Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অসমীয়া সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন।।ধন্যবাদ সকলো কলা কৌশলী আৰু কাৰ্য কৰ্তা লৈ।
ধন্যবাদ
চহা জীৱনৰ প্ৰকৃত বাক্য-বচন বোৰ অতি সুন্দৰ উপস্থাপন কৰাত পৰিচালক-প্ৰযোযক সফল হোৱাৰ লগতে অৰুণ হাজৰিকা ককাইটিৰ অভিনয়ে মোৰ চকুলো বোৱালে । ভাল লাগিল । গাওঁ বোৰ গাওঁ হৈ থাকক ।
thank you
As
হয় বহুত ভাল হৈছে
এই চিনেমা খন আমাৰ ঘৰখনত কৰা।খুব সুন্দৰ দিন আছিল সেইবোৰ।সৰু হৈ আছিলোঁ, খুব আনন্দ পাইছিলোঁ মনত। অৰুণ হাজৰিকা দেৱে খুব হহোৱাইছিল।আজিৰ হেই ঘৰ নাই যদিও অতীত সাক্ষী হৈ আছে। আমাৰ সেই পুৰণি ঘৰখন দেখা পাই অতীতৰ স্মৃতি আজি ৰোমন্থন হৈছে। কাহিনী টো খুব সুন্দৰ আছিলে। ধেমালিৰ জৰিয়তে এখন গাঁৱত চলি থকা ঘটনা সমূহ সুন্দৰ ভাৱে প্ৰস্ফুটিত হৈছে ....শেষত আপোনাৰ লৈ অশেষ ধন্যবাদ জনালোঁ...👍👍👍👍👌👌👌👌
বৰ সুখী হ'লো আপোনাৰ কথাখিনি গম পাই । আশীৰ্বাদ কৰিব
@@binodbharadwaj_BB আমাৰ আশীষ সদায়ে আছে,থাকিব।💐
Kun sonor film
HlM
Apunar ghr khn kot asil
সচাঁ গাঁও এখনৰ প্ৰকৃত ৰুপবোৰ অতি সুন্দৰ ভাৱে প্ৰকাশ পাইছে । বৰ ভাল লাগিল । আহক আমি সকলোয়ে মিলি আমাৰ গাঁও বোৰ গাঁও হৈ থাকিবলৈ দিও ।
Bohut val lagil
বৰ সুন্দৰ হৈছে, কণ্ঠি ঘৰত নাই ধাৰাবাহিকৰ সাৰ্থক পুনঃপ্ৰকাশ
জীৱন কচুপাতৰ পানী ৷সচাকৈয়ে প্ৰদীপ ককাইদেউ ৷আজি আপুনি আমাৰ মাজত ৷বহুত দুখ লাগে ৷আপুনি যতেই আছে সুখেৰে থাকক ৷
Aaru enekua vcd lage♥️♥️bor bhal lagil vcd khon, ekebare nivaj gaolia👌👌
Thank you
বহুত বহুত ভাল লাগিল চিনেমা খন চাই ।👍👍👍🙏
এখন গাঁও ৱৰ এটা দুখীয়া ৰ অভাৱ আৰু এজনে আনজনৰ প্ৰতি থকা দায়িত্ব আছে তাৰ এক উদাহৰণ ।ভাল লাগিল
অশেষ ধন্যবাদ
Bhut bhut hundra 🥰🥰🥰❤❤❤
Thank you...plz share the video
Wao Mozaaa ❤️❤️❤️❤️
Great binod bhai
thanks a lot ji
বিজ্ঞানে যিমানেই জয় গান নাগাওক লাগিলে old is gold
Dhuniya
Bor Dhunia ❤️
Arunda super 👍
বহুত ধুনীয়া
Thanks a lot
Waaaw..khub bhal lagise
Sai bhut vl lagil
thanks a lot
Well done
হাঁহিৰ মাজেৰে বাস্তৱৰ সুন্দৰ উপস্থাপন।
thank u
@@binodbharadwaj_BB l
ধুনীয়া লাগিল
Very good naatok
Great flim ❣❣❣👍👍👍
সুন্দৰ কাহিনী । বহুত ভাল লাগিল ।
শেষত চকু পানী ওলাও ওলাও....😢 মা দেউতা কাষত থকাৰ বাবে লাজতে যেনে তেনে চকুপানী ৰখাইছো
@@ProtidhwaniSurBahiniOfficial ধন্যবাদ জনাইছোঁ ♥️
Any one watching in 2024 last
Bor dukh lage o aibur din herai gol..2008 manolooli prithibi khan thikei asil
Very very nice 🥰🥰🥰🥰🥰
Excellent.
@@bhubanhazarika9758 thank you
🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
Nice video
এইবোৰ দিন কি সুন্দৰ আছিল 💖💗🎉
Assamese nice vcd movie
Very nice beautiful movie ❤❤❤😂😢❤❤🎉
@@BiplobKataki-123 thank you
Bor Val lageel ❤
এইয়াই সচাঁ জীৱনৰ সৰল অথচ ভাষাৰে বৰ্ণাব নোৱাৰা আত্মিয়তা যি আজিৰ সমাজত হেৰাই গৈছে।
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
thanks a lot to everyone for support
Otit bur bor okritim achil ,but present bur bor vejal aru nisthur.
