আইলাহাবি বৰ নামঘৰ।।ভটীয়াপাৰ

Поделиться
HTML-код
  • Опубликовано: 15 окт 2024

Комментарии • 1,2 тыс.

  • @BibekGogoi-i1s
    @BibekGogoi-i1s Год назад +7

    সুন্দৰ তত্ত্ব কথা।। আমি আমাৰ কোনো ধৰ্মকে নিন্দা কৰা নাই। কোনোবাই যদি ভাবিছে যে কাৰোবাৰ ধৰ্ম গ্ৰহণৰ প্ৰতি প্ৰানজিৎ গগৈ বাপে বাধা প্ৰদান কৰিছে তেন্তে সেইটো আপোনালোকে সম্পূৰ্ণ শুদ্ধ হোৱা নাই। কাৰন কাৰো ধৰ্ম গ্ৰহণত তেখেতে বাধা দিব খোজা নাই । আৰু যদি ভাবিছে যে তেওঁ বাধা দিব খুজিছে তেন্তে সোনকালে নিৰপেক্ষ দৃষ্টিভংগীৰে আলোচনা কৰক। কিন্তু কাকো সমালোচনা নকৰিব,কাৰন কাৰোবাক সমালোচনা কৰিলে আপোনাৰ ঈশ্বৰ ভক্তি শূণ্য হৈ পৰিব। ঈশ্বৰৰ এটাই নিৰ্দেশ যে, আমি কাৰোবাক সমালোচনা কৰাৰ আগত দহ বাৰ নিজে নিজক আত্মবিশলেসন কৰিব লাগে। আৰু এইটোৱেই হৈছে ধৰ্মৰ মূল গুৰি। আৰু এই সহিষ্ণুতাৰ ভাবতেই মানুহএজনৰ কোমল আৰু সু সজ্জিত অন্তৰখনি ধৰা পৰে।। কাৰোবাৰ কথাকেইটা যদি ভাল লগা নাই বা আপোনালোকে যদি গ্ৰহন কৰিব পৰা নাই বা আপুনি যদি সম্পূৰ্ণ শুদ্ধ তেতিয়াহলে দিশটো শুদ্ধ কৰিবৰ বাবে তেখেতৰ লগত এবাৰ আলোচনা কৰাৰহে চেষ্টা কৰক। এই গুনটোৱেহে কিন্তু আপোনাক ঈশ্বৰভিমুখী কৰিব, এইটোৱেই নিশ্চিত আৰু ইয়াত কোনো বিভ্ৰান্তি নাই।।। সকলোৱেই ঈশ্বৰভিমুখী হওঁক, তাৰেই কামনাৰে গোবিন্দৰ চৰনত প্ৰাৰ্থনা কৰিছো‌।।

    • @ranjitbora8338
      @ranjitbora8338 9 месяцев назад +1

      সম্পূৰ্ণ শুদ্ধ কথা। আমি আনক সমালোচনা কৰাৰ আগতে নিজক সমালোচনা কৰি চাব লাগে।
      কৃষ্ণ 🙏

    • @gautamborboruah3381
      @gautamborboruah3381 10 дней назад

      মনে মনে গাহৰি নাখাবা বাপ।😂 কনীও খোৱাটো পাপ হেনো এজন বাপে কৈছে।

  • @ratnachoudhury5679
    @ratnachoudhury5679 15 дней назад +2

    কৃষ্ণ প্ৰভূ অতি সুন্দৰ ভাগৱত বাখ্যা শ্ৰৱণ কৰি ধন্য মানিছো প্ৰভূ আপোনাৰ শ্ৰী চৰণত সেৱা কৰিছো কৃষ্ণ কৃষ্ণ

  • @dr.purushotamthakur5999
    @dr.purushotamthakur5999 9 месяцев назад +22

    ক্ষমিয়োক মোক চাৰি মহাশিষ্ট। ব্ৰাহ্মণগণ মোৰ মহা ইষ্ট ।। বিপ্র-সেৱা তেসে আমাৰ খ্যাতি। চাণ্ডালকো কৰে প্ৰবিত্ৰ আতি ।।

    • @air33-ias53
      @air33-ias53 6 дней назад

      সত্য বছন।

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by 8 месяцев назад +1

    সুন্দৰ কথা কৈছে প্ৰাণজিত বাপ জনাই সত্য কথা কৈছে কাৰণ ভগৱান এজন তাকে ৰাইজে ভাগ ভাগকে ভগৱানক পোজাহয় কৃষ্ণ কৃষ্ণ কৃষ্ণ ভগৱান প্ৰভু ঈশ্বৰ কৃষ্ণ ভগৱান নমস্কাৰ।

  • @dulalsaikia632
    @dulalsaikia632 Год назад +12

    ভাল লাগিছে ভগৱত ৱখা সুনি বাপ জনাৰ পৰা সুন্দৰকৈ জানিব পাৰিলো দৈনবাদ আপুনাৰ শৰনত শেৱা জনালো -

  • @devrajdutta5179
    @devrajdutta5179 3 месяца назад +1

    কৃষ্ণ বাপ জনালৈ শতকোটি সেৱা জনাইছোঁ।শাস্ত্ৰৰ সিধান্ত সমূহ ইমান সুন্দৰকৈ বুজাই দিয়াত বহুত উপকৃত হ'লো।ৰাম কৃষ্ণ হৰি।🙏🙏🙏ৰীতা দত্ত।

