📌কিয় ষ্টুডিঅ'ত হুকহুকাই কান্দিলে অভিয়ে?

Поделиться
HTML-код
  • Опубликовано: 10 сен 2024
  • 📌কিয় ষ্টুডিঅ'ত হুকহুকাই কান্দিলে অভিয়ে?
    📌প্ৰৱল প্ৰতিভাধৰ অভি কাশ্য়পে যেতিয়া বাঁহী বজাই সমগ্ৰ শ্ৰোতা সমাজ মন্ত্ৰমুগ্ধ হয়
    📌চাইনীজ বাঁহীকে ধৰি বিভিন্ন বাদ্য-যন্ত্ৰ বজাব পাৰে প্ৰতিভাৱান অভিয়ে
    📌সুৰীয়া জীৱনটোৰ আঁৰত অভিৰ আছে কঠোৰ সংগ্ৰাম
    📌দৰিদ্ৰতা নেওচি চলাই গৈছে সংগীতৰ চৰ্চা
    📌মাক- আইতাকৰ সৈতে ভাৰাঘৰত থাকি অভিয়ে চলাইছে জীৱন সংগ্ৰাম
    📌আৰ্থিক অনাটনৰ বাবেই থমকি ৰৈছে নেকি যোৰহাটৰ অভি?

Комментарии • 181