Dear sir I personally appreciate your verdict. I have lost my Android mobile at Boragaon market two year back. As I am a retired person from a company and having no money to purchase another one, next day I filled f I r at garchuck p s, but till date no information has come so far , .
Hoise ja..kiba ata FIR dilei ..poisa nhle FIR khn loboi nukhije aru FIR khonor ki ba je kam hob bhabi lab nai .poisa sara police bilake aku kam a kori nede...kiab jdi document verification krib lage tatei poisa nhle aku kam nkre aru FIR dile2 jtya loike hatot poisa Napai aku kam a nkre .CM sahab aibail lecture Mari lab nai buli bhabu moi ..
অশেষ ধন্যবাদ চাৰ, সপোনক বাস্তৱ ৰূপ দিয়া এই জনেই প্রথম আমাৰ অসমৰ মুখ্যমন্ত্ৰী। আৰক্ষী সকলে এই নিৰদেশ আখৰে আখৰে পালন কৰি আইন সকলোৰে বাবে সমান এই কথা প্ৰতিপন্ন কৰক ।🙏
প্ৰথমত Long Levi Assam Cm , এটা কথা অসম পুলিচ 100 ভিতৰত 15 জন আৰক্ষী সত আৰু গিয়ানী আৰু 85 জন আৰক্ষী বেয়া কিছু মানুহক দুষ্ট বনায় আৰক্ষীয়ে আৰু কিছু মানুহ এনে উঠি যায় । সত্য কথা কোৱা মানুহৰ ওপৰত তিকনো নজৰ ৰাখে তাক মাৰিবলৈ ।
Bohut val kaam korise sir dhoinyabaad. Police kitak okon hikhya dibo lage nohole police kita ghushor bahire eku kothai napate. Jar karone durniti koribole manuhe hubidha pai.
সন্মানীয় CM sir , আপুনি পুলিচ ৰ প্ৰতি যি গুৰুত্ব দিছে , ধন্যবাদ জনাইছো । DIG sir ৰ প্রতি ও ধন্যবাদ থাকিল । এটা বিশেষ অনুৰোধ আপুনি ভবাৰ দৰে হৈছে নে নাই , আপুনি বিশেষ মানু্হ লগাই। On test কৰিব । তেতিয়া গম পাব । কিয়নো নীতি কঠোৰ হলে দিয়া লোৱা system বিলাক পৰিৱৰ্তন হয় । আমি অসমক ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হোৱা টো বিচাৰো । অলপ সময় লাগিব কিন্তু সম্ভৱ হব ।
Aku koribo nuwara amr baganor ba dukhiya manu bilakor aku respeck nokora dhoni dhoni hoi asa dhukiya dhukhiwa hoi asa aji kali poisa nohola aku nohoi ana news di nathakibo kiba koribo mon asa Assam karona tatiwa students powar di diwa ami nejor gaoo neja thik korim gaooo val hola dhak val hobo joi aai asam👏👏👏👏👏👏
Moi hosakoiye anondito hoisu HBS sir or kothabur huni, Good CM and good decision to assam police, Thanks to our cm HBS sir, you go ahead...From, Asraful Ali Ahmed, at Nowboisa, Lakhimpur, (Assam)...
Ada oc ye mone mone cm ........... kukuror nej 10 years bandi tuwar pasot, jidina khuli dibo, hei agor banj to loboi, kintu xokoluwe nohoi baru, police oru bahut val manuh ase dei, manibo lagibo, jai ai axom
প্ৰশাসনিক দিশটো ঠিক হলে সকলো ঠিক হৈ যাব।মুখ্যমন্ত্রীৰ এই পদক্ষেপৰ প্ৰতি ধন্যবাদ।
Thank you sir
ppppppp1100
মুখ্য মন্ত্ৰী হলে এনেকুৱাই হব লাগে মন্ত্ৰী দাঙৰিয়াক বহুত বহুত ধন্যবাদ |
00000000000000000000000000
00000
বাইকত ৯৫ টকীয়া পেট্ৰল ভৰাই ২৪০ টকীয়া মিঠাতেল আৰু ৮২৬ টকীয়া cylender আনি ঘৰত বিনামূলীয়া চাউলেৰে ভাতসাজ খোৱাৰ সোৱাদেই বেলেগ।🤣🤣
@@hgentertainment1mviews.3ho66 ,Income নাই নেকি তোমাৰ , আন্দোলন কৰি life sas হব , আমাৰ 300টকা হলে tenson নাই
@@biltudebnath8999 tumar ha income asi . dukhia manuhor kthau sinta koribo lagibo nohoi.
