Mud dance and fire dance are new addition to this year's Bihu celebration.but excess of everything is detrimental to the decorum of the Baputi Hawaan Bihu celebration.
The beauty of the Rongali Bihu will be lost for ever if vandalism persists in the Bihu functions.It is important that Bihu functions are conducted peacefully.
No doubt Jubin k bohut respect koru as a singer hisabe kintu responsibility thokatu bisaru teu r .Teu uthi oha generation k control koribo buli asabadi.kobo lage funtion r aromvonite je gan Nas r bade audience e beleg osoivyami koribo nuaribo.Nohole moi gan negau Ai announcement tu bihur pohilate di dibo lage nohole Ai bapoti sahun bihuti lup paboloi besi dur nai
হাৰ্টথ্ৰ’ৱ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়া। অলপ জিৰণি লোৱা, যোগাসন কৰা নিয়মিতভাৱে ৷
live long heartthrob
এনেকুৱা এটা show দিয়াৰ বাবে অনুপম দা আপোনাক বহুত বহুত ধ্যনাবাদ। আৰু দাদা ৰ চেহেৰা টো অলপ দুৰ্বল নিচিনা লাগিছে। দাদা ই অলপ আৰাম কৰটো আমি সকলোৱে বিচাৰোঁ। ভগৱানৰ গাটো যদি বেয়া হৈ থাকে আমি মনুষ্যই অলপ হলেওটো দুখ পাওঁ মনত, plz জুবিন দা ক অলপ আৰাম কৰাৰ কথাটো কৈ দিব, আমি সকলোৱে বিচাৰিছোঁ দাদা শক্তিশালী হৈ থকা টো, joy zubeen da, Love zubeen da,, God bless zubeen da, প্ৰভু
দাদাই এতিয়া নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কমকৈ অনুস্থান ৰখা উচিত বুলি মই বিবেচনা কৰো। তেওঁৰ এজন অনুৰাগী হিচাপে মই তেখেতৰ সু-স্বাস্থ্য কামনা কৰো।
Right 👍
Very true🙏 regular sleep and healthy diet is very much essential for his health
Val kotha kola tumi ❤️❤️❤️
Yes absolutely we love zubeen
Same bro
😘😘আমাৰ সকলোৰে প্ৰিয় মানুহজন(Legend)❣️❣️💥🙏
স্বাস্থ্যৰ যত্ন লওক.... বেছি ভাগৰুৱা দেখিছো..
@@natureover7360 😂
@@natureover7360tor baperr tokari khasie nki😂
জুবিন দা আপোনাৰ সু-স্বাস্থ্য আশা কৰিছো, আপোনি সু-স্বাস্থ্য অধিকাৰি হৈ থাকিলে আমি সুখী হম অনুৰাগী হিচাপে জুবিন দা, লখিমপুৰৰ পৰা আপোনালৈ মৰম তথা শ্ৰদ্ধা জনাইছোঁ।
Or
Bongaigaon r pora buka dance start hoise josh blg bongaigaon r💙❤️💚 love you Zubeen da
God bless you Zubeen da 😘😘😘
জুবিন গাৰ্গ অসমৰ সম্পদ৷আমি এই সম্পদক সুৰক্ষিত আৰু সংৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য৷জয় জুবিন দা৷ভালে থাকক আপুনি দাদা৷আপোনাক সাংঘাটিক ভাল পাঁও
God bless you zubeen da, khush thoo thakok. Vale thakok
জুবিন দা আপোনাৰ কথা শুনি বহুত ভাল লাগিল আপোনি ভালেই থাকক 🙏 ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো কৃষ্ণ । মৰিগাঁও পৰা
ভগৱান স্বৰূপ জুবিন দা
প্ৰিয় মানুহজন ❤️❤️🫀
জুবিন দা মানেই যৌৱন ঘূৰি অহাৰ যেন লাগে অ
God blessed you Zubeen da tumi amar bhogowan hou🙏🙏🙏 Jay shree krishna 🙏
Bongaigaon jindabad & Zubeen Garg Jindabad.