  • @entertainment1273
    @entertainment1273 Год назад +48

    প্ৰভু বাপ্‌ শাস্ত্ৰ সন্মত যুক্তিতকৈ নিয়ম বোৰ বিজ্ঞান সন্মতভাৱে বিশ্লেষণ আগবঢ়াই শ্ৰেণী বিভক্ত সমাজবোৰক একেখন মঞ্চত সমবেত কৰিব পাৰিলে গুৰুসকলৰ বৃহৎ অসমীয়া জাতি গঠনৰ সপোনক নিশ্চয় বাস্তৱ ৰূপ দিব পাৰা যাব বোধহয়৷
    বাপ্‌ সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই চাৰিটা যুগক আপুনি কেনে ধৰণে চিনাকী কৰি দিব বিচাৰে নাজানো৷
    শিশু এগৰাকীয়ে ভাল-বেয়া, শুদ্ধ-অশুদ্ধ নুবুজাৰ লগতে মিছা মাতিব নাজানে৷ শিশুগৰাকী জ্ঞান আহৰণৰ বাবে শিক্ষা গ্ৰহন কৰি থকা সময় খিনিকে সত্য যুগ (সত্য যুগে ধ্যান), শিক্ষা গ্ৰহন শেষ হোৱাৰ পিছত যৌৱনত ভৰি দি যিকোনো কৰ্মত নিয়োজিত হৈ অৰ্থ অৰ্জনত ব্ৰতী হয়৷ অৰ্থাত এইখিনি সময় তেওঁৰ ত্ৰেতা যুগ চলে৷ ত্ৰেতা যুগে যজ্ঞ৷ যজ্ঞ মানে কৰ্ম৷
    ইয়াৰ পিছত তেওঁ বিৱাহ পাশত আৱদ্ধ হৈ দ্বাপৰ যুগত ভৰি দি পৰিয়াল পূজনৰ দ্বায়িত্ব লব৷ দ্বাপৰ যুগে পূজা৷ বাৰ্দ্ধক্যজনিত কাৰণত এদিন তেওঁৰ কৰ্ম কৰাৰ শক্তি দেহৰপৰা আতৰি যাব তেতিয়া তেওঁৰ কলি যুগ আৰম্ভ হব৷ তেওঁৰ শৰীৰত তেজৰ চলাচলৰ সক্ৰিয়তা কমি যাব আৰু দেহক বিভিন্ন বেমাৰে আবৰি ধৰিব৷ তেওঁ হৰি নাম ধৰ্মৰ মাধ্যমেৰে হাত চাপৰি বজাই তেজৰ চলাচলৰ সক্ৰিয়তা বৃদ্ধি কৰি বেমাৰ আজাৰৰ পৰা আতৰাই ৰাখিব পাৰিব৷ কলি যুগে হৰি নাম ধৰ্ম৷
    চাৰি যুগৰ ওপৰত মোৰ ধাৰণা এয়াই৷ প্ৰকৃতিক আমি কেতিয়াও চাৰিটা ভাগত বিভক্ত কৰিব নোৱাৰো৷ প্ৰকৃতিৰ আয়ুস ৰেখা এডালেই৷ কৃষ্ণ কৃষ্ণ

    • @chenirambhuyan8116
      @chenirambhuyan8116 7 месяцев назад

      U

    • @krishnadutta4592
      @krishnadutta4592 4 месяца назад +2

      Hori nam dhaza kori Bed pontha pori hori fure oti pasanda hokal .Hai pasonda hokal buli kak koise ?

    • @KandarpaKalita-qq5rq
      @KandarpaKalita-qq5rq 3 месяца назад

      😅

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 3 месяца назад +1

      আপোনাৰ কথামতে মানিলে প্ৰহ্লাদ, ধ্ৰুৱ, অষ্ট্রাবক্র, উদ্দালক আদি অনেক শিশুৰ উদাহৰণ বোৰ নাকাৰাত্মক কৰিব লাগিব নেকি ? নতুবা দ্বাপৰ যুগৰ দাম, সুদাম, আৰু উদ্ধৱক অস্বীকাৰ কৰিব লাগিব নেকি .?

    • @tarulataburagohain3887
      @tarulataburagohain3887 3 месяца назад

      😊😊😊😊

  • @dipengogoi2598
    @dipengogoi2598 3 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    ধন্য ধন্য হলো বাপ দুজনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ শাস্ত্ৰৰ সন্মতৰ ইমান সুন্দৰ দিয়াৰ বাবে
    জয় শ্ৰীকৃষ্ণৰ জয়

  • @nirupamsaikia5403
    @nirupamsaikia5403 4 месяца назад +28

    কৃষ্ণ বাপ। বৈকুণ্ঠৰ কল্পতৰু মহাশাস্ত শ্ৰীমদ্ভাগৱত ভাগীৰ ব্যাখ্যাৰ দ্বাৰাই সুন্দৰকৈ বুজাই দিয়াৰ বাবে বাপ জনালৈ সেৱা জনালোঁ। কৃষ্ণ

  • @SovanaKakaty
    @SovanaKakaty 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ। বাপ উত্তৰ সুন্দৰকৈ বুজাই দিয়া বাবে প্রণাম জনাইছো।

  • @mukulchetia5609
    @mukulchetia5609 Год назад +4

    সুন্দৰ উপস্থাপন সুন্দৰ তত্বগধুৰ ব্যাখ্যা ভাল লাগিল।

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 3 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
    জয় জগত গূৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বাপ জনাক‌ ভাগৱতৰ কথা কেইটা কোৱাত তেওঁ নিজৰ কথা বুলি বেয়াকৈ কয় কোৱা বিলাকে একো নাজানে

  • @phatikchandragogoi7633
    @phatikchandragogoi7633 Год назад +7

    গগৈ বাপজনাৰ সুন্দৰ ভাগৱত ব্যাখ্যা শুনি ধন্য হলো । কৃষ্ণ কৃষ্ণ

  • @harendranathbaruah6085
    @harendranathbaruah6085 Год назад +13

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা ৷প্ৰশ্ন কৰ্তা আৰু ব্যাখ্যা কৰ্তা প্ৰানজিৎ বাপজনালৈ সেৱা ধৰিছো ৷

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 Год назад +11

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা শুনি ভাল লাগিল কৃষ্ণ।

  • @chinugogoi5411
    @chinugogoi5411 Год назад +9

    কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @junumech7558
    @junumech7558 Год назад +11

    ,, কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ

  • @renuchoudhury5044
    @renuchoudhury5044 Год назад +11

    কৃষ্ণ বাপ বৰ ভাল লাগিল নজকে ধন্য মানিলো কৃষ্ণ

  • @parajitasaikia
    @parajitasaikia Год назад +13

    কৃষ্ণ বাপজনা অতি উত্তম ব্যাখ্যা । কৃষ্ণ কৃষ্ণ হেৱাহে ।।

  • @kanikakalita1813
    @kanikakalita1813 Год назад +22

    বাপজনালৈ ভক্তি ভৰা সেৱা জনালো কৃষ্ণ

  • @jadabnath6830
    @jadabnath6830 Год назад +5

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏 বহুত ভাল লাগিল ❤❤❤❤

  • @bhargavbora4933
    @bhargavbora4933 Год назад +2

    বাপ আপোনাৰ কন্ঠ ইমান সুন্দৰ কবলৈ ভাষাই । আৰু আপোনাৰ ভাগৱত বাখ্যা ‌অতি সুন্দৰ হৈছে । কৃষ্ণ ‌ কৃষ্ণ প্ৰভু