Veri nice
Very Good
thank u so much
great binod bhai
very nice
very beautiful movie
❤❤😂😂❤❤
♥️😮
Uff..... Horukalole monot porigol , dautak dukani rupot dekhi bhal lagile😂
Tumar deota asil nki ... dukanijon😮
Nice
South ৰ চিনেমা সফল হোৱাৰ কাৰণ হʼল তেওঁলোকে নিজৰ সংস্কৃতি সমুহ দেখাই ।।। সেই সময়ৰ অসমীয়া চিনেমা সমুহ সফল আছিল সংস্কৃতি সমুহ দেখাই কিন্ত বৰ্তমানৰ অসমীয়া চিনেমা সমুহ তেনে দেখা নাযায় ।।।
@@ProtidhwaniSurBahiniOfficial একমত। একেবাৰে সঁচা কথা। আজিৰ অসমীয়াই নিজক নিছিনিলে অসম ৰসাতলে যাব।
😅😅😅❤❤❤🎉
Binod varadwaj 🙏
এইখন আৰু "কণ্ঠি ঘৰত নাই" প্ৰায় একেই দেখোন!
umm ,kothatu moiu buja nai, prai eke nohoi, hompurna ekei.
thanks
অসমীয়া সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন।।
ধন্যবাদ সকলো কলা কৌশলী আৰু কাৰ্য কৰ্তা লৈ।
ধন্যবাদ
চহা জীৱনৰ প্ৰকৃত বাক্য-বচন বোৰ অতি সুন্দৰ উপস্থাপন কৰাত পৰিচালক-প্ৰযোযক সফল হোৱাৰ লগতে অৰুণ হাজৰিকা ককাইটিৰ অভিনয়ে মোৰ চকুলো বোৱালে । ভাল লাগিল । গাওঁ বোৰ গাওঁ হৈ থাকক ।
thank you
As
হয় বহুত ভাল হৈছে
এই চিনেমা খন আমাৰ ঘৰখনত কৰা।খুব সুন্দৰ দিন আছিল সেইবোৰ।সৰু হৈ আছিলোঁ, খুব আনন্দ পাইছিলোঁ মনত। অৰুণ হাজৰিকা দেৱে খুব হহোৱাইছিল।আজিৰ হেই ঘৰ নাই যদিও অতীত সাক্ষী হৈ আছে। আমাৰ সেই পুৰণি ঘৰখন দেখা পাই অতীতৰ স্মৃতি আজি ৰোমন্থন হৈছে। কাহিনী টো খুব সুন্দৰ আছিলে। ধেমালিৰ জৰিয়তে এখন গাঁৱত চলি থকা ঘটনা সমূহ সুন্দৰ ভাৱে প্ৰস্ফুটিত হৈছে ....শেষত আপোনাৰ লৈ অশেষ ধন্যবাদ জনালোঁ...👍👍👍👍👌👌👌👌
বৰ সুখী হ'লো আপোনাৰ কথাখিনি গম পাই । আশীৰ্বাদ কৰিব
@@binodbharadwaj_BB আমাৰ আশীষ সদায়ে আছে,থাকিব।💐
Kun sonor film
Hl
M
Apunar ghr khn kot asil
সচাঁ গাঁও এখনৰ প্ৰকৃত ৰুপবোৰ অতি সুন্দৰ ভাৱে প্ৰকাশ পাইছে । বৰ ভাল লাগিল । আহক আমি সকলোয়ে মিলি আমাৰ গাঁও বোৰ গাঁও হৈ থাকিবলৈ দিও ।
Bohut val lagil
thank you
বৰ সুন্দৰ হৈছে, কণ্ঠি ঘৰত নাই ধাৰাবাহিকৰ সাৰ্থক পুনঃপ্ৰকাশ
জীৱন কচুপাতৰ পানী ৷সচাকৈয়ে প্ৰদীপ ককাইদেউ ৷আজি আপুনি আমাৰ মাজত ৷বহুত দুখ লাগে ৷আপুনি যতেই আছে সুখেৰে থাকক ৷
Aaru enekua vcd lage♥️♥️bor bhal lagil vcd khon, ekebare nivaj gaolia👌👌
Thank you
বহুত বহুত ভাল লাগিল চিনেমা খন চাই ।👍👍👍🙏
এখন গাঁও ৱৰ এটা দুখীয়া ৰ অভাৱ আৰু এজনে আনজনৰ প্ৰতি থকা দায়িত্ব আছে তাৰ এক উদাহৰণ ।ভাল লাগিল
অশেষ ধন্যবাদ
Bhut bhut hundra 🥰🥰🥰❤❤❤
Thank you...plz share the video
Wao Mozaaa ❤️❤️❤️❤️
thank you
Great binod bhai
thanks a lot ji
বিজ্ঞানে যিমানেই জয় গান নাগাওক লাগিলে old is gold
Dhuniya
Bor Dhunia ❤️
Arunda super 👍
বহুত ধুনীয়া
Thanks a lot
Waaaw..khub bhal lagise
Thanks a lot
Sai bhut vl lagil
thanks a lot
Well done
হাঁহিৰ মাজেৰে বাস্তৱৰ সুন্দৰ উপস্থাপন।
thank u
অশেষ ধন্যবাদ
@@binodbharadwaj_BB l
ধুনীয়া লাগিল
Very good naatok
Great flim ❣❣❣👍👍👍
সুন্দৰ কাহিনী । বহুত ভাল লাগিল ।
অশেষ ধন্যবাদ
শেষত চকু পানী ওলাও ওলাও....😢
মা দেউতা কাষত থকাৰ বাবে লাজতে যেনে তেনে চকুপানী ৰখাইছো