এইজন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ নাই কোনো কোম্পানী! Gaurav Gogoi'ৰ TARGET ২০২৬ || Aboyob Bhuyan

Поделиться
HTML-код
  • Опубликовано: 29 сен 2024
  • *****
    Connect with Aboyob on,
    👉🏼 Instagram: / aboyobbhuyan
    👉🏼 Twitter: / aboyobbhuyan
    *****

Комментарии • 385

  • @tamannamuskan3552
    @tamannamuskan3552 3 месяца назад +24

    দেউতাই মানুহ চিনি পোৱাত দেৰি হৈছিল ।তুমি ভাল দৰে চিনি লবা । ভবিষ্যত উজ্জল কামনা কৰিলোঁ ।

  • @user-Sondesh48
    @user-Sondesh48 3 месяца назад +236

    গৌৰৱ গগৈয়ে CM হলে হে অসমত আমি শান্তিৰে থকাৰ নিচিনা লাগিব।

    • @amazing5422
      @amazing5422 3 месяца назад +9

      Akdom❤

    • @dhimanjyotidas5255
      @dhimanjyotidas5255 3 месяца назад +4

      3 ta seat jiki e cm hbo nekki, hahhhhhaaa bjp okole 9 ta seat paise , nda 11 paise, dibrughrr & Lakhimpur ot ki hol congress or heitu ki nokoi

    • @NorthEastIndia7919
      @NorthEastIndia7919 3 месяца назад +12

      Hoi...... BJP amak life borbat kori dse ru......

    • @Jhdo123
      @Jhdo123 3 месяца назад

      ​@@dhimanjyotidas5255sup 1500 tokia

    • @satyamevajayate1274
      @satyamevajayate1274 3 месяца назад

      @@dhimanjyotidas5255 যত ৰাম মন্দিৰ হ'ল তাতেই বিজেপি কিয় হাৰিলে অকমান বুজাই দিবা নেকি? ৰাজনীতিৰ ৰ জ্ঞান নাই বাবে সুধিলো।

  • @satyamevajayate1274
    @satyamevajayate1274 3 месяца назад +70

    Video হলে এনেকুৱা হ'ব লগে যিটো হয় বা হৈ আছে। অতনু 2.0 হবলৈ গলে শেষই আৰু। মুঠতে হিমন্তৰ উভতনি যাত্ৰা আৰম্ভ হৈ গ'ল। Countdown strt....tik...tik..
    Tik.

    • @lsd4889
      @lsd4889 3 месяца назад +2

      Atanu 2. O 😂😂😂😂😂😂

  • @pranjitঅসম
    @pranjitঅসম 3 месяца назад +111

    গৌৰৱ গগৈ ৰাজনৈতিকভাৱে পৰিপক্ক এজন সৱল আৰু শক্তিশালী নেতা! তেখেতৰ বলিষ্ঠ ভূমিকা ত নৱপ্ৰজন্মই‌‌ এটা নতুন ৰাজনৈতিক পটভূমিৰ সূচনা কৰিবলৈ গৈ আছে! অপেক্ষা মাথোঁ এটা‌ সঠিক সময়ৰ!

  • @Bikash-i5d
    @Bikash-i5d 3 месяца назад +136

    Next CM:Gaurav Gogoi

  • @Alonetiger-q7m
    @Alonetiger-q7m 3 месяца назад +8

    সঁচাকৈ মামাই এতিয়া এবাৰ TV ওলালেই ১০০০ মান ভোট কমে । 2026 ট তেওঁলোকৰ অৱস্থাই বেয়া হৈ যাব দেখোন 😂 ।ম‌ইটো এনেও নিদো । অহংকাৰ ,ওস্তাদি, আনক অপমান কৰা এইবোৰ তেওঁলোকৰ বহুত বেছি ।#Himantabiswasharma

  • @jiaunnaher6318
    @jiaunnaher6318 3 месяца назад +62

    অসমৰ ৰাইজে Congress দলক অকল অক্সিজেন দিয়া নাই গৌৰৱ গগৈক জয় কৰোৱায়
    সেৱা দল , মহিলা কংগ্ৰেছ, NSUI, Youth Congress, APCC সকলোবোৰ কংগ্ৰেছ সংগঠনক vitamin B complex দিছে ।
    আৰু Congress দল ত্যাগ কৰি BJP যোৱা দুৰ্নীতিগ্ৰস্থ ক্ষমতালোভী মানুহবোৰক ২০২৬ লৈকে ক্ষমতা দিছে ।

  • @manashjyotigogoi2536
    @manashjyotigogoi2536 3 месяца назад +7

    যেনেকৈ ZG অসমৰ গৌৰৱ ঠিক তেনেকৈ GG অসমৰ গৌৰৱ❤️

  • @b4you00
    @b4you00 3 месяца назад +14

    Gaurav Gogoi is the Mr perfect for Politics.....
    Tekhet Axomor BJP r politician hokolor dore nilaj, boladh aru Boka sotiowa manuh nhoi....

