সকলোৰে সপোন আধৰুৱা কৰি থৈ গ'লা | REDFM LOVE STORY BY RJ PAHI |

Поделиться
HTML-код
  • Опубликовано: 29 ноя 2024

Комментарии • 818

  • @NazrulIslam-de5nt
    @NazrulIslam-de5nt Год назад +973

    Thank you so much pahi baa for uploading my story ❤

    • @anilroy1266
      @anilroy1266 Год назад +16

      Apunar contact number to pam ne

    • @mayurimayurikalita6189
      @mayurimayurikalita6189 Год назад +28

      Dada apunar love story huni bht Dhukh lagil apunar gf jote ase valkoi thkok 😢

    • @trishnaa44
      @trishnaa44 Год назад +26

      Hskoi sokupni uly gol stry2 huni😢 njnu kio vl mnhr lgt ankua hoi bru😢

    • @KashmiriDaughters
      @KashmiriDaughters Год назад +7

      Painfull luvstry...lyf t move on kora...aguwai jua

    • @kabyashreesarmah2118
      @kabyashreesarmah2118 Год назад +10

      Salma jote ase kukhole thakok... sokur pani rakhibole nuwarilu hekhot... Heruwa jonehe jne bedona kimn godhur... Baki apuni u kukhole thakibo.

  • @hirumanidevi4775
    @hirumanidevi4775 11 месяцев назад +12

    বহুত বহুত দুখ লাগিলে পাহি বা নজৰুল তুমি সদায় সুখী হব চেষ্টা কৰিবা, চকুপানী ৰখাব নোৱাৰিলোঁ, চলমা তুমি জতে আছা সুখত থাকা

  • @amirhussain3469
    @amirhussain3469 Год назад +14

    শেষৰ খিনি শুনি মন চুই গল। আশা কৰোঁ সালমা যাতে আল্লাহ জান্নাত নচিব কৰোঁ তাৰে কামনা কৰোঁ। আৰু নজৰুল দাক হাঁহি মুখত জীৱনটো লৈ আগুৱাই যোৱা আল্লাহ যি কৰে বালেই কৰে।😢😢😢❤❤

  • @chandamitarajbongshi4773
    @chandamitarajbongshi4773 Год назад +50

    বহুত দুখ লাগিল শুনি...তেওঁৰ আত্মাই শান্তি পাওক.... 🙏🙏

  • @nilakshichang4058
    @nilakshichang4058 Год назад +23

    চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ। বৰ দুখ লাগিল । আপোনাৰ মনোবল সদায় অটুট থাকক 🙏।

  • @anisurjaman2685
    @anisurjaman2685 Год назад +8

    Fast story tu শুনি বহুত ভাল লাগিছিল কিন্তু পিছৰ খিনি শুনি বহুত ধুখ লাগিল চালমা বা তুমি যতে আছে শান্তিত থাকক ❤️❤️🤲🤲তোমাৰ বাবে Allhr ওচৰত দোৱা কৰিছোঁ

  • @pkpankojediting2253
    @pkpankojediting2253 Год назад +13

    Bohut basi dukh lagile huni .... Dada tumi hodai ba joni r maa dauta r lgt thakiba .... Ba tatia bohut basi hukhi hobo ..... ba loi bohut morom ❤

  • @parbinsultana8308
    @parbinsultana8308 Год назад +4

    কবলৈ ভাষা বিচাৰি পোৱা নাই। বহুত বেয়া লাগিল কিন্তু কি কম আল্লাই যি লিখে সেইটো এ হয় তাত আমাৰ একো কৰিব লগাই নাথাকে । শেষত এইটো এ কম তেওঁ সদায় আপোনাক সুখী চাব বিচাৰে so আপুনি তেওঁ বিচৰাটোৱে কৰক তেওঁ সদায় আপোনাৰ লগতে আছে।
    Allah bless you and pahi baa thankyou for the sharing a inspiring story ❤❤