  • @pankajjyotibaruah3686
    @pankajjyotibaruah3686 Год назад +5

    আপোনাৰ ব্যাখ্যা বোৰ ভাল লাগে শুনি। যন্ত্ৰৰ ব্যাখ্যাটো যি দৰে আপুনি দিছে সেইটো ব্যাখ্যাটো এটা অমূলক ব্যাখ্যা। এনেবোৰ ব্যাখ্যাই আমাৰ মাজত থকা সম্প্ৰীতিত ব্যাঘাত আনিছে। অলপ চিন্তা কৰিব। অৱশ্যে আপোনাৰ দৰে আধ্যাত্মিক চিন্তা চৰ্চা আমাৰ নাই। সীমিত জ্ঞানেৰে কৈছোঁ যে ব্যাখ্যাবোৰ অলপ গঠনমূলক হলে ভাল।

  • @nirusaikia7631
    @nirusaikia7631 9 месяцев назад +1

    কৃষ্ণ কৃষ্ণ 🙏 🙏
    আই বাপ সমস্ত ভক্তি ভৰা সেৱা নিবেদিলো । আপোনাৰ চেনেলৰ যোগেদি ভগৱন্তৰ কথা শ্ৰৱণ কৰি ধন্য হলো প্ৰভু বাপ 🙏 🙏 কৃষ্ণ কৃষ্ণ 🙏 🙏

  • @rupalidutta4817
    @rupalidutta4817 Год назад +6

    একদম সচা আমাক বহুত ঘৃণা কৰে, বৰ সুন্দৰ প্ৰশ্ন ,

  • @SukhenMoran-s9b
    @SukhenMoran-s9b Год назад +8

    কৃষ্ণ কৃষ্ণ তত্ত্বৰ গধূৰ বাখ্যা শুনি
    আপোনালৈ ভক্তি সেৱা নিবেদিলো।

  • @paporidutta884
    @paporidutta884 Год назад +7

    ‌কৃষ্ণ কৃষ্ণ বাপ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ🙏

  • @pulinsharma8826
    @pulinsharma8826 3 месяца назад +10

    সংঘৰ বাপ সকলে ব্ৰাহ্মণ সকলক পাকে প্ৰকাৰে টানি আনি বদসমালোচনা নকৰালৈকে তেওলোকৰ সংঘ সকলো দিশতে যেন আধাৰোৱা হব অনুমান হয়।

  • @karishmasaikia3694
    @karishmasaikia3694 Год назад +16

    অতি সুন্দৰ প্ৰশ্ৰ আৰু গগৈ বাপ জনাৰ শাস্ত্ৰীয় সন্মত উত্তৰত আমি অতি সুখী হলো কৃষ্ণ 🙏🙏🙏

  • @sanjibborboruah
    @sanjibborboruah Год назад +36

    বাপজনালৈ নমস্কাৰ।আমিও বামুণীয়া পন্থাৰে এজন নিঃকিন সেৱক।প্ৰথম কথা হ'ল বামুণীয়া নহয় ব্ৰাক্ষ্মণীয়া।আৰু যে কৈছে যন্ত্ৰ বুলি এই যন্ত্ৰবিধ দেৱতাৰ প্ৰতীক চিহ্ন বুলিহে আমি অধ্যয়ন কৰি পাইছো।কাৰোবাৰ ঈশ্বৰ উপাসনা কৰা মংগল ধ্বনি কৰা ঘণ্টাভাগিক টিলিঙা বা যন্ত্ৰ বুলি নকৰিব।টিলিঙা চাইকেলতহে থাকে।তাল আৰু ঘণ্টাৰ মাজত বিশেষ পাৰ্থক্য নাই দুয়োবিধ ঈশ্বৰৰ উপাসনাতেই ব্যৱহাৰ হয়।আমি জনাত শংকৰদেৱৰ আইতাক খেৰসুতিৰ আদ্যশ্ৰাদ্ধই হৈছিল মানে পিণ্ডাদি কৰ্মই হৈছিল তাৰ প্ৰমান বৰদোৱা সত্ৰত থকা আদ্যশ্ৰাদ্ধৰ পুথিভাগ।মই মোৰ মনৰ ভাবহে দাঙি ধৰিলো।অপৰাধ ক্ষমা কৰিৱ।কৃষ্ণ।

    • @probinkumarboruah8192
      @probinkumarboruah8192 Год назад +2

      বাব জনাৰ কিছু পৰিমাণে মানসিক চাপৰ ভুগিছে বাবে আবোল তাবোল বলিকিছে |
      নহলে ব্ৰাহ্মণ সম্প্ৰদায়ক ঊগ্ৰ তথা নিষ্ঠুৰ ভাৱে নকয় |

    • @DehiramKachari
      @DehiramKachari 5 месяцев назад

      😊😅😊❤

    • @CRCC-nv2fj
      @CRCC-nv2fj 3 месяца назад +1

      পৰ নিন্দাই তেওঁলোকৰ ধৰ্ম।

    • @ritomnayan
      @ritomnayan 2 месяца назад

      Brahmonia ponthak ninda nokoribo?

    • @gautamborboruah3381
      @gautamborboruah3381 10 дней назад

      ঠিকেই কৈছ। অকল বেলেগ ধৰ্মক সমালোচনা কৰাহে দেখা পাও সভাবোৰত। ৰাজহুৱাকে নিৰামিষ খাই দেখুৱাই কিন্তু ঘৰত জীৱ বধ কৰি আমিষভোজী হয়।

