নিশাৰ ভিতৰতে হৈ পৰে বাসিন্দা! এৰাতিৰ ভিতৰতে সাজি দিয়ে ঘৰ!

Поделиться
HTML-код
  • Опубликовано: 17 сен 2024
  • নিশাৰ ভিতৰতে হৈ পৰে বাসিন্দা! এৰাতিৰ ভিতৰতে সাজি দিয়ে ঘৰ! সন্দেহজনক লোকক কৰায়ত্ব কৰাৰ পিছতে সোণাপুৰত উত্তপ্ত পৰিস্থিতি...

Комментарии • 353

  • @anupkrdas6798
    @anupkrdas6798 26 дней назад +161

    এইবোৰ অখিল গগৈ আৰু কংগ্ৰেছৰ নেতা সকলে গম পাই নে নেপাই ।

    • @ArunataidDoley
      @ArunataidDoley 26 дней назад +11

      অখিল গগৈ আৰু কংগ্ৰেছক দুখ দি লাভ নাই চৰকাৰে ইচ্ছা কৰিলে সকলো কৰিব পাৰে আমাৰ মন্ত্ৰীসকলে সেই সকলোবোৰ গম পায়েই চাগে, সেই কাৰণে ৰাজনীতিৰ ভাষণত কৈয়ে থাকে। কিন্তু এতিয়াও একো এক্সন ল'ব পৰা নাই। সেই সকলোবোৰ দায়িত্ব আমাৰ চৰকাৰ বা মন্ত্ৰীসকলৰ নহয় জানো

    • @NabajitDas-d1e
      @NabajitDas-d1e 26 дней назад +7

      ​@@ArunataidDoleycongress Aru Akhile ketiyao ihotok beaya napay

    • @Babu1750-n4d
      @Babu1750-n4d 26 дней назад +6

      নিজৰ মানুহ 😂😂🫂😡😡

    • @anupkrdas6798
      @anupkrdas6798 26 дней назад +10

      @@ArunataidDoley এই যে গেদা মীঞা বাংলাদেশীয়ে যে অসমখন পৰিছে আৰু ইয়াৰ বোজা অসমে বহন কৰিব লগিয়া হৈছে ইয়াৰ বিৰূদ্ধে অখিল, ভুপেন, লুৰিনে মাত মাতিছে নে ? কোনে আনিলে । কোনে 60/65 বছৰ শাসনৰ গাডিত আছিল । এই বাংলাদেশী গেদা মীঞাবোৰে কেনেকৈ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড ,পেন কাৰ্ড বনাব পাৰে । এইবোৰ আগতেই কংগ্ৰেছ চৰকাৰে সাবধানতা অলম্বন কৰা হলে আজি অসমখন গেদাৰে নভৰিলে হয় আৰু বিজেপি বোলা চৰকাৰ খনো নাহিলে হয় । কাৰন বাংলাদেশী অসমত নহলে অসমত দহখন চৰকাৰৰ প্ৰয়োজন নহলেই হয় ।

    • @Rb_blogger1
      @Rb_blogger1 26 дней назад +1

      Direct buldozer Maree Diya sida kotha

  • @hemantakumarborooah1104
    @hemantakumarborooah1104 26 дней назад +62

    মুখ্যমন্ত্ৰীলৈ এই বিষয় ঠেলি লাভ নাই , সকলোকে গৰু পিতন দি ঘূৰাই পঠিয়াওক ৷

  • @jitulkalita4455
    @jitulkalita4455 20 дней назад +42

    তাত লোকেল মুছলমান জৰিত আছে নহলে তাত কেনেকৈ সুবিধা পাব কচুটলি সেই বিলাক মুছলমান ঠাই , বিজেপি চৰকাৰ নাথাকিলে অসমীযা মানুবিক শেষ কৰি দিব ,

  • @binodsaikia1882
    @binodsaikia1882 26 дней назад +59

    অসমত বাস কৰি থকা বিদেশী লোকে এই নতুন বাংলা দেশী সকলক থাকিবলৈ ঠাই সুবিধা কৰি দিয়ে। ইহঁতৰ এটাই উদ্দেশ্য অসমত জন সংখ্যা বঢ়োৱা।

