Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অতি সুন্দৰ অতি সুন্দৰ
বহুত সুন্দৰ লাগিছে ❤❤❤🎉🎉🎉
ৰাৱে কৃষ্ণ 🙏🙏🙏🙏🙏🪔
ইউটিউব যোগে আপোনালোকৰ ৰাসভাগ উপভোগ কৰাৰ সৌভাগ্য হ'ল। আপোনালোকৰ গীত অতিশয় শুৱলা সুৰীয়া আৰু কৃষ্ণ ভক্তিৰে সিক্ত মনপৰশা হৈছে, হবই কাৰণ মাজুলীৰ কমলাবাৰী সত্ৰই সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্ভুক্ত ৰাসক্ৰীয়াভাগৰ ধাৰক বাহকৰ মূল স্তম্ভ। মনপ্ৰাণ চুই গৈছে।শলাগিছো। আগতে আমিবোৰে ৰাস বা মহাৰাস বুলিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাসক্ৰীয়া বা কেলিগোপাল নাটভাগৰ গীত নৃত্য বাদ্য সংলাপ আৰু আছূতীয়া পৰিবেশন কলা খিনিহে বুজিছিলোহঁক। আজিকালি ৰাসক্ৰীয়াৰ লগত আগৰ শিশুলীলা, কালীয়দমন আৰু পাছৰ কংস-বধ খণ্ডও যোগ দিয়া হ'ল। হ'লেও ৰাসক্ৰীয়া ভাগেই মূল। বৰ্তমান সময়ত মহাপুৰুষ জনাৰ ৰচনাৰ নহয় এনেকুৱা বহুতো গীতৰ, কেৱল মনোৰঞ্জনৰ বাবে, ৰচনা চৰ্চা পৰিবেশন বহুলভাৱে কৰা হবলৈ ধৰিছে। এনে ধৰণৰ গীতসমূহকে ৰাসলীলা বা ৰাসক্ৰীয়াৰ গীত বুলি চলাই দিয়া হৈছে আৰু নতুন প্ৰজন্মক শিকোৱা হৈছে, শিকিছেও। এনেদৰেই মহাপুৰুষজনাৰ মহান সৃষ্টিৰাজী আমি পৰিবৰ্তন কৰা আৰম্ভ কৰিলোৱেই। কেৱল মনোৰঞ্জনৰ বাবে যদি এনে কৰা হৈছে তেন্তে অদূৰ ভৱিষ্যতে যিকোনো পুঁজিপতিয়ে বৃহৎ পুঁজি বিনিয়োগ কৰি নিত্য নতুন গীত ৰচনা কৰি, নিত্য নতুন কলা-কৌশল প্ৰয়োগ কৰি, অধিক মুনাফাৰ বাবে, ৰাসলীলা বুলি ব্যৱসায়িক নৃত্য গীত বাদ্য সংলাপ আদি নিজৰ অ-মহাপুৰুষীয়া অভিনয় শৈলীৰে উপস্থাপন কৰিবলৈ ধৰিলে কোনে কিহৰ ভিত্তিত এয়া আমাৰ ৰাস নহয়, অশুদ্ধ হৈছে বুলি বাধা দিব পাৰিব? তেনেকুৱা লাভৰ বাবে হোৱা প্ৰতিযোগিতাৰ পৰিস্থিতিত পবিত্ৰ শ্ৰী শ্ৰী কমলাবাৰী, শ্ৰী শ্ৰী বৰদোৱা, শ্ৰী শ্ৰী বৰপেটা আদি সত্ৰ সমুহে নিঃস্বাৰ্থভাবে ৫/৬শ' বছৰ ধৰি মাতৃ যশোদাই প্ৰাণকৃষ্ণক বুকুত বান্ধি লালন-পালন কৰাৰ দৰে সত্ৰীয়া সংস্কৃতিভাগ ধ্ৰুপদী সংগীতৰ এটি স্বকীয় বৈশিষ্ট্যতাপূৰ্ণ সুকীয়া থূল হিচাপে পৰিগণিত কৰোৱাই ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত কৰোৱালেহি সেই সত্ৰীয়া সংগীতৰ অন্তৰ্ভুক্ত ৰাসক্ৰীয়াৰ স্বকীয়তা বৈশিষ্ট্যতা কিবা বাকী থাকিবগৈনে? আজি কালি ইউটিউবতে মানুহৰ পৰা চকুৰ পচাৰতে পশুপক্ষী, পশুপক্ষীৰ পৰা মানুহ হৈ যোৱা যাদুৰ ভিডিঅ' প্ৰদৰ্শন হৈ আছে। নিজ চকুৰে তেনে পৰিবেশন চোৱাৰ পাছত সত্ৰীয়া সংস্কৃতিৰ মুখাশিল্প চাবলৈ কোনোবা আহিবনে ? নিজৰ স্বকীয়তা ৰক্ষা কৰি মহাপুৰুষীয়া নাটভাগৰে গীত নৃত্য বাদ্য সংলাপ অভিনয়েৰে ৰাসক্ৰীয়া নাট ভাগ উপস্থাপন কৰি জগতক প্ৰদৰ্শন কমলাবাৰী সন্মিলনীত শিল্পী সমাজৰ দৰে অনুষ্ঠানেহে কৰিব পাৰিব। এয়া আমাৰ দৰে ৰাসৰ দৰ্শকৰ দ্বাৰা আশা কৰা হয়। আৰু বৰ্তমানৰ পৰিবেশন বিলাকৰ পৰা বাছনি কৰি কাৰ ভাগ মহাপুৰুষজনাৰ সৃষ্টি ৰাসক্ৰীয়া নাট অবিকৃত শুদ্ধ পৰিবেশন বুলি অন্যলোকক দেখুৱামহঁক বুলি চিন্তিত হওঁ।অথচ আমি অসমীয়াখিনিয়ে অহৰহ কৈয়ে আছো অসমীয়াক ভাষা-সাহিত্য-সংস্কৃতি দি সুসভ্য জাতি কৰি গঢ় দিওঁতা জগতৰ অদ্বিতীয় শ্ৰীমন্ত শঙ্কৰদেৱক জগত সভাত উজ্জ্বলাই তুলিমহঁক । সাম্প্ৰতিক অসমত এক সাংস্কৃতিক আন্দোলনৰ ৰূপ লোৱা ৰাসক্ৰীয়া আৰু ভাওনা উপস্থাপনেই ইয়াৰ বাবে সুবৰ্ণ সুযোগ হৈ উঠা যেন কৃষ্ণ-শঙ্কৰ ভক্তিপ্ৰাণ ৰাইজে অনুভৱ নকৰে জানো! --- ডা.গয়া প্ৰসাদ শৰ্মা, গৌৰীসাগৰ।
সুন্দৰ। । জয় শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ। নমো 🙏🙏🙏
Radhe Krishna Namu Namah Pronam Koti koti Pranam 🙏🙏🙏
Veri veri Nice Radha krishna 🎉 ❤ 🎉 ❤ 🎉 ❤
ৰাস .বুলিলেই ভাল লাগে
কৃষ্ণ ,সছাই ৰাসলীলা অপূব কৃষ্ণ
Very. Very. Good. Raksh. Hoise
ৰাস মানেই আনন্দ বৰ ভাল লাগে।
Bhout dhunia majulir moharas.❤
অতি সুনদৰ
বৰ সুন্দৰ, ৰাধাৰ সাজপাৰ সুন্দৰ। আনবোৰ ৰাসৰ দৰে অন্তত: কপালী পিন্ধোৱা নাই। অৱশ্যে ৰাসৰ গীতত বৰগীতৰ ব্যৱহাৰ বা তেনে সুৰৰ গীতৰ ব্যৱহাৰে অসমীয়া ৰাস অৰ্থাৎ সত্ৰীয়া পৰম্পৰাগত ৰাসৰ সৌন্দৰ্য বৃদ্ধি কৰে।
Bhal hoise
❤🎉❤
ৰাসচাই।মোৰবৰভাল।লাগে❤❤❤
Krishna Veri Nice jai Srikrishna
ssgotom rakh mahutsaboloi
Bor Hundor
❤❤❤🎉🎉🎉😊😊😊
🙏🙏🙏🙏🙏
Nice
১৯৮০ দশকত মাজুলী কমলাবাৰী মিলন সঙ্ঘৰ হোৱা ৰাস উৎসৱৰ শ্ৰেষ্ঠ Painter জন আছিল স্বৰ্গীয় ডা: নৃপেন কটকী।
Nice❤
Thanks
OK loop look lkoklkollo look k loop ll9kk
@@fagunfagun8488 loop loop Loki mop loop ll
@@fagunfagun8488 LMK lllo loop IP o
@@fagunfagun8488 OK lip JK klkkol loop lol loop loop Loki loop look kloll9lkklk mop l K-pop
Majulir nisina ras kotuway hob nuware.
