উ*লং*গ হৈ ঘূৰি ফুৰিব আমি চাই থাকিম নেকি?হুংকাৰ বীৰ লাচিত সেনাৰ

Поделиться
HTML-код
  • Опубликовано: 2 фев 2025

Комментарии • 25

  • @EffiNawab
    @EffiNawab 2 часа назад +7

    ঠিক কথা কৈছে ।যি সমৰ্থন কৰিছে তেওঁলোকৰ মা বাই ভনীয়ে সমদল যাওক ।এইবোৰ অসমত চলিব দিয়া নহব ।লেংটাবোৰ কিহৰ বাবা ।ছিঃ ।

  • @ashimsaloi9594
    @ashimsaloi9594 2 часа назад +5

    সকলো বনিয়াৰ হাতত দি লেংটা হল সেই বাবে লেংটা বাবাকলৈ ঘুৰিছে । ছিঃ নিলাজ।

  • @AvaraniHazarika
    @AvaraniHazarika 2 часа назад +3

    বাইভনীৰ সন্মুখত“““বুলিয়েই কেৱল নহয় ধৰ্ম্ম হৈছে এটা সাত্ত্বিক আধ্যাত্মিকতাবাদ য’ত সত্য শুদ্ধ ভগৱানৰ প্ৰতি অটল বিশ্বাস অন্তৰত ৰাখি দয়া মৰম চেনেহ সমস্ত জীৱৰ প্ৰতি ৰাখি সমস্ত জীৱৰ মানুহৰ পৰা সমস্ত জীৱৰ অস্তিত্ত্বক একেজন ঈশ্বৰৰ সৃষ্টি বুলি ভাবি সমস্তৰে শাৰীৰিক মানসিক উন্নতিৰ বাবে ঈশ্বৰ চিন্তাৰ মাজেদি সৎ শুদ্ধ কৰ্ম্ম কৰি যোৱাটো ৷তাত উলংগ হৈ ৰাস্টাত ঘুৰি ফুৰাটো এটা আচৰিত ভয়ানক মানসিকতাৰ প্ৰকাশহে মাথো ৷❤❤❤❤❤

  • @JagotDehingia
    @JagotDehingia Час назад

    Very very good

  • @MonujKhanikor-vv8gz
    @MonujKhanikor-vv8gz 2 часа назад +2

    কি হৈছে অসমত।নাঙঠ হৈ ধৰ্ম কৰিলেহে হয় নেকি। সভ্য সমাজৰ কাৰণে লজ্জাজনক

  • @NorenKardong
    @NorenKardong 2 часа назад +2

    উলংগ বাবা অসমীয়াক কি বাৰ্তা দিব বিছাৰিছে।মানুহ জাতিটো জন্ততকৈও অজ্ঞান , তাকে হেয়-প্ৰতিপ্ন কৰিব বিছাৰিছে নেকি? এইয়াও ধৰ্ম হল নে বাৰু? 😅😅😅

  • @Popcorngaming072
    @Popcorngaming072 2 часа назад +3

    Jotai pam tate pitim kela balor baba

  • @JituDeka-v8w
    @JituDeka-v8w 6 минут назад

    Very good

  • @BishnuRabha-x1d
    @BishnuRabha-x1d Час назад

    অসমখনেই উলংগ হৈ গ'ল -- ছি : অসম ।

  • @PinkirajputPinkirajput-m5i
    @PinkirajputPinkirajput-m5i Час назад +1

    Ulongo nohoi ata jatir support hoi against assomor hoi moi asu kla beleg pitim pale hei jagat jodi karubar roja mohajorar kunuba poriyal thoka hoi aei xomoicha loi mat matile heten sawok moi ata kotha kow axom khon jar karone loi apuna lug jolise kintu tar hatoli najai xobodhan howok kintu rojar biruddhe😢😢😢😢😢😢

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 часа назад

    জৈন ধৰ্মৰ তিনি পন্থাৰ ভিতৰত এই ধৰ্মৰ বাবাক দিগমবৰী বোলা হয়।আন দুটা পন্থা হ'ল চেতামবৰী আৰু পিতামবৰী পন্থা। সেয়ে এজন জৈন ধৰ্মৰ মানি চলা লোকে কথাটোক আট ধৰি কিছু বুজাবুজিৰ মাজলৈ অনা দৰকাৰ। ধৰ্মৰ কিছু পৰিৱৰ্তন ভাৰতত সম্ভৱ কিছু সালসলনিৰ জৰিয়তে। এই কথা নতুন নহয়। গতিকে ধৰ্মৰ সঙঘাট নোহোৱাকৈ সমাধান হ'ব লাগে। কিন্তু অলপ দকৈ ভবা-চিন্তা দৰকাৰ। কাৰণ আভুষন সভয়তাৰ দ্বিতীয় নিদৰ্শন। ধৰ্মই সভয়তাক‌‌ আদৰিবলৈ বাধ্য।ই‌ এক মানৱ সভ্যতাৰ সনিৰমিত অবিৰাম উন্নতি। অন্ধ হৈ কোনো নাহে। সেয়ে বসন পৰিধান সভয় জগতত আদৰৰ। যদিও আমি জন্মত নাঙঠ তথাপি আমি লাজ নিবাৰণ জীৱনৰ তিনি দৰকাৰী কাম বুলি পৃথিৱীৰ মানুহৰ বিবেচিত।যি এতিয়াও সেই আদিম জগতত আছে তেন্তে এনে ধৰ্ম প্ৰকৃত ধৰ্ম হবনে ?

  • @MonuDasKalita
    @MonuDasKalita 11 минут назад

    Thike. Koise

  • @kushalbora4823
    @kushalbora4823 Час назад

    For the greater cause of humanity not necessary for ulongo procession without arkapur.

  • @Hmmn792
    @Hmmn792 21 минуту назад

    *জৈন ধৰ্মৰ সন্যাসি বোৰৰ দুটা ভাগ। এটা স্বেতাম্বৰ আনটো দিগম্বৰ। স্বেতাম্বৰ সকলে বগা কাপোৰ পিন্ধে কিন্তু দিগম্বৰ সকলে গাত কোনো কাপোৰ নলয়। এই সকল জৈন সন্যাসিয়ে গাৰ কাপোৰ কানি পৰিত্যাগ কৰাৰ অৰ্থ হ'ল তেওঁলোকে বিশ্বাস কৰে যে যাৰ গাত কিবা খুত আছে সেইসকল লোকেহে তাক ধাকিবৰ বাবে কাপোৰ পিন্ধিবৰ দৰকাৰ হয় কিন্তু দিগম্বৰ সন্যাসিৰ গাত কোনো খুত নাই এতেকে তেওঁলোকে কাপোৰ পিন্ধাৰ দৰকাৰ নাই। যা হোক মই যিখিনি জানো কলো।*

  • @mithunmigomofficial.2.0.m90
    @mithunmigomofficial.2.0.m90 Час назад

    চোৰক লৈয়ো আন্দোলন এটা কৰিব লাগে 😂😂

  • @RakeshRahang-nc8ng
    @RakeshRahang-nc8ng Час назад

    এই জহৰা চৰকাৰ খনেই এইবোৰ খেল খেলি আছে ৰাইজ সকল এই জে এ মে লে হোষ্টেল আছে এই এমেলে হোষ্টেল .গুৱাহাটীৰ পৰাই নহই গোটেই অসমৰ পৰাই এমেলে হোষ্টেল বঞ্চিত হব লাগে জয় আই অসম আহৈ আ এই কুকুৰ কেইটাক খেদো আ

  • @bigantaborghain7941
    @bigantaborghain7941 Час назад +1

    Lengta kitak khasi kori dibo lage

  • @mriduldas7259
    @mriduldas7259 2 часа назад +1

    Support Kara manuh bure ulanga hoi nufure kio 👉 gharat ji kare karak rastat kio 👉⚖️

  • @PradipBaro-zo3zl
    @PradipBaro-zo3zl Час назад

    Dhormo Ashe Onek kintu Lengta ghurile hee dharma kora hoi neki hai hai, maan sonman nohowa!

  • @smsinging4650
    @smsinging4650 Час назад

    Axomot ulongo Babar pithi fali diba kintu Prayag Raaj t thaka Ulongo Babar babe ki kaba

  • @GaneshG-kk7cr
    @GaneshG-kk7cr Час назад

    Sur gol atia budhi