  • @bonaneebgohain2051
    @bonaneebgohain2051 3 месяца назад +20

    Gaurav Gogoi is very well behaved and talented person in Indian politics..so we wishes a very good future ahead 💐

  • @IamAvi96
    @IamAvi96 3 месяца назад +4

    Iike his personality too... Definitely way better than current cm...
    I hope he focuses in lower assam also....😢😢😢

  • @nilkamalburagohainburagoha9656
    @nilkamalburagohainburagoha9656 3 месяца назад +4

    গৌৰব গগৈ cm হ'লে অসমৰ মানুহে শান্তি পাব

  • @অসমীয়াজোবান
    @অসমীয়াজোবান 3 месяца назад +5

    অসমৰ তথাকথিত সাংবাদিক😂😂 যোৰহাট নিজিকিব

  • @Kiran-si2bf
    @Kiran-si2bf 3 месяца назад

    গৌৰৱ গগৈ অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী

  • @Bituponborah525
    @Bituponborah525 3 месяца назад +2

    Gourav❤❤

  • @pranjaldas2380
    @pranjaldas2380 3 месяца назад

    Very good brother ❤

  • @SatyajitSatyajitsaikia
    @SatyajitSatyajitsaikia 3 месяца назад

    Yess

  • @ArupMolia
    @ArupMolia 3 месяца назад

    Gaurav gogoi is good in in indian politics i wish he shall remain in strength on Congress we wish that Congress winss🎉🎉

  • @rajibgogoi3636
    @rajibgogoi3636 3 месяца назад

    Gaurob is our proud

  • @__arupp___
    @__arupp___ 3 месяца назад +2

    No tantion, sivasagar aru jorhat anti bjp ❤️❤️

  • @rituritu7270
    @rituritu7270 3 месяца назад

    Amr axomiya manuh burok hohoj horol pai karone thogabo bht easy hoi jai nhi janu....thank you social media ahile manuhe bohu nojona ktha janibo Parise hikibo Parise ru amr krne Kun vl leader hbo Kune Axom khn vldre solabo paribo Kune future r ktha vhabi dekh khn vldre aguwai loi jabo paribo tar hidhanto vldre lobo pora hoise ru 2026t ahonkar r poton hbo haiya nisito

  • @AbjalKhan-mt3wv
    @AbjalKhan-mt3wv 3 месяца назад

    Ok thank you

  • @khageswardoley5175
    @khageswardoley5175 3 месяца назад

    অতিকৈ প্ৰাংগিক বিষয়ত গুৰুতৰ বিশ্লেষণ ।

  • @harsonhanse2250
    @harsonhanse2250 3 месяца назад

    Gaurave gogoi will win

  • @mongnyeiphom3581
    @mongnyeiphom3581 3 месяца назад +1

    Assam wale pls remove Himanta mental CM of India belonging to NE😅

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @point3267
    @point3267 3 месяца назад

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক যি লেতেৰা ৰাজনীতি তাক অসমৰ ৰাইজে বুজিব পৰিলে ভাল । মুখ্যমন্ত্ৰীয়ে কৈছে যে ধুবুৰী আৰু নগাঁও ত মুচলমান ভোটাৰৰ ৩% বৃদ্ধিয়ে অসমৰ জনগঠনিত প্ৰভাৱ পেলাইছে , মুচলমান সকল গোঁঢ়া , কংগ্ৰেছ মুচলমানৰ দল কিন্ত্ত তাৰ বিপৰীতে অসমত ১১ টা সমষ্টিত কেৱল মাত্ৰ হিন্দু ভোট লাভ কৰা বিজেপিয়ে হিন্দুত্বৰ ৯৭% বৃদ্ধিৰ কথা নকয় । মুখ্যমন্ত্ৰীৰ এইখিনি বিবেক নাই যে কংগ্ৰেছে আজমলক হৰুৱাই নিৰপেক্ষতাৰ পৰিচয় দিলে , যে কংগ্ৰেছ নিৰপেক্ষ দল আৰু এই হিন্দু মুচলমানৰ বিতৰ্কত কোনো দিনে গৌৰৱ গগৈ লগা নাই । যদি বিজেপিৰ দম আছে ইমান বছৰ বিজেপিয়ে ধুবুৰীত আজমল উৎখাত কৰিবলৈ কিয় ভাল নেতা দিয়া নাই । এই ধৰ্মীয় প্ৰলোভনত বাহিৰৰ দেশৰ মানুহে গুৰুত্ব নিদিয়ে যাৰ বাবে ভাৰতৰ দৰে লেতেৰা ৰাজনীতি বিশ্বৰ ইতিহাসত দেখা পোৱা নাযায়।

  • @somlama4077
    @somlama4077 2 месяца назад

    ম ই এক মত গগৈ

  • @MonjibGogoi
    @MonjibGogoi 3 месяца назад

    Next CM 2026#Gaurav Gogoi❤❤

  • @dzB07SIV
    @dzB07SIV 3 месяца назад

    Assam's future CM ..