Zubeen daa amar xokoluye hiyar amothu ❤️😘😘🔥🔥🔥🔥
জয় জুবিন দা ❤️
জয় জুবিন দা ♥️♥️♥️🔥🔥🔥
Love u Zubeen Da ❤
বঙাইগাওঁ 💙🎤🎤
জুবিন দাই কলে
ছাইনা ৰো
মা বেহেন এক কৰিবলৈ সাজু আছোঁ
Love you জুবিন দা❤️❤️❤️
Yes
বাবা তই আপুৰুগীয়া সম্পদ 😃😃😂😂
তই পাৰিবি ছাইনাৰ মা-বেহেন এক কৰিব 😂😂😃😃
😀😂🔥🔥🔥🔥🔥
অসমৰ বুকুৰ মণি জুবিন দা❤❤Love You Boss❤❤
Zubeen da apunak aji akou 25 year old deka lorar dore dekha pai monot bor hukh palu love u zubeen da
dadak dekhile mon tu bhut vll lage aru dada ahile bhogoban aha dore lage joy zubin da🙏❤️
We love from bangalore Zubeen da ❤️u so much
Zubin da amar king hoi
Jai zubin da ....
I LOVE FROM LAKHIMPUR ❤😍
জুবিন দা আপুনি যদি আমি সদাই ভাল কাম কৰি যোৱা টো বিচাৰে আৰু যদি ভালে থকাটো বিচাৰে তেনে হলে আপুনি সদায় ভালে থাকিব লাগিব দাদা অনুৰোধ কৰিছো দাদা । আপুনি সদায় ভালে থাকক ।
Power comes with Lots of responsibility. কথাষাৰ যিয়ে বুজিছে সিয়েই ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিব পাৰিছে ৷
Love Zubeen DA❤Love from Bongaigaon💪💪💪
জয় জুবিন দা❤❤❤.
Love you zubeen daa😍😍
🙏___জয় জুবিন দা___❤ 🥰
Love you Zubeen daa 💝
Jubine bihu gan gale bhal lage a majote beleg gan gai thoi jai tetiya mon beya hoi jai🥰🥰
Zubeen da is the god of singing
Zubeen garg is the best singer of Assam ❤❤
বঙাইগাঁওত আমিও গৈছো। মজা লাগিছে সেইদিনা
Full power and storng ❤❤❤❤👏👏👏👏👏👏👏 singer
Zubeen daa fire🔥
Zubeen da i love you........💗💗💗💗❣️❣️❣️❣️🧡🧡🧡💫
কলিজাৰ এফাল 😘❤️
Mud dance and fire dance are new addition to this year's Bihu celebration.but excess of everything is detrimental to the decorum of the Baputi Hawaan Bihu celebration.
The beauty of the Rongali Bihu will be lost for ever if vandalism persists in the Bihu functions.It is important that Bihu functions are conducted peacefully.
No doubt Jubin k bohut respect koru as a singer hisabe kintu responsibility thokatu bisaru teu r .Teu uthi oha generation k control koribo buli asabadi.kobo lage funtion r aromvonite je gan Nas r bade audience e beleg osoivyami koribo nuaribo.Nohole moi gan negau
Ai announcement tu bihur pohilate di dibo lage nohole Ai bapoti sahun bihuti lup paboloi besi dur nai
15 May ত বঙাইগাঁও মানিকপুৰত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান, আহিব সকলোৱে ।
Xosa neki?
Amer ewar pora bohut dur hbo nohoy
❤❤❤❤❤❤❤❤❤❤❤💛💛💛💛💛💛💛💛💛💛💛❤❤❤❤❤❤Love You Zubeen Da......