  • @simantarajsarmahkondoli2911
    @simantarajsarmahkondoli2911 Год назад +5

    ধৰ্মৰ নামত অসমীয়া জাতি ভাগ ভাগ কৰাৰ এক সুন্দৰ কৰ্ম প্ৰচেষ্টা ৷

    • @PONKAJAXOM
      @PONKAJAXOM Год назад +1

      সমালোচনা যিমানেই হব সিমানেই ইউটিউব চেনেল GROWTH হব।
      চব বেপাৰী দাদা।

    • @bhakatakon
      @bhakatakon 8 месяцев назад +1

      তেখেতে কোনো ভুল কথা কোৱা নাই। যুক্তি দি কৈছে। এয়া ভাগৱতৰ যুক্তি।

  • @sarujandas121
    @sarujandas121 9 месяцев назад +2

    Krishna Baap Parnam 🙏🙏🙏

  • @PranabjyotiRay-u9j
    @PranabjyotiRay-u9j 9 месяцев назад +3

    কৃষ্ণ শংকৰ গুৰু হৰি ৰাম

  • @assamesgayatrimixgouri2570
    @assamesgayatrimixgouri2570 2 месяца назад +2

    কৃষ্ণ সেৱা নিবেদিলো। সুন্দৰ ভাৱে ব্যাখ্যা আগবঢালে।

  • @birenpdas5347
    @birenpdas5347 Год назад +6

    সুন্দৰ বাখ্যা কৰিছে আমাৰ আন্তৰিক সেবা প্রদান কৰিছোঁ যোৰহাট

  • @LACHIT-w9t
    @LACHIT-w9t Год назад

    আপোনাৰ মতে ভাগৱতৰ ভগৱানৰ দৰে স্বাৰ্থপৰ ভগৱান কোনো নাই ৷

    • @surjitkamaldas5599
      @surjitkamaldas5599 4 месяца назад

      Jijonok xomogro Deb debotai Puja kore brohma horo lakhmi adi Kori xokolue bhojona kore gotike teuk Puja kora teuk xewa kora. Adi xotyo jugotu xeiyai asil. Xei kotha tu u Jani louk. Bap jonai takei prokax korise. Xastroi u takei koise. Krishna.....

  • @কৃষ্ণাগগৈ
    @কৃষ্ণাগগৈ Год назад +13

    কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ কৈ বুজাই দিলে ভাল লাগিল শুনি,, আপোনাৰ শ্ৰী চৰণত সেৱা জনালোঁ কৃষ্ণ,,জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জয় কৃষ্ণ 🙏🙏

  • @priyankaphukan6560
    @priyankaphukan6560 Год назад +6

    ইমান সুন্দৰ কৈ বাখ্যা কৰি দিয়াৰ বাবে ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ।🙏🙏🙏🙏

  • @sarbanandadas4111
    @sarbanandadas4111 Год назад +8

    কৃষ্ণ বাপ কৃষ্ণ। সেৱা ধৰিলো বাপ।বৰ সুন্দৰ সুন্দৰ আৰু ভাগৱতৰ তত্ব। প্ৰকাশ কৰিলে যাৰ দ্বাৰা সমাজৰ অধিকাংশ লোকৰ মনৰ আশুৱা সমূহ দূৰ কৰিলে বাপ। বহুত বহুত ধন্যবাদ বাপ ।

  • @mborah9182
    @mborah9182 Год назад +31

    বেপাৰ ৷বেপাৰীৰ বেপাৰ খন ভাল হৈছে ৷

  • @bhargabsarma6711
    @bhargabsarma6711 Год назад +16

    ৰাম ৰাম। ভগবানৰ নাম নিজ মনে ল'ব লাগে। মনৰ শান্তিৰ হকে হৰিৰ নাম হওঁক।বাপ আপোনাৰ বিশ্লেষণে মানুহৰ মাজত বিভেদ আনিব। বিভেদকামী কথা কোনো গ্ৰন্থত উল্লেখ নাই।

    • @prabinjaihanumansaikia476
      @prabinjaihanumansaikia476 Год назад +1

      Ekdam xosa kotha bhal lagil❤

    • @bontiborah5014
      @bontiborah5014 Год назад +2

      সঁচাকৈ বাপ জন বিভেদ মানে অশান্তিৰ মূল

    • @mridusmitasaikia83
      @mridusmitasaikia83 Год назад +2

      জীৱনত যদি অলপ পুন্য কমাবলৈ মন আছে, তেন্তে এখেতৰ অমৃত ময় বাখ্যা xunok,,কিছুমান মানুহৰ বাবে ই চাগে এখেতক শাস্ত্ৰ ভাগৱত ৰ অদ্ভুত জ্ঞান দি ভগৱানে পঠাইছে এই ধৰাত,,,koy je GOD Gifted বুলি,,,পাপ বিলাক অলপ কমিব তেওঁ ৰ বাখ্যা শুনি বুজি পালে,,,,,🙏🏻🙏🏻কৃষ্ণ

  • @bulumoniborah8127
    @bulumoniborah8127 Год назад +4

    কৃষ্ণ প্ৰভূ……
    ইমান ভাল লাগিল, আমিও প্ৰায়ে এনেধৰনৰ প্ৰশ্নৰ মুখা মুখী হও, কিন্তু উত্তৰহে বিচাৰি নাপাও, নিজেহে যি পাৰো বুজি পাও , আনক বুজাই দিব নোৱাৰো……কৃষ্ণ

  • @dilpsaikia1857
    @dilpsaikia1857 Год назад +7

    আমি গোলাঘাট আঠখেলীয়া বেবেজীয়াৰ গাওঁৰ পৰাই প্ৰাণজিৎ দেৱলৈ আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছো লগতে এইজে বামুণী য়া সংঘৰীয়া লোক বা অনুকূল ধৰ্ম অৰ্থ বা বাখ্যা হোনি বৰ ভাল লাগিল ধন্যবাদ জনালো নমস্কাৰ।

  • @AkashRobidas-y7w
    @AkashRobidas-y7w Месяц назад +2

    🙏 KRISHNA 🙏

  • @prafullaborah4906
    @prafullaborah4906 Год назад +3

    পৰৰ ধৰ্মক নিহিংসিবা কদাচিত।
    কৰিবা ভূতক দায়া সকৰুণ চিত্ত।।..শংকৰদেৱ

  • @RikheswarChutia-n6e
    @RikheswarChutia-n6e 2 месяца назад +1

    গীতা ভগৱতত একনামৰ মাহাত্মৰ বিষয়েহে কৈছে। আমি যিমান ধৰ্মীয় পুথি অধ্যয়ন কৰিছো সেই সকলোতে একনামৰ বিষয়েহে মানৱ জাতিক নিৰ্দেশ দিছে

  • @ranjanborah8190
    @ranjanborah8190 Год назад +7

    কৃষ্ণ কৃষ্ণ বাপ, বহুত ভাল লাগিল শুনি শুনি

  • @justinblog5766
    @justinblog5766 Год назад

    বহুত সুন্দৰ বাখ্যা...মন চুই গৈছে

  • @prabinjaihanumansaikia476
    @prabinjaihanumansaikia476 Год назад +4

    Baap prabhu bhagavan shiv baba chaok nije bikh pran kori baki xakolak amrit pran koraise , xeitu koi dev ru dev mahadev 🪔🌹🌹👏 kaku ninda koribo napai xakalu param pita pram attma santan arjunak biswaroop dexuaute , ganesh shiv adi kori xamasta birajmaan hoi ase , krishna❤❤❤❤