  • @minudas7981
    @minudas7981 26 дней назад +62

    খালে অসম খন এইসকল লোকে ।দালাল বোৰে আনে আৰু ভুৱা নথিপত্ৰ যোগান ধৰিব।

  • @mohangogoi9685
    @mohangogoi9685 17 дней назад +12

    অসমৰ বিভিন্ন প্ৰান্তত সকলোৱে মিলি এই বিদেশী সকলৰ ওপৰত অভিযান আৰম্ভ কৰক ।

  • @giridharhira5676
    @giridharhira5676 17 дней назад +8

    বহুত বহুত ধন্যবাদ দিলো❤❤❤

  • @ProkashKalita-r4j
    @ProkashKalita-r4j 26 дней назад +38

    Ehupak eneke নহব সকলো assomia ওলাই আহক নহলে আমাৰ যুৱ প্ৰজন্মৰ বিপদ আহিব আমি সকলো সজাগ হব হল

  • @dipanjaldas2249
    @dipanjaldas2249 16 дней назад +7

    সচেতন অসমীয়া আপোনালোক 🙏

  • @binapanipakghar5661
    @binapanipakghar5661 22 дня назад +23

    সাৱধান হ'বলৈ হ'ল ৰাইজ

  • @MrDehingia-c1f
    @MrDehingia-c1f 18 дней назад +11

    মিয়া বোৰ এনেকুৱা ই , কিছুমান পাগলে বুজি নাপায়।

  • @surasj7418
    @surasj7418 26 дней назад +20

    পলৰিয়া বিলাক কৰ কৰ পৰা আহি কত সোমাই হি ধৰিবই নোৱাৰি । খেদি পথাওক । আমাৰ অসমৰ অসমীয়া জাতিৰ অস্তিত্ব বৰ্তি থাকিবলৈ হলে অসমৰ মাটি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে । বৰ্হি ৰাজ্যৰ বণিয়াই আহি যধে মধে মাটি কিনি উদ্যোগ বনাই খেতি পথাৰ ও বননি বোৰ ধ্বংস কৰিছে । খিলঞ্জীয়া মানুহৰ মাটি ক্রয় বিক্ৰয় ক্ষেত্ৰত বিশেষ নিয়মৰ প্ৰায়োজন বুলি মই ভাবো ।

  • @jayantadutta1024
    @jayantadutta1024 26 дней назад +16

    অসমীয়াই নিজৰ ব্যৱস্থা নিজেই কৰিব লাগিব

  • @user-id3jx2xr6n
    @user-id3jx2xr6n 16 дней назад +6

    BJP CAN SAVE HINDUISM. REMEMBER HINDUSSS.

  • @bastabdas8344
    @bastabdas8344 19 дней назад +4

    জয়াই অসম ❤❤❤❤ভাৰত মাতা কি জয়

  • @sibarajkhowa5495
    @sibarajkhowa5495 26 дней назад +17

    ভাৰত মাতা জয়

  • @mantudas3746
    @mantudas3746 25 дней назад +11

    এই বোৰক আজিবন জেল নাইবা বাংলাদেশলৈ পাথাই দিব লাগ,নে অসম আৰক্ষীয়ে টকা খাই এৰি দিব,,

  • @ratulrajbongshi928
    @ratulrajbongshi928 26 дней назад +11

    ইহঁতক সঙস্থাপন দিব লাগে বুলি এতিয়া আমাৰ মাজেৰে পৰা হুলস্থুল লগাব । মুৰ জোকাৰি জোকাৰি দাবি জনাব।

  • @samudrahazarika110
    @samudrahazarika110 20 дней назад +7

    মুখ্য মন্ত্ৰীএ অতি সত্য কথা কৈছে।

  • @ArunataidDoley
    @ArunataidDoley 26 дней назад +14

    আমাৰ মন্ত্ৰীসকলে টিভিৰ আগত ভাষণ দি থাকিবনে নে সোনকালেই ব্যৱস্থা লব।

  • @Himangshu-ps9mc
    @Himangshu-ps9mc 18 дней назад +4

    সেইবোৰ মিয়া বাংলাদেশৰ পৰা আহিছে।বলুকা বাঁহ লৈ পিঠি পিঠি বহল কৰা আৰু অসমৰ পৰা হাত কাটি কেদি দীয়াগে প্লছ .....
    (From : মাজুলী)

