সদনত কিয় চকুপানী পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Поделиться
HTML-код
  • Опубликовано: 13 сен 2024

Комментарии • 1,5 тыс.

  • @ChandanJyotiSaikia-de9ow
    @ChandanJyotiSaikia-de9ow 14 дней назад +51

    এইজন ব্যক্তি মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য নহয় ইমানেই কলো

  • @debakrsaikia2993
    @debakrsaikia2993 15 дней назад +99

    নেগুৰত জুই লগাই এতিয়া হনুমান প্ৰশস্তি।

    • @rameshdas6141
      @rameshdas6141 14 дней назад +6

      তেওঁ কোৱা কথা খিনি আৰু ২০‌ বছৰৰ পিছত উপলব্ধি কৰিব। যদিহে জীয়াই থাকে। অন্যথা পিছৰ প্ৰজন্মই ভূগিব।

    • @alonelife...6344
      @alonelife...6344 7 дней назад

      Hosa kotha

  • @News19Assam
    @News19Assam 15 дней назад +58

    Himantai Cenemat Accting korile Assam a per Cenemat Oscar Award pabo 😂😂

  • @jahidulsheikh2650
    @jahidulsheikh2650 15 дней назад +10

    BJP য়ে কেতিয়াও মিয়া, বাংলাদেশী, পাকিস্তানী এই কেইটা শব্দ নোকোৱাকৈ কোনো বক্তব্য দিব নোৱাৰে।

  • @monjulahon7712
    @monjulahon7712 15 дней назад +84

    ঘৰিয়ালৰ চকু পানী , 26 ৰ কুচ কাৱাজ , ৰাইজ সাৱধান ।

    • @shontustaye1860
      @shontustaye1860 15 дней назад +2

      Sudur vai desh drohi

    • @shontustaye1860
      @shontustaye1860 15 дней назад +1

      Monju lahon apunar gat miyar tez ase sage

    • @jjustinvlogger8393
      @jjustinvlogger8393 14 дней назад

      Vootor population bohabela ha kanisa

    • @monjulahon7712
      @monjulahon7712 14 дней назад +1

      মুখৰ ঘৃণনীয় শব্দ বোৰৰ কাৰণে , অসমৰ মীঞা সকলে যোটাৰে মুখত কোবাই মুখ ফোলাই পঠিয়াব ।

    • @sonmonibarman98
      @sonmonibarman98 11 дней назад

      ​@monjulahon7712 toi kyo joli aso imn

  • @muned6442
    @muned6442 15 дней назад +150

    ৭টা শিয়াল মৰিলে এনেকুৱা এজন চতুৰ মুখ্যমন্ত্ৰী জন্ম হয়,ঘৰিয়ালৰ চকু পানী,নাটক কৰি দেখুওৱাছে 😂😂😂😂😂😂😂

    • @HabibLyricsMania
      @HabibLyricsMania 14 дней назад +1

      চকু পানি মানে কি?

    • @Jhdo123
      @Jhdo123 14 дней назад

      Kune kole sutur buli sobe gom pai teor kotha kaku kobole chance a nidie jailt vorai kiba kolei raijor ktha nuhunei nijot mote kori thake sob Kam hai2 sotor buli koi ni

    • @WildLTelecast
      @WildLTelecast 14 дней назад +1

      😂😂😂😂 thik kothai koise😅

    • @mustafijurbrekupstory9974
      @mustafijurbrekupstory9974 14 дней назад

      😅😅😅😅😅

    • @mohiruddin6189
      @mohiruddin6189 13 дней назад

      You are right

  • @pabitrakalita7557
    @pabitrakalita7557 15 дней назад +234

    ভোটৰ আশাত ঘঁৰিয়ালৰ চকু পানী।

  • @jhoondeka8568
    @jhoondeka8568 15 дней назад +64

    26 ৰ আগজাননী পাইছে,ভয় খাইছে।অখিল গগৈৰ জয় হল

  • @Samonnoy
    @Samonnoy 15 дней назад +187

    অসম চুক্তিখন ৰূপায়ণ কৰি খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত কিয় নকৰে শাসনত থাকোতেই