    • @NabanitaDas-ig1vz
      @NabanitaDas-ig1vz 3 месяца назад

      Xosai kotha ami tu kaku ninda nkoru kintu amak kio targeted kore😢

  • @harichandrabori8835
    @harichandrabori8835 Год назад +2

    সুমধূৰ কৃষ্ণকথা শুনি বৰ ভাল পালো। ইমান ধুনীয়াকৈ বুজাইছে- - - কৃষ্ণ।

  • @dadulborah4961
    @dadulborah4961 Год назад +4

    বাপজন,উগ্ৰ শ্ৰৱা মুনিয়ে ব্যৱহাৰ কৰা অকুলীন শব্দটোৰ অৰ্থ সঠিক ৰূপত ভাঙনি কৰে যেন।

  • @creative-dd3zt
    @creative-dd3zt Год назад +2

    Good morning gogoiডাঙৰীয়া আপোনাক ধন্য ধন্য

  • @pranabbora930
    @pranabbora930 Год назад +6

    প্ৰাণজিত গগৈ বাপলৈ আমাৰ ভক্তিভৰা সেৱা জনালো।।

  • @koushiksankar8490
    @koushiksankar8490 Год назад +2

    আপোনাৰ মনোভাৱ ক কূতি কূতি প্ৰনাম
    বহুতে ই সুন্দৰ question সুধিলে.

  • @papuchutia8322
    @papuchutia8322 Год назад +14

    আপনি দাঙি ধৰা কাৰনে বহোত ভাল লাগিল বামুনিয়া কাম কৰা মানুহ বোৰ বেয়াকৈ মৰে নেকি গতিকে ধম যিয়েই নহক পথম ধম হল মানৱ ধম গতিকে শংকৰ সংঘৰেও হক কাকো কোনো ধমক ঘিনা কৰিব নেপাই আমি দেখি আহিছো যি ভকতে মই শংকৰ সংঘৰ বুলি ভাবি বেলেগক বাধা দিয়া জনে বছৰ বছৰৰ ধৰি বিছনাত পৰি সাছতি খাই মৰিছ তেও কিয় ভালকে নমৰিলে গতিকে সুধৰ অনতৰে সকলোকে মানুহ হৈ সকলো ঘৰত যাব লাগে মানুহয় যদি

    • @manashtalukdar8848
      @manashtalukdar8848 Год назад

      আপুনি গগৈ বাপৰ বাখ্যা সম্পূৰ্ণ কৈ শুনক।নিশ্চয় আপোনাৰ ভুল ভাঙিব।

  • @minubaruahminubaruah3762
    @minubaruahminubaruah3762 2 месяца назад +1

    কৃষ্ণ বাপজনাৰ চৰনত সেৱা জনালো।আপুনি ভজনৰ বিষয়ে অলপ বুজাই দিবলৈ সেৱা জনালো।জয় গুৰু শঙকৰ।

  • @narensarmah1751
    @narensarmah1751 Год назад +76

    মানব সেৱাই যদি ধৰ্ম হয়,তেনেহলে বামুনিয়া পন্থাৰ মানুহক নিন্দা কিয় কৰে? বামুনিয়া পন্থাৰ মানুহ বিলাক মানব শব্দৰ ভিতৰত নপৰে নেকি? জনামতে শঙ্কৰদেৱৰ দেউতাকে ভগৱান শিৱক পূজা কৰি পুত্ৰ লাভ কৰিছিল বাবে পুতেকৰ নাম শঙ্কৰ ৰাখিছিল। গতিকে বামুনিয়া সমাজে পিতৃ মাতৃৰ আদৰ্শৰে সামাজিক আৰু ধৰ্মীয় কাম কৰি যাব লাগে। কিন্তু আন ধৰ্মৰ নিন্দা কৰিব নালাগে।সভা সমিতি পাতি এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক নিন্দা কৰাটোক ধৰ্ম বুলি ক'ব নোৱাৰি।

    • @জ্যোতিময়Jyotimoy
      @জ্যোতিময়Jyotimoy  Год назад +3

      হয় বাপ কৃষ্ণ

    • @horenhandique3624
      @horenhandique3624 Год назад +1

      অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাৰ দোষ। জানিবা ইহাক নিশ্চয়।
      পৰম বিৰক্ত যিটো। কৃষ্ণৰ ভকত ভৈলা। তাৰ একো নাহিকে নিৰ্ণয়।।

    • @dhrubabora9184
      @dhrubabora9184 Год назад +4

      মই ও নামৰ কিন্তু আপোনা কথাট একমত এটা ধৰ্ময়ে আনটো ধৰ্মক নিন্দা কৰিব নাপায়

    • @digantanath3121
      @digantanath3121 Год назад +12

      এই জনাই সদাই বামুনীয়া পন্থাক নিন্দা কৰে আওপকিয়াকৈ. ..

