আছে বহু খিনি কিন্তু video প্ৰচাৰ কৰিব নিদিলে। অনুমতি নিদিলে। বহুখিনি সমল আছে কেতিয়াবা গলে চাব পাৰিব মই information টো দিছোঁ। মন্তব্যৰ বাবে আপোনাক ধন্যবাদ
Ane Thumbnail tu bonay dibo nalage dekhabo nowaril a views powar akhat.. apunar video tu gotey salu kintu Lachit borphukan or Hengdang khon he Dekha napalu 😂😂😂 parile blg ata video bonay dekhay dibo de kokai 😮😮
Val lagil.. informative vedio
অশেষ ধন্যবাদ জনালোঁ
লাচিত বৰ’ফুকনৰ হেংদাং’খন কত দেখুৱালে ? দেখুৱাব নোৱাৰিলে জহাই কবও নেলাগে ?
বৰা ডাঙৰীয়া,
হয় আপোনাৰ কথাটো...
Informative video he কৰিছোঁ। হেংদাং খনৰ video কৰিব নিদিলে বাকী অলপ কৰিব দিছে। কোনোবা গলে চাব পাৰিব সেয়ে তথ্যটো দিছোঁ। ধন্যবাদ
মিছাকে হেংদান আছে কৈ গান বাজনা সজুলি দেখালে.
গলে চাব পাৰিব।
Video টো ভাল লাগিল
মন্তব্যৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ
Bhal lagil sir
Thanks for comments 🙏
বৰ ভাল লাগিল চাই 🥰👌
মন্তব্যৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। চাই থাকিব 🙏🙏
Unique hoise video tu, Informative..,
অশেষ ধন্যবাদ আপোনালৈ 🙏🙏
Thanks for comments 🙏
Aami sai aahilo
হয় বৰ ধুনীয়া
Video tu bhal lagil❤
অশেষ ধন্যবাদ আপোনালৈ.
সামান্য প্ৰয়াস এটি
Nice information 🙏🙏🙏
Thanks for comments 🙏 sir
Nice
Thanks for comments 🙏
Bohut val youtuber ho too aisea
মন্তব্যৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। আগলৈ চাই থাকিব
Jai lachit phukan
জয়
Hengdang dekhun nedekhuwale
হেংদাং খনৰ video প্ৰচাৰ কৰিব নিদিলে সেয়ে information টো দিছোঁ। কেতিয়াবা আউনীআটী গলে চাব পাৰিব। তাৰ বাবে দুঃখিত...মন্তব্যৰ বাবে ধন্যবাদ
Amiu dekhi ahisu meussiumor bhitorot likha aase lachitor heng dang buli kintu hoine nohoi kheituhe najanu
হয়...
মন্তব্যৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ
Handang kot
Video কৰিব নিদিলে...
বাকী বেলেগ অলপ কৰিব দিলে।
আহিলে চাব পাৰিব...
মন্তব্যৰ বাবে ধন্যবাদ
Hengdang khon kot
আচলতে মই তথ্য খিনি প্ৰচাৰ কৰিছোঁ। Video টো কৰিবলৈ অনুমতি নিদিলে। কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। তাৰ বাবে দুঃখিত
লাচিত বৰফুকনৰ হেংদাং খন কি হল?
আচলতে মই তথ্য আকাৰে প্ৰচাৰ কৰিছোঁ। Video কৰাৰ অনুমতি নিদিলে। কেতিয়াবা আউনীআটী গলে চাব পাৰিব। তাৰ বাবে দুঃখিত
Lachit r Taruwal kot ?
মই মাত্ৰ information টো দিছোঁ। Video কৰাৰ অনুমতি নিদিলে আৰু কিছু সংগ্ৰহ video আকাৰে আগবঢ়ালোঁ। কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। মন্তব্যৰ বাবে আপোনাক ধন্যবাদ 🙏
কৃষ্ণ।ভকতজনে চেলেঙ খন বাওঁ ফালে ল'লে ভাল হ'ল হেঁতেন ।
কৃষ্ণ বাপ....
