Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Bhal lagile 🙏
ধন্যবাদ
🙏🙏🙏
কৃষ্ণ
🙏🏽🙏🏽🙏🏽
Val hoise
Bohut vhal lagil
ধন্যবাদ ।
কৃষ্ণ 🙏🙏🙏
🙏🙏🙏🙏🙏
মংগল হওক
bohut val lagil 🙏🙏🙏🙏🙏
Tq
Amr fale paokh khury
হয়ঠাই ভেদাভেদে বেলেগ ধন্যবাদকিৰণ লাইভ
কেৱল বগা ফুল হে দিয়ে আই সবাহ ত।।
হয় ।আপোনাক ধন্যবাদ । আই সকামৰ ভাগ লৈ ফুল দিয়া হয় ।
বুট নিদিয়ে আই সবাহত। কেৱল মগু
হয়।ধন্যবাদ।
শীতলা, ঠাকুৰাণী নামো গাব লাগে আই সবাহ ত
হয়
এই সাতভনী ( সাতোজনী ভগৱতীৰ) নাম বামুণী গোপিনীগৰাকীৰ পৰা জানি সবিস্তাৰে জনাবচোন 🙏
জনাম বাৰু
আই ভগৱতী দুৰ্গাদেৱীৰ এক স্বৰূপ।আই মূলত তিনিগৰাকী।বৰ আই,মাজু আই,সৰু আই।। তেওঁলোকৰ সাত গৰাকী বাই ভনী আছে। তেওঁলোক হৈছে কাহুৰী, নীতি, শীতলা, ঠাকুৰাণী ইত্যাদি ইত্যাদি।।
মহামায়া ( চামুণ্ডা) , মাৰৈ , প্ৰসূতি , শীতলা , অপেশ্বৰী , লখিমী ,
আমাৰফালে খেৰৰ জুমুঠিত দুফালে ডাঙৰী দুডাল লগাই নি , লোটাত শৈচ লখিমীক কাতি বিহুৰ গধূলি পথাৰলৈ নিয়া হয় , লোটাৰ পানী ছাটি মাৰি শুধ জেগাত আকাশ বন্তিগুচি প্ৰজ্বলন কৰা হয় , আমি শাক্তমতে তুলসীক পূজা নকৰোঁ , গোঁসানী পথাৰতে থোকে হালেজালে বুলি মান্যতা কৰো
🙏🙏
Bhal lagile 🙏
ধন্যবাদ
🙏🙏🙏
কৃষ্ণ
কৃষ্ণ
🙏🏽🙏🏽🙏🏽
কৃষ্ণ
Val hoise
ধন্যবাদ
Bohut vhal lagil
ধন্যবাদ ।
কৃষ্ণ 🙏🙏🙏
কৃষ্ণ
🙏🙏🙏🙏🙏
মংগল হওক
bohut val lagil 🙏🙏🙏🙏🙏
Tq
Amr fale paokh khury
হয়
ঠাই ভেদাভেদে বেলেগ
ধন্যবাদ
কিৰণ লাইভ
🙏🙏🙏
Tq
কেৱল বগা ফুল হে দিয়ে আই সবাহ ত।।
হয় ।আপোনাক ধন্যবাদ । আই সকামৰ ভাগ লৈ ফুল দিয়া হয় ।
বুট নিদিয়ে আই সবাহত। কেৱল মগু
হয়।ধন্যবাদ।
শীতলা, ঠাকুৰাণী নামো গাব লাগে আই সবাহ ত
হয়
এই সাতভনী ( সাতোজনী ভগৱতীৰ) নাম বামুণী গোপিনীগৰাকীৰ পৰা জানি সবিস্তাৰে জনাবচোন 🙏
জনাম বাৰু
আই ভগৱতী দুৰ্গাদেৱীৰ এক স্বৰূপ।
আই মূলত তিনিগৰাকী।বৰ আই,মাজু আই,সৰু আই।। তেওঁলোকৰ সাত গৰাকী বাই ভনী আছে। তেওঁলোক হৈছে কাহুৰী, নীতি, শীতলা, ঠাকুৰাণী ইত্যাদি ইত্যাদি।।