এটা helpline number উলিয়াই দিয়া যত আমি police a poisa khale complain dibo পাৰো
I support you
Yes good
Right
Apunar kothat moi akmot
Heneke hole amar thanar police hupa safa
মূখ্য মন্ত্রীৰ এনেবোৰ সিদ্ধান্তয়ে দীর্ঘ সময় ৰ মূখ্য মন্ত্রীৰ সপোনৰ বাস্তবত ৰূপ দিব ।
Right
Sir very well desition in this time
এইয়াহে আচল মুখ্যমন্ত্ৰী♥️♥️
মূখ্য মন্ত্ৰীয়ে খূব ভাল চিন্তা কৰিছে । কিন্তু কামৰ ক্ষেত্ৰতহে দেখা যাব কি হয়গৈ।
3
Rayjeo sohay koribo lagibo
Kisuman kam thike kore kisuman ulta pulta vhezal kam kore 😀😀😀
Right
Yes.. এনেকুৱাই মুখ্যমন্ত্রী বিচাৰিছিলো।। 🙏🙏🙏🙏
Umm
চৰকাৰৰ কথা বাদ দিছো কিন্তু আপুনি যিবোৰ বোৰ কাম হাতত লৈছে তাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ ।
অসম পুলিচে কেনেদৰে পইচা খাই তাৰে মই এটা ইউতুব চেনেল বনাই আছো দেই
Bro very good 🙏
Gd step
Go Ahead..we support you
Bonauk... We support
👌👌
খুব ভাল কথা কৈছে... কিন্তু অসম আৰক্ষীয়ে কি কৰে পাছতে গম পোৱা যাব
প্ৰথম বাৰৰ বাবে ভাষণ শুনি ভাল লাগিল..
এনে কৰিলে অসম খন সকলোৱে প্রিয় হব
ভাল সিদ্ধান্ত লৈছে কিন্তু এই চোৰ কেইটাক ঠিক কৰিব পাৰিবনে মুখ্য মন্ত্ৰী মহোদয়
Paribo ne nuare heito time t gom pabo...kintu atleast try korise heitu val kotha
Sur ne ki 😀😀😀😀
thank you so much respectable CM.
ধুনীয়া পদক্ষেপ 👍 কিমান দুৰ সম্ভৱ হয় । অকল পুলিচয়ে নহয় আমিও ঠিক হ'ব লাগিব । 🙏
Dear sir I personally appreciate your verdict. I have lost my Android mobile at Boragaon market two year back. As I am a retired person from a company and having no money to purchase another one, next day I filled f I r at garchuck p s, but till date no information has come so far
,
.
ধন্যবাদ মুখ্যমন্ত্রী ডাঙৰীয়া
বহুত বহুত ধন্যবাদ চাৰ.... আপোনি সদায় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকক তাৰে কামনা কৰিছো।
পুলিচ বিষয়া বৰ্গ ৰ দৰমহা পইচাই নোযোৰে বাবে ৰাতি গাড়ী ৰখাই ধন লয়,,আৰু পিছে পিছে দৌৰি যায়
Hoy
Tetia hole,bad dile hol..!
@@hirakjyotidas832 aaaaaaa
Dormohai jodi jura nai job ari dilei hol
বঢ়িয়া যুক্তি দিছে। মই ভাবো যাৰ ওচৰত টকা পইচা ৰ অভাৱ তেওঁলোকে আনৰ ওপৰত চুৰি ডকাইতি কৰি টকা ঘতিব লাগে। ঠিক কলো না? btw পুলিচৰ দৰমহা ১৫০০ বা ২০০০ টকা নহয়।
great step.