    • @debajitkalita6467
      @debajitkalita6467 15 дней назад +8

      ১০০%

    • @noobpro3803
      @noobpro3803 14 дней назад +1

      Ekmat

    • @barashakalita3890
      @barashakalita3890 14 дней назад +3

      বৰ চালাক চতুৰ মামা;টুপি ভাল দি আছে কিন্তু খিলনজীআ অসমীআক।

    • @debakrsaikia2993
      @debakrsaikia2993 14 дней назад +1

      ১৯৮৪ৰ পৰা, মানে তদানীন্তন গণ সংগ্ৰাম পৰিষদৰ পৰা ২০২৪ ৰ বিজেপি লৈ অসমীয়াক বিধে বিধে ভাওনা দেখুৱাই আছে। জাতিটোৰ আবেগত বাহিৰে কোনো বস্তুনিষ্ঠ চিন্তা চৰ্চা নোহোৱাৰ সুযোগ ৰাজনীতি কৰোঁতা সকলে সুন্দৰকৈ ব্যৱহাৰ কৰি উপভোগ কৰি আছে।

    • @AduBhai_1998
      @AduBhai_1998 14 дней назад

      Ekmot 💯

  • @user-ru4rx5mk4x
    @user-ru4rx5mk4x 15 дней назад +8

    তুমি দহ বছৰে কি কৰি আছিলা???? ইলেকচন আগতেহে এইবিলাক মনত পৰে যেন পাইছোঁ!!!! তুমি বিজুলী শক্তিৰ বিল কমোৱা!! তেতিয়া অসমৰ মানুহে তোমাক মাফ কৰিব,,,, তোমাৰ সম্পত্তি ৰাইজক দিয়া,,কাৰন!!!!!!

  • @sunusiraj6612
    @sunusiraj6612 15 дней назад +59

    ভুপেন দায় কেইছে মানুহে মানুহৰ বাবে
    ভুপেন দাৰ কথা তোৰ মুখত শূভ নাপায়

  • @AbdulBari-b5n
    @AbdulBari-b5n 15 дней назад +23

    এয়া চকু পানী নহয়। এয়া শক্তিশালী পেট্রোল হে। যি নিজে জলাই দিয়া জুইত ঢালি দিয়াহে হল।

  • @debenhandique9958
    @debenhandique9958 15 дней назад +89

    এওঁ ২৬ৰ অংক মিলাই আছে তাৰ বাহিৰে একো নাই।

  • @AkbarAli-rc3cp
    @AkbarAli-rc3cp 15 дней назад +55

    এতিয়া জেলত যোৱাৰ ভয়ত আবুল তাবুল বকি আছে ।

    • @diyanhazarikaofficial8711
      @diyanhazarikaofficial8711 14 дней назад +5

      কোনে ভৰাব জেলত ,অসমত আছেনে কোনোবা হিমন্ত জেলত ভৰাব

    • @hugex2
      @hugex2 14 дней назад

      ​@@diyanhazarikaofficial8711কিয় হিটলাৰো দেখন আজি ইতিহাস

    • @Safiulislam-ey1ic
      @Safiulislam-ey1ic 14 дней назад

      Tui asos to😊😊​@@diyanhazarikaofficial8711

    • @ZuhairZindani
      @ZuhairZindani 14 дней назад +2

      Besi ustadi nokoribi

    • @ziaurrahman4231
      @ziaurrahman4231 14 дней назад

      Indian constitution ase..he khumabo low onujai ❤​@@diyanhazarikaofficial8711

  • @assamesefunmasti
    @assamesefunmasti 15 дней назад +129

    2021 চনত কান্দি কান্দি কৈছিল ৰাজনীতিত নাথাকে বুলি, এতিয়া কি কৰিছে বুজাই ভালকৈ বুজিছে

    • @Najrulislam244
      @Najrulislam244 14 дней назад +8

      Election আহি আছে, সেয়েহে সকলো নাটক চলি আছে।😂😂

    • @therasprince
      @therasprince 14 дней назад +1

      😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

    • @rockysworld6695
      @rockysworld6695 3 дня назад

      We can't trust this person.

