কমলা গগৈ দেৱৰ যুৱ প্ৰজন্মৰ বাবে আধ্যাত্মিক বাৰ্তা//Kamala gogoi dihanam//Bhagowot//S ASSAM WORLD
HTML-код
- Опубликовано: 7 сен 2024
- নমস্কাৰ
গোলাঘাট জিলাৰ মেৰাপানীৰ তৰানি ইন্দ্ৰপুৰ নামঘৰত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠান ত দিহানাম শিৰোমণি "কমলা গগৈ" দেবে যুৱ প্ৰজন্মৰ বাবে এটি আধ্যাত্মিত বাৰ্তা ৰ কিছু অংশ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ ।
সকলোৱে ভিডিও টি চাব আৰু Like, Comment & share কৰাৰ লগতে চেনেলটি Subscribe কৰি দিব বুলি আশা ৰাখিলোঁ ।
ধন্যবাদ
🙏🙏🙏
#Kamalagogoidihanam#
#SASSAMWORLD#
#Bhagowotpath#
#KomolagogoiBhagowot#
বৰ সুন্দৰ পৰিবেশন
🙏🏼🙏🏼
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ 🙏 কৃষ্ণ কৃষ্ণ,,,,বাকছা,,,
🙏🙏
হে বাপ জন, আপুনাৰ অমৃতময় ব্যাখ্যা শুনি জীবন ধন্য হৈছে, সেৱা জনালো কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শঙ্কৰ
🙏🙏
আপোনাৰ অনুষ্ঠান চাই বহুত ভাল লাগে লগতে আপোনাক চেপনৰ টিফুক ৰাজহুৱা খেলপথাৰত লগ পাই বহুত ভাল লাগিল।
🙏🙏
🙏🙏সুন্দৰ নামৰ মধুৰ সুৰত শুনি আমি আনন্দ হইছে প্ৰভূ 🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏কৃষ্ণ অতি সুন্দৰ
🙏🙏🙏
অ দাদা আপোনাক কি বুলি সম্বোধন কৰিম মোৰ দৰে সাধাৰণ এজনে।মাথো মই আপোনাৰ চৰনত সৱাহে জনাইছো। আপুনি সাদৰে গ্ৰহণ কৰে যেন।ভগবানে আপোনাক আৰু আগ বাঢ়ি যাওক তাৰে কামনাৰে উতপল ভাঈটী মঙলদৈ।
🙏🙏
Khundor dada
🙏
🙏🙏🙏
🙏🙏
Krishna
🙏🙏🙏
Krishna dada
🙏🙏
🙏🙏🙏
🙏🙏
Krishna
🙏🙏
🙏🙏
🙏🙏
🙏🙏🙏
🙏🙏🙏