চজিনা পাত এইদৰে ৰান্ধিলে কাঁহিত ভাত এটাওঁ নাথাকে ১০০% গেৰাণ্টি || Unique Drumstick Curry
HTML-код
- Опубликовано: 11 сен 2024
- চজিনা পাত এইদৰে ৰান্ধিলে কাঁহিত ভাত এটাওঁ নাথাকে ১০০% গেৰাণ্টি || Unique Drumstick Curry
#axomiyabuwaripinkisvlog #cooking #drumstickcurry #villagefood #assamesefoodvlog #assamesecookingchannel #food
দেখাত সুন্দৰ। বনাই খালেহে জানিম খাবলৈ কিমান সুন্দৰ।
Umm hoi
খুব সুন্দৰ ৰেছিপি ❤❤❤
Bohut bohut dhoyanabad jonalu 🙏
Eman dhunia hoise. Val lagil
Bohut bohut dhoyanabad jonalu 🙏
গাখীৰতকৈ ১৭ গুন বেছি কেলছিয়াম আছে বোলে এই ছজিনা পাতত... বৰ উপকাৰী খাদ্য... আপোনাৰ ৰেচিপিটো বৰ ভাল লাগিল ...বনাব লাগিব ... আপোনালৈ মৰম আৰু ধন্যবাদ যাচিলো... 💞💞
Bohut bohut dhoyanabad jonalu 🙏
❤
বনাম এদিন।জনাম আপোনাক।
আপোনাৰ প্ৰায় বোৰ ৰেছিপি video চাইছো কিন্তু আজি প্ৰথম comment কৰিছোঁ ভাল লাগিল❤
Bohut bohut dhoyanabad jonalu tumak 🙏🥰
Bor dhnia recepe dile. Val lagil❤
Bohut bohut dhoyanabad jonalu 🙏
মেকুৰী জনি লগতে লাগী আচে
নতুন আইদীয়া এতা পালো আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ ❤🙏🏼
Bohut bohut dhoyanabad jonalu 🙏
বৰ সুন্দৰ।
মই কাচকলৰ বৰৰ তৰকাৰীও ৰান্ধিলোঁ দেই। সঁচাকৈয়ে টেষ্টি হৈছিল।
Bohut bohut dhoyanabad jonalu 🙏
Pokori bonai khaisu kintu curry tu he bonua nai bhal lagil sai ❤
ইমান ভাল লাগিছে, খাই ভাল লাগিব ।
Bohut bohut dhoyanabad jonalu 🙏
Bohut moja......
Bohut bohut dhoyanabad jonalu 🙏
তোমাৰ হাতত কিযে যাদুৰ শক্তি দিলে ভগৱানে , সছাকৈ মাছৰ দৰে লাগিছে , চাই ভাল লাগিল ভিডিঅ'তো 👌👌👌
Bohut bohut dhoyanabad jonalu 🙏🥰
Ghevar mithai recipe tu bonai dekhuwaba sun baideu
Nissay 😊 moi bhabi asilu
আমাৰ ঘৰতে সজিনা গছ আছে । দাইলৰ লগত খাই বুলি জানো এনেকৈ বনাই খাই বুলি আপোনাৰ video চাই গম পালো।এদিন নিশ্চয় খাম।❤
Nissay 😊
Dhuniya....🎉❤😊
Bohut bohut dhoyanabad jonalu 🙏
Very very good 🎉🎉🎉 ghograpar nalbari 👍
Bohut bohut dhoyanabad jonalu 🙏
ভাল লাগিল ।
Bohut bohut dhoyanabad jonalu 🙏
সুন্দৰ
Bohut bohut dhoyanabad jonalu 🙏
Nice viideo
Yummy❤
Thank you so much 🥰
Very beautiful❤❤❤
Thank you so much 🥰
আপোনাৰ প্ৰত্যেকটো ৰেছিপিয়ে চাও আৰু বনাও ভাল লাগে বহূত❤
Bohut bohut dhoyanabad jonalu 🙏
ডাইৰেক্ট ভাপ নিদিয়াকৈ পকৰী বনাই ললে বেয়া হ'ব নেকি?
Nohoi
Lov lagise
Hoi ne 😊
বৰ খোৱাদ হলেও চজিনাৰ আঞ্জাখন কিন্ত চজিনাৰ নিচিনা খোৱাদ নহল।
Tumar v d o. Salu. Val. Lagil
Bohut bohut dhoyanabad jonalu 🙏
Dhuniyahosebaidojonakidas
Assamese t sojina he neki sajina nohoi
Umm hoi
Sajina নে sojina,,,লিখিত ভাষাত sojina হে হব নেকি
Umm hoi