  • @manashdeka9582
    @manashdeka9582 Год назад +13

    বহুত দুখ লাগিল। চকু পানি। ওলাই গল 😭😭😭😭

  • @dhritimankalita2083
    @dhritimankalita2083 Год назад +37

    বৰ দুখ লাগিল Love Story টো শুনি নিয়তিৰ নিষ্ঠুৰে তাইক আতৰাই লৈ গল ভগৱানে তেওঁ যত আছে সদায় সুখী হৈ থাকক যতে আছে তাৰ পৰা তোমাক চাই আছে ভাই সদায় আগৱাঢ়িযোৱা তেওঁৰ বাবে জন্ম মৃত্যু কত কেতিয়া কেনেকৈ কাৰ লগত হৈ কোনো নাজানে Om Shanti.. 🙏🌸🤍😢

  • @Dipidevi-yy5vx
    @Dipidevi-yy5vx Год назад +29

    হৃদয় খন ক বুজাব নোৱাৰি এনেকুৱা story শুনিলে তুমি সুখত থাকা অ সুখৰ ঠাইত 😢❤ আপুনিও ভালে থাকক।

    • @Phukan5X
      @Phukan5X Год назад

      নোৱাৰিম চাগে

  • @PriyankaDeka-q9e
    @PriyankaDeka-q9e Год назад +13

    সঁচাকৈ এনেকুৱা যাতে আৰু কাৰো লগতে নহওঁক বহুত ষ্টোৰি শুনি পাইছোঁ আগতে কিন্তু কেতিয়াও কন্দিব লগা হোৱা নাছিল😭😭😭 তুমি যতে আছা ভালে থকা🙏🙏🙏

  • @amritrabha9509
    @amritrabha9509 Год назад +38

    জীৱনক লৈ কাহিনী লিখিবলৈ সহজ কিন্তু কাহিনীৰ দৰে জীৱনটো সজাবলৈ বৰ কঠিন___😢

    • @tultulboruah9037
      @tultulboruah9037 Год назад

      Oh my God..ai kahintu huniboloiu..dhoijya lagibo bhut..ru hahokh lagibo...enekua jen karu logt nohouk...

    • @niharikaniharikaboro
      @niharikaniharikaboro 8 месяцев назад

      Right 👍😌❤

  • @KON_JIT
    @KON_JIT Год назад +22

    পাহি বাৰ কন্ঠৰে শুনা মই দ্বিতীয় টি story য'ত এজনে আনজনে পৰা একেবাৰে বিদায় লয় ।❤🥲

  • @nitulborah2084
    @nitulborah2084 Год назад +14

    ইমান দূখ লাগিল মই য়ো কান্দি গলো😭😭😭 বিশেষ কৈ যেতিয়া দাদা জনে উচুপি উচুপি কান্দি কৈছিল তাই আৰু নাই 😢😢😢 তুমি যতে আছা ভালে থাকা😢😢

  • @biswagemingyt210
    @biswagemingyt210 Год назад +12

    ভগৱানৰ ওচৰত পাৰ্থনা কৰো যে তেওঁৰ আত্মাই শান্তি পাওক🙏🙏🙏🙏🥺

  • @DineshChoudhary-qb3zz
    @DineshChoudhary-qb3zz Год назад +9

    বহুত দুখ লাগিল story ত শুনি 😭😭♥️♥️🙏🙏

  • @puspabordoloi
    @puspabordoloi Год назад +8

    সচাঁকৈ ভগৱানৰ যে কি লীলা... জাক সচা ভালপোৱা দিয়ে তাক উপভোগ কৰিব নিদিয়েই বেছিদিন...হয় ঘৰখনে কাঢ়ি লৈ যায় নহয় সমাজৰ কঠোৰ নিয়ম...হয়টো ভগৱানে নিজে কাঢ়ি লৈ যায় ।।।।
    পাহিবা মই কিমান দিনৰ পৰা তোমাৰ story বোৰ শুনি আহিছো নাজানো কিন্তু আজিৰ story তোৰ ending বহুত দুখ লগা আছিল পাহিবা...😔😔অকল মই নহয় সকলোৰেই চাগে চকুৰ পানী বৈ আহিছে..😭
    নাজানো বা আৰু দাদা জনৰলগত কিয় এনেকুৱা কৰিলে ভগৱানে...😢
    এতিয়া এটাই প্ৰাৰ্থনা নেদেখাজনৰ ওচৰত আৰু এনেকুৱা কাৰো লগতেই নকৰে...বা জনীৰ আত্মাক জাতে চীৰ শান্তি দিয়ে...দাদা জনকো সদায়েই সাহস দিয়ে তাইৰ স্মৃতিবোৰ বুকুত সাৱটি বহু দূৰ আগুৱাই যাব পাৰে...🙂
    ভূলকৈ যদি কিবা কৈ পালো 🙏কৰি দিব

