Rakesh r half memory loss knekoi hoise😂😂😂 adha mnuh sini pai adha napai j... Aru richa bak joba buli bhabio parise knke jobai tu uniform ktyau pindha nasile aibur sai aku vl loga nai. kk sir r acting krise hoi.... But last episode 14:55 t he njr dialouge e kobo loi rokhi gol sn innsee😂😂😂😂 ki hoise aibur🤣
ৰাকেশৰ এই দৃশ্যসমূহ কিবা বহুত ফটোৱা লাগিছে,বেহাবাৰীৰ পৰিচালকৰ আৰু বেলেগ বিষয় নাই নেকি বাৰু
thik koise kiba val nalage
Ata kotha janane Rakesh nije writer hoi
I😅oookko😊😅😅?
J 11:57 11:58 12:01 12:02 12:03 12:07 12:08 12:09 12:09 12:09 12:10 12:10 12:10 12:11 12:11 12:11 12:12 12:12 12:12 12:12 12:13 12:13 12:13 12:14 12:14 12:14 12:15
যিমানেই চেষ্টা নকৰক কিয় ৰাকেশে কেতিয়াও কে কে চাৰৰ অভিনয় কৰিব নোৱাৰে 🙏🙏🙏
Hosa
লুতুৱে ৰাকেশক ৰাম চৰ মাৰি তাৰ মেমৰি ঘূৰাই আনকচোন। বৰ অশান্তিকৰ হৈছে।
Ke kua 😂
হয় দেই😁😁 ঘূৰাই পাইছিল হে আকৌ লুতু দাই দৰ্জা মাৰি হল। হেই কাৰনে ৰাম চৰ দিলে ভাল হব 😁
লুতুকন আৰু কুমকুমৰ প্ৰেম চাই ভাল লাগিছে😊😊😊😊
ভাল কৈ story এটা দিব লাগে ন চাই ভাল লাগিব
Mm hsai Val lagise saii kumkum ru lutu k❤😊
Ummm hoi hoi
বেহাৰবাৰী চোৱা এৰিব লাগিব । বহুত অভাৰ এক্তিং হৈছে এতিয়া
' আজি পৰা ১০ বছৰ আগৰ পৰাই মই beharbari অনুৰাগী আছিলোঁ আজিও আছোঁ সদায় থাকিম ❤ I love beharbari outpost ❤
লুটুকণে কুমকুম ক আদৰি লোৱা episode এটা লাগে
দুখৰ দিনত লগত থকাবোৰহে প্ৰকৃত দৰ্শক বা বন্ধু। সদায় আছিল, সদায় প্রিয় হৈ থাকিব BOP
Kintu jar jitu character hi korile Val hoi. Anekuwa faltu korile Nusuwai Val.
বেহাৰবাৰী বীৰ বিক্ৰম দা কত গল আহক বীৰ দা ❤❤❤
Bemar hoi ase
কেকে মোহন বিউতি বসুমতাৰী কিয় বাৰু অভিনেতা বোৰ হেৰাই বা আতৰি গৈ আছে এখেতলোকৰ অভিনয় চায় বহুত ভাল লাগিছিল ।
ৰাকেশে বেহাৰবাৰী ফ্লপ কৰিহে এৰিব তাৰমানে । অতীষ্ঠ হৈ গৈছোঁ। এনেকৈ চিৰিয়েল নচলিব।
hoi kiba olp besi a hoise vl nalage
Over korise
Ekdom re
এই ধাৰাবাহিকখন পৰিয়ালৰ সকলোৱে একেলগে বহি চায়। পৰিচালক মহোদয়ে কথাষাৰ মন কৰিব।
Kum Kum ru lutu ase karone kune Kune sai axa like kora😢❤
Axomor akmatro fotua serial soli ase aikhn..aku bhl lga nai.. overacting soli ase. Sob..kk mohan k lage
❤
সঁচা কথা lutu আৰু কুম কুম ৰ কাৰণে হে চাই আছোঁ দেই।
ৰাকেশক ৰাকেশ হৈ থাকিব দিয়ক কিহৰ kk বনাব লাগে॥যদিহে kk মোহনক আনিব নোৱাৰে তেতিয়াহলে কিবা বেলেগ ভাল চৰিত্র বিছাৰ কৰক॥ নিশ্চয় ওলাব আছে বহুত কৌতুক অভিনেতা অভিনেত্রী॥
Yes❤❤
Rakesh ৰ ekting অলপ বেছি হৈছে , সোনকালে আগৰ জেগাত আহিলে ভাল হব ভাল লগা নাই বেছি হৈছে একটিং.