  • @mrutpal009
    @mrutpal009 5 дней назад +1

    ৰাইজ সাজক হক নহলে অসমলোক মিয়া আৰু cong কব অসম তো ৰ বেপাৰৰ নি বুলি

  • @PoretushSarkar
    @PoretushSarkar 20 дней назад +5

    Very. Good. Video

  • @junalisaraniasarania8155
    @junalisaraniasarania8155 22 дня назад +6

    BJP k vot dibo lage

  • @girinbora7820
    @girinbora7820 26 дней назад +26

    দেশ ড্ৰুহী অখিল গগৈ আৰু বিৰোধী কত গল সিহঁতক জেলত ভৰাই থব লাগে।

  • @bhabendoley6151
    @bhabendoley6151 20 дней назад +4

    মুচলমান ৰাইজ অসমীয়া হয় যদি এই লোকসকলক খেদক।নিজৰ জাতি হলেও বিৰুত কৰক।

  • @user-xm9np5iop34
    @user-xm9np5iop34 26 дней назад +15

    মাৰি পেলাওক

  • @SubhashRay-t1f
    @SubhashRay-t1f 12 дней назад +2

    Good step

  • @muhibarali8537
    @muhibarali8537 26 дней назад +8

    শিপা দাল ভালদৰে পৰীক্ষা কয়ি চাওক

  • @raifan-tq8mb
    @raifan-tq8mb 26 дней назад +5

    Gogoi keitaman j asile khihotok matok .gom pabo.

    • @GitimoniGogoi-t7j
      @GitimoniGogoi-t7j 18 дней назад

      Gogoi .. jatitu bodnaam nkoribo..tewlukor naam kouk🙏🙏

  • @dsentertainment9545
    @dsentertainment9545 16 дней назад +2

    Vote for BJP

  • @ankurjyotichetia5987
    @ankurjyotichetia5987 4 дня назад

    Thanks to local and indigenous people of Sonapur for their timely step

  • @p.saikia475
    @p.saikia475 10 дней назад +1

    অসম জলিব যুদ্ধ লাগে এবাৰ আমাক

  • @dipankarraj422
    @dipankarraj422 11 дней назад +1

    Val korese dada

  • @tilakdeka9071
    @tilakdeka9071 14 дней назад +1

    চৰকাৰ আৰু বিৰোধীয়েই দায়ী ৷ হিমন্ত শৰ্মা আৰু বিধায়ক সকলে কি কৰিছে ? অখিলুদ্দিন ,গৌৰৱউদ্দিন , ভূপেনউদ্দিন ,অজিতউদ্দিন আদি দেখোন চকু মুদা কুলিৰ ভাওত ৷আমাৰ এম এল এ বৰাই কি বা কৰি আছে ?

  • @jchu190
    @jchu190 15 дней назад +1

    Amar local manuhbur hozag hobor hol..... Rohingya, Miya bohut ahi already settled hoigol Assam t aru etiyao ahiye ase..... Kunubai enekua nijor area t dekhile joldi action lobo laage😢

  • @JatinNath-jg1yu
    @JatinNath-jg1yu 13 дней назад +1

    ভালকৈ ইহঁতক ধৰিব লাগে ।

  • @xman3897
    @xman3897 23 дня назад +3

    Very good action 👍

  • @MilikoMili-le4hy
    @MilikoMili-le4hy 7 дней назад +1

    Good dada

  • @RakeshRahang-nc8ng
    @RakeshRahang-nc8ng 25 дней назад +4

    এই বোৰক পুলিচক গোটাব নেলাগে ৰাতিতেই এইকেইটাক গাইব কৰি দিব লাগিছিল

  • @Usg-ct-cxr
    @Usg-ct-cxr 22 дня назад +3

    Akhil gogoi r vote bank...😂😂

  • @dipalisonowal8842
    @dipalisonowal8842 26 дней назад +8

    Akhil Gogoi korok ki kore

  • @umeshjaan-mg3uc
    @umeshjaan-mg3uc 11 дней назад +1

    সকলো ৰাইজে একত্ৰিত হৈ খেদি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কোনো চৰকাৰে সিহঁতক খেদিব নোৱাৰে ।

  • @MkDeka-q5y
    @MkDeka-q5y 9 дней назад

    Dada.Mojja.kotha.koisa100;-Right

  • @bipulkalita5824
    @bipulkalita5824 17 дней назад +2

    মিয়া হাতাওঁ অসম বচাওঁ 😂😂😂😂😂😂😂😂😂😂😂😂

    • @luksh648
      @luksh648 11 дней назад

      Mojja disa dai bhai 😂😂

  • @bricktonsangma5818
    @bricktonsangma5818 13 дней назад +1

    অকল মুছলমান মানুহ নে হিন্দু ও আছে ..?
    জাতি, ধৰ্ম বাত দিয়ক। বিদেশী বাংলা দেশী সকলক খেদক
    মুচলমান, হিন্দু, Christin, কবলগা একো নাই সকলো বিদেশীক খেদক ।

  • @gaurirabha3236
    @gaurirabha3236 26 дней назад +5

    টেকাৰ খন লগে লগে জলাই দিব লাগে ।

  • @a_k_d_vlogs-z5x
    @a_k_d_vlogs-z5x 15 дней назад +1

    Muslim Banggal khedibo lage ❤❤❤❤❤❤❤❤❤❤

  • @user-qb9su3nw5n
    @user-qb9su3nw5n 26 дней назад +9

    Haat vori bhangi de....!daare ghopiyai......amar asomiyar moromei asomiyar sottu.....!