কিন্তু পুলিচৰ ওপৰত discipine action strict হব লাগিব,
বেতন বঢ়াব লাগিব,
আনকি removal from service এইবোৰ কঠোৰ অনুশাসনমূলক ব্যৱস্থা লব লাগিব।
মুঠৰ ওপৰত দৰমহা বঢ়াই দিব লাগিব প্ৰথমতে।
ছাৰ বহুত ধুনীযা লাগিছে এই মন্তব্য ধন্যবাদ ছাৰ।
এই গৰাকী মুখ্যমন্ত্ৰীৰ মহানতা কালজয়ী হওঁক। 🙏🙏🙏🙏🙏
কথাখিনি শুনি বহুত ভাল লাগিল, মুখ্যমন্ত্ৰী ডাঙৰীয়া।
বহুত ভাল কথা।
আপুনি সচাকৈ খুব সুন্দৰ কথা কৈছে। যিবিলাক কথাত পূৰ্বৰ CM বিলাকে কম গুৰুত্ব দিয়া দেখা গৈছিল। বহুত বেছি আশা কৰো আপোনাৰ পৰা ভৱিষ্যতৰ দিন বিলাক ত।
বহুত ভাল লাগিল,,,প্ৰযোজ্য হওঁক |
Hoise ja..kiba ata FIR dilei ..poisa nhle FIR khn loboi nukhije aru FIR khonor ki ba je kam hob bhabi lab nai .poisa sara police bilake aku kam a kori nede...kiab jdi document verification krib lage tatei poisa nhle aku kam nkre aru FIR dile2 jtya loike hatot poisa Napai aku kam a nkre .CM sahab aibail lecture Mari lab nai buli bhabu moi ..
Right
Atiyar pora tenekuwa nohy aru
এনে পদক্ষেপ লোৱাৰ বাবে মুখ্যমন্ত্ৰী দেৱলৈ প্ৰণাম আৰু ধন্যবাদ জনাইছো
অতি সুন্দৰ বক্তব্য ছাৰ জয় আই অসম
সুন্দৰ কথা এটা কলে,পুলিচ সকলে যোগাসন প্রানায়ম কৰিব লাগে ,কিন্তু মই ভাবোঁ প্ৰত্যেক থানা ত একোজন যোগ শিক্ষক নিযুক্তি দিয়ক।যাতে তেওঁলোকক সুস্থ শৰীৰ সুস্থ মগজুৰ একো একো জন পুলিচ বিষয়া হয়।সমাজ খন সুন্দৰ হওঁক।
ল'ৰা-ছোৱালী লাভ জেহাদ কৰিলে ছোৱালী বুলি কৈ ছোৱালীয়ে ল'ৰাৰ জীৱনক লৈ খেলি ল'ৰাৰ জীৱনক চৰিত্ৰ নষ্ট কৰিলে ল'ৰাৰ সমান শাস্তি ন্যায় সমান ভাৱে বিচাৰ কৰে যেন।
নাৰী পুৰুষৰ সমান ন্যায় বিচাৰ কৰাৰ বাস্তৱ ৰূপ দিয়ক।
অসমত ছলনাময় কৰি ভাল ল'ৰাৰ জীৱনক লৈ নাৰীয়ে নিকৃষ্ট হৈ,পুলিচক দেহ ব্যৱসায় কৰি, ইত্যাদি কৰি যাতে ভাল,সৎ পুৰুষৰ জীৱন ধ্বংস নকৰে
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো
মামা তুমি মহান 💕💕💕💕💕💕
Very good এনেকুৱা হে মন্ত্রী হব লাগে
Jodi he palon kore kotha khini bht xidhidha hbo raiz r..... Thank you sir ❤🙏 nice step
অশেষ ধন্যবাদ চাৰ, সপোনক বাস্তৱ ৰূপ দিয়া এই জনেই প্রথম আমাৰ অসমৰ মুখ্যমন্ত্ৰী। আৰক্ষী সকলে এই নিৰদেশ আখৰে আখৰে পালন কৰি আইন সকলোৰে বাবে সমান এই কথা প্ৰতিপন্ন কৰক ।🙏
সিদ্ধান্তটো বহুত ভাল,,,কিন্তু আছলতে পুলিচ সকলে কেৱল টকা হে চিনি পায়,,,টকা থকা মানুহৰ সজ্ঞদিয়ে পুলিচে,,,এইবোৰ কেতিয়াও থিক নহয় এনেইকেই চলি থাকিব,,
প্ৰথম বাৰলৈ ভাল খবৰ শুনিবলৈ পালো। ইয়াৰ বাবে চাৰক বহুত বহুত ধন্যবাদ দিলো
আমাৰ কিন্তু ওচৰৰ থানা খনে এটা police verification report আনিব যাওঁতে তিনি ঠাই মানত পইচা দিব লগীয়া হৈছিল
মূখ্যমন্ত্ৰী এই সুন্দৰ প্ৰদক্ষেপক বহুত বহুত ধন্যবাদ
This speech is so precious. Hope every police station should follow these instructions.