  • @Manirul-islam143
    @Manirul-islam143 15 дней назад +5

    এতিয়া cmৰ ভয় লাগি আছে যেন লাগিছে ,,

  • @thedreamwannafly2000
    @thedreamwannafly2000 15 дней назад +30

    পানী পালে ইলুটি, পানী নাপালে সিলুটি 😂😂

  • @mkmk9949
    @mkmk9949 15 дней назад +10

    ঘৰিয়ালৰ চকু পানী

  • @ManoranjanBrahma-og7qk
    @ManoranjanBrahma-og7qk 15 дней назад +137

    মামাই ক্ষমতাৰ লোভ সামৰি অসমীয়াৰ হকে কাম কৰক, সুবিধা অসমবাসীয়ে আপোনাক দি আছে কেবল মিঞা মাত্ৰ নহয় ভাৰতবৰ্ষৰ অন্য সকলৰ আগ্ৰষনো বন্ধ কৰিব লাগিব, অসমৰ বাবে ৬নং দফা ৰুপায়ন কৰক, বিটিচিত বড়োসকলক শাসন কৰিব দিয়ক, কাৰ্বি আলংত কাৰ্বি সকলক শাসন কৰিব দিয়ক ,বা জনজাতি সকলক নিজে শাসন কৰিব দিয়ক, আপোনাৰ আগ্ৰাসন মনোভাবে, আপোনাৰ চকুপানী ঘৰিয়ালৰ চকুপানী বুলি ভবাৰ থল আছে!!!!

    • @NortheastinSports
      @NortheastinSports 15 дней назад +1

      Bhai BTR t xaxan bodo xakalore ase

    • @dsentertainment9545
      @dsentertainment9545 15 дней назад +4

      ​@@NortheastinSportsholeu tat bohot miya ase

    • @salahuddin_ayyubi-w5r
      @salahuddin_ayyubi-w5r 15 дней назад +12

      কান্দি কান্দি মৰ🤣
      দেশখন সংবিধানৰ দ্বাৰা হে চলে বুজি পালি,,, তুৰ মামাৰ ব্যক্তিগত মন্তব্যৰ দ্বাৰা চলিব নোৱাৰে নহয়, বুজি পাইছা kela😏

    • @BhaktaPatar-s6v
      @BhaktaPatar-s6v 15 дней назад

      Maetang domjuwa make

    • @ranjitduttaey3967
      @ranjitduttaey3967 15 дней назад

      আপোনাসবৰ দৰে মোৰ ও একেই অনুভৱ হৈছে জয় আই অসম জয় হিন্দ জয় ভাৰত

  • @monuwarabegam5708
    @monuwarabegam5708 13 дней назад +5

    এই মানো জনে কপিল শৰ্মাকো ফেইল কৰি দিব 😅😅😅😅😅😅😅😅😅😅😅😅

  • @bulengogoi4723
    @bulengogoi4723 15 дней назад +112

    এইবোৰ ঘৰিয়ালৰ চকুৰ পানী আৰু আবেগিক শব্দ ৷

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 15 дней назад +5

    ঘৰিয়ালৰ চকু পানী টোকা বহুত দেখিলোঁ।

  • @Musfik630
    @Musfik630 15 дней назад +47

    নতুন কিবা এটা চলি আছে মনে মনে।😅

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i 14 дней назад +5

    মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ৰাজনিতী আৰু বুজিবলৈ বাকী নাই। মিয়া মুচলমান অসমীয়া হিন্দু এই বিলাক ভোটৰ অংক । কাৰন অসমত ৬৬% হিন্দু ভোটাৰ আছে । ।

  • @intajurrahman2681
    @intajurrahman2681 15 дней назад +14

    Sir ৰ কাৰণ কি, ইমান উগ্ৰ হৈ, কথা কোৱাৰ পিছত,আজি হঠাৎ স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীৰ প্ৰশংসা কৰাৰ দৰে, নৰাম হল। ৰাজনীতি বুজি নাপাওঁ।

  • @zubeengargjukebox
    @zubeengargjukebox 15 дней назад +14

    ৰাইজে নখ জোঁকাৰিলে নৈ বৈ, মামা আপোনাৰ আৰু এইবাৰ ডালি নিসিজে মানুহে বুজি পাইছে আপোনাৰ খেল খন

  • @sivanathbhuyan-go9zq
    @sivanathbhuyan-go9zq 15 дней назад +8

    এনেকুৱা কৰিলেহে ৰাইজৰ মন গৰিব সকলো পাহৰি আকৌ এবাৰ

  • @haiulislam2272
    @haiulislam2272 7 дней назад +1

    মামা ই cm পদ2 কলংকিত কৰিছে।।
    Mama hattau অসম বছাও।।
    2026 গৌৰৱ গগৈ next cm।।
    সকলো একমত নে ??