  • @chintupathak
    @chintupathak 16 дней назад +1

    Jui logai Bangladesh t ari dile hol

  • @user-lk4qu5cq4v
    @user-lk4qu5cq4v 9 дней назад +1

    গৰু পিতন দি পঠিয়াই দিওক😊

  • @MrDehingia-c1f
    @MrDehingia-c1f 18 дней назад +1

    তাত প্ৰশাসনে ভাল দৰে তদন্ত কৰিব লাগে

  • @lohitboro1044
    @lohitboro1044 18 дней назад +1

    মুখ্যমন্ত্ৰিকে বাত চাই থাক , তোমালোক একো কৰিব নালাগে, মূত্ৰ বিসৰ্জন কৰি, হাত ভৰি ধুই শুই থাক। বেছৰ্মী হত।

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 8 дней назад +1

    কঙগেছএ শিকাইছিল ৰাতিতো ৰ ভিতৰতেই কেনেকৈ ঘৰ বনাব লাগে! সঙবাদ মাধ্যমেও জানিও নজনাৰ ভাও ধৰে কিয়?

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co 11 дней назад +1

    সাবধাণ,সাবধাণ ,সাবধাণ,হেঙ ডাঙ লবৰ হ'ল।

  • @Monima976
    @Monima976 20 дней назад +1

    গাড়ি মানুহ সকলো জুইত জলাই দে

  • @KaushikKumar-ty8mr
    @KaushikKumar-ty8mr 13 дней назад +1

    অসমৰ কিছুমান দয়াশীল , জহৰা মিঞাৰ প্ৰতি মৰম দেখুৱাই থকা খিলঞ্জীয়া লোকক এই ভিডিঅ টো share কৰক , তেওঁলোকে বুজিয়েই পোৱা নাই মিঞাৰ কাণ্ড

  • @shyamalmixture970
    @shyamalmixture970 6 дней назад

    অসম যে এদিন বাংলাদেশ হব সেইটো সঁচা।

  • @sunildeori4690
    @sunildeori4690 9 дней назад

    Good very good

  • @Prithiraj328
    @Prithiraj328 13 дней назад +1

    Video tu viral kori de

  • @vivekhazarika
    @vivekhazarika 3 дня назад

    Very good,,,, all have to United, ,,,, very few people Assamess people realised,, this is big lank jihaz,,,, complete hindustan has been occupied, why only a specific class of peaple.

  • @girinbora7820
    @girinbora7820 26 дней назад +5

    আমাৰ সকলো শুই থকা ভাল

  • @montushome8679
    @montushome8679 18 дней назад

    Clean Assam.❤

  • @babitachakraborty8626
    @babitachakraborty8626 25 дней назад +2

    ইহতে কাগজ বনাই লয়, ৰাইজ সজাগ হব লাগে, আধাৰ পেন আৰু ভোটাৰ কাগজ বনাই লয়

  • @nayanchoudhury7124
    @nayanchoudhury7124 19 дней назад +1

    এই কাঁইট থকা গছৰ পুলি অসমৰ মাটিত পুতিব নিদিব। শিপা মেলি গছ হলে আমাকে বিন্ধিব ।

  • @joyaboro8446
    @joyaboro8446 20 дней назад

    Very good .

  • @chandrakishorroy9345
    @chandrakishorroy9345 7 дней назад

    Raije sachetan hoi nije nodhorile sarkari dalalor hatot nidibo. Great job.

  • @ilovemybharatdesh5697
    @ilovemybharatdesh5697 25 дней назад +1

    No option except BJP

  • @sandiproy1192
    @sandiproy1192 21 день назад +2

    মিয়া মানুহৰ বন্ধু আৰু গড় ফাদাৰ অখিল গগৈ কোত আছে। কি জানি নিলা লুংগি তলত মুখ সুমাই থৈছে

  • @pallabkakati3526
    @pallabkakati3526 20 дней назад

    I also support , Himonta sir

  • @jyotishmansportschannel5948
    @jyotishmansportschannel5948 25 дней назад +1

    অতি সোনকালেই বাংলা দেশত পঠাই দিয়ক

  • @puspadhardowarah1932
    @puspadhardowarah1932 26 дней назад +2

    চৰকাৰ"খনে কি কৰি আছে?দায়িত্ব চৰকাৰৰ নে বিৰোধীৰ?বিজেপিয়ে"মনে মনে বাংলাদেশী ভৰাই আছে!