    • @biswajyootideka8816
      @biswajyootideka8816 Год назад +2

      Ekdom xosa kotha

  • @durlovbaruah
    @durlovbaruah 11 месяцев назад +1

    হে প্ৰভু আপোনাক দেখা পালে কন্দাৰ বাহিৰে একো কৰিব নোৱাৰিম। কৃষ্ণ॥

  • @bitulkonwar1099
    @bitulkonwar1099 Год назад +17

    প্ৰথমতে এই অধমে গগৈ বাপজনাৰ চৰণত সেৱা নিবেদন কৰি কেইটামান প্ৰশ্নৰ উওৰ বিচাৰি সেৱা আগবঢ়ালোঁ। নিশ্চয় অকপতে আমাক জনাব বুলি আশাৰে.....বামুণীয়া পণঠাৰে চলা আমাৰ আজো ককা,, আৰু ককাদেউতা সকলে বাৰু নৰকলৈ গতি কৰা আপোনাসৱে দেখা পাইছিল নেকি..? আৰু তিলিঙা যুকাৰী যুকাৰী ভক্তি কৰা কথাষাৰ এটা জাতিক অপমান কৰাটোকে বুজোৱা নাই নে বাৰু..? বামুণীয়া মতে চলা লোকসকলে আপোনাক কিবা অসুবিধাত পেলাইছে জানো,,?মানৱ সেৱাই যদি শ্ৰেষ্ঠ ধৰ্ম হয়,, তেনেহলে আপুনি ব্ৰাহ্মন বোলা সকল মানৱ জাতি বুলি জানে নে নাজানে..? আপোনাক দেখাত খুব বেছি ৩০/৩৫ বছৰীয়া লোক যেন লাগে,, কিন্তু ১০০ বছৰ বয়স হোৱা সকলে আজি অতদিনে ভকতি কৰি অহা বিলাক কি মিছাহে আছিল নেকি,,??
    এটা উদাহৰণ দিও বেয়া নাপাব।
    আমি চাৰিজন ধৰি লওক শিৱসাগৰ যাম।দুজনে জয়সাগৰ ফালেদি যাব। আৰু এজনে GGS চাৰিআলি ফালে যাব। আৰু এজনে প্ৰগতি হৈ যাব। কিন্তু চাৰিজনৰ লক্ষ্য এটাই,ঠিক সেইমতে গৈ শিৱসাগৰ টাউন নাপায় আন ঠাইত পাবলৈ জানো,, গতিকে নিজৰ সমাজখনক ভালদৰে চলাই আনক নাহাহি একমনএ ভকতি কৰক ,,youtuber ত ভক্তি তত্ত্ব যি মন যায় তাকে গায় ভিওজ বঢ়াই টকা ঘটাৰ মজা ভগৱন্তপুৰুষে সময় হ'লে নিশ্চয় দিব এইটো সম্পূৰ্ণ ধুৰুপ। বাহুলয় হ'লে ক্ষমাদান কৰিব বুলি আশা ৰাখিলোঁ।🙏🙏🙏

    • @জ্যোতিময়Jyotimoy
      @জ্যোতিময়Jyotimoy  Год назад +1

      কৃষ্ণ বাপ ফোন এটা কৰিব ,নিশ্চয় জনোৱা হব।

    • @bitulkonwar1099
      @bitulkonwar1099 Год назад +10

      ​@@জ্যোতিময়Jyotimoyফোন যোগে জনালে মাথোঁ মইহে জানিম।সমাজখনৰ ৰাইজেও জনাকৈ comment ত জনালে সুখী হলোহেতেন কৃষ্ণ কৃষ্ণ 🙏🙏

    • @ADRE2.Preparation
      @ADRE2.Preparation 9 месяцев назад

      আপুনি একদম ঠিক প্ৰশ্ন কৰিলে।

    • @upenbordoloi1164
      @upenbordoloi1164 Месяц назад +2

      প্ৰভূ আপুনি যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিব নোৱাৰে । কাৰন টিলিঙাই হওঁক বা শঙ্খই হওঁক তাৰ তত্ব তেওঁলোকে নেজানে। গতিকে নজনা কথা এটা কেনেকৈ কব ? এখন দুখন শাস্ত্ৰ অধ্যয়ন কৰি কেতিয়াওঁ সম্পূৰ্ণকৈ গ্যান প্ৰাপ্তি কৰিব নুৱাৰে।

    • @anuraggoswami4108
      @anuraggoswami4108 8 дней назад

      ​@@জ্যোতিময়Jyotimoyapuni mur logot bohibo sob bujai dim apunak.manuhok bipothe porisalito nokoribo. Guru jonai dekhua adorkha aru apunar kothar major olekh ojut proved. Tilinga kubai buli kiba tussa tassillo korar dore lagil.odvut jukti sun apunar.

  • @banajitbezbaruah6226
    @banajitbezbaruah6226 2 месяца назад +1

    Right kotha koise, val koise

  • @anjudutta4109
    @anjudutta4109 Год назад +7

    কৃষ্ণ 🙏 সচাকৈ বৰ লাগতিয়াল প্ৰশ্ন, অতিজৰে পৰা চলি অহা, আমি এই কৰ্মই কৰা দেখি আহিছোঁ মানি আহিছোঁ । কথাখিনিৰ লগত একমত । সেৱা জনালোঁ 🙏

  • @SamSung-pw4hq
    @SamSung-pw4hq Год назад +2

    ভাগৱত ব্যাখ্যা আৰু তত্ত্বগধুৰ সিদ্ধান্ত শুনি দেহ মন শাত পৰিল ৷ অনুগ্ৰহ কৰি জনাবছোন আপুনি কোন সমাজৰ হয় ৷ কৃষ্ণ কৃষ্ণ ৷৷

  • @sumitradeka3599
    @sumitradeka3599 10 месяцев назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @MinakhiBorah-fp1bf
    @MinakhiBorah-fp1bf 2 месяца назад +1

    ভাল লাগিল বাখ্যা ,

  • @dipabhuyan3684
    @dipabhuyan3684 Год назад +4

    হে ঈশ্বৰ আমি মহা পাপি আপোনাৰ বাক্য ই আমাক ধূই নিকা কৰিব বুলি আশা কৰিলো প্ৰভূ ধন্যবাদ

  • @KripanandaNath-s9y
    @KripanandaNath-s9y 4 месяца назад

    ভগৱান ভগৱান ভগৱান ভগৱান ভগৱান ভগৱান ভগৱান ঈশ্বৰ ঈশ্বৰ ঈশ্বৰ ঈশ্বৰ ঈশ্বৰ ঈশ্বৰ ঈশ্বৰ

  • @pranjoldutta7038
    @pranjoldutta7038 Год назад +9

    জয় গুৰু শঙ্কৰ 🙏🏿 অতি সুন্দৰ ব্যাখ্যা 👍সেৱা জনালোঁ 🙏🏿🙏🏿

  • @bibharanibardolai9986
    @bibharanibardolai9986 Год назад +1

    Sundar, bahut bhal lagil ques, to suni

  • @gitanjalidutta6746
    @gitanjalidutta6746 Год назад +16

    হে বাপজনা আপোনাৰ ব্যাখ্যা শুনি হ্নৃদয় শাত পৰি গৈছে 🙏🙏🙏 কৃষ্ণ কৃষ্ণ ।

  • @rinabora8773
    @rinabora8773 Год назад +1

    Sundor ati sundor bayakhya Bap janar krishna2

  • @anjalipathak4964
    @anjalipathak4964 Год назад +9

    কৃষ্ণ,জয় গুৰু শংকৰ। পৰীক্ষিত সদৃশ প্ৰশ্ন কৰ্তা যুৱ বাপ গৰাকী লৈ ধন্যবাদ জনায় সেৱা আগবঢ়ালোঁ। আৰু গগৈ বাপ জনাই শাস্ত্ৰৰৰ মাধ্যমেৰে ইমান সুন্দৰ ভাৱে আমাক বুজায় দিলে, তাৰ বাবে বাপ জনালৈ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা আগবঢ়ালোঁ 🙏। কৃষ্ণ কৃষ্ণ

