৰু সেৱা জনালোঁ ।
Hu pravat bhagawantak hewa janai aapunaku hewa dharisu ,juwa kalir video vag moi aaji ratipuwahe hunisu jihetu kali alap hunkalei hui galu gatu bar val nasil kintu puwai nitya karma kariyei aivag huni lalu val lagil krishna.
জয় শ্ৰী কৃষ্ণ বাপ
জয় জগন্নাথ
প্ৰনাম 🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 🙏
Ajir path vage amak bohutu nojona kothar sondhan dile ....pravu apunaloi sewa jasilu,,krishna...suvratri
Krishna krishna bap sewa janaisu krishna
প্রভু সেৱা জনালো। আপনাক বহুত বহুত ধন্যবাদ
Jai shri krishna 🙏🙏🙏
কৃষ্ণকৃষ্ণ ভাগৱতৰপৰম অমৃত ময ৰস
সবব" দিশে বিযপি জগত কল্যান হওঁক।
সেৱাযাচিলোঁ । হৰি- কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃপাৰ সাগৰ দৈবকী নন্দন চৰণে কৰো প্ৰণাম।
Krishna Krishna 🙏🏿 prabhu Satkokuti pranam
Hu pravat Ishawat pravuk hewa janai lagate aspunaku hewa dharisu aapunar video vag moi aaji puwa nitya karma kari hunisu jihetu kali alap ga bea asil , heye puwa huni bar val lagil krishna.
Om namu narayan🎉om namu narayan🎉om namu narayan🎉riju pathak bap ki jay ho shri narayan ji ki jay ho jay jay ho🎉
কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব।
কৃষ্ণ কৃৃৃষ্ণ সেৱা গ্ৰহন কৰিব আপোনাৰ শ্ৰী চৰনত শতকোটী প্ৰনাম জনালো
Very good riju phatak
কৃষ্ণ বাপ সেৱা আগবঢ়ালো কৃষ্ণ।
কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ বাপ ভাগৱতৰ কি যে মধুৰ ব্যাখ্যা কৰি শুনালে সচাকৈয়ে আমি ধন্য হৈ গৈছো ।
Krishna Ram Krishna Ram Krishna Ram Krishna Ram
Krishna Krishna🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব
Krishna Krishna bap sewa jonlu.
কৃষ্ণ বাপ সেৱা জনালোঁ🙏🙏🙏
Krisna krisna bap jon bor Vl lagil deiiiiii
Krishna krishna .
Krishna bap apuner vagawat path xuni bohut Val lage .pua godhuli xuni thaku .
কৃষ্ণ বাপ সেৱা জনালো 🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏🙏🙏
Krishna Krishna Krishna prabhudev pronam and huprovat to you.
কৃষ্ণ কৃষ্ণ বাপ জনালৈ সেৱা জনাইছো ।
ক়্ষ্ণ ক়্ষ্ণ প্ৰভু .সেবা নিবেদিলো ..🙏🙏