  • @NorthEastIndia7919
    @NorthEastIndia7919 3 месяца назад

    Youth support Gogoi

  • @cookedlocal6500
    @cookedlocal6500 3 месяца назад

    Next cm of assam

  • @CHINMOY-ld1ht
    @CHINMOY-ld1ht 3 месяца назад +265

    মামাক গাদি ৰ পৰা আতঁৰাব লাগে ,মামাৰ বহুত অহংকাৰী হৈ হৈছে আৰু লগত থকা সাংগু পাংগু সোপাও অসম ট সিহঁতে জি মন যায় তাকে কৰি থাকে ।

    • @amazing5422
      @amazing5422 3 месяца назад +4

      Right..✅

    • @TusharPoemReciter
      @TusharPoemReciter 3 месяца назад +2

      Akhil Gogoi r dialogue Sangu Pangu 😂😂🤣🤣

    • @miromiro659
      @miromiro659 3 месяца назад

      Right 👍🏻

    • @ranjitduttaey3967
      @ranjitduttaey3967 3 месяца назад

      শুদ্ধ কথা কৈছে এই সকলে মাত্ৰ মিছলীয়া ভুৱা প্ৰতিশ্ৰুতি দিয়াত পাকৈত

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @sizuka_3
    @sizuka_3 3 месяца назад +150

    বৰ্তমান অসম তথা ভাৰতৰ ভিতৰত মোৰ প্ৰিয় এজন politician গৌৰৱ দা❤️ তেওঁ কেৱলএজন সবল শক্তিশালী ৰাজনৈতিক নেতাই নহয় তেওঁ ব্যৱহাৰ আৰু ব্যক্তিত্ব মানুহ হিচাপে শিকিব লগীয়া ... ইমান এক কঠিন পৰিস্থিতিটো কেনেদৰে হাঁহি এটি মুখতলৈ বিৰোধীক কোনো অপমান সূচক মন্তব্য নকৰাকৈ এক মজ্যদাৰ মাজত থাকি ৰাজনীতি পথাৰত যুঁজি জয়ী হল সেইয়া তেওঁৰ পৰা সঁচাই শিকিব লগীয়া... আজি গৌৰব গগৈ ডাঙৰীয়াক লৈ আমি সমূহ যোৰহাটবাসী সঁচাই গৌৰম্বাবিত.. তেওঁ আৰু আগবাহি যাওঁক ✨ তেওঁ আমাৰ যুব প্ৰজন্মৰ বাবে আদৰ্শ ... I am proud to have the opportunity to cast my first vote of my life for a strong leader like Gaurav Gogoi❤

    • @dhimanjyotidas5255
      @dhimanjyotidas5255 3 месяца назад +1

      Ebar Amar Jalukbari loi Ahok 20years ot kiman ki kam korile sai jaok, tetia bujibo jorhat vs jalukbari

    • @dhimanjyotidas5255
      @dhimanjyotidas5255 3 месяца назад +3

      3 ta seat win hole ki bujai maxm 50-55 seat pabo 2026 ot congress e nuwaribo , all india ot congress 99 khon seat paise , bjp e okole 240 seat paise

    • @PrashantaBoruah-ey8wn
      @PrashantaBoruah-ey8wn 3 месяца назад +1

      Andhar bhakta

    • @Real12976
      @Real12976 3 месяца назад

      @@PrashantaBoruah-ey8wn pappu khan + Dhurv khan =prashanta mahammad 🐕🤣🤣🤣🤣

    • @junaliseducationchannel3463
      @junaliseducationchannel3463 3 месяца назад +2

      Hodai Gourav❤❤❤

  • @ManjuPhukon-nc9cn
    @ManjuPhukon-nc9cn 3 месяца назад +65

    গৌৰব গগৈ ৰ নিচিনা গুনী, জ্ঞানী,ভদ্ৰ, মাৰ্জিত ৰুচি বোধৰ নেতা অসমৰ বাবে নিতান্তই প্ৰয়োজন ।কিছুমান নেতাৰ দম্ভালি, অহংকাৰ, মইমতালি আচৰণৰ পৰা পৰিত্ৰাণ বিচাৰোঁ ।তেখেতলৈ শুভেচ্ছা জনালোঁ ।তুমি বাৰু আশা কৰিছিলানে গৌৰব গগৈ জয়ী হোৱা টো ।