  • @JaanSonowal-v6j
    @JaanSonowal-v6j 6 месяцев назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভু জগন্নাথ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤বাপ জন

  • @barshasarma2541
    @barshasarma2541 Год назад +10

    স্বয়ং কৃষ্ণই বেদ ব্যৱস্থাৰে শ্ৰাদ্ধ পিণ্ড কৰিছে, গতিকে কৃষ্ণ ভক্তই বেদ ব্যৱস্থা মানিবই।

    • @TaruHazarika-gn5cj
      @TaruHazarika-gn5cj 5 месяцев назад

      Krishna

    • @upenbordoloi1164
      @upenbordoloi1164 Месяц назад

      এই ভকত সকলে ভগৱান কৃষ্ণক ভাল পায়, কৃষ্ণৰ নাম লয় । কিন্তু ভগৱান কৃষ্ণৰ আদেশ নামানে । ইয়াকে কয় নামৰ বলত পাপৰ বুদ্ধি

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas 3 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏🌻🌾 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏🌹♥️⭐🌻♥️🌾🌺🌷🪷

  • @harichandranath421
    @harichandranath421 Год назад +4

    কৃষ্ণ 🙏🏼 সুপ্ৰভাত বাপ শ্ৰী চৰণত সেৱা আগবঢ়ায়ছো

  • @rakhihandique1701
    @rakhihandique1701 Год назад +2

    Krishna Bap kowti kowti bar pronam 🙏🙏🙏🙏

  • @Request_motivation
    @Request_motivation Год назад +8

    কৃষ্ণ 🪔🪔🪔
    অতি সুন্দৰ বাপ কৃষ্ণ কথা ৰাম ৰাম ৰাম 🙏🙏🙏

  • @brojengogoikrisnakrisna7975
    @brojengogoikrisnakrisna7975 Год назад +2

    Krishna Krishna bap hewa janalu

  • @prabinjaihanumansaikia476
    @prabinjaihanumansaikia476 Год назад +9

    Bahut xunder prasnakorta bahut hridoy sui goise❤❤❤

  • @pranabsavapandit1042
    @pranabsavapandit1042 Год назад +1

    Krisna2 pravu bor hundor lagil

  • @kumudgayan1664
    @kumudgayan1664 Год назад +19

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। তৎকালীন ভাবে উত্তৰ প্ৰদান কৰা কাৰণে আপোনালৈ ভক্তি ভৰা সেৱা নিবেদিছো, আজিৰ এই পাঠ ভাগত যিসকলে বিভিন্ন প্ৰশ্ন কৰিলে সেই সকলৈও ভক্তি ভৰা ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো। আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো ভকত বৈষ্ণৱে পৰম শ্ৰদ্ধাৰে আৰু মুকলি মনেৰে অনুষ্ঠান ভাগত যি আদৰ্শ দেখুওৱালে তাকলৈ গৌৰৱ বোধ কৰিছো। আগলৈও এনে অনুষ্ঠানৰ আয়োজন পোৱাৰ আশাৰে ভগৱন্তৰ ওচৰত প্ৰাথনা জনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @dibyagamingzone9844
    @dibyagamingzone9844 Год назад +1

    কৃষ্ণ আৰু হৰি/নাৰায়ণ/ঈশ্বৰ একেজনাইনে

  • @bhaskarborah7929
    @bhaskarborah7929 Год назад +8

    জয় পৰমব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ জয় 😇🙏

  • @bitulkonwar1099
    @bitulkonwar1099 Год назад +2

    ইমান ইক কৰি লোৱা বাবে অলপ অসুবিধা হৈছে।🙏🙏🙏

    • @lalitgogoi3023
      @lalitgogoi3023 Год назад

      Deka bondhue kora prosnar uttor bohut hundor haise .krishna probhu.

  • @nizoraborah2237
    @nizoraborah2237 Год назад +6

    কৃষ্ণ কৃষ্ণ বাপ জনাৰ সুন্দৰ বাখ্যাই আমাকো কৃতাৰ্থ কৰিলে ।

  • @ajitdas6637
    @ajitdas6637 23 дня назад

    যোগ ধৰ্ম জীৱ শ্ৰেষ্ঠ নৰদেহা তৰিবৰ উপায় কৃষ্ণ

  • @redcherrysproduction5426
    @redcherrysproduction5426 Год назад +24

    বামুণীয় পন্থাৰে কৰা পিতৃ মাতৃ ৰ শ্ৰাদ্ধ তেতিয়া হে ভূল হ'ব , যদিহে শ্ৰাদ্ধ কৰোতা জনে নিস্কাম ভাৱে ভক্তি কৰা লোক হয় , অৰ্থাৎ নিগম শাস্ত্ৰ চৰ্চা কৰি নিগমৰ নিগুঢ় তত্ন অনুধাৱন কৰিবলৈ চেষ্টা কৰি নিজক উদাসীন সৰ্ব তিয়াগি বুলি গঢ় দিবলৈ চেষ্টা কৰে , আৰু মাধৱ পুৰুষৰ ঘোষা পূথিৰ সকলো প্ৰাৰ্থনা আওৰা বলৈ নিজক যোগ্যবান কৰি তুলিবলৈ সক্ষম হয় , তেতিয়া তেওঁ ৰ তিনি গুণৰ ভিতৰত ৰজ তম তিয়াগ কৰি কেৱল সত্ব গুণেৰে গুণাণ্ণিত হৈ সাত্ত্বিক নিস্কাম কৃষ্ণৰ ভক্ত হ'বলৈ সক্ষম হয় । অৰ্থাৎ তেওঁ সকলো বৈষয়ীক আৰু ভৌতিক সুখ সুবিধা ,সা সম্পত্তি কেন্দ্ৰীক উণ্ণতি , ক্ষমতা খিতাপ সন্মান যশষ্যা আদি বোৰ নিবিচাৰি ,ছয় ৰিপু দমন কৰি কেবল কৃষ্ণৰ চৰণত নিজক অৰ্পণ কৰিবলৈ সক্ষম হয় । তেতিয়া হে তেওঁ ৰ ভূল হব , বামুণীয়া পন্থাৰে পিতৃ মাতৃ ৰ শ্ৰাদ্ধ যদি কৰে । যি লোকে আশা বাদি মনেৰে ৰঙীণ জীৱনৰ কল্পনা কৰে আৰু সেই মতে আঁচনি প্ৰস্তুত কৰি বৈষয়ীক ক্ষেত্ৰত আগবঢ়িবলৈ প্ৰয়াস কৰে, তেওঁ ক পিতৃ মাতৃ ৰ আশীষ সদায় লাগিব , সেই আশীৰ্বাদ ইহলৌকিক হক বা পাৰলৌকিক আশীৰ্বাদেই হ ওক । গতিকে সেইজনে সেইধৰনে পিতৃ মাতৃ ৰ শ্ৰাদ্ধ কৰিলে ভূল নহয় ,যেন মনে ধৰে , ৰাম শ্ৰীকৃষ্ণ , ধণ্যবাদ ।