প্ৰথমত Long Levi Assam Cm , এটা কথা অসম পুলিচ 100 ভিতৰত 15 জন আৰক্ষী সত আৰু গিয়ানী আৰু 85 জন আৰক্ষী বেয়া কিছু মানুহক দুষ্ট বনায় আৰক্ষীয়ে আৰু কিছু মানুহ এনে উঠি যায় । সত্য কথা কোৱা মানুহৰ ওপৰত তিকনো নজৰ ৰাখে তাক মাৰিবলৈ ।
Best step taken by CM sir. Praisable.
খুব সুন্দর কথা। Thank you .cm sir
Sir🙏Thank You So Mach💐
বাহঃসুন্দৰ কথা। ট্ৰাকেই নহয় , এই বাছবোৰকো বৰ অসুবিধা দিয়ে।তেজপুৰৰ পৰা যোৱা গাড়ি খনক মঙলদৈত/ গুৱাহাটীত আৰু গুৱাৰ পৰা যোৱা খনক তেজপুৰত ৰিকুইজিছন কৰি কামত খটুৱাই। এজোৰ কাপোৰেৰে ৩/৪ দিন পয্যন্ত খাটিব লাগে। ১৫ আগষ্ট গেলা গৰমত।কিয় নিজৰ নিজৰ ঠাইৰ গাড়ি নলয়? ইলেক্চনৰ ২০১৫ চনৰ টকা আজিলৈকে মই নাপালো। টংলাৰ পৰা আৰু ভিতৰত ভেৰগাও। পেছেন্জাৰ নমাই গাড়ীৰ ওপৰত অত্যচাৰ। যাৰ ফলত বহুতেই বাধ্য হ'ল বাছ বেছিদিবলৈ।ধন্যবাদ অসম চৰকাৰ।
We highly appreciated Honble C.M.for his directives.When ever any complaints lodged telephonically to P.S.not responded and rather irretated.
অসমলৈ এজন farista নামি আহিছে... আন্তৰিক অভিনন্দন 🙏
Oh my God. H B S 🙏🙏🙏 is very great. God bless you sir.
Yes 🙏👍🥰Sir. Aitu hidhantyo br vl lagil
Sarkari hospitality doctorburku ai nidek diyok sir tetiya dukiya manuhe apunak ashirbad koribo
অতি সময়োপযোগী আৰু গতিশীল সিদ্ধান্ত .....কাৰ্যকৰী কৰিলে আৰক্ষীৰ ওপৰত জনতাৰ পুনৰ বিশ্বাস ঘূৰি আহিব ....
Thank you so much
বহুত ভাল সিন্ধান্ত ❤❤
Good decision Sir 🙏🙏🙏
Gud steps 👌... axom khan bohut aag bahi jabo buli mur biswakh..CM sir thinking bilak alop extra...val val kam kori jauk..god bless you
😆😁.. can't stop my laughing. Truck 'r pisot kio doure heitu SI burok hudhi labh nai..jodi dom ase SP burok hudhoksun..Maal bohut uporoloi jai..heitu apuni nijei jane. Belegor agot Satyaban/ Ramchandra hoi dekhai labh nai.
Moja
CM চাৰে বহুত ভাল ভাল পদক্ষেপ লৈ আছে। God bless U, Sir
Vigilance should be sent frequently to the P. S. at might hour to observe
এজন ভাল মুখ্য মন্ত্ৰী আমি পাইছোঁ, এনেদৰে কাম কৰি যাও্ঁক ছাৰ, ভগৱানে আপোনাক কুশলে ৰাখক।
Police k salary dibo nalage...
Tahun kiba case dile
Duyofalor pora puixa khai.. Bahira income bohut tahar
Sir. You are the great person ❤️ I'm looking for a CM like you ❤️❤️❤️
Bohut val kaam korise sir dhoinyabaad. Police kitak okon hikhya dibo lage nohole police kita ghushor bahire eku kothai napate. Jar karone durniti koribole manuhe hubidha pai.
বৰ ধুনীয়া কথা ভাল লাগিছে শুনি
Good job sir proud of u 🙏🙏🙏🌹
সন্মানীয় CM sir , আপুনি পুলিচ ৰ প্ৰতি যি গুৰুত্ব দিছে , ধন্যবাদ জনাইছো । DIG sir ৰ প্রতি ও ধন্যবাদ থাকিল । এটা বিশেষ অনুৰোধ আপুনি ভবাৰ দৰে হৈছে নে নাই , আপুনি বিশেষ মানু্হ লগাই। On test কৰিব । তেতিয়া গম পাব । কিয়নো নীতি কঠোৰ হলে দিয়া লোৱা system বিলাক পৰিৱৰ্তন হয় । আমি অসমক ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হোৱা টো বিচাৰো । অলপ সময় লাগিব কিন্তু সম্ভৱ হব ।
Hon'ble C.M has very good decisions about our Police Station and police personnels. Pl.keep implement. We are always with our C.M sir
Aku koribo nuwara amr baganor ba dukhiya manu bilakor aku respeck nokora dhoni dhoni hoi asa dhukiya dhukhiwa hoi asa aji kali poisa nohola aku nohoi ana news di nathakibo kiba koribo mon asa Assam karona tatiwa students powar di diwa ami nejor gaoo neja thik korim gaooo val hola dhak val hobo joi aai asam👏👏👏👏👏👏
Oh hero! You go farther,I wish you!