  • @chaofu_konsurajit5482
    @chaofu_konsurajit5482 3 месяца назад +9

    গৌৰৱ গগৈ ক এজন দক্ষ শিক্ষিত আৰু প্রকৃত নেতা ৰাইজে বিচাৰি পাইছে, যি অসমৰ হকে মাত মাতিব... পাৰিব কাৰণ তেওঁৰ ধৰম পত্নী গৰাকী ব্যৱসায়ী নহয়👍👍

  • @mamonisaikia39
    @mamonisaikia39 3 месяца назад +27

    হয় গৌৰৱ গগৈৰ জয়। অসমৰ জয় ২৬ লৈ অভিনন্দন

  • @scaryp_gaming_9902
    @scaryp_gaming_9902 3 месяца назад +59

    GG❤ will be the next CM of Assam ✊

  • @dipjyotigogoi8964
    @dipjyotigogoi8964 3 месяца назад +104

    Gaurav gogoi is the future for Assam. Cm deserving ❤❤

    • @dhimanjyotidas5255
      @dhimanjyotidas5255 3 месяца назад +1

      jorhat ot 1-1.5 lackhs vote jikise heitu e koi ase guwahatit kiman ot harise heitu kio nokoi

    • @dipjyotigogoi8964
      @dipjyotigogoi8964 3 месяца назад +8

      @@dhimanjyotidas5255 Guwahati manuh bilak central ji government ase haimote vote diye upper Assam mnuh bilak olp blgke vbe. N Gaurav Gogoi jugya pratinidhi Gaurav Gogoi jor pora khelileu jikil hoi.

    • @AbhinandanDeka-m3l
      @AbhinandanDeka-m3l 3 месяца назад

      ​@@dhimanjyotidas5255It cell member commenting everywhere

    • @krishnanandborah3344
      @krishnanandborah3344 3 месяца назад

      ​@@dhimanjyotidas5255Gaurav Gogoi 1 lakh 45 thousand vote t jiki se 15 nohoi

    • @Mrx-ii1kq
      @Mrx-ii1kq 3 месяца назад

      ​@@dipjyotigogoi8964 aitu bot sbte comment copy paste kri di thky

  • @automobilelovertravel7566
    @automobilelovertravel7566 3 месяца назад +23

    তুমি BJP ৰ মানুহ... . ভাইটি 😅

  • @dimpolpegu7155
    @dimpolpegu7155 3 месяца назад +11

    Gourav gogoik loi ami bohut aha,next cm bisaru

  • @radaliassame3397
    @radaliassame3397 3 месяца назад +17

    মোৰ বিশ্বাস মানুহে কংগ্রেসক ভোত দিয়া নাই গৌৰৱ গৈগৈক হে দিছে ছাগে । গৌৰৱ গৌগৈক যদি অসমৰ মুখ্যমন্ত্ৰী বনাৱ বিছাৰে তেতিয়া হলে কংগ্রেছে ৰকিবুল হূছেনৰ দৰে মানুহ আতৰাই দিৱ লাগিৱ। নহলে অনাগত সময়ত হিমন্ত বিশ্ব আৰু ৰকিবুল হূছেনে সাম্প্রদায়িক মন্তব্যৰ অন্তিম পৰ্যায়লৈ যাৱ

  • @nabajyotichetia51
    @nabajyotichetia51 3 месяца назад +31

    সকলো ঠিকেই আছে মাত্ৰ তুমি বাপেৰৰ নিচিনা দালাল নহবা।

    • @prasaddoley4710
      @prasaddoley4710 3 месяца назад

      Aku dalal nohoi, teok phosai sob bjp hol

  • @birajvlogs9433
    @birajvlogs9433 3 месяца назад +4

    গৌৰৱ গগৈ মানুহটো হিচাপেহে ভোট দিছে ।দলৰ কোনো ভূমিকা নাই ।গৌৰৱ গগৈৰ বাহিৰে কংগ্ৰেছত কোনজন সক্ষম বা যোগ্য নেতা আছে ?

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 3 месяца назад +1

      Jorhat t aku unnoyon kribo nuare sorkar jai tat ye unnoyon hbo....jorhat r krne aku fund nidiyee....

  • @atau-boh1166
    @atau-boh1166 3 месяца назад +19

    Next Cm.....Education n Health Hdai free hob lgeh..free rice ru Asoni dileh akuh lav ni..proper employment diok..muilo bridhi kom korok...so...2026 Congress will win totaly in Assam...
    We Are youth,Also educated so ami bure hoklu dekhi Asu...ki hoise nai hua...

  • @user-lalu587
    @user-lalu587 2 месяца назад +2

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @pabitragogoi8654
    @pabitragogoi8654 3 месяца назад +18

    Real Kotha koi asa. Youth or Pura Support ase

  • @Bhargab-s4r
    @Bhargab-s4r 3 месяца назад +15

    Someday Gaurav Gogoi will be the CM of Assam thats for sure😊

  • @SujeetGhosh-ri6ev
    @SujeetGhosh-ri6ev 3 месяца назад +33

    Gourav is a good educated guy
    .. b-tech...he doesn't discriminate anyone on basis of religion..he is a calm person..

    • @PoragHira
      @PoragHira 3 месяца назад

      @rishiraj Nagaon t muslim manuhor logot Kune nasisil ,Himanta nasil jnu??Dhubri t Ajmal k jikibo krone Kune hohai korisil infact Sukur Ali ku... Karimganj t muslim jegat kun jikil??Assam t Bamun r r bhori selekibo baad diyok,Ahom r neta ahi ase 🔥Himanta eta selfish Congress t thakute teu Muslim hoi ukaloti korisil,heibur video clips lage nki???Hindu muslim kori laav nai.

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 3 месяца назад

      Hemanta nijor bhul gom paise nijor idology change krise..Gaurav ahom nkn lol...ahom mur muslim nkn...ami hindu hoi Namaz nophoru de....ahom bur Muslim hbo pre ami nhoi....ami Congress k ktya o vote niduee ami hindu will always vote bjp...muslim r tolot ktya o nahu Pakistan nhoi eaikhn

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 3 месяца назад

      @@PoragHira Jun dina Muslim ye secular hbo ami hindu muslim kra bd dim apun r dore secular liberal hindu bure anaka maar khbo na Muslim r pra ghr eri polabo lgibo...

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 3 месяца назад

      Hoi dyok kamakhya Mandir goise ne hudhi ahebo namaz main....we are Hindu we will never vote Congress. ...beya pale o bjp k vote dim never Vote to a muslim...

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 3 месяца назад

      @@PoragHira hoi dyok Apunr dore liberal hindu bure ye bharat t Muslim r pra anaka maar khai thakee......Jun dina muslim ye bjp l vote kribo ami o Congress o vote dim...Gaurav gogoi ajn ahom muslim hoi amr manuh nhoi...kyo muslim ajnk power dim re...we are not secular and liberal

  • @khokolotemoi4114
    @khokolotemoi4114 3 месяца назад +5

    2026 ত CM গৌৰৱ গগৈ 🔥

  • @ASSAMESEINFOTAINMENT
    @ASSAMESEINFOTAINMENT 3 месяца назад

    তুমি দেখোন কৈছিলা যে কংগ্ৰেছ বেয়া কৈ হাৰিব এইবাৰ !

  • @ghaustworld6196
    @ghaustworld6196 3 месяца назад +3

    হব আৰু ব্ৰ তুমি দেখোন দুই ফালে মাৰা হয়। দেউতা ৰ লগত মিলি Gaurav Gogoi ক ট্ৰল কৰি আছিল। এতিয়া আকৌ কি views লাগে নে কি?

    • @kunal4rock424
      @kunal4rock424 3 месяца назад

      xi reporter hoi bhai

    • @ghaustworld6196
      @ghaustworld6196 3 месяца назад

      @@kunal4rock424 na na bhai reporter nhoi bro blg kiba hoi

  • @mriduladas7201
    @mriduladas7201 3 месяца назад +19

    পিয়াজ পচিল নেকি? দেখা নোপোৱা হলো দেখুন

  • @amazing5422
    @amazing5422 3 месяца назад +25

    গৌৰৱ গগৈয়ে অসমৰ গৌৰৱ ❤

  • @shyhumanity2838
    @shyhumanity2838 3 месяца назад +14

    Mamar kaal ahi ase.....mama aru mami bohit property koril jua 5 bosore.....hisab naikia property koril...mamar ohonkar bhagibo xomoi ahi paise aru

  • @BKfitnessrsd77
    @BKfitnessrsd77 3 месяца назад +3

    কোনো এখন চৰকাৰ যদি ১৫ বছৰ শাসনত থাকিব দিব লাগে তেতিয়া ৰাইজৰ আশা ভৰখা বাদ দিব লাগিব ।

  • @kusumsarma6702
    @kusumsarma6702 3 месяца назад +19

    তোৰ কথা কিয় সলনি হৈছে বাপু😂😂😂আগতে বহুত lecture মাৰি আছিলি দেখোন😂😂😂

    • @bhargaV567d
      @bhargaV567d 3 месяца назад +7

      Tor kan kola hsii.. First r pora aboyob dai real kothai kosil😊

    • @satyamevajayate1274
      @satyamevajayate1274 3 месяца назад

      ​@@bhargaV567d এগজিত পলৰ সময়ত এটা ভিদেও বনইছিল চাই ল এবাৰ তাৰ পিছত কবি।

    • @user-lg8ob3lx7o
      @user-lg8ob3lx7o 3 месяца назад +1

      Non partisanship journalist.r eta nature hoi.... Journal ethics jane... So follow korise. Toi sage Himanta.r khandan.r manuh

  • @ItsSudiptaa
    @ItsSudiptaa 3 месяца назад +5

    Gaurav Gogoi has all qualities to be the next CM of Assam❤

  • @A.D....2187
    @A.D....2187 3 месяца назад +2

    ৰাজনীতিৰ বিষয় ইমান চোৱা নাছিলোঁ। কিন্তু সচাকৈ গৌৰৱ ছাৰক দেখাৰ পৰা ৰাজনীতি কি বুজি উঠিছো ।

  • @girledition6488
    @girledition6488 3 месяца назад +1

    Heights of Mama’s Corruption n supremacy..He is a slow poison on Earth …Assam Pharmacy Council Registration aji 3bosor pora bandho kori rakhise ..Who WILL GIVE BACK THOSE thosusand n thousand of students 2-3yrs back ..Deception koribo mann ase Assamor bahirot ya bangladesh jai korok ..Asomiya manuhor sentiments logot saturami aru tikirami hahi mari borabt nokoribo…Manot rakhibo raijor toka khi apuni besi dinn raj koribo nuare…

  • @dhrubaj.r3782
    @dhrubaj.r3782 3 месяца назад +18

    অহঙ্কাৰে পতনৰ মূল।

  • @Bitopan-xz6fq
    @Bitopan-xz6fq 3 месяца назад +22

    RIP GODI MEDIA

  • @backbencherofassam3719
    @backbencherofassam3719 3 месяца назад +5

    Education leaders... Young leader, practically thinking leader

  • @Real12976
    @Real12976 3 месяца назад +4

    Congresse 70 bosore nibonua hekh kribo nuarile ru bjp e 10 bosor ot kenekoi hekh koribo.congress or dinot valkoi pota ata state interview bikhoye kunubai kbo paribo ne...ohh kor pora kbo okl apply he hoi admit nahei😂😂😂😂
    Raije valkoi jane je congressie life ot keteyau axom unnoti koribo nuware.karubar fatibo pare bt hmpurno hosa kotha ru vuktovugi😂😂😂😂😂🙏🙏

    • @Catsviralz
      @Catsviralz 3 месяца назад

      Aru raije eitu jane je axomot okol eta poriyalor unoti hoi ase congress din pora BJP dinoloi 1000 bigha mati,News channel cha bagan sob kini xes korile aru baki bure haat tali mari 1200 tokar luvot BJP k vote di ase

    • @Jacksparrow13963
      @Jacksparrow13963 3 месяца назад

      Maror. Bus 🚌

    • @Real12976
      @Real12976 3 месяца назад

      @@Jacksparrow13963 kolongkito rosonar missed call marute jonmo hua popiya 🤣🤣🤣🤣🤣🤣🙏🙏🙏🙏

    • @Jacksparrow13963
      @Jacksparrow13963 3 месяца назад

      Andhbhakt ghumai thak

    • @Real12976
      @Real12976 3 месяца назад

      @@Jacksparrow13963 athuwa kombol free ke nidiya hole jonmo noholi hoi 🤣🤣🤣🤣 free mal🤣🤣🤣🤣🤣🤣

  • @pegu6282
    @pegu6282 3 месяца назад +3

    2026 r bidhan hobha election t bjp r babe hohoj nhbo .......hy etiya kuneu kbo nuare hmyt he gom pam tothapiu dharona eta hy j Gaurav gogoi k okl Jorhat r manuhe support kora nai Assam r suke kune ghaikoi nobaprajanmar majot besi gurutto barhise .....aji kali social media r jug vitorua goan burtu sbr haate haate mobile phone......jdi Gaurav gogoi vlke congress doltuk lead loi tetiya poriborton r akha koribo pari .........bjp doltuk beya pua nai kintu kisumn neta hei congress r pora oha netaburr mukhor hobdok hoijyo koribo nuara hoise ..... juktihongoto bhabe kotha nky thatta moskora ohonkare edin kintu bjp doltuk nihekh koribo

  • @Keshabkumarphukan1
    @Keshabkumarphukan1 3 месяца назад +2

    ২০২৬ চনত কংগ্ৰেছ চৰকাৰ অহাতো বিচাৰো।

  • @satyajitdas6950
    @satyajitdas6950 3 месяца назад +3

    Moy o bisaru Gaurav gogoi cm hoa tu

  • @karabibaruah2135
    @karabibaruah2135 3 месяца назад +6

    Gaurav gogoi....educated... most humble.......polite and higj standard politician ❤❤

  • @parthagogoi3320
    @parthagogoi3320 3 месяца назад +1

    Congress party kun kun candidate ase hokolue vlkoi najane, kintu jenekoi himanta biswa sharma naamere BJP e campaign solai tenekoi ejn role model congress e assam t gourav gogoi dangoriya rupere paise ❤

  • @Mohanbhai295
    @Mohanbhai295 3 месяца назад +2

    Next CM gaurav gogoi✊

  • @shawnmichael2754
    @shawnmichael2754 3 месяца назад +1

    Sarbananda sonowal.k cm lage. Miya vai hokolok rajyo khon gusai dibo mon nai vai

  • @PranAxom
    @PranAxom 3 месяца назад +38

    Next CM ❤

  • @ratulrajbongshi928
    @ratulrajbongshi928 3 месяца назад +2

    এতিয়া নতুন নতুন portal media য় নিজৰ chennal popular কৰিবলৈ যিহকে মন যায় তাকে বজায় থাকে। কৰ ২০২৬ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ্্্কৰ নতুন NDA চৰকাৰ খন দুমাহ জাব। দেখা যাওক কেতিয়া কি হয়। জয় আই অসম।

  • @jayaborah2926
    @jayaborah2926 3 месяца назад +1

    ৰাইজে নঙ জোকাৰিলে নৈ বয়। যদি " হাট জোকাৰে সাগৰ হৈ বৱ।

  • @saswathandique8437
    @saswathandique8437 3 месяца назад +2

    Free rice dal diya jeedina bandh hobo haidina inflation (mulyobiddhi) nije nije komi ahibo.

  • @binatalukdar5143
    @binatalukdar5143 3 месяца назад +2

    গৌৰৱ গগৈ অসমৰ এজন আদৰ্শবান নেতা

  • @bulbulAxom099
    @bulbulAxom099 3 месяца назад +2

    তুমি আজিকালি ৰাজনৈতিক দল বোৰৰ মুখ্যপাত্ৰৰ পদত অধিষ্ঠিত হলা নেকি ভাই

  • @pororforfolopjofor
    @pororforfolopjofor 3 месяца назад +5

    BJP ৰ মানুহ এইজনা 😂

  • @pgoswami5378
    @pgoswami5378 3 месяца назад

    অতি বেছি আশা কৰাটো সঠিক নহব যেন লাগে। প্ৰতিটো বিধান সভা সমষ্টিতে এতিয়াৰ পৰাই
    বুথ পৰ্যায়ত প্ৰচাৰ তীব্ৰতৰ কৰি কংগ্ৰেছ দলে জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিলেহে আগন্তুক ২০২৬
    চনত চৰকাৰ গঠন কৰিবৰ জোখাৰে আসন পাব পাৰিব।তাৰ
    বাবে দলীয় কামকাজ সক্ৰিয় কৰি
    তুলিব পাৰিব লাগিব।বেছিভাগ বিধান সভা সমষ্টিতে বিগত আঠ বছৰে কংগ্ৰেছৰ বুথ লেভেলৰ কাৰ্য
    ক্ষমতা হ্ৰাস হৈ বিজেপিৰ দখললৈ
    গৈছে।পুণৰায় জনমানসত কংগ্ৰেছৰ প্ৰতি জনপ্ৰিয়তা আনিবলৈ বা বঢ়াবলৈ তৎপৰতাৰে
    আগনাবাঢ়ি এনেয়ে ভাষণৰ ফুলজাৰি মাৰি থাকিলে একো
    কাম নিদিব। এতিয়াৰ পৰাই মাজে
    সময়ে সৰু সৰু মিটিং কৰি জনতাক
    সংগবদ্ধ কৰিব পাৰিব লাগিব।তেতিয়াহে কংগ্ৰেছে চৰকাৰ গঠন
    কৰাৰ কথাটো আশা কৰিব পাৰিব।
    এই কথাবাৰ্তাবোৰেই এতিয়া ৰাইজৰ মাজত বহুল ভাবে চৰ্চা
    চলিছে।

  • @nekibarzaman1934
    @nekibarzaman1934 3 месяца назад

    হিমন্ত আৰু তেওঁৰ পৰিয়ালে অসমখন লুতি শেষ কৰি দিব।
    অত চাবা হিমন্তৰ মাটি তত চাবা ৰিনিকিৰ মাটি। চাহ বাগান, কোম্পানী, ঠিকা থুকলি, চৰকাৰি আঁচনি, 200 খন Innova আদি কৰি বহুত কেলেংকৰি। আৰু গোটেই Devlopment উত্তৰ গুৱাহাটী আৰু তেওঁৰ সমষ্টিত যেন বাকি বোৰ অসমৰ নহয় হে ।

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @user-lalu587
    @user-lalu587 2 месяца назад

    অসমৰ মুছলমান সকলে এটা মৌলবাদী দল AIUDF ক একেবাৰে বিদায় দিছে 😂
    আৰু এতিয়া অসমৰ হিন্দু সকলৰ দায়িত্ব "BJP-মৌলবাদী" দলটোক বিদায় দি 🫵
    গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে আৰু অসমীয়া জাতিক ৰক্ষা কৰিব লাগে 💯🙏

  • @dhrubakinkorgoswami5744
    @dhrubakinkorgoswami5744 2 месяца назад

    ৰাজনীতি কোনে কেনেকৈ কৰে সেয়া আমাৰ বিচাৰ্য নহয়। বৰ্তমান অসমৰ স্বাৰ্থত যি সকলৰ সংসদত কথা কোৱাৰ সাহস নাই অথৱা ভাষাৰ কাৰণে ক'ব পৰা নাই,নতুবা ক্ষমতা হেৰোৱাৰ ভয়ত নিমাত হৈ থাকে সেই সকল শাসনাধীস্ঠ দলৰে হওঁক বা আন দলৰে হওঁক দেশখনৰ স্বাৰ্থত আটায়ে লগ লাগি গৌৰৱ গগৈৰ দ্বাৰা সদনত উত্থাপন কৰাৰ দিহা কৰক।গৌৰৱ গগৈও এই কথা খিনি গোপনে ৰাখি ৰাজহুৱা নকৰিব বুলি আমাৰ বিশ্বাস।

  • @sofikulislam7533
    @sofikulislam7533 3 месяца назад

    এনেকুৱা নিৰপেক্ষ ভিডিও বনালে ,নিশ্চয় সকলোৱে চাব।ধন্যবাদ আপোনাক ।কিন্তু অতুনু দাই নিৰপেক্ষ ভিডিও নবনায়।যাৰ বাবে ভিউ একেবাৰে কম।সাংবাদিক এজনে নিজৰ মন,মগজু আনৰ ওচৰত বিক্ৰী কৰিব নালাগে ।কিয়ানো স্য়ী‌ নহয়।বেয়া নাপাব

  • @imranhussain8512
    @imranhussain8512 3 месяца назад

    নেতা হিচাপে গৌৰৱ গগৈ যোগ্য যেন অনুভৱ হয়। কাকো সমালোচনা নকৰাকৈ খুব নিকাভাবে জয়যুক্ত হৈ সেয়া প্ৰমাণ কৰিছে। ব্যক্তিগতভাবে মই তেখেতৰ উত্থান বিচাৰোঁ।

  • @assamfirebase6892
    @assamfirebase6892 3 месяца назад

    বিজেপি ৰ সকলো শক্তিশালী নেতা নামনিৰ। কিন্তু অসমত বিজেপি শক্তিশালী উজানি অসমতে। লগতে উজনিৰ ৰাস্তা ঘাট সকলো বোৰ দিনে দিনে বেয়া হৈ গৈ আছে। কিন্তু আগৰ নেতা বোৰে এনেদৰে দেখা দেখিকৈ উজনি নামনি কৰা নাছিল। উজনিত বিজেপি ক এসেকা দিবৰ হৈ গল।।।

  • @pankajaxom8521
    @pankajaxom8521 3 месяца назад

    Jorhat GAURAV GOGOI Ahom karone jika nai. Gourav Gogoi jikise ajon Smart Highly Educated MP Hesape... aru Jorhat Nisina thait manuhe Bibek vote diye....party lagile g a nohouk

  • @zubeengargfunclub
    @zubeengargfunclub 3 месяца назад +1

    Aponar nisina oxomiya influencer r bohut dorkar bortoman homajot ❤

  • @Seriousblack007
    @Seriousblack007 3 месяца назад

    Video টো চাই ভাল লাগিল।আমাৰ অসমতো dhruv rathtee ৰ নিচিনা এজন youtuber ৰ প্ৰয়োজন আছে। #nextdhruvratheeofassam

  • @subhadutta5368
    @subhadutta5368 3 месяца назад +14

    ২০২৬ ত বিজেপিৰ বাবে অতি কষ্টকৰ হব ।