কিয় বিহালীত দুখন নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা পাহৰিলে মুখ্যমন্ত্ৰীয়ে?

Поделиться
HTML-код
  • Опубликовано: 25 ноя 2024
  • উপ-নিৰ্বাচনত গুৰুত্ব নাছিল নেকি বিহালীৰ? কিয় বিহালীত দুখন নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা পাহৰিলে মুখ্যমন্ত্ৰীয়ে? কিয় বিহালীত ৰোড শ্ব’ত অংশ লোৱাৰ কথা পাহৰিলে মুখ্যমন্ত্ৰীয়ে? সাংবাদিকেহে গুৰুত্ব দিছিল নেকি বিহালীক? উপ-নিৰ্বাচনত সাংবাদিকে কিয় কৰিছিল পক্ষপাতিত্ব ?
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Комментарии • 11

  • @abdulbaten2293
    @abdulbaten2293 10 часов назад +1

    এইবোৰ অবাস্তৱ বা অদৰকাৰী কথা।

  • @tayyeburrahman7362
    @tayyeburrahman7362 19 часов назад +2

    মাল যত বেছি খৰছ কৰিছিলে গতিকে খবৰ বেছি হল।

  • @kongkonsaikia9626
    @kongkonsaikia9626 3 часа назад

    Cross current channel tur aku news val nalage

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 13 часов назад +1

    ভূতৰ মুখত ৰাম নাম

  • @taradoi7957
    @taradoi7957 9 часов назад

    মোৰ মনৰ দৃষ্টিৰে---------------
    যি কম সঁচা কম ।-----------------আজিকালি সংবাদ মাধ্যমৰ মেৰুদণ্ড পোন নহয় বেকা ।সেয়া লাগিলে চেটেলাইটেই হওক বা পৰটেলেই হএক । এতিয়া আৰু সংবাদ মাধ্যমে পোন হৈ কথা কব নোৱাৰে ।সৰহ খিনি সংবাদ মাধ্যম কাৰোবাৰ ওচৰত বিক্ৰি গল ।

  • @PrasantaSwargiary-y3t
    @PrasantaSwargiary-y3t 10 часов назад

    Gd news

  • @uttamkumargogoi1972
    @uttamkumargogoi1972 10 часов назад +2

    CM a abul tabul bokise kayo???

  • @tayyeburrahman7362
    @tayyeburrahman7362 19 часов назад +2

    আজিকালি টকা তন্ত্র বা ধন তন্ত |

  • @sunitgogoi4425
    @sunitgogoi4425 20 часов назад +1

    Bihali result agote thik kori thoisil sage

  • @RINGSARBORO-w9g
    @RINGSARBORO-w9g 44 минуты назад

    Hobo Ahitaka 2026 Sonor Congress Ahibapare Mane Poripoton Hobapare