    • @smritirekhaborah9936
      @smritirekhaborah9936 Год назад +2

      কৃষ্ণ কৃষ্ণ। শুদ্ধ আৰু যুক্তিপুৰ্ণ কথা উপস্থাপন কৰিলে। ধন্যবাদ। কৃষ্ণ কৃষ্ণ।
      ----- - - কুলধৰ বড়া, নামৰূপ

    • @narensarmah1751
      @narensarmah1751 9 месяцев назад +4

      যাৰ নিজৰ ধৰ্মৰ বিষয়ে জ্ঞান নাথাকে তেওঁ হে আনৰ ধৰ্মক নিন্দা কৰে।

    • @yoganaturopathy6362
      @yoganaturopathy6362 8 месяцев назад

      bamun r kotit kamora daah

    • @reetaborthakur2255
      @reetaborthakur2255 7 месяцев назад

      Koment valke dibo

    • @reetaborthakur2255
      @reetaborthakur2255 7 месяцев назад

      Mukhot ji ahe take nokobo

  • @jayadass2681
    @jayadass2681 4 месяца назад +2

    সুন্দৰ বাপ কৃষ্ণ কৃষ্ণ।

  • @subhasishhazarika8573
    @subhasishhazarika8573 Месяц назад

    Bohut sundor pravu.krishns krishna pranam

  • @RabindraNath-n8q
    @RabindraNath-n8q Год назад +6

    আপোনাৰ প্ৰশ্ন শুনি আমি আচস্হ হলো
    । লগতে আমি সহমত প্ৰকাশ কৰিলো! অতি উত্তম ব্যাখ্যা দাঙি ধৰিলে।

  • @Bablusarmah-dd5yh
    @Bablusarmah-dd5yh Год назад +1

    Jay.Sree.Ram.jay.Sree.Ram

  • @madanchdas5220
    @madanchdas5220 Год назад +3

    গীতা হে উত্তম।

  • @chintahandique5031
    @chintahandique5031 Месяц назад

    Prabhu parisoi ati Sundar hoise . Sradhar Bap , apunar hahakh holagilu . Krishna, jaio Krishna.

  • @freshfarmer4709
    @freshfarmer4709 Год назад +7

    From sanjib sarmah
    প্ৰশ্ন উত্তৰ চুকত বহি নহৈ বাহিৰত ওলাই আহি সনাতন ধৰ্মৰ বিদ্বান লোকক কৰক কিমান জানে নিজে গম পাব।
    বহুত কথা শিকিব বাকী আছে আপোনালোকৰ । বেদ পুৰাণ আদি ভালকৈ অধ্যয়ণ কৰক। নিজে বুজি পাব। JAI MAHAKAL, JAI HANUMAN, JAI SHREE RAM

  • @nsvip4961
    @nsvip4961 4 месяца назад

    অধ্যয়ন কৰাৰ প্ৰয়োজন আছে আপোনাৰ।বেদৰ অৰ্থ আৰু বেদৰ শাখা সমুহৰ বিষয়ে আপুনি বুজায় দিয়ক। আপুনি কোৱা কথা আৰু কৰা কামৰ মাজত প্ৰাথক্য আছে নেকি বাৰু।যি জন ভকতে নিজে কোন,নাজানিব তেতিয়া লৈকে একো নহব।্্্্নিনিন্দিবা নিহিঙসা পৰৰ ধৰ্মক ইহাকে বোলয় ধৰ্ম মহাভাগৱত।

  • @sailagogoi940
    @sailagogoi940 Год назад +10

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ব্যাখ্যা শুনি বৰ ভাল লাগিল কৃষ্ণ ।

  • @pramiladeori6928
    @pramiladeori6928 Год назад +1

    Krishna bap pronam 🙏🙏🙏🙏🙏🙏

  • @deboborah5858
    @deboborah5858 Год назад +3

    মাফ কৰিব বামুণীয়া নকৈ বৈদিক নীতি বুলি কলে ভাল লাগে।এই সকলে গাই আহিছে মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমতে উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত ,যদি আমি বেদেই মানিব নালাগে তেন্তে ভগৱানৰ অৱতাৰ লৈ বেদসমূহ উদ্ধাৰ কৰাৰ কি দৰ্কাৰ আছিল।

  • @jituhazarika4021
    @jituhazarika4021 Год назад +1

    Krishna Ram Krishna Ram Bap

  • @hemantanath5556
    @hemantanath5556 Год назад +30

    শিপা এৰিব নাপায় । পূৰ্বতে সেই সকলো বামুণ পন্থীয়েই আছিল । পৰৱৰ্তীকালত বিভিন্ন কাৰণত সেয়া অৰ্থনৈতিক কাৰণেই হওক বা সামাজিক কাৰণতেই হওক ৰাজনৈতিক নেতাৰ দৰে দল বাগৰা পদ্ধতিৰে কিছুলোকে নিজকে বিজ্ঞ ধাৰ্মিক পুৰুষ হিচাবে প্ৰতিষ্ঠা কৰি জীৱিকাৰ উপায় হিচাবে ন ন পন্থাৰ জন্ম দিয়ে । ইয়াত ধৰ্ম বুলিবলৈ একো নাই । প্ৰতিটো পন্থাতেই বিত্তীয় কেলেংকাৰীয়ে প্ৰকৃত স্বৰূপ ইতিমধ্যেই সময়ে সময়ে উদঙাই দিয়ে ।

    • @RajkumarSarma-hn5fy
      @RajkumarSarma-hn5fy 4 месяца назад +1

      Val

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 3 месяца назад

      আপুনি এল পি স্কুলৰ ধাৰাপাঠতে সোমাই আছে নেকি ?