সুন্দৰ
Pritom Boruah we like 👍 👌 he is very handsome do u like Pritom sir...
Mojja❤
Lutukon and kumkum acting is best😂😂😂😂😂
murtat val nalage
Bal
Rakesh. Kk Story khekh krib lge
ৰাকেশৰ এইবোৰ অভিনয় সামৰক আৰু
Dhemaji bure like kora ❤
মণী বৌৱে কোনোবা দুজনক ৰাম ফালন এটা দিলে । বুজাইহে বুজিছে আও 😂
লটুকণ সুন্দৰ অভিনয় দেই
বেহাৰবাৰিয়ে আজি খুউব হহুঁৱালে😄
লুতুকন আৰু কুমকুমৰ প্ৰেম চাই বহুত ভাল লাগিছে
Ku ne ku ne Behar bari Sai Val pai like kora ❤❤😊😊👍
একেবাৰে ভাল নলগা হল চাবলৈ ।কাহিনী য়ে যি মুৰ লৈছে বেছি দিন নাই বন্ধ হবলৈ।
ৰাকেশৰ কাহিনী বনোৱা কাহিনীকাৰৰ মাঠাটো কাহিনীৰ নিচিনা হৈছে কিজানি। অসমৰ সৰ্বকালৰ এক নম্বৰ অভিনেতা তেৱাৰীক আনি দৰ্শকক অশান্তি দিছে।
Miss you kk and mohan
My favourite serial ❤
বেহাৰবাৰী ছিৰিয়েল চাবলৈ এৰিলোহে।ভাল নলগা হ'ল।
Lutu is the 👌 ❤
We need real kk da ❤😢
কিহৰ সাধু সাধু কৰি থাকে Mr কাকতি য়ে
শুনিবলৈ একো ভাল লগা নাই ।
বেলেগ এটা শব্দ ব্যৱহাৰ কৰক ।
কোনোবা মুখা পিন্ধা মানু্হ থাকক বা নাথাকক সদায় চাই যাম বেহাৰবাৰী ❤❤
এইখন থানা হৈ থকা নাই পাগল খানা হে হৈছে
Purona comedi Sai vall lage kk and muhon ❤❤❤❤❤❤❤❤🎉🎉🎉🎉 kk muhon k lagibo amak
Very nice
Ai serial khon sai bor val lage
Love from Jorhat ❤️
Vl nloga hoise...miss you k.k da aro mohan
Ltu dk ki Bnai dle😅......mjaa lgl epsd tu,mjaa acting hklure.....
🤗বেহাৰবাৰী লগত সদাই আছো সন্মানীয় মনোজ দা😎🤟🏻😌
Rakesh dalok okhanti lagise ru .
hoi dea
@@harhiijupiu nai dutamane vat khai pat fali thoi goise
Lutukone rakeshak Marilee tar memory ghuri ahibo 😂😂😂😂
Annaya Brahma is a best singer....love u sister.....
And wel come in this seriel....❤❤❤
Annaya Brahma
Kk mohon 🎉 amak lage
সদায় প্রিয়❤❤
কে-কে দাৰ চৰিত্ৰত ৰাকেশ দাক অকনো ভাল লগা নাই। প্ৰয়োজনতকৈ বেছি এক্টিং হৈছে। কাৰণ কে-কে দা কেকে দাই আৰু ৰাকেশ ৰাকেশেই। ইজনে সিজনৰ ঠাই কোনেও ল'ব নোৱাৰে। গতিকে ৰাকেশক ৰাকেশৰ ঠাইত ৰাখিলে ধাৰাবাহিক খন চাই ভাল লাগিব।
Mojaa 😅😂
Anaya ❤❤️❤️❤️
Kar kar beharbari out post foverite 😊
Mor
We need mohan and real kk da
Kk aru muhonk laga❤
কে কে মোহন নোহোৱাকৈও ভাল লগা হ'ল।
সকলোৰে অতিমাত্ৰা বেয়া। যেনে ৰাকেশৰ অমিনয়টো।
My fvrt serial just waiting for mohon and kk sir to come ❤
Xokolu ekelage asil eman val lagisil . Kintu aji bohut beya loga hol jodi kunu eku beya pua hua nai apunalukor majot tene akou ghuri ahok agor dore amaku hohiyai aru apunalukeu hahi jai jen tare kamona korilu . Akhon ghr buli vabisilu apunalukok kintu aji ghr khon vangho jua babe beya lagil
সুন্দৰ হৈছে