  • @rahulbansi
    @rahulbansi Год назад +7

    Such a great story...If not in this birth, then you all should be together in the next birth..this is a pity from my God...

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Год назад +2

    বহু ত দুখ লাগিল,চকু পানী ধৰি ৰাখিব পৰা নাই 🥹🥹🥹🥹 ভাল মানুহ বোৰ বৰ সোনকালেই গুচি যায় অ আমাৰ মাজৰ পৰা,দুখ নকৰিবা যি আছিল হৈ গ'ল,,,, আগবাঢ়ি যাবলৈ চেষ্টা কৰা,তাইৰ মাক দেউতাকক সদায় চাবা,,তাইৰ আত্মাই শান্তি পাব,,,,🙏🙏🙏🙏

  • @gunuuofficial
    @gunuuofficial Год назад +25

    বহুত দুখ লাগিল শুনি 😢 মন চুই গল 🥺

  • @jimalakhigogoi7821
    @jimalakhigogoi7821 Год назад +15

    নোৱাৰিলোঁ চকুপানী ৰখাব...😢 ভালে থাকক তেঁও ভগৱানৰ ওচৰত❤

  • @sukanyachoudhury6376
    @sukanyachoudhury6376 Год назад +8

    Waiting for this story 😢... Hope moi voba Tu hoi jate....

  • @dipubarman4249
    @dipubarman4249 Год назад +6

    হৃদয়ত গভীৰ ৰেখা পাত বহুৱাই থৈ গল 🤞

  • @dhanmaniroy6606
    @dhanmaniroy6606 Год назад +4

    আজি এই ষ্টোৰীটো শুনি বহুত বেয়া লাগিল😢 আৰু যাতে এনেকুৱা কৰোঁ লগত নহয় তাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ🙏 আৰু বা তুমি জতে আছা ভালকে থাকা 🙏😢

  • @ujjwalsharma5062
    @ujjwalsharma5062 Год назад +29

    কিছুমান সুখ কেৱল স্মৃতিত থাকি যায় ❤

  • @himasarma
    @himasarma Год назад +19

    I can't explain how to explain.. I literally crying and crying

  • @ChandanaKumar-mi5rx
    @ChandanaKumar-mi5rx 6 дней назад +1

    বহুত দুখ লাগিছে 😢😢

  • @PranjitDas5
    @PranjitDas5 Год назад +18

    প্ৰেম বোৰ সন্তেকিয়া এ ❤

  • @NishaAkhtar-h5i
    @NishaAkhtar-h5i Год назад +2

    Eko niii memories bur a bhttt kafi bhht dhuniya karubak nijr mjt jiyai raxiboloi ❤😊

  • @riderrajdeep5228
    @riderrajdeep5228 Год назад +8

    চকুপানী ওলাই গ'ল পাহি বা
    😥😭😭😭😭 তাৰ আত্মাই যে চিৰ শান্তি লাভ কৰে তাকে কামনা কৰিলো।।

  • @manalishadas2421
    @manalishadas2421 Год назад +17

    ৰবিবাৰটোলৈ ৰৈ থাকো পাহি বাৰ মাতত প্ৰেমৰ কাহিনী শুনিবলে❤😍

  • @manalishadas2421
    @manalishadas2421 Год назад +54

    কান্দি দিলো শেষত😢চালমা বা যতেই আছে শান্তিত থাকক🙏❤

    • @heimangshumedhi9057
      @heimangshumedhi9057 Год назад +3

      My eyes filled with water, really a sad incident, god bless you Nazrul...