❤❤
Not similar than Tezpur Rash, it is quite different, Tezpur people does not accept such Rashleela, yet it's looking beautiful ❤❤❤❤❤❤❤❤❤❤❤
মাজুলীৰ নিদৃষ্ট ঠাইৰ নাম দিব লাগে।
Stage কৰা ৰাস ভাল নালাগে। আমাৰ ভাওনা হে ভাল লাগে
❤❤❤
অতি সুন্দৰ অতি সুন্দৰ
বহুত সুন্দৰ লাগিছে ❤❤❤🎉🎉🎉
ৰাৱে কৃষ্ণ 🙏🙏🙏🙏🙏🪔
ইউটিউব যোগে আপোনালোকৰ ৰাসভাগ উপভোগ কৰাৰ সৌভাগ্য হ'ল। আপোনালোকৰ গীত অতিশয় শুৱলা সুৰীয়া আৰু কৃষ্ণ ভক্তিৰে সিক্ত মনপৰশা হৈছে, হবই কাৰণ মাজুলীৰ কমলাবাৰী সত্ৰই সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্ভুক্ত ৰাসক্ৰীয়াভাগৰ ধাৰক বাহকৰ মূল স্তম্ভ। মনপ্ৰাণ চুই গৈছে।শলাগিছো।
আগতে আমিবোৰে ৰাস বা মহাৰাস বুলিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাসক্ৰীয়া বা কেলিগোপাল নাটভাগৰ গীত নৃত্য বাদ্য সংলাপ আৰু আছূতীয়া পৰিবেশন কলা খিনিহে বুজিছিলোহঁক। আজিকালি ৰাসক্ৰীয়াৰ লগত আগৰ শিশুলীলা, কালীয়দমন আৰু পাছৰ কংস-বধ খণ্ডও যোগ দিয়া হ'ল। হ'লেও ৰাসক্ৰীয়া ভাগেই মূল। বৰ্তমান সময়ত মহাপুৰুষ জনাৰ ৰচনাৰ নহয় এনেকুৱা বহুতো গীতৰ, কেৱল মনোৰঞ্জনৰ বাবে, ৰচনা চৰ্চা পৰিবেশন বহুলভাৱে কৰা হবলৈ ধৰিছে। এনে ধৰণৰ গীতসমূহকে ৰাসলীলা বা ৰাসক্ৰীয়াৰ গীত বুলি চলাই দিয়া হৈছে আৰু নতুন প্ৰজন্মক শিকোৱা হৈছে, শিকিছেও। এনেদৰেই মহাপুৰুষজনাৰ মহান সৃষ্টিৰাজী আমি পৰিবৰ্তন কৰা আৰম্ভ কৰিলোৱেই। কেৱল মনোৰঞ্জনৰ বাবে যদি এনে কৰা হৈছে তেন্তে অদূৰ ভৱিষ্যতে যিকোনো পুঁজিপতিয়ে বৃহৎ পুঁজি বিনিয়োগ কৰি নিত্য নতুন গীত ৰচনা কৰি, নিত্য নতুন কলা-কৌশল প্ৰয়োগ কৰি, অধিক মুনাফাৰ বাবে, ৰাসলীলা বুলি ব্যৱসায়িক নৃত্য গীত বাদ্য সংলাপ আদি নিজৰ অ-মহাপুৰুষীয়া অভিনয় শৈলীৰে উপস্থাপন কৰিবলৈ ধৰিলে কোনে কিহৰ ভিত্তিত এয়া আমাৰ ৰাস নহয়, অশুদ্ধ হৈছে বুলি বাধা দিব পাৰিব? তেনেকুৱা লাভৰ বাবে হোৱা প্ৰতিযোগিতাৰ পৰিস্থিতিত পবিত্ৰ শ্ৰী শ্ৰী কমলাবাৰী, শ্ৰী শ্ৰী বৰদোৱা, শ্ৰী শ্ৰী বৰপেটা আদি সত্ৰ সমুহে নিঃস্বাৰ্থভাবে ৫/৬শ' বছৰ ধৰি মাতৃ যশোদাই প্ৰাণকৃষ্ণক বুকুত বান্ধি লালন-পালন কৰাৰ দৰে সত্ৰীয়া সংস্কৃতিভাগ ধ্ৰুপদী সংগীতৰ এটি স্বকীয় বৈশিষ্ট্যতাপূৰ্ণ সুকীয়া থূল হিচাপে পৰিগণিত কৰোৱাই ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত কৰোৱালেহি সেই সত্ৰীয়া সংগীতৰ অন্তৰ্ভুক্ত ৰাসক্ৰীয়াৰ স্বকীয়তা বৈশিষ্ট্যতা কিবা বাকী থাকিবগৈনে? আজি কালি ইউটিউবতে মানুহৰ পৰা চকুৰ পচাৰতে পশুপক্ষী, পশুপক্ষীৰ পৰা মানুহ হৈ যোৱা যাদুৰ ভিডিঅ' প্ৰদৰ্শন