  • @dandeswardutta2353
    @dandeswardutta2353 15 дней назад +122

    আপোনাক চিনিবলৈ আৰু বাকী নাই।ঘৰিয়ালৰ দৰে কি বকি আছে এইবোৰ? পাহৰি নাযাব আপুনি ৰাইজৰ হে প্ৰতিনিধি।

  • @apunaxom9501
    @apunaxom9501 14 дней назад +7

    ইমান যদি অসমীয়াৰ প্ৰতি স্নেহ আছে তেন্তে জনজাতিবোৰক চিক্স চিডিওল আনি জনজাতীয় মানুহবোৰক সুৰক্ষা দিয়ক।ইমান চেন্তি ফালি লাভ নাই।বিজেপি এনেও আৰু ৫ বছৰতকে আৰু বেছি শাসনত নাথাকে।গোটেই দেশ ধৱংস কৰি দিলে পুজিপতিক ধনী কৰিবৰ গৈ দুখীয়াক জীয়াই থাকিৱ নোৱাৰা কৰিলে মূল্যবৃদ্ধি কৰি।

  • @Roky174
    @Roky174 15 дней назад +16

    Best actor

  • @rofikali1927
    @rofikali1927 9 дней назад

    Very very good Job Sir great CM Shree Himanta Biswa Sharma Assam Pradesh Jindabad jindabad Bharat Mata ki Jai Ho Jai ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @RitagogoiHazarika
    @RitagogoiHazarika 15 дней назад +63

    ভোট আশাত কিযে নকৰে এই মুখ্যমন্ত্ৰী জনে

  • @OmprakashBora-iv6do
    @OmprakashBora-iv6do 4 дня назад

    C.M is telling the truth .We are
    all with You.

  • @mohibulhoque5368
    @mohibulhoque5368 15 дней назад +116

    ই বেটা ভিতৰি ভিতৰি কি যে ভাবি আছে। 2026 ৰ বাবে

    • @Universaltruth84272
      @Universaltruth84272 15 дней назад +5

      #leave_assam
      #GO_BACK_MIYA
      #BOYCOTT_MIYA
      #BOYCOTT_MIYA_SUPORTER

    • @pranjalsaikia1020
      @pranjalsaikia1020 15 дней назад

      tohotok kheda r dhnda laad maru

    • @Officers-ChoiceYT
      @Officers-ChoiceYT 15 дней назад +8

      @@mohibulhoque5368 miya bureu vitori vitori kiman j xopun dekhi ase 2026t congress ahibo buli😂

    • @keteki99
      @keteki99 15 дней назад

      কি ভাবিব মামা 26’ ত cm
      হিলাই দেখা Next দহবছৰলৈ

    • @monjirulislam2294
      @monjirulislam2294 14 дней назад +2

      ​@@Officers-ChoiceYT ki hol tur gobor khabi neki

  • @iliascreation1576
    @iliascreation1576 9 дней назад

    That’s a Learning coming from Somewhere

  • @muskan199
    @muskan199 15 дней назад +25

    মানুহ জনৰ লাজ নাই

  • @northeastvlog902
    @northeastvlog902 3 дня назад

    অসমৰ মুখ্যমন্ত্ৰীক কলেমাৰ দাওৱাত থাকিল

  • @BabloShak
    @BabloShak 15 дней назад +55

    ঠেলা র,নাম, বাবাজী

  • @NurulIslam-xe1vc
    @NurulIslam-xe1vc 15 дней назад +21

    ঘৰীয়ালৰ চকুৰ পানী পেলাই কোনো লাভ নাই মিছলীয়া মানুহে কি কৰিব নোৱাৰা

  • @SajidAnsari-py1gz
    @SajidAnsari-py1gz 15 дней назад +9

    Sir. He was a সমাজতান্ত্ৰীক চিন্তাধাৰাৰ ব্যক্তি আছিল । আমিও এতিয়া এইধৰনে ইংৰাজী কবলৈ প্ৰেৰণা পালো আপোনাৰ পৰা ।😊

  • @bojenbora5610
    @bojenbora5610 12 дней назад

    এজন দুজনৰ কথা মতেই অসম নচলে নহয় মামা😢😢😢😢

  • @prabitachutia448
    @prabitachutia448 15 дней назад +6

    আকৌ এখন নাটক , শুনি শুনি ভাগৰি পৰিছো আৰু বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে

  • @deemixervloger12
    @deemixervloger12 14 дней назад

    Right kotha koise mamai

  • @safiruddinahmed.8274
    @safiruddinahmed.8274 15 дней назад +7

    ঘৰিয়ালৰ চকু পানী টুকিছে

  • @KananPegu-kr5hy
    @KananPegu-kr5hy 14 дней назад

    মহান মহাশয় 👏

  • @mainulhoque1950
    @mainulhoque1950 15 дней назад +46

    2nd best actor after modi

    • @RaktimRamonsDeka
      @RaktimRamonsDeka 15 дней назад +5

      Oi aubur t ja tohota khub comment koro kintu beleg news buror kio comment nokoro ko soon reason tu

    • @GEO_POLY_GAME
      @GEO_POLY_GAME 15 дней назад +3

      Miya kela

    • @pranjalsaikia1020
      @pranjalsaikia1020 15 дней назад +4

      sudirbhai laad mari ulua khabi tohot kla

    • @mrinaldoley7858
      @mrinaldoley7858 15 дней назад +3

      Mama jindabad

    • @RaktimRamonsDeka
      @RaktimRamonsDeka 15 дней назад

      @@IndianJobAcademy kak koysa bro muk na mainul haque k

  • @bikibabu7802
    @bikibabu7802 14 дней назад

    Support mama ❤️
    Mama allways best ❤

  • @Rana-hg8hg
    @Rana-hg8hg 15 дней назад +56

    ৰীণিকীৰ সম্পত্তি সমূহ কেতিয়া দিব ভগাই, তাৰ কিছু অংশ পাম বুলি আশাৰে বাত চাই আছো, কিন্তু জনগোষ্ঠীয় লোক সকলে এটা কথা মন কৰি চাবচোন আমি মন্দিৰত ভগৱানৰ ওচৰত দান দখিনা ভক্তি কৰি দিও কিন্তু সেই দান দখিনা মন্দিৰৰ টিলিঙা বজোৱা জনে ভগৱানৰ ওচৰত দান দিয়া সমূহ বেগত ভৰাই ঘৰলৈ লৈ আনে, তেতিয়া হলে টিলিঙা বজোৱা ৰজাই সম্পটি সমূহ ভগাই দিয়াৰ কথা কিমান গ্ৰহণ যোগ্য, ফকটীয়া মন্তব্য নহয়নে😂

    • @baniktchutia2259
      @baniktchutia2259 15 дней назад +4

      gharate kakai bhai majat dhama namat satal beleg holei.ai hujugate miyai dhul bajai asse.kintu atiya antim bihu karibo.kakai bhai kunu nabase.taiu nabasa moiubasi nathaku.

    • @mridulsharma6739
      @mridulsharma6739 15 дней назад +2

      অসমীয়া মমবাতি নহয় ।আপুনি যুৱকংগ্ৰেছ কৰাৰ দিনৰ পৰা আজিলৈকে কি কৰিলে ?? হঠাত অসমীয়া প্ৰিতী কিয় ? মিঁঞাক ইমান তেল মাৰিছে সদনৰ মজিয়াত ৰাজহাড়ঁ বেকা হল নিকি??

    • @sukumar610
      @sukumar610 15 дней назад

      মনৰ কথা টোকে কলে অ।

    • @abedakhatun7081
      @abedakhatun7081 14 дней назад

      100%

  • @mostafizurrahman8934
    @mostafizurrahman8934 6 дней назад

    এনে কথা কলে যিজন মানুহে তেওঁক কেনেকৈ মানি লওঁ মুখ্য মুন্ত্ৰী বুলি 😢

  • @Jon_mani
    @Jon_mani 15 дней назад +44

    মুখ্য মন্ত্ৰী হৈছে দলাৰ বগড়ী। বেয়া কৈ ক'লে ভোট নপাব নহয়।

    • @user-fe5xz7mo3h
      @user-fe5xz7mo3h 15 дней назад +1

      Ai kothatu congressr xetrato koi sabi sun ghoror pora dangi loi jabo tok

    • @papuburagohain8289
      @papuburagohain8289 14 дней назад

      মুখ্যমন্ত্ৰী কুনজন বেলেগ দলৰ আছিল প্ৰভু?