    • @NEPANDAV
      @NEPANDAV Год назад +2

      Tumi kandi diba bartaman sutution gom pale she is my cousin

  • @utpalsaikia8690
    @utpalsaikia8690 Год назад +7

    Heart touching story 😭❤️

  • @abdullahamintalukdar
    @abdullahamintalukdar Год назад +6

    সঁচাকৈ এনেকুৱা কৈ বিদি য়ে এজনক আনজনৰ পৰা কাৰি লব.., ববাই নাছিলোঁ 😢😢💔

  • @jutikathakuria4037
    @jutikathakuria4037 2 месяца назад +1

    Really very sad story...but I suggest you life t aaguai jua bro...koto j dhumuha ahbo nohoi...

  • @utpaldas547
    @utpaldas547 Год назад +10

    Heart touching love story 😢❤

  • @Anamikakalita484
    @Anamikakalita484 Год назад +11

    আজি বহুত কান্দিলো‌ঁ story শুনি কাৰণ মোৰ লগত তেনেকুৱা হয় গৈছে আজি ডেৰবছৰ হয় গল এতিয়া ও move on কৰিব পৰা নাই কিন্তু উপায় ভাগ্য নাই বুলি মানি লৈছে বহুত মিছ কৰো 😭😭

  • @champakkalita-uc7qf
    @champakkalita-uc7qf Год назад +1

    Bhut beya lgilse kintu upaai nai.ki koriba eaituwe niyom.jonmmo mrittu ru bibvah ei geita kuneuo kbo noware.solma hukhot thakibi.pray korisu god r osort ru paray korisu je tmi ako ejonoi morom loga tmk buja solama powa.tq so much Nazrul you r share the love story.moro ghr nalbarit hoi.log pale vl lgibo tmk.akha karu log pam.n tq so much pahi baa

  • @sanjaibasumatary8203
    @sanjaibasumatary8203 Год назад +10

    Najzurul লৈ মোৰ ফালৰ পৰা এটি সৰু উপহাৰ ...
    "স্মৃতি"
    স্মৃতি হৈছে এক অসীম বাট ।
    "নিজান আকাশৰ তৰা'বোৰৰ দৰে চাই ৰ'ম মই তোমাৰ স্মৃতিৰ চলেৰে ।
    "পাহৰিব পৰা নাই সেই তোমাৰ চেনেহৰ স্মৃতিবোৰক ।
    "তুমি এইখন পৃথিৱীৰ পৰা শেষ ত্যাগ কৰিলেও ৰৈ যাব তোমাৰ এক বিশাল স্মৃতি ।
    "বন্ধ আকাশৰ পৰা মোক মোকলাই কৰিব তোমাৰ স্মৃতিয়ে।
    "মনত ৰাখি আগুৱাই যাম তোমাৰ এক এক মূহুৰ্তৰ পাহৰিব নোৱাৰা বিশাল স্মৃতিবোৰক ।
    সেই'হে "স্মৃতি" হৈছে অমৰ যাৰ কোনো দিনেই মৃত্যু নাই । ধন্যবাদ ।।।

  • @pallabisaikia7050
    @pallabisaikia7050 Год назад +8

    Really heart touching 😪

  • @Jubir22
    @Jubir22 Год назад +6

    Waiting for my love story pahi ba...

  • @MdMijajurRahman-v3k
    @MdMijajurRahman-v3k Год назад +9

    বা story টো বহুত নীৰৱতা মাজত শুনাৰ বাবে নিজৰ এই চকু পানী উলাই গল😢

  • @pahidevi4022
    @pahidevi4022 Год назад +3

    বহুত দুখ লাগিল story টো শুনি😢

  • @nikihaloi85
    @nikihaloi85 Год назад +2

    বহুত story শুনিলো বা,,,কিন্তু এই story টোয়ে একেবাৰে কন্দুৱাই দিলে।। চালমা য'তে আছে শান্তিত থাকক🙂