হৈ আছে। নিজ চকুৰে তেনে পৰিবেশন চোৱাৰ পাছত সত্ৰীয়া সংস্কৃতিৰ মুখাশিল্প চাবলৈ কোনোবা আহিবনে ? নিজৰ স্বকীয়তা ৰক্ষা কৰি মহাপুৰুষীয়া নাটভাগৰে গীত নৃত্য বাদ্য সংলাপ অভিনয়েৰে ৰাসক্ৰীয়া নাট ভাগ উপস্থাপন কৰি জগতক প্ৰদৰ্শন কমলাবাৰী সন্মিলনীত শিল্পী সমাজৰ দৰে অনুষ্ঠানেহে কৰিব পাৰিব। এয়া আমাৰ দৰে ৰাসৰ দৰ্শকৰ দ্বাৰা আশা কৰা হয়। আৰু বৰ্তমানৰ পৰিবেশন বিলাকৰ পৰা বাছনি কৰি কাৰ ভাগ মহাপুৰুষজনাৰ সৃষ্টি ৰাসক্ৰীয়া নাট অবিকৃত শুদ্ধ পৰিবেশন বুলি অন্যলোকক দেখুৱামহঁক বুলি চিন্তিত হওঁ।
অথচ আমি অসমীয়াখিনিয়ে অহৰহ কৈয়ে আছো অসমীয়াক ভাষা-সাহিত্য-সংস্কৃতি দি সুসভ্য জাতি কৰি গঢ় দিওঁতা জগতৰ অদ্বিতীয় শ্ৰীমন্ত শঙ্কৰদেৱক জগত সভাত উজ্জ্বলাই তুলিমহঁক । সাম্প্ৰতিক অসমত এক সাংস্কৃতিক আন্দোলনৰ ৰূপ লোৱা ৰাসক্ৰীয়া আৰু ভাওনা উপস্থাপনেই ইয়াৰ বাবে সুবৰ্ণ সুযোগ হৈ উঠা যেন কৃষ্ণ-শঙ্কৰ ভক্তিপ্ৰাণ ৰাইজে অনুভৱ নকৰে জানো! --- ডা.গয়া প্ৰসাদ শৰ্মা, গৌৰীসাগৰ।
সুন্দৰ। । জয় শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ। নমো 🙏🙏🙏
Radhe Krishna Namu Namah Pronam Koti koti Pranam 🙏🙏🙏
Veri veri Nice Radha krishna 🎉 ❤ 🎉 ❤ 🎉 ❤
ৰাস .বুলিলেই ভাল লাগে
কৃষ্ণ ,সছাই ৰাসলীলা অপূব কৃষ্ণ
Very. Very. Good. Raksh. Hoise
ৰাস মানেই আনন্দ বৰ ভাল লাগে।
Bhout dhunia majulir moharas.❤
অতি সুনদৰ
বৰ সুন্দৰ, ৰাধাৰ সাজপাৰ সুন্দৰ। আনবোৰ ৰাসৰ দৰে অন্তত: কপালী পিন্ধোৱা নাই। অৱশ্যে ৰাসৰ গীতত বৰগীতৰ ব্যৱহাৰ বা তেনে সুৰৰ গীতৰ ব্যৱহাৰে অসমীয়া ৰাস অৰ্থাৎ সত্ৰীয়া পৰম্পৰাগত ৰাসৰ সৌন্দৰ্য বৃদ্ধি কৰে।
Bhal hoise
❤🎉❤
ৰাসচাই।মোৰবৰভাল।লাগে❤❤❤
Krishna Veri Nice jai Srikrishna
ssgotom rakh mahutsaboloi
Bor Hundor
❤❤❤🎉🎉🎉😊😊😊
🙏🙏🙏🙏🙏
Nice
১৯৮০ দশকত মাজুলী কমলাবাৰী মিলন সঙ্ঘৰ হোৱা ৰাস উৎসৱৰ শ্ৰেষ্ঠ Painter জন আছিল স্বৰ্গীয় ডা: নৃপেন কটকী।
Nice❤
Thanks
OK loop look lkoklkollo look k loop ll9kk
@@fagunfagun8488 loop loop Loki mop loop ll
@@fagunfagun8488 LMK lllo loop IP o
@@fagunfagun8488 OK lip JK klkkol loop lol loop loop Loki loop look kloll9lkklk mop l K-pop
Majulir nisina ras kotuway hob nuware.
❤❤
Not similar than Tezpur Rash, it is quite different, Tezpur people does not accept such Rashleela, yet it's looking beautiful ❤❤❤❤❤❤❤❤❤❤❤
মাজুলীৰ নিদৃষ্ট ঠাইৰ নাম দিব লাগে।
Stage কৰা ৰাস ভাল নালাগে। আমাৰ ভাওনা হে ভাল লাগে
Nice
❤❤❤