জয় জুবিন দা
Love from Bongaigaon ❤️❤️❤️❤️
Bikhekh koi kobole hole zubeen dai amer main bihu ❤️❤️❤️❤️🔥🔥🔥🔥
Mor favorite manu jon ❤Zubeen da jen hodai vle thakok take husto thakok tare komona koru😍❤
দাদাই আমাৰ মাজত সদায় অমৰ হৈ থাকক তাৰে কামনা কৰিছোঁ জয় জুবিন দা
চাদা মেইন ❤️😍😍
Hosake etu ktha right zubeen daa infront ot dkha puwa lge lge blg feel hoi
Heartthrob 😍😍😍😍
Zubeen rocks 🔥🔥
Dada khua tu oknmn komai diyok... Apuni aeneu dhuniya.... Aku dhuniya hobo.... Zubeen da ♥️
Zubeen da legend
বুকা নাচটো প্ৰথমে মাজুলীৰ জেংৰাইমুখত হৈছিল।ফাঘোন মাহত আলৃ:আয়ে লিগাংৰ তৰুলতা বাইদেউৰ সাংস্কৃতিক অনুষ্ঠানত প্ৰথমে বুকা নাচ আমি দেখিবলৈ পাইছিলো।
বোকা হয় বুকা নহয়
দুমুখীয়া
জয় জুবিন দা🔥❤️🥰
Love you zubeen mama ❤️♥️♥️❤️❤️
বঙাইগাঁওৰ অনুষ্ঠানত বোকা নাচ হৈছিল জদিয় শান্তি পূৰ্ণ ভাবে হৈছিল।
My Heart my love my God ♥️🙏🔥
Xodai kuxole thakok dada... Love u a lot
Op vai 🔥🔥
Apunar kotha khini val lagise,besi kora bure bea korise.
Love you Dada.
Zubin Da vogoban hoi 😍😍😍😍😘😘😘
Bongaigaon 🔥🔥🔥
Zubeen daa 🔥
Zubeen daa Love u😘❤🌹
অহা 21 may বজালী ৰ কেন্দুগুৰিত আমাৰ সকলোৰে মৰমৰ জুবিন দা বহাগী বিদায়ী ত আহিব লগতে আছে কে কে দা আৰু মোহন ❤️সকলোৱে আহিব🙏
Buka Dance korba lagbo 😍💥🤩🤩🤩🤩
Goi asu joi Zubeen daa🙏
Bohagor bidai o thake neki
Zubeen da apuni voguban 🙏apuni jote najauk kio deka lra jaboi
💖💖
zubeen da..bhal lageyse...tke care of your health
জুবিন গাৰ্গ নহয় ,যৌৱন গাৰ্গ ।
জয় জুবিন দা🕺
ZUBEN daDA joi
MY LIFE ZUBEEN DA ❤️❤️🤗
দাদা love you bongaigaon r পৰা
I Love you zubeen da ❤️❤️❤️❤️❤️
Love u zubeen daaa ♥️♥️♥️
🔥💕❤️❤️❤️ Beautiful
We love you zubeen da
Dada ..love youuuuuuu😘😘😘😘😘😘😘❤❤❤❤❤❤❤❤❤
The heartthrob of Assam ZUBEEN Da 💜✨
❣️❣️❣️❣️
Bhut val kotha koise zubeen dai
Love u Zubeen da ♥️♥️♥️♥️♥️♥️♥️♥️
Love you zubeen daa ❤️❤️
ডিব্ৰুগডৰ বৰপথাৰৰ বিহুত প্ৰায় ২০ বছৰৰ আগৰে পৰা বোকা নাচ দেখিছো কিন্তু এতিয়াৰ দৰে পৰিৱেশ হোৱা নাছিল । নিজৰ মাজতেই আনন্দ কৰি আনকো আমোদ দিছিল।
Lakhimpur main 🔥🔥❤️
Love you zubin da❤
জুবিন দাই অলপ উৎপাত কৰিব কৈছিল আমাৰ লখিমপুৰৰ কেইটাই অলপ বেছিকেই কথাষাৰ গুৰুত্বসহকাৰে ল'লে 😂😂😂
Ovodrami aro utpat r mjor parthoikko tu najane sage
besi gurutwa sahakare lole 😂😂😂🔥🔥
Motivation😂
বোকা নাচ আমি 3বছৰৰ আগতেই জুবিনদাৰ অনুষ্ঠানত কৰিছিলোঁ
Zindagi ❤️🔥🤘🏻
Legend
Zubeen Da 😘❤️
Bongaigaon mein❤ ami first
King Of Assam ❤🔥#Zubeen