মন্তব্যৰ বাবে আপোনাক অশেষ অশেষ ধন্যবাদ জনালোঁ 🙏🙏
লাচিত বৰফুকনৰ হেঙদাঙ খন লাচিতক মৈদাম দিওঁতে লগত দিয়া হৈছিল, গতিকে মানুহক বিভ্ৰান্ত নকৰিব । যদি কোনোবাই আছে বুলি কৈছে মিছা মাতিছে। তেখেতৰ হেঙদাঙ খনৰ ওজন প্ৰায়১০কেজি আছিল বুলি কয়।
আউনীআটী সংগ্ৰহালয়ত সংগ্ৰহ কৰি থৈ দিছে আৰু এখন ফলক লগোৱা আছে..Video কৰিব অনুমতি নিদিয়ে মই অনুৰোধ কৰিছিলোঁ। পৰিচালনাৰ দায়িত্বত থকা ব্যক্তি এজনক জানিব বিচাৰোতে ক'লে এই কথাখিনি.যদি নহয় সেইটো তথ্য প্ৰচাৰ হব লাগে...মই Information খিনি দিছোঁ। মন্তব্যৰ বাবে অশেষ ধন্যবাদ
ক'ত আউনি আটি ক'ত লাচিত বৰফুকন, ফালটোৱামি এই সত্ৰৰ, বেপাৰ মাত্ৰ।
২০ টকা কুপন সংগ্ৰহ কৰিব ভিতৰলৈ যোৱাৰ অনুমতি পাব।
LIKHE ETA DEKHAI ETA
আচলতে মই তথ্য খিনি প্ৰচাৰ কৰিছোঁ। Video টো কৰিবলৈ অনুমতি নিদিলে কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। তাৰ বাবে দুঃখিত
হেংদাংখন কলৈ গ'ল ?
আচলতে video টো কৰিবলৈ অনুমতি নিদিলে। সেয়ে মই মাত্ৰ information টো দিছোঁ। আউনীআটী সত্ৰ গলে চাব পাৰিব। তাৰ বাবে দুঃখিত...
হেংদাং যে নেদেখুৱালে ?
আচলতে মই তথ্য খিনি দিছোঁ । Video কৰিব অনুমতি নিদিলে অনুৰোধ কৰিছিলোঁ। কেতিয়াবা আউনীআটী গলে চাব পাৰিব। মাত্ৰ information দিছো। মন্তব্যৰ বাবে ধন্যবাদ
Matang mane ki
নুবুজিলো বাৰু
তাত চাব লগা ঐতিহাষিক বস্তু একো নাই দেখোন । আপুনি কোৱা এবিধ বস্তুও নাই তাতে । সেইখিনি বস্তু সচৰাচৰ চবতে চাব পাৰি
আছে বহু খিনি কিন্তু video প্ৰচাৰ কৰিব নিদিলে। অনুমতি নিদিলে। বহুখিনি সমল আছে কেতিয়াবা গলে চাব পাৰিব মই information টো দিছোঁ। মন্তব্যৰ বাবে আপোনাক ধন্যবাদ
হেংদাং খন নেদেখুৱালে যে
হেংদাং ৰ video প্ৰচাৰ কৰিব নিদিলে। কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। মই মাত্ৰ information টো দিছোঁ। মন্তব্যৰ বাবে ধন্যবাদ
Ahomr Oitijya kenekoi Bamune adhikar kari rakhise.