  • @pinku4392
    @pinku4392 3 месяца назад

    চকুপানী ধৰি ৰাখিব নোৱাৰিলো।বহুত দুখ লাগিল😢😢

  • @Rumi767
    @Rumi767 Год назад +2

    জীৱন মধুৰলৈ আপোনালোকক স্বাগতম জনালোঁ।

  • @SadikulIslam-of8li
    @SadikulIslam-of8li Год назад +3

    Really heart touching pahi baa😢❤

  • @001priyamchoudhury
    @001priyamchoudhury Год назад +3

    Nazrull dada dukh nakariba , jonma hale mrityu hboi , ami o adin gusi jam , xokolowe adin gusi jbo lgiba , SALMA baa r vlpoa khini k loi aagbari jouk , apuni dukh kri thakile SALMA baa o xanti napaba , vle thakiba ❤

  • @subaldas6413
    @subaldas6413 11 месяцев назад +1

    পাহি বা বহুত বেয়া লাগিল বুজাব নোৱাৰা এক অনুভূতি চুকুলো বৈ আহিল ❤❤

  • @bastovphukan7483
    @bastovphukan7483 Год назад +2

    Emn vall puwa ajni suwali pora move on kora tu imposible nojrul daaa bht dukh lgile huni bht besi mur stry bah mur kahini r trejedi ekuwe nhoi tmr dukhot agt nojrul daaa kuneu tmr state buji napai moi gom paisu but yeah eneke strng thaka ❤

  • @Manoranjan_deka_
    @Manoranjan_deka_ Год назад +9

    Waiting this story 😢❤

  • @tridipbharali5253
    @tridipbharali5253 Год назад +4

    🥺🥺🥺 আশা কৰো তেওঁ যতেই আছে ভালেই থাকক 🤲🤲

  • @RareSpoy
    @RareSpoy Год назад +8

    Nazrul ৰ চিঠিৰ শেষৰ কথাখিনিয়ে মোৰ চকু পানী নিগৰি । আৰু এটা কথা সচাঁ প্ৰকৃত ভালপোৱা, নিজৰ প্ৰিয় জন নাথাকেই। তথাপি মৃত্যু চিৰন্তন সত্য ইয়াৰ সুৱাদ আমি সকলোৱেই লবই লাগিব। একো নাই নজৰুলৰ অনাগত দিনত যাতে এজনী ভাল জীৱন সংগী পায় তাৰে কামনা থাকিল।

  • @rimjimgogoi4669
    @rimjimgogoi4669 Год назад +5

    It's true love ❤🥺

  • @kamalbora509
    @kamalbora509 Месяц назад +1

    Uffff bhttt dukh lagil..
    #Nazrul wishes for a happy life to u

  • @nargisahmeda337
    @nargisahmeda337 Год назад +1

    Ami jdi story to xuni a sku pani rokhbo pra ni.. Ttiya najrul Tmi keneke move on kriba... 5year kom khmoi nhoi..... Najrul tmi happy huwa life t ag barha ai a duwa Allah usort

  • @SwagatKashayap
    @SwagatKashayap Год назад

    Bhut dukh lagile bhle thakok tau om shanti aru dada jonok u bhut morrom disu dada best of luck for ur future OM NAMAH SHIVAY

  • @SongitaBosak
    @SongitaBosak Год назад +6

    It's true love ❤

  • @UnmanaDas
    @UnmanaDas Год назад +8

    Bahut dukh lagil aitu love story khuni 🥺❤️

  • @tulumonisaikia396
    @tulumonisaikia396 Год назад +2

    At last...I was crying very much

  • @santanudas6387
    @santanudas6387 9 месяцев назад

    দুচকুৰ দুধাৰি পানী বৈয় আহিল। O M G.. heart touching

  • @jyotishmangoswami98
    @jyotishmangoswami98 Год назад +4

    বহুত দুখ লাগিল।।।😢😢😢

  • @dipalimahanta1242
    @dipalimahanta1242 Год назад +2

    বহুত দুখ লাগি গʼল story টো শুনি 😭😭

  • @sunilray8182
    @sunilray8182 Год назад +8

    সুন্দৰ ❤

  • @YouthKhanikar-rr1ck
    @YouthKhanikar-rr1ck 10 месяцев назад +1

    Powerful love ❤
    God bless you and her

  • @its_junaki_official
    @its_junaki_official Год назад +6

    Salma r nisina swali ajonik moi respect krisu bht besi hurt hoisu story tu xuni 😣hope nozrul o nijk a control krise xnti t thakok salma 😭💔🙏

  • @priyankasaikia5302
    @priyankasaikia5302 Год назад +6

    😢😢😢😢😢😢 সুখ বোৰ দুদিনিয়া কিয় 😭😭😭😭😭

  • @rikidas6077
    @rikidas6077 Год назад +1

    Hosa premr ortho bujai thoi goll Salma baae , aru prem matro ata xobdo nhoi tak proman kori dekhuaise Nazrul dadai ❤ thank you so much Nazrul dada apuni anekua ata ononto prem kahini agbohai diya babe jitu ketiyau hekh nuhua jitu mathu moi Omor prem kahini buli he sikriti dibo parim ❤Aru bhogowanor /allah usrt binomro parthona korisu j salma baar attmai hodai hanti lav korok aru apuni move on korok ❤️‍🩹❤️🥺🙏🌙🪔

  • @creativeentertainingdance8598
    @creativeentertainingdance8598 Год назад +1

    বহুত দুখ লাগিল আল্লাৰ ওচৰত দোও কৰিম 🤲

  • @Nirupam-cj3jr
    @Nirupam-cj3jr Год назад +1

    বহুত দুখ লাগিল শুনি কথা বুৰ ! 😢

  • @minudowari9551
    @minudowari9551 Год назад +3

    জীৱত প্ৰথম বাৰ ভাগৰি পৰিছিলো যেতিয়া মই গম পাইছিলো মোক ভাল নাপাই বুলি। মোৰ ভালপোৱা ৭ বছৱ । মই এতিয়ালৈকে অকলে আছোঁ। আৰু অকল থাকিম কাৰণ মই অকলে সুখি আছোঁ। বহুত কষ্ট আৰু ধৈজ্য ফলত আজি মই আজি সুখী । মই ভবাই নাছিলো এনেকৈ এৰি যাৱ বুলি ভবাই নাছিলো একোনা তুমি য ত আছা ভালে থাকা মই তুমি সুখী হোৱা ভালে থাকা তোমাৰ আশা পূৰণ হও মই তাকে প্ৰাথনা কৰিম ।‍

    • @PorishmitaChangmai-f2m
      @PorishmitaChangmai-f2m 8 месяцев назад

      Ketiya ba val pua jonor karone atori aoha val val pua jonor hukhor karone moiu bisaru mur val pua manuh jon hodai hukhot thakk

  • @nilutpalkashyap-sd5kp
    @nilutpalkashyap-sd5kp Год назад +3

    Goosebumps ahi gol 💔

  • @jahanggiralom8513
    @jahanggiralom8513 4 месяца назад +1

    শেষলৈ আহি মোৰ গাৰ নোমবোৰ শিহৰি উঠিল। বুকুখন কৰিবলৈ ধৰিলে।😢😢😢

  • @ishachetry9016
    @ishachetry9016 Год назад +3

    Heart touching story 😭🤧

  • @GitikaPhukan-kd1uk
    @GitikaPhukan-kd1uk Год назад +2

    Story tu huni a dukh lagil sokupani ulal❤️jar logot hol anekuwa ki dore nijok hakh dila oo❤️

  • @rbjentertainment7305
    @rbjentertainment7305 11 месяцев назад +1

    Story 2 huni bht Bea lagil Karu lgot jate anekua nhok
    Bro ata kotha dukh kori nthakiba karon Allah val dekhila so BA jonik tumar pora atorai loi gol jike nhok dua koriba ru moiu dua krixu BA joni jote axe vale thakok ru Allah a jannat nasib korok ❤️

  • @migangbhai7991
    @migangbhai7991 Год назад +4

    Ago pora moi apunr story sunu ba ❤❤

  • @ManashBoro-q4e
    @ManashBoro-q4e Год назад +3

    Really imotional story 🥺🥺🥺 i wish karu logot enekuwa nohoi

  • @RajeshBhumij-o2k
    @RajeshBhumij-o2k 10 месяцев назад

    Anekuwa story lifet frist time hunilu dhuk lgile hosake soku Pani rokhabo nuwarele teu jore thakom tar atmai sirohanti lab koro🙏🙏🙏🙏🙏

  • @sundeepbordoloi5618
    @sundeepbordoloi5618 Год назад +3

    Heart touching 😢

  • @G.B.Fram11
    @G.B.Fram11 11 месяцев назад +2

    Real love is not because all yase in hard......❤❤❤😢😢😢😢

  • @mahek...papamammascutipie.9521
    @mahek...papamammascutipie.9521 Год назад +3

    Bor dukh lagil huni....ma
    Y her soul rest in peace 😢

  • @rimpilukhurakhan7177
    @rimpilukhurakhan7177 Год назад +1

    বহুত দুখ লাগিল।

  • @alley987
    @alley987 Год назад +2

    I felt very bad after listening. I just pray to Allah that this should not happen to anyone else😢😟

  • @Dimpalvlogs-t8s
    @Dimpalvlogs-t8s Месяц назад +1

    Story tu eman dukh loga asil jana moi robo nuwara hoi kandi pelalu dada tumar moromor puwali baa joni jotei ase baak jate bhogobane vale rakhok 😢❤tumi eman dukh kori nathakiba dada tumalukor bhagyot sage aiyai asil ❤️‍🩹🥺 baa atiya jot ase tat Jen vale thake xeiyai bhogobanor usorot partha korisu 🙏😢🫂

  • @Riyaandeka1993
    @Riyaandeka1993 Год назад +3

    Su sad love story lastor kandi dilu 😢😢😢xosake bor dukh loga asil love story tu 😢😢😢😢

  • @Unspokenwords529
    @Unspokenwords529 Год назад +2

    Love from Karnataka ❤

  • @jharnasaikia7139
    @jharnasaikia7139 Год назад +3

    It's really really hurt 😢😢😢😢

  • @ImranaliFac
    @ImranaliFac 3 месяца назад

    Thanks you pahi baa khosa k moi nije kandi disu allahe janata nasib korok amin

  • @hemandas5660
    @hemandas5660 Год назад +2

    😢😢😢😢 Bohut dukh lsgila kandi dilu ..biju da mat2 bohut Dinor murt xunilu

  • @NiharikaKonwar-xj3gk
    @NiharikaKonwar-xj3gk Год назад +3

    বহুত দুখ লাগি গল 😢🥺

  • @SelinaJsshadap-pu7oj
    @SelinaJsshadap-pu7oj 6 месяцев назад

    Hope for the best for the next one it is very sad for u bro

  • @indranibujorboruah5356
    @indranibujorboruah5356 Год назад +3

    Ajir story tuye konduwai dile Pahi Baa ❤😢😢😢

  • @dipenhazarika4275
    @dipenhazarika4275 Год назад

    Bohut val lagil❤️❤️,kin2 bohut kandilu🥲🥲🥲,

  • @majoniparbin9163
    @majoniparbin9163 8 месяцев назад

    Story khon sai moi vohot kandiso dada 😭 eman heart touching story ❤️❤️ dua takil salma baak jate Allah vale rakhe 🤲🤲 amin ❤️

  • @pranamibaishya3680
    @pranamibaishya3680 Год назад +1

    Bohut besi vl lagil story tu khuni

  • @sabnamkhanam8780
    @sabnamkhanam8780 Год назад +3

    Love from mangaldai baa 🎉❤

  • @durgaborah6144
    @durgaborah6144 Год назад +1

    সঁচাকৈ story তো শুনি শেষত চকুপানী ৰখাব নোৱাৰিলোঁ 🥺😢 চালমা বা যতে আছে সুখত থাকক☺️

  • @obilbilbhii5512
    @obilbilbhii5512 11 месяцев назад

    কাহিনীটো শুনি আৰু বেয়া লাগিল তাইক বহুত ওচৰৰ পৰা পাইছিলো বহুত ভাল ছোৱালী আছিল তাই