ৰাকেশ দাক ভাল নলগা হৈছে আগৰ ৰাকেশ দাৰ অভিনয় বোৰ ভাল লাগে
Rakesh da moja ❤❤ vall lagise apunar acting
ৰাকেশৰ বৰ্তমান অভিনয়তোৰ কাৰনে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিক খন ফাল্টু ফকটিয়া হবলৈ আৰু বাকী নাই।মষ্ট ফকতিয়া ধাৰাবাহিকলৈ ৰূপান্তৰ হৈছে।
ৰাকেশৰ দৰে ইমান ভাল চৰিত্ৰ এটাক বৰবাদ দি দিছে ।
Waiting for next episode
Rakesh da ai2 kri thakile Beharbari aribo lgb
❤প্ৰম মাজুলী সদায় ❤️
🎉
বেহাৰবাৰী এৰাবাৰী হ'বলৈ বেছিদিন নাই ।
Kune Kune Mur nisina. Comment pohi Val pai ❤❤❤
Kumkum acting👌👌💕💕lotu kumkum💖💖kumkumor dore lotukonor monoto prem hobo lage ❤
Lutukon aru kumkum r acting mojjjjjjaaa 😊😮😮
Rakesh আৰু kk হবলৈ দিয়ে তেন্তে বেহাৰবাৰীয়ে আজিৰপৰা নাচাও
Rakesh r half memory loss knekoi hoise😂😂😂 adha mnuh sini pai adha napai j... Aru richa bak joba buli bhabio parise knke jobai tu uniform ktyau pindha nasile aibur sai aku vl loga nai. kk sir r acting krise hoi.... But last episode 14:55 t he njr dialouge e kobo loi rokhi gol sn innsee😂😂😂😂 ki hoise aibur🤣
Kune kune kk sir aro mohon ok Miss korise like kora
এইটো গতিত প্ৰেম বাঢ়িবনে । এ মজা ।
Rakesh da a rati kt thaka... Moni r lgt thaka niki.... 🤣
Iman val serial khn behuda Kia banai ase director sir.
Kk da and muhon ak lage 😊
বেহৰবাৰী আউট পোষ্ট ত একো কাহিনী নাই , যদি,,,,,,,,, বন্ধ
Vl lagise manoj da lagi thakok
Kk mohon is good
We love Rakesh ❤
😤😤😮💨😮💨😮💨🥵🤮🤮🤮🤮
Love from Karbi anglong assam
Hate from Guwahati 😂😂
Anaya brahama welcome to beherbari out post
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
মজা
ৰাকেশ ৰ যদি সঁচাকৈ মেমৰি ফেল হৈছে তেন্তে ইনচে মিলিয়ে টো দেখোন পাহৰা নাই। কে কে দাই টো ইনচে মিলিয়ে বুলি নকয়। ৰাকেশক মোহন কৰি দিলে বেছি ভাল হব নেকি।
Hoi dei
হৰ দা আহিলে ভাল লাগিলে হৈ
কে কে মোহনৰ অবিহনেও একেই মাদকতা বজাই ৰাখিছে ❤
বহুত পনীয়া লাগিছে।।
একমাত্ৰ ৰাকেশৰ কাৰণে।।।
Love from Assam ♥️
Behar bari sabole agor nisina nohoi bhut beya hol sabo
I love kk&mohon
ৰাকেশৰ কে কে একত্ৰিং তো বেছি দীঘল হৈছে ভাল লগানাই
Kk and muhon next tak anibo nalage 🙏🙏🙏
Kum kum ---bhangra nasa 🤣🤣🤣😆😆😆
বৰ্তমান ছিৰিয়েল খন ৰাকেশৰ কাৰণে চাই ভাল নালাগে। পাৰিলে ৰাকেশক আতৰাই দিওঁক । আৰু ছিৰিয়েল খন চাই ভাল লাগিব। কিন্তু লকেল আৰু লুটুকন বেচ ধুনীয়া জনাইছে।
Nice ❤❤
My all time favourite serial Beharbari outpost ❤️ all characters of the series ❤️🙏🙏🙏🙏
vl nlga hoise aru
Lutukon and kumkum love story is best
ৰাকেশে বেছি ফাল্টু কৰিছে ভাল্ লাগা নাই।