Комментарии •

  • @dimbeswari_patar
    @dimbeswari_patar 2 месяца назад +2

    Krishna. Krishna. Krishna. Oum. santi. Oum. santi. Oum. santi. 🙏🙏🙏🙏

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 26 дней назад +1

    কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻 সেৱা নিবেদন কৰিছোঁ 🙏🏻🌹🌹🌹🌹

  • @ramcharandeka9143
    @ramcharandeka9143 2 месяца назад +2

    Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram

  • @manasdeka6801
    @manasdeka6801 2 месяца назад +2

    Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @anjumalasaikia2608
    @anjumalasaikia2608 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ

  • @rameshgogoi4073
    @rameshgogoi4073 2 месяца назад +1

    Krishna

  • @Sunu097
    @Sunu097 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @munmigogoi2377
    @munmigogoi2377 2 месяца назад +2

    Krishna provu

  • @gayatricreation4903
    @gayatricreation4903 2 месяца назад +3

    Krishna joy guru sankor

  • @daisyrabha2343
    @daisyrabha2343 2 месяца назад +2

    Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏🙏🙏🙏

  • @user-id4ov8zs9f
    @user-id4ov8zs9f 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ 🙏

  • @user-ee9cm8vj3s
    @user-ee9cm8vj3s 2 месяца назад +2

    কৃষ্ণ ❤প্ৰভু দেউতা বাপৰ ভালে থাকক সুন্দৰ ৰস থকা ভাঙনি সুন্দৰ কৃ পা কৰক তেখেতৰ বৈকুণ্ঠ লৈ গমন হওঁক =নগাঁও কাজিৰঙা সমষ্টি

  • @rekhagogoi322
    @rekhagogoi322 2 месяца назад +1

    Krishna Krishna bap hatakuti pranipat janalu.

  • @mridusmitasaikia1252
    @mridusmitasaikia1252 2 месяца назад +4

    কৃষ্ণ , সন্দিকৈ বাপজনাৰ আৰম্ভণিৰ কথাখিনিয়ে হৃদয় চুই গৈছে...দেউতাক আমি ঘৰত নাপাইছিলোৱেই যিমান সময় তেখেতে ভকতৰ মাজত সঙ্ঘৰ প্ৰচাৰৰ উদ্দেশ্যে দিছিল , আপোনাৰ দৰে মহান প্ৰকৃত ভকতে সেই খিনি বুজাত সঁচাই সন্তোষ পালো প্ৰভু , আপোনাৰ ব্যাখ্যাও বৰ সুন্দৰ , গুৰুৰ ,কৃপা হৈছে কৃষ্ণ

  • @joykrishnochetia9363
    @joykrishnochetia9363 2 месяца назад +2

    Val lagil Krishna

  • @gangaramdas8681
    @gangaramdas8681 2 месяца назад +2

    সকলোবোৰ অনুস্থান এক কৰিবলৈ কোনোবাই অগ ভাগ লব লাগিব এই ক্ষেত্ৰত বাপজনে আগ ভাগ লক। বৰ সুন্দৰ ব্যৱস্থা লোৱা হব আমি সহযোগত থাকিম। আপুনি আত ধৰক। কৃষ্ণ হৰি ৰাম,,,, জয় জগত গুৰু শংঙ্কৰ 👏👏👏👏❤️👌🌿

  • @tarunboruah7366
    @tarunboruah7366 2 месяца назад +2

    Krishna Krishna Krishna

  • @atulborah1665
    @atulborah1665 2 месяца назад +15

    কৃষ্ণ প্রভুজনা।

  • @user-te2tj2nl4j
    @user-te2tj2nl4j 2 месяца назад +2

    কৃষ্ণ

  • @user-to3rv9yi5t
    @user-to3rv9yi5t 2 месяца назад +2

    Krishna Krishna namaste 🙏 ♥️

  • @parajitasaikia
    @parajitasaikia 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ ।। শইকীয়া বাপজনাৰ চৰণ কমলত আন্তৰিক সেৱা প্ৰণাম জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় মহান পূণ্য আত্মা শ্ৰদ্ধালু বাপজনাৰ দীৰ্ঘায়ু কামনা কৰিলো। কৃষ্ণ ।।