  • @nayanabordoloi2894
    @nayanabordoloi2894 26 дней назад +2

    দৌৰাই দৌৰাই মাৰিব লাগে

  • @kushalsaikia8616
    @kushalsaikia8616 17 дней назад

    সছাকৈঁ কিছূমান নেতাৰ আশীৱাদ আছে চাগে

  • @nipfoujidream1240
    @nipfoujidream1240 20 дней назад

    Jai Ai Axam

  • @surajpaul4923
    @surajpaul4923 4 дня назад

    Treat as Burmese

  • @user-dh5tv3nr8f
    @user-dh5tv3nr8f 2 дня назад

    সকলোৱে চকু দিব লাগে, আৰু আমাৰ হিন্দু ভায় সকল এক হ'বলৈ হ'ল

  • @user-xm9np5iop34
    @user-xm9np5iop34 26 дней назад +5

    আমি মাজুলীৰ সাতাম পুৰুসিয়া অসমিয়া মানুহ কোচ কলিতা বামুন গোসায় মানুহে বহ্মপুএ নদিৰ খহনিয়াই মাঠাউৰি ওপৰত বসবাস কৰাইছে চৰককা এভৰিও মাতি দিয়া নায় হেজাৰ হেজাৰ মানুহে বহু বচৰ এনেকেয়ে আছে

  • @pungkhamuchahary6872
    @pungkhamuchahary6872 19 дней назад

    Millions of people are entering Assam.

  • @PankajDutta-p3r
    @PankajDutta-p3r 26 дней назад +1

    Akhil gogoi aru bir lachit hena kot gol.

  • @TimePass-qo7ch
    @TimePass-qo7ch 26 дней назад

    Jai shree ram🙏🙏🙏🙏🙏

  • @Prakashgaonkuwa-re6lb
    @Prakashgaonkuwa-re6lb 22 дня назад

    Very good

  • @user-hu3yv4ip1e
    @user-hu3yv4ip1e 17 дней назад +1

    Akhil..sakhil Baad de.....stop bidesi encroaching in assam..

  • @BikashChutiaBikashChutia-kb4rr
    @BikashChutiaBikashChutia-kb4rr 26 дней назад +2

    এইবোৰক শেষ কৰি দিয়াক নহলে অসম শেষ CM ছাৰ কিবা এটা আপোনি কৰক আপোনি হে পাৰিব

  • @sukurali2769
    @sukurali2769 26 дней назад

    Bhal Lagil

  • @sushantanath7822
    @sushantanath7822 20 дней назад +1

    Akhil Gogoi aru Gourav Gogoi ai bilak daka painay.

  • @manujsaikia109
    @manujsaikia109 20 дней назад

    Thank you

  • @anandkarmakar7191
    @anandkarmakar7191 12 дней назад

    It's request to congress hindu brother and sister support us nohole edin miya muslims leader tolot thakibo lagibo . congress leaders only nijor vote krne muslims ok ye support koribo

  • @BishnuBiswas-hv8rl
    @BishnuBiswas-hv8rl 19 дней назад

    Verygood

  • @nmb784
    @nmb784 26 дней назад +4

    Aei bilakok dhoribo lage arakkhiye. Nodhore kiyo

  • @ranjitnarzary6786
    @ranjitnarzary6786 5 дней назад

    So easy in india. And the law makers donot bother about it

  • @user-jq3vu6jx2n
    @user-jq3vu6jx2n 18 дней назад

    ধন্যবাদ

  • @surajpaul4923
    @surajpaul4923 4 дня назад

    Follow burma rule

  • @pranabgoswami2984
    @pranabgoswami2984 7 дней назад

    আঠু কঢ়াই ৰাখি police ক দিব লাগে

  • @user-ol9uf3ej7n
    @user-ol9uf3ej7n 26 дней назад

    Jai Hind,

  • @TarunPayeng
    @TarunPayeng 26 дней назад +2

    Eman din ki sai asil,,,jolai dib lage

  • @Bhaskarborah2397
    @Bhaskarborah2397 21 день назад

    Jay shri ram

  • @theeasternworld
    @theeasternworld 26 дней назад +2

    MLA, MP kis party ka he bhaktgan. Jake pucho to

  • @nilimsovangoswami2812
    @nilimsovangoswami2812 25 дней назад +1

    Congress Akhil Badaruddin nk sudhibo lage.......

  • @dandeswarkalita4971
    @dandeswarkalita4971 18 дней назад

    Sarkarko local man appointmemnt diyak just like village CID to inform Court