Woww Really Great 🙏
Police station cctv logaok sob vl hbo
হিমন্ত্ৰ বিশ্ব ডাঙৰীয়া আপোনালৈ ধন্যবাদ থাকিল
Good job 👍
Ami bhot proud koriso ki Ami Assam or student nagrik hoi buli our cm is very god
God bless you SIR
Bohut bohut Hundar Steps, Many Many Thanks To The Assam Government, Himanta Biswa Sharma Zindabaad, Jai Aai Axom Jai Hind
Police burok naki logale, kintu DTO office or karmacharik ketiya naki logabo sir, aituhe ati gurutta purna kotha, 😝😝😝😝😝😝😝😝😝
Okol police bivag DTO office nohoy hokolu office k naaki logabo laagibo
Hundar🏆🏆🏆🏆🏆 Kotha 🍅🍅🍅🍅Sir🍏🍏🍏 Policbilakok Bujaidiok Sir🍏🍏🍏
Telr dam kamabo lge..emn dam hoise.
এইটো অতি ভাল পদক্ষেপ লৈছে 🙏🙏🙏
Mama great❤
Mama🔥
Moi hosakoiye anondito hoisu HBS sir or kothabur huni, Good CM and good decision to assam police, Thanks to our cm HBS sir, you go ahead...From, Asraful Ali Ahmed, at Nowboisa, Lakhimpur, (Assam)...
Sir mdr dokan akebare naikia krk.....plz sir
Salute to you sir for your outstanding speech and initiatives to reform the administrative system of Assam Govt for the common people of Assam.
Ada oc ye mone mone cm ........... kukuror nej 10 years bandi tuwar pasot, jidina khuli dibo, hei agor banj to loboi, kintu xokoluwe nohoi baru, police oru bahut val manuh ase dei, manibo lagibo, jai ai axom
Sir এইকেইটা ভাল কথা কৈছে, we support you Sir, you are very great sir, thank you 🙏
Mama, olop reporter bilakok kouk oporadir pisee kio guree. Tokar karonee
Himanta B Sarma k 20 basar CM hisape bisaro 💪💪💪💪💪
ছেলুট দিছু cm ছাৰক।।। কাৰ্যকৰী হোৱা টো কামনা কৰো
Respected CM Sir Thanks a lot….Apunar Vabona Bor Kotha Bur Bor Val Lagise❤️
মুখ্যমন্ত্ৰীয়ে খুব ভাল চিন্তা কৰিছে।পুলিচৰ কু-কম সমূহ ধৰক। 🙏🏾
মামাৰ আৰু দহ বছৰ আগতে মুখ্যমন্ত্ৰী হব লাগিছিল । অসমত এইবাৰ হে মুখ্যমন্ত্ৰী ঠিক হৈছে।
❤️❤️❤️❤️❤️❤️❤️❤️❤️👍 himanta mama zindabad ❤️🙏
Bohut bohut dhonnabad
অসম খন আগতকৈ অলপ হলেও উন্নত হব বুলি আশা কৰিছো। ধন্যবাদ sir
Good news mama khob val kam korile aapuni mama apuni joi🔥🔥🔥🔥
Bhal lagil news tu sai 🙏
Thank you sir excellent news
বহুত বহুত ভাল খবৰ ৷ মামাৰ কথা মতে পুলিচ বিলাকে চলে জদি বহুত ভাল হব
সামগ্ৰিক জ্ঞান বুলি এইখিনি কেই কয় যাৰ মাজত বিচাৰি পালোঁ তেওঁৱেই হৈছে হিমন্ত বিশ্ব চাৰ আপুনি সুস্থ থাকক সৱল থাকক আপোনাৰ লগত আমি আছোঁ
Good administration...bhal lagil akha koru sonor axom gorim
So very very much very speaking Dr himanta sir