  • @monuwarabegam5708
    @monuwarabegam5708 2 месяца назад +2

    গুৰু জি বহুট ভাল লাগিল

  • @jaganathsonowal2365
    @jaganathsonowal2365 2 месяца назад +2

    🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏

  • @lagendashishstatus1988
    @lagendashishstatus1988 2 месяца назад +2

    কৃষ্ণকৃষ্ণ সন্ধিয়াৰ ভক্তিভৰা সেৱা আগবঢ়ালোঁ কৃষ্ণ মই মহাপাপীয়ে আশীর্বাদ কৰিব

  • @rinagogoi1795
    @rinagogoi1795 2 месяца назад +1

    Krishna krishna sewar janalu

  • @dimbeswarigogoi6683
    @dimbeswarigogoi6683 2 месяца назад +1

    Krishna prabhu heware pronipat jonaisu Krishna

  • @pallabikagohain5720
    @pallabikagohain5720 2 месяца назад +2

    এক কৃষ্ণ নামে কৰাহো প্ৰণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @bijukonwar7804
    @bijukonwar7804 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ সেৱা জনালো প্ৰভু

  • @daduldas1643
    @daduldas1643 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব

  • @anitsaikia6862
    @anitsaikia6862 2 месяца назад +1

    Krisno 🙏🙏🙏🌅

  • @Jmahanta644
    @Jmahanta644 2 месяца назад +1

    শ্ৰদ্ধাৰ সন্দিকৈ দেৱে জনোৱা আহ্বান টি অতিব আদণীয় । কিন্তু পৰিতাপৰ বিষয় হ'ল মহাপুৰুষ জনাৰ প্ৰচাৰিত বৈষ্ণব ধৰ্মক অবলম্বন কৰি থকা এমুঠি মান মানুহৰ ভিতৰতে ভাগ ভাগ, আনকি সত্ৰ সমাজৰ মাজতে দুটা ভাগ, আৰু বাকী বিভাগ কেইটা আছেই। কৃষ্ণ কৃষ্ণ, গুৰু শংকৰ।

  • @DipaMoran-kk7gw
    @DipaMoran-kk7gw 2 месяца назад +1

    🙏🙏🙏

  • @chiranjidas-6829
    @chiranjidas-6829 2 месяца назад +1

    Good

  • @ajitkhanikar2190
    @ajitkhanikar2190 2 месяца назад +3

    বাপ, আপুনি এইদৰেই আমাক ভাগৱত জ্ঞ।ন দি থাকক।

  • @nirmalsaikia3658
    @nirmalsaikia3658 2 месяца назад +1

    Krishna krishna

  • @ranjanagogoi6507
    @ranjanagogoi6507 Месяц назад +1

    Jay srikrisna

  • @thefolkguy3277
    @thefolkguy3277 2 месяца назад +1

    Pranam sir 🙏🙏🙏

  • @LakhimiGohain
    @LakhimiGohain 2 месяца назад +1

    Krishna Krishna Ram 🙏🙏🙏🙏

  • @pallabikagohain5720
    @pallabikagohain5720 2 месяца назад +1

    বাপ জনাৰ কথাই অসমৰ ধৰ্মীয় সমাজলৈ নিশ্চয় পৰিবৰ্তন আনিব কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤🪔🪔🪔🪔🙏🙏🙏🙏

  • @user-wg2ei5bt5g
    @user-wg2ei5bt5g 2 месяца назад +1

    পৰম শ্ৰদ্ধাৰ শইকীয়া প্ৰভূজনালৈ ভক্তি ভৰা সেৱা জনালোঁ কৃষ্ণ

  • @bitulphukan6914
    @bitulphukan6914 2 месяца назад +2

    কৃষ্ণ শইকীয়া প্রভু

  • @DineshchBorah
    @DineshchBorah 2 месяца назад +1

    কৃষ্ণ আপোনাৰ ব্যাখ্যা সন্তোষ জনক ।

  • @r.ctalukdar1659
    @r.ctalukdar1659 2 месяца назад +3

    নিৰ্গুণ কৃষ্ণ ৰ একান্ত ভকতি সম্পৰ্কে জানিব পাৰি পৰম সুখী হ'লো। মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ আৰম্ভ কৰিলে ভাল হয় নেকি। আমাৰ অনুৰোধ থাকিল কৃষ্ণ।

    • @deepabaishya223
      @deepabaishya223 Месяц назад

      ক্ষবক্ষহক্ষহক্ষসxস

  • @kumudinisaikia1979
    @kumudinisaikia1979 2 месяца назад +4

    কৃষ্ণ 🙏 প্ৰভু জনাৰ চৰণত সেৱা জনাইছো কৃষ্ণ 🙏🙏🙏😭

  • @tapantalukdara4982
    @tapantalukdara4982 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ, জয় গুৰু শঙ্কৰ, সেৱা জনোৱা হৈছে, কৃষ্ণ কৃষ্ণ

  • @jurisaikia8501
    @jurisaikia8501 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ।আমাৰ পৰম সৌভাগ্য।সেৱা নিবেদিলো।

  • @jinuchawrok9178
    @jinuchawrok9178 2 месяца назад +1

    মহা পূণ্যৱন্ত প্ৰভুজনাৰ দীৰ্ঘায়ু কামনা কৰি চৰণ কমলত ভক্তিভৰা সেৱা নিবেদিলোঁ 🙏🙏🙏🙏

  • @ywhwhwuuii9403
    @ywhwhwuuii9403 2 месяца назад +1

    Joy guru shaker 100%right krishna krishna

  • @jatinkalita3990
    @jatinkalita3990 2 месяца назад +1

    অতি সুন্দৰ উপস্থাপন কৰিছে । আগলৈ এনেধৰনৰ ব্যাখ্ৰা আগবঢ়াব বুলি নিবেদন কৰিলো।🙏🙏🙏🙏🙏

  • @mainabordoloi2479
    @mainabordoloi2479 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ, সেৱা জনালো🙏

  • @birenbarmon-nz3gf
    @birenbarmon-nz3gf 2 месяца назад +1

    কৃষ্ণ কৃপাময় সুন্দৰ নিদৰ্শন বাপ কৃষ্ণ কৃষ্ণ

    • @user-wm1hn6ie1r
      @user-wm1hn6ie1r 2 месяца назад

      গভীৰ ভাবে সেৱা জনাইছো কৃষ্ণ শঙ্কৰ

  • @sumitradeka3599
    @sumitradeka3599 2 месяца назад +1

    শ্ৰদ্ধাৰ বাপ আপোনাৰ পুজনীয় দেউতা ( অতি মান্যবৰ শ্ৰীযুক্ত প্ৰমোদ শইকীয়া ) প্ৰভু--ঈশ্বৰ দেৱৰ শ্ৰীচৰণত আমি মূঢ়মতিয়ে নিজকে সমৰ্পণ কৰা হল 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    ভিডিঅটি চাই আপোনাৰ চকুত চকুলো দেখি নেকান্দি নোৱাৰিলোঁ বাপ !! আমি মূঢ়মতিয়েও বহু নজনা কথা জানিব পাৰি নিজকে ধন্য মানিছো ----- সেয়া সম্ভৱ হৈছে একমাত্ৰ আপোনাৰ কৃপাৰ বাবে 🙏🙏🙏🙏🙏
    ভবিষ্যতেও এনে ধৰণৰ বহু নজনা কথা জানিব পাম বুলি আশাৰে বাট চাই ৰলোঁ -- --- -- -- -- -- - 🙏🙏🙏🙏🙏🙏🙏🙏

  • @dipisaikia287
    @dipisaikia287 2 месяца назад +1

    কৃষ্ণ হৰি ৰাম

  • @bimansaikia4305
    @bimansaikia4305 Месяц назад +1

    যি জন গুৰুৱে সকলো জাতিক এক কৰি বজ্ৰাৱলিৰ দৰে ভাষাৰ সৃষ্টি কৰি ভাৰত তথা বিশ্বক এক কৰাৰ সপোন দেখিছিল। তেনে ধৰ্মক তেওঁৰ মৃত্যুৰ পিছত 10:34 অসমত চাৰি সংঘতি কৰিলে ।তাতে ক্ষান্ত নাথাকি বহু ভাগ কৰি অভিলেখ ভংগ কৰিলে। তাৰ বাবে আমাৰ আত্মাত সদায় কুঠাৰ মৰাৰ দৰে অনুভৱ হৈ থাকে।

  • @user-dx3fd7xh2n
    @user-dx3fd7xh2n 2 месяца назад +1

    অ বাপ সকলোৱে নিজে শুদ্ধ বুলি ভাবি নিজৰ মাজত থকা খিনিকে শুদ্ধ বুলি লৈ আছে। আৰু এই জীৱনত কোনোটো পন্থাই একেলগে কেতিয়াও মিলিব নিবিচাৰে। কাৰণ মিলিলে হেনো তেওঁ লোকৰ ধৰ্ম ব্যভিচাৰ হব। এনেবোৰ মানসিকতা লৈ ধৰ্ম কৰি আছে তেওঁলোকে। আমি বহু চেষ্টা কৰিলো মিলিব কিন্তু কাম নহল🙏

  • @dkbpesmobile8089
    @dkbpesmobile8089 2 месяца назад +1

    কৃষ্ণ।

  • @mahendropanika761
    @mahendropanika761 2 месяца назад +1

    joy jagat guru sirimanta hongkardebei ( joy )

  • @DeepjyotiHatimuria
    @DeepjyotiHatimuria 2 месяца назад +3

    🙏🙏কৃষ্ণ , অপূৰ্ব বিশ্লেষণ 🙏🙏

  • @user-hu4wg4qm5s
    @user-hu4wg4qm5s 2 месяца назад +1

    SeyaJanluPrmudSaikiaBapjanaloi

  • @rumigogoi8881
    @rumigogoi8881 2 месяца назад +1

    Krishna Krishna 🙏🙏

  • @ashimhazarika9150
    @ashimhazarika9150 2 месяца назад +1

    🙏🙏🌺🕉️🌺🙏

  • @geetaamritrosh
    @geetaamritrosh 2 месяца назад +1

    সন্দিকৈ বাপে আৰম্ভণিতে অতি সুন্দৰ কথা কৈছে ❤❤

  • @mridupabansarmah6020
    @mridupabansarmah6020 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @dipamonidas3369
    @dipamonidas3369 2 месяца назад +1

    Krishna।krishna

  • @kumudgayan1664
    @kumudgayan1664 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। এনে বাখ্যাৰ দ্বাৰা সমাজ যথেষ্ট পৰিমাণে উপকৃত হ'ব , সেয়ে গুৰু জনালৈ কৌটি কৌটি সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। 1:10:41

  • @junalidas8440
    @junalidas8440 2 месяца назад +1

    Krishan pornam jonaisu povu

  • @rakhichutia7635
    @rakhichutia7635 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ বাপ কৃত কৃত হও কৃষ্ণ 🎉

  • @dimbeswari_patar
    @dimbeswari_patar 2 месяца назад +1

    Krishna. Krishna. Krishna. Oum. santi. Oum. santi. Oum. santi. 🙏🙏🙏🙏

  • @manasdeka6801
    @manasdeka6801 2 месяца назад +3

    Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna

  • @monjuraniraja4551
    @monjuraniraja4551 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @prahladchetia4233
    @prahladchetia4233 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dimbeswari_patar
    @dimbeswari_patar 2 месяца назад +1

    Krishna. Krishna. Krishna. Oum. santi. Oum. santi. Oum. santi. 🙏🙏🙏🙏