মন্তব্যৰ বাবে অশেষ ধন্যবাদ থাকিল
dekhibole pabo dekhibole pabo buli koi asil kintu Hangdang khon dekhibole napalu, misa kio koi dangoria👎
আচলতে মই তথ্য আকাৰে প্ৰচাৰ কৰিছোঁ। Video টো কৰিবলৈ অনুমতি নিদিলে। কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। তাৰ বাবে দুঃখিত
গধাধৰ সিংহ আৰু লাঢিতৰ হেঙদাঙ দেখা নেপালো ।
আচলতে video টো কৰিবলৈ অনুমতি নিদিলে আৰু সেয়ে মই মাত্ৰ information টো দিছোঁ। কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। তাৰ বাবে দুঃখিত
Heng dang kot 😂😂
ভাই,
মাত্ৰ তথ্য খিনি প্ৰচাৰ কৰিছোঁ।
Ane Thumbnail tu bonay dibo nalage dekhabo nowaril a views powar akhat.. apunar video tu gotey salu kintu Lachit borphukan or Hengdang khon he Dekha napalu 😂😂😂 parile blg ata video bonay dekhay dibo de kokai 😮😮
আচলতে মই তথ্য খিনি প্ৰচাৰ কৰিছোঁ। Video টো কৰিবলৈ অনুমতি নিদিলে। কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। পৰামৰ্শ দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ।
Ane video tu vle lagise kotha khini kuwa babe beya napabo dei 👌👌🙏
নাই পোৱা বাৰু....
Miujiamot thobo lagisil
হয় ...
মন্তব্যৰ বাবে আপোনাক ধন্যবাদ
আপোনাৰ দোষ নাই হয়, তেওঁলোকে আছে বুলি কোৱাতহে আপুনি প্ৰকাশ কৰিছে ,বেয়া নাপাব।
হয় ...
বেয়া নাই পোৱা বাৰু...
ধন্যবাদ
হেংদাং দেখাব বুলি ভিডিঅ hekholoike চালো. হেংদান নোলাল
আচলতে মই তথ্য খিনি প্ৰচাৰ কৰিছোঁ। Video টো কৰিবলৈ অনুমতি নিদিলে সেয়ে কেতিয়াবা আউনীআটী গলে চাব পাৰিব
তাৰ বাবে দুঃখিত
Clickbait
Thanks
হেভ দাঙ কত 😂 পাগল
দাস ডাঙৰীয়া,Informative video হে কৰিছোঁ। কেতিয়াবা গ'লে চাব পাৰিব আৰু অনুৰোধ কৰা স্বত্ত্বেও video কৰিব নিদিলে হেংদাং খনৰ...বাকী কিছু কৰিব দিছে।
Hengdang dekha napalu kio? MBkhua video.
আচলতে মই তথ্য খিনি প্ৰচাৰ কৰিব চেষ্টা কৰিছো। হেংদাং খনৰ video কৰাৰ অনুমতি নিদিলে সেয়ে information টো দিছোঁ। কোনোবা যদি আহে আউনীআটী সত্ৰ তেতিয়া চাব পাৰিব। মন্তব্যৰ বাবে ধন্যবাদ 🙏
Hang Da khon kot
হেংদাং খনৰ video প্ৰচাৰ কৰিব নিদিলে। সেয়ে information টো দিছোঁ। আউনীআটী সত্ৰ আহিলে চাব পাৰিব। তাৰ বাবে দুঃখিত...
মন্তব্যৰ বাবে ধন্যবাদ
Kot hengdang
Video টো কৰিব নিদিলে সেয়ে information টো দিছোঁ। কেতিয়াবা আউনীআটী গলে চাব পাৰিব। তাৰ বাবে দুঃখিত..
মন্তব্যৰ বাবে আপোনাক ধন্যবাদ জনালোঁ 🙏🙏
@@Travnil photow maribo nidiye neki?
নিদিয়ে...
গলে চাব পাৰিব।
@@Travnil hoi kintu tat jowa mane 2dinor planning loi jabo lagibo karon moi goalparar hoi
Goalpara krishnai ৰ এখন গাড়ী যোৱা মাহত মাজুলী ত লগ পাইছোঁ।