    • @meditationrelaxationmusic.1379
      @meditationrelaxationmusic.1379 14 дней назад

      Har bar BJP SARKAR

  • @nakibali4475
    @nakibali4475 15 дней назад +6

    এইবোৰ শিয়ালৰ চকু পানি😅

  • @Adilstudio-mq4ks
    @Adilstudio-mq4ks 15 дней назад +6

    অসম চুক্তি 6 নং দফা কাৰ্য কাঢ়ি কৰক

  • @meditationrelaxationmusic.1379
    @meditationrelaxationmusic.1379 14 дней назад

    Right sir,......

  • @bandanagayan1929
    @bandanagayan1929 15 дней назад +55

    যি শাও দিছে ৰাইজে কেইদিন জীয়াই থাকিব

    • @IndianJobAcademy
      @IndianJobAcademy 15 дней назад +5

      ৰাইজে নহয় সীমান্ত চৰকাৰ আৰু কেইদিনমান থাকিব অ দুখো লাগে😂😂😂😂😂😂😂😂😂

  • @Sofikulislam-k1s
    @Sofikulislam-k1s 14 дней назад

    Good news 🎉

  • @gajendranarayanboruah6334
    @gajendranarayanboruah6334 15 дней назад +28

    জাতি টোৱে সন্মান জনক কাম বোৰ কৰক তেতিয়াহে সন্মান পাব!

    • @IftakurHussain-s7r
      @IftakurHussain-s7r 15 дней назад +1

      Ke baya kam kory Muslim .. hindu baya kam nokry nike

    • @gajendranarayanboruah6334
      @gajendranarayanboruah6334 15 дней назад +3

      @@IftakurHussain-s7r পাকিস্তানত থকা কোনো হিন্দুৱে অপকৃত্য নাই কৰা, ইয়াত থকা মুছলিম বোৰক নেহৰু গান্ধী পৰিয়ালে হাৰ পানী যোগান দি আহিছে , নিজৰ বোৰক মাফ্ আনক বলতকাৰ কিয়!

    • @taigerking01ga
      @taigerking01ga 15 дней назад

      @@gajendranarayanboruah6334 naharu congrace party hai 😀

    • @gajendranarayanboruah6334
      @gajendranarayanboruah6334 15 дней назад +2

      ​@@taigerking01ga angrezo ne banai hui party hai isliye angrezo ke liye hi sochegi!

    • @taigerking01ga
      @taigerking01ga 15 дней назад +1

      @@gajendranarayanboruah6334 angrej se Bharat ko azadi dilai thi . Gandhi Nehru UN logon ne .... To fir angrej ki party kaise ho sakta hai Congress

  • @AlomMedical-l9y
    @AlomMedical-l9y 12 дней назад

    Salute 🙏🙏

  • @dilipsaikia1767
    @dilipsaikia1767 15 дней назад +26

    কথাৰ সুৰ বদলি হৈছে ,

    • @Pinuri2222
      @Pinuri2222 15 дней назад

      Nai hua repoerjoniye misa matise

  • @MotiburRahaman-zj5yd
    @MotiburRahaman-zj5yd 15 дней назад +2

    একজন সমানি মানুহ হইয়া এইকতা পছধ নয়

  • @sacindradeka8192
    @sacindradeka8192 15 дней назад +17

    ছয় জনগোষ্ঠীৰ জনজাতি কৰণ কৰি অসমক ৰক্ষা কৰক।ঘৰিয়ালৰ চকুপানীটুকী লাভ নাই।

  • @Tyfyftxtdtyfyuuvygygugugu
    @Tyfyftxtdtyfyuuvygygugugu 14 дней назад

    Full support Himanta sir

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k 15 дней назад +6

    কেইটা মানে অসমীয়াৰ ধ্বংস জয়জ্ঞ ৰ পুৰোহিত বিলাকক চিনিব লৈ বাকী নাই। বুদুণী নাচ ছবে বুজে।

  • @babulhussain5172
    @babulhussain5172 14 дней назад +1

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m 15 дней назад +4

    লুপ্ত হব পৰা বুলি কোৱাটো অশুদ্ধ।
    শুদ্ধ হব *লুপ্ত হব ধৰা* বুলি কলে।

  • @monowarhussain8661
    @monowarhussain8661 9 дней назад

    ভাল অভিনেতা

  • @nizamahmed8987
    @nizamahmed8987 15 дней назад +4

    ২৬ ৰ কি ৰণনীতি হব সেইটো এতিয়াও ঠিক কৰিবৰ পৰা নাই।

  • @MukibAhmed-r1q
    @MukibAhmed-r1q 2 дня назад

    এইটোৱেই অসমৰ অশান্তিৰ কাৰণ।

  • @malabikagogoi1328
    @malabikagogoi1328 15 дней назад +26

    নাটক কৰিছে ঘৰিয়ালৰ চকু পানী চকি লাগে দুৰ্নীতিৰ কৰিবলৈ

  • @IslamIslam-jb9is
    @IslamIslam-jb9is 12 дней назад +1

    চকুত আজাদ বাম বা ভিক্স লগাই ঘৰিয়ালৰ চকু পানী টোকা তেওৰ পুৰণি অভ্যাস ৷ ভাল ভাৱৰীয়া
    চিনেমা জগতত বহুত নাম কমাব পাৰিব

  • @entertainmentandexercies415
    @entertainmentandexercies415 15 дней назад +25

    ২৬ সমাগত সেইবাবে আকৌ নাটক আৰম্ভ।ইয়াৰ হাঁহি,কান্দোন(ঘঁৰিয়ালৰ চকুপানী),প্রতিশ্রুতি যাতে আৰু এবাৰ কোনোৱেও বিশ্বাস কৰি নলয়।এতিয়া যি ভোগ কৰিছে আৰু এবাৰ শাসন কৰিলে কি হ'ব উমান যি সকলে পোৱা নাই সেইবোৰেই এতিয়াই অন্তত আত্মহত্যা কৰি বাকী খিনিক সুখত থাকিব দিলেই হ'ল।মিছাতে ১৫ লাখৰ সলনি ১৫০০ টকাৰ বাবেই ৫টা বছৰ কষ্ট পোৱাতকৈ।

    • @assamesefunmasti
      @assamesefunmasti 15 дней назад +2

      সুন্দৰ কথা কৈছে দাদা,

    • @ranjitduttaey3967
      @ranjitduttaey3967 15 дней назад

      এই বোৰ মাত্ৰ টুপ 15লাখৰ কথা কৈ গালি দখল কৰি ললে আৰু জাতি মাটি ভেটি বন্ধকত দি দেশত উন্নয়ন নামত লুতিপুতি শেষ কৰিলে বুলি অসমৰ ৰাইজে জানে সেয়ে ৰাইজে পৰিবৰ্তন বিছাৰিছে আৰু কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ ওলাছে জয় আই অসম

  • @surajnathchauhan4481
    @surajnathchauhan4481 14 дней назад

    Very nice 👌👍👌👍👌

  • @axompride8543
    @axompride8543 15 дней назад +7

    Miya priyo mama.

  • @mohibulislam7300
    @mohibulislam7300 12 дней назад

    Mama u are great

  • @albabhussain3621
    @albabhussain3621 15 дней назад +9

    মামা ইতিহাসের পাতায় আপনার নামটা একটা ভালো জায়গা দেখতে চাই মুসলমানদের সাথে এতো দুশমনি এত হিংসা কি কারন

  • @user-hf3ir3ug1e
    @user-hf3ir3ug1e 12 дней назад

    Very good 🎉

  • @NewSingleLife
    @NewSingleLife 15 дней назад +12

    হিমান্ত বিশ্ব শর্মা সময়ের উচিৎ কথা বলছে স্যালুট সাহসী বীর 🙏🙏

    • @IndianJobAcademy
      @IndianJobAcademy 15 дней назад +4

      Bangladeshi toi bangla likhiso

    • @PranabPhukan-o5o
      @PranabPhukan-o5o 15 дней назад +2

      @@NewSingleLife এই বাংলা ভাষী মীঞাকেই অসমৰ পৰা বহিস্কাৰ কৰিব লাগে ।

    • @niyazahmed1117
      @niyazahmed1117 15 дней назад

      Ki bal likhisa Assamese t likh

    • @NewSingleLife
      @NewSingleLife 15 дней назад

      @@PranabPhukan-o5o জয় শ্রী রাম দাদা বাংলাদেশের হিন্দু সম্প্রদায়ের খবর কি আপনার জানা আছে

    • @srdtechassam7129
      @srdtechassam7129 15 дней назад

      ​@@IndianJobAcademyBongali manush Bangladesh sobe nohoi..

  • @MEOFFICIAL537
    @MEOFFICIAL537 11 дней назад

    এক নম্বৰ শিয়াল মামা

  • @Emon11223-m
    @Emon11223-m 15 дней назад +41

    গাদীৰ ভয়ত

  • @jubairahmed2654
    @jubairahmed2654 12 дней назад

    ভূপেনদাই “মানুহে মানুহৰ বাবে…” এয়াওতো গাইছিল৷

  • @mainabora7948
    @mainabora7948 14 дней назад +7

    আগে কৈ এতিয়া নকয় কিয় লাজ লগা কথা CMডাঙৰীয়া কি 2026 আশা বাদ দিব হল। অসমৰ আপোনি মূৰবী আপোনাৰ মুখত জি টি ভাষা সূভা নাপায়। খংনামে চান্দাল।

  • @ChinmoyChinmoyBordoloi
    @ChinmoyChinmoyBordoloi 14 дней назад

    কথাটো হয়। আমাৰ বেছিভাগ অসমীয়াই সকলো মাটি বেছি আছে। From Morigaon district

  • @debajanibaruah3105
    @debajanibaruah3105 15 дней назад +4

    নাটক কিমান চাম ।ঘৰিয়াল

  • @harunurrashid5711
    @harunurrashid5711 14 дней назад

    অসমত সকলো মানুহে ভাৰতীয় অসমখনক উন্নয়ন বিচাৰে সকলো মানুহে।

  • @SaddamAli-om7nf
    @SaddamAli-om7nf 15 дней назад +6

    Aah ki magic logaise

  • @anishaparbin3888
    @anishaparbin3888 15 дней назад +2

    Mama Jomoni kotha koise

  • @Mynagogoi123
    @Mynagogoi123 15 дней назад +8

    Upper Assam bjp harebo 😂😂😂😂😂
    6 community St status babe harebo
    Jai hind 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

  • @langkeswarbasumatary9233
    @langkeswarbasumatary9233 13 дней назад

    Good job mama

  • @Robdua1968
    @Robdua1968 15 дней назад +8

    মিয়া নহয় বাংলাদেশী কব লাগে।

    • @Motivationforyouth07
      @Motivationforyouth07 15 дней назад +1

      Tur bhini😂😂😂😂

    • @jamsedali33
      @jamsedali33 14 дней назад

      Mur bari dal mukhot loi bohi thak​@@Motivationforyouth07

  • @jontidekafitnessgoal1006
    @jontidekafitnessgoal1006 15 дней назад +1

    নতুন বেমাৰৰ নমুনা 🎉

  • @ekramulislam9264
    @ekramulislam9264 15 дней назад +10

    Vote Bank politics

  • @AbdulKhan-tb1qq
    @AbdulKhan-tb1qq 15 дней назад +4

    Mama 😂😂 kiman bonabo okhom bakhik mama 😂😂😂😅😅... Acting ot amar PM or nisina koribo nuware sory de kolu kintu ki acting kore amar MODi a👌👌👌😄😄

  • @muftiabdulkarimqasmi
    @muftiabdulkarimqasmi 7 дней назад

    Best Commedy man 😂😂😂

  • @user-bi5jr2ct1s
    @user-bi5jr2ct1s 12 дней назад +1

    Hemantaa❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @HOTGATES-sr2pv
    @HOTGATES-sr2pv 11 дней назад

    মিঞাক শৰ্মা উপাধি দিয়ক

  • @PoojaDowarah
    @PoojaDowarah 14 дней назад

    I support u sar,Ami mananuh, kiba ata kowta vul hobo para,kin2 nijor vul mani lobo pora2ha asol kotha,i like u mama

  • @mohanpegu8397
    @mohanpegu8397 14 дней назад

    Wow what a politic😮

  • @NyanaTV-hp6nn
    @NyanaTV-hp6nn 12 дней назад

    মুখ্যমন্ত্ৰীৰ কথাবোৰ সদায় আপত্তি জনক কিয় হয়?

  • @Atoms_Chemistry
    @Atoms_Chemistry 14 дней назад

    Seat reservation ৰ কথাটো ও ভাবি চাওঁক মুখ্য মন্ত্ৰী.
    What is Legal !!

  • @nurulalam7957
    @nurulalam7957 15 дней назад

    Val lagil