Junmoni Rabha News: অভিশপ্ত নিশাটোত জোনমণিৰ লগত কোন আছিল?
HTML-код
- Опубликовано: 17 ноя 2024
- অভিশপ্ত নিশাটোত জোনমণিৰ লগত কোন আছিল? কাৰ মোবাইল থাকি গৈছিল জোনমণিৰ বাহনখনত? সবিশেষ এই প্ৰতিবেদনত...
#assam #junmonirabha
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 RUclips channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com...
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐓𝐀𝐋𝐊 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
লীনা দলেক বেতেৰে পহাৰ কৰক। সকলো ওলাই পৰিব। পুলিচে পুলিচক হয়্তা কৰিব পাৰে যদি পুলিচে পুলিচক কিয় শাস্তি দিব নোৱাৰিব?দাইভাৰ বুঢ়াক কিয় সোধ পোচ কৰা নাই?
কিবা সাংঘাটিক ৰহস্য লুকাই আছে। নাটক হে চাই আছো যেন লাগে দেই ।
বাতৰি পঢ়োতা বিমল ভূষণ মহন্তৰ বাতৰি কোৱাৰ ধৰণ আৰু অনুসন্ধান মূলক বিশ্লেষণ আকৰ্ষণীয়।
সম্ভাষণ জনালোঁ।
ভগবান আছে নৰ হত্যা মহাপাপ
এইবোৰ সংবাদ চাই এনেই সময়বোৰ যায়,অতিসোনকালে অপৰাধীক ধৰি শাস্তি দিয়াৰ বাতৰিলৈ বাত চাই ৰলো ।
সব ফাকি আৰু নাটক চলি আছে, CID, POLICE,CBI কি চালে ইমান দিন, ৫মাহ পাছত ফোন ,ৰুমাল ওলাইছে
👌👌👌👌👌👌👌👌👌👌👌👌👌
Thikei koise..
Very clear news ND 24
Batori Tu bor hundor bhabe poribekhon korile, sposto bhakhi dhoinyobaad 👍🙏🏽 ji ki nohouk Junmoni Rabhai nyai pabo lage🙏🏽
এতিয়া নালিয়া ক'ত?
নালিয়াৰ ৰহস্যজনক আত্মগোপন !!!!!!!
দ্বিতীয় মৃত দেহ টো কত গোল যদি garir ভিতৰত Mobile দুটা পালে যে।garir driver টো লৈ জেৰা কৰিলে সকলো ওলায় পৰিব এনে ড্ৰামা কৰি লাভ নাই।
জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত সঠিক ভাবে হব বুলি অসমৰ ৰাইজে চিবিআই ৰ ওপৰত সম্পূৰ্ণ বাবে আশাৰে অপেক্ষা কৰি আছে।
বাপৰে বাপ আজি ইমান দিনে কোনোৱে মোবাইল দুটা পোৱা নাছিল।পৰীক্ষা কৰিলেই দেখোন দ্বিতীয় মোবাইলৰ গৰাকী ওলাই যাব।
আমাক সঁচা উত্ৰৰ টো লাগে
প্ৰনব দাসে কোৱা কথা সচা নেকি সি কৈছিল দুঘ'টনা হোৱা অলপ আগত এজন মানুহ গাড়ীৰ পৰা ওলাই গৈছিল
Bimal dada aapunar kotha khini bohut val lage dhuniya buja kowa aapuni
চিবিআই তদন্ত কাৰি সফল হব নোবাৰি বাৰে বাৰে আগৰ পৰযাততে আছে চিবিআই চিৰিয়াছলি যদিয়ে লয় অতি সোনকালে স্নায় পাব
Good news
ইমান দিনে মোবাইল ফোন ক'ত গৈছিল এখন গাঢ়ীৰ পৰা ক'ত গৈছিল মোবাইল দুটা অন্তৰ ধিয়ান হৈছিল নেকি। হথাত গাড়ীত মোবাইল ওলায় আহিছে ভগৱান যানে কি চলি আছে দেখা জাওক শুনি আছোঁ দেখি আছোঁ ভগৱান আছেতো।
লেউৰা ইমান টকা সময় খৰচ কৰি থকা দৰকাৰেই নাই উগ্ৰ পন্থিক যেনেদৰে ট্ৰচাৰ কৰে তেনেদৰে নকৰে কিয় ? ইমানবোৰ প্ৰমাণ থকাৰ পিছতো ? লীণা দলে মাষ্টাৰ মাইণ্ড।
Please hunkale oporadhi k dhorok 😢😢😢😢😢😢😢
আৰক্ষী বিভাগৰ SI জোনমনি ৰাভাৰ মৃত্যু (হত্যা) ৰ দীৰ্ঘ ৫ মাহলৈকে কি কাৰণত "চৰকাৰী জিলেপী পাক " ত আৱদ্ধ হৈ আছে ??????
গাড়ীত থকা দ্বিতীয় মোবাইলটোৰ মালিক কোন ?? আৰক্ষী বিষয়া আভা জ্যোতি ৰাভাৰ কি হ'ল ???????
পৰিয়ালৰ অভিযোগ সত্য আৰু নালিয়াৰ কথাও
মোবাইল ২ টা ভুৱা. পিছত সোমায় দিছে
Justice for junmoni Raba🙏💖🙏
মোবাইলৰ তদন্ত ৰহনবাজ নহয়তো?
মামা তোক এইবাৰ লাট মাৰিম।
জয় আই অসম❤
জোলোঙাৰ মেকুৰী এতিয়া ওলালেই হ'ল।
লিনা দলেক এইজনি হয় মেন অপৰাধী হয়
জোনমণিৰ মাতৃয়ে এজাহাৰত লিখা নামৰ আৰক্ষী কেইটাক ৰিজাৰ্ভ ক্লোজ কৰি আন আন অপৰাধীৰ দৰে হত্যাকাৰী বুলি কোৱা আৰক্ষী বিষয়া কেইটাক জেৰা কৰিলেই সত্য উদ্ঘাটন হব । ইমান নাটক অভিনয় কৰি আছে কিয় ?।জোনমণিৰ হত্যাকাৰী কেইটাৰ টকাত বিক্ৰী গৈ চিবিআইয়ে নাটক কৰি আছে নেকি ? অসম চৰকাৰ আৰক্ষী চিআইডি চিবিআইয়ে হত্যাকাৰী নৰখাদক কেইটাক বছাবলৈ যিমানেই ৰহস্যৰ নাটক নকৰক কিয় ভগৱানৰ বিচাৰত হত্যাকাৰী কেইটাক কোনেও বছাব নোৱাৰে শাস্তি পাবই ।
Accidental car ekhonor pora mobile eta uliaote 5 mah lole ...oporadhik bisaribo kiman din lagibo ????
Justic for junmoni rabha
GoodMeWes
Eman din kio lagise Police officer ajonor Case tot...
আচল বাঘিনীটো লীনা দলে
Ki mobile t sim nai neki, contract number nai neki, email nai neki
❤
Mama jetialoike ase Ami tetialoike mukto nhi ..
Manuhak Burbok bonuwa eta porikolpona
sob drama..cid'e bisariei napale mobile keita iman din'e...
Atia loike mobailto on kora nai kio
Puja R Aagot Eta Bhal Khobor Paam Buli Aakha Rakhilu 💎🌹🙏🌃
ছবছৰীয়া অসম আন্দোলনত নিৰীহ অসমীয়াৰ ওপৰত ঠাই বিশেষে আৰক্ষীয়ে আছু আৰু আন্দোলনকাৰীৰ ওপৰত আৰক্ষীয়ে থাৰ্দ দিগ্ৰী (3rd degree) প্ৰয়োগ কৰাৰ অভিযোগ আছিল । এতিয়া জোনমনী ৰাভাৰ হত্যাকাৰী চিনাক্ত কৰাৰ ক্ষেত্ৰত CBIয়ে এইটো প্ৰয়োগ কৰিলে হয়তু সুফল পাব । নতুবা এই আৰক্ষী বোৰৰ একো নহয় !
Spreesso ne alto😮
Mobile ৰ imei number কেইটাত কি কি sim card use কৰিছিল network operator য়ে অনুসন্ধান কৰিব পাৰে দেখোন।
Wah... Agot cBI team kona asil neki, kio napale agor CBI team.... Ye duita mobile.
পুৰা ৰহস্য সোমাই আছে😢মোবাইল কেইটা অন কৰি দিলেই কাম শেষ।
Sim?
aikhon akhon cinema bonai ase.
Yes's 100/সছা
নাটক নে ভাওনা।
Eitue kb bisaru j Junmoni Baa niai pab lage ji e Junmonik g a maririse tak oti sighre hasti db lage heitue akha korisu
Truck Driver jonok ki korile
Sim salei hol
Good explain
Bhai sop rajniti 😂😂😂😂 mama ki hobo
Hai uthise .mobile 2 ta pisot vorai thoise neki
Atia Main katha to koik ki hob na natok soli thakib
Nalia kot etiya
ঘটনাৰ নতুন মোৰ দি সাৰিবলৈ হত্যাকাৰীৰ অনন্য প্ৰচেষ্টাও হ'ব পাৰে।
Junmonir duita mubail no call list sabo lage .mittuy r agor mubail no kar asil uliyabo lage.hottyakari uliyaboloi hohoj hobo sage😢😢😢😢😢
Ami gaolia,moi koun aapuner movail to patharat tinimah bukat pelai tb ter pasat uliai Saba,sim cd kam karisene nai,aru baki prt salita abastat asene! Sidha katha haito eta chal haba pare, hande eman mahe Karu sakut naporile?
মুঠতে দেৰি হল আৰু কিমান দেৰি হয় তাৰ ঠিক নাই।
ভগৱানৰ বাট দূৰ কিন্তু অন্ধকাৰ নহয়
Justice for jonmoni Rabha
মানুহক বুৰ্বাক বনাব বিচৰা হৈছে ।আৰু দুদিনৰ পাছত আৰু এটা mobile ওলাব sage ।
Apunlko sn kintu rakhe ky
CBI, CID baad de muk de case tu within 24 hours'r bhitorot sulit dhori taani loi ahim.
Bheku bhawnaaa
Leena Doleii sob
Kiman khel kheli thakiba, allready manuhe buji paise
kiso bsr pst abhijit bhattasarjyar rasana aru porisalnat jonmoni ravak loi vramyamant ntak 1khn saba pam
Aibur natok apunluke bondho korok
Aibur film hoi....Ami emn burbok nhi hy mama... Apuni nijok ki vbe hy
Ata asil samsang an to kí mobile.
চিআইডিয়ে মোবাইলৰ সন্ধানত আত্মনিয়োগ নকৰি কিয় তদন্ত আৰম্ভ নকৰিলে ? অন্ততঃ সেইমুহূৰ্তত চিকাৰী কুকুৰ ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন ৷ কিন্তু চিআইডিয়ে সেই ক্ষেত্ৰত চৰম গাফিলতি অৱলম্বন কৰিলে ৷ গতিকে পৰৱৰ্তীকালত ঊদ্ধাৰ হোৱা দুটা মোবাইলৰো দায়িত্ব চিআইডিৰ ওপৰতে আহি পৰে ৷৷
Leena Dole,k kio mota nai ...
🎉aito polisea khumoy thaysa niki
Ejonn AP SI ye emn Toka ghote keneke
এই কেই টাহক ফাচি হ'ব লাগিব তেতিয়া হে বিচাৰ ভাল বুলি গণ্য কৰা হব
Daat safa kawrisa na nai glow kawribi
Loksava eleksnar age age haitakari konobak dharib karn asamiya manuhar abegak Lai rajnti karar subidha Lab
Tike aamiu hunisilu call recording aoje aajonok koi toka viral call.... Moi Robin deori koisu sadiya pora
Sob natik hai asa
Aibur natok bad diyok hy
লীনা দলেৰ তলৰ পিনে লাঠি দিলে সব ওলাই পৰিব
The news is not believable.after accident the police searching the vechile property and seizure list prepared,there after CBI teams also visited but no could be recovered,now from where the 2 mobile recovered is not believe able in my openion.
All are drama. Not nothing. Not enough to understand.
নাটক 😂
deadbody to garir pra olaote mbile 2ta kia dekha nasil...
ছবে। ছব। কৰিব। পাৰে। একো। নকৰে একৰাতিত টকা। বদলি। কৰিব। পাৰে। জোদধত। জৈ। হৈ আহিব। পাৰে। একৰাতিত
নাটক
এই ভিলাক বাতৰি। বাদ দিয়ক। জোনমনিৰ। মাকে। শান্তি পুৱা। কাম। কৰক। 😂😂😂😂
Purona video reupload korise
kaki kosab be kulabo para nai !!!
kot nu todonto hobo 😀😀
kaki kosab bor raki jera koribo pai janu ? Ane nomuna haitu !
Leena Doley k third degree dile sob olai jaabo
Sob vekovaona.essa thakile arokhiye a mahote uliabo parileheten.
Eaiya ek natok .ear results eku nulai adhate robo
Eman digholiya batori kaam nai
😂😂😂CM kot amar
Kam nai
😂😂😂😂😂😂😂😂😂 dangor khabor xuna 1 bosor besi hol nki..aji loike uliyabo pora nai ...🤣🤣🤣🤣🤣🤣🤣🤣 dhikkar assam police....sao janiu thanda kori rakhise..kunu a gurutta a diya nai..ane koi a soli thakibo cas..sushant singh r dore
মেজিক খেলা
😂😂😂😂😂😂😂 assam polic kiba koribo parene....dukhiyak... Pare